• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘অসমত ৩৫% লৈ বৃদ্ধি মুছলমান; এতিয়াৰ পৰা সংখ্যালঘু নহয় মুছলমান’, মুখ্যমন্ত্ৰী ডঃ শৰ্মা

‘অসমত ৩৫% লৈ বৃদ্ধি মুছলমান; এতিয়াৰ পৰা সংখ্যালঘু নহয় মুছলমান’, মুখ্যমন্ত্ৰী ডঃ শৰ্মা

4 years ago
২০০ বছৰৰ পাছত শক্তিশালী পঞ্চগ্ৰহী যোগ, ৩ৰাশিৰ আকস্মিক অৰ্থলাভ

২০০ বছৰৰ পাছত শক্তিশালী পঞ্চগ্ৰহী যোগ, ৩ৰাশিৰ আকস্মিক অৰ্থলাভ

5 hours ago
এই বছৰ ঘটিব ৩ ভয়ানক ঘটনা, ৰোগক লৈয়ো ডাঙৰ ভৱিষ্যদ্বাণী কৰিছিল বাবা ভাঙ্গাই

এই বছৰ ঘটিব ৩ ভয়ানক ঘটনা, ৰোগক লৈয়ো ডাঙৰ ভৱিষ্যদ্বাণী কৰিছিল বাবা ভাঙ্গাই

6 hours ago
কিমান বয়সৰ পাছত কমি যায় শুক্ৰাণু? পিতৃ হোৱাৰ পথত কেতিয়া আহিব পাৰে বাধা? জানি থওক সবিশেষ

কিমান বয়সৰ পাছত কমি যায় শুক্ৰাণু? পিতৃ হোৱাৰ পথত কেতিয়া আহিব পাৰে বাধা? জানি থওক সবিশেষ

6 hours ago
বিনামূলীয়া লেনদেনৰ দিন শেষ! ১৫ ফেব্ৰুৱাৰীৰ পৰা খৰচ বাঢ়িল SBI গ্ৰাহকৰ

বিনামূলীয়া লেনদেনৰ দিন শেষ! ১৫ ফেব্ৰুৱাৰীৰ পৰা খৰচ বাঢ়িল SBI গ্ৰাহকৰ

8 hours ago
কাইলৈ মৌনী অমাবস্যাত পঞ্চগ্ৰহী যোগ, ৫ গ্ৰহৰ মিলনত ক্ষতিৰ আশংকা ৫ৰাশিৰ জীৱনত

কাইলৈ মৌনী অমাবস্যাত পঞ্চগ্ৰহী যোগ, ৫ গ্ৰহৰ মিলনত ক্ষতিৰ আশংকা ৫ৰাশিৰ জীৱনত

9 hours ago
যৌ** আকাঙ্ক্ষা ভুল নহয়, যৌ** আকাঙ্ক্ষা আত্মপ্ৰেম আৰু মহাজাগতিক শক্তিৰ আন এক ৰূপ, ১৫ বছৰীয়া কিশোৰো প্ৰেমত পৰা কোন এইগৰাকী সীমা আনন্দ?

যৌ** আকাঙ্ক্ষা ভুল নহয়, যৌ** আকাঙ্ক্ষা আত্মপ্ৰেম আৰু মহাজাগতিক শক্তিৰ আন এক ৰূপ, ১৫ বছৰীয়া কিশোৰো প্ৰেমত পৰা কোন এইগৰাকী সীমা আনন্দ?

10 hours ago
COAS Honors ZRO Shillong for Outstanding Recruitment Efforts in North East

COAS Honors ZRO Shillong for Outstanding Recruitment Efforts in North East

10 hours ago
চাৰে সাতি দশাইয়ো কোনো ক্ষতি কৰিব নোৱাৰে, পঞ্চমহাপুৰুষ ৰাজযোগ অত্যন্ত শুভ এই ৩ৰাশিৰ বাবে

চাৰে সাতি দশাইয়ো কোনো ক্ষতি কৰিব নোৱাৰে, পঞ্চমহাপুৰুষ ৰাজযোগ অত্যন্ত শুভ এই ৩ৰাশিৰ বাবে

11 hours ago
অ-হিন্দুৰ প্ৰৱেশ নিষেধ, ছাইনবোৰ্ড হৰিদ্বাৰৰ এইকেইটা ঘাটত, কোন কোন এলেকাত এই নিয়ম লাঘু কৰা হৈছে?

অ-হিন্দুৰ প্ৰৱেশ নিষেধ, ছাইনবোৰ্ড হৰিদ্বাৰৰ এইকেইটা ঘাটত, কোন কোন এলেকাত এই নিয়ম লাঘু কৰা হৈছে?

11 hours ago
১১০ বছৰ বয়সত শেষ বিবাহ, ১১০ বছৰ বয়সত হৈছে সন্তানো! সন্তান আৰু নাতিসহিতে মুঠ ১৫০ সদস্য, ১৪২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিলে শ্বেখ নাছেৰে

১১০ বছৰ বয়সত শেষ বিবাহ, ১১০ বছৰ বয়সত হৈছে সন্তানো! সন্তান আৰু নাতিসহিতে মুঠ ১৫০ সদস্য, ১৪২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিলে শ্বেখ নাছেৰে

12 hours ago
পুৰুষৰ এণ্ড্ৰোপজৰ সমস্যা প্ৰকৃততে কি? এই সমস্যাৰ পৰা হাত সাৰিব পাৰিনে?

পুৰুষৰ এণ্ড্ৰোপজৰ সমস্যা প্ৰকৃততে কি? এই সমস্যাৰ পৰা হাত সাৰিব পাৰিনে?

1 day ago
ফেব্ৰুৱাৰীত ৩বাৰ গোচৰ কৰিব সূৰ্যই, ৰজা হ’ব ৩ৰাশি, দুৰ্দান্ত অগ্ৰগতি

ফেব্ৰুৱাৰীত ৩বাৰ গোচৰ কৰিব সূৰ্যই, ৰজা হ’ব ৩ৰাশি, দুৰ্দান্ত অগ্ৰগতি

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, January 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

‘অসমত ৩৫% লৈ বৃদ্ধি মুছলমান; এতিয়াৰ পৰা সংখ্যালঘু নহয় মুছলমান’, মুখ্যমন্ত্ৰী ডঃ শৰ্মা

editor by editor
March 16, 2022
in অসম, ৰাজনীতি
0
‘অসমত ৩৫% লৈ বৃদ্ধি মুছলমান; এতিয়াৰ পৰা সংখ্যালঘু নহয় মুছলমান’, মুখ্যমন্ত্ৰী ডঃ শৰ্মা
0
SHARES
299
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এতিয়া অসমৰ মুঠ জনসংখ্যাৰ ৩৫ শতাংশলৈ মুছলমানৰ জনসংখ্যা বৃদ্ধি পাইছে৷ তেওঁলোক এতিয়াৰে পৰা অসমৰ সংখ্যালঘু নহয়৷ আনকি তেওঁলোক এতিয়াৰে পৰা সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰো সংখ্যালঘু হৈ নাথাকিব৷

অসম বিধানসভাৰ বাজেট অধিবেশনৰ ৰাজ্যপালৰ বাজেট ভাষণৰ বিতৰ্কত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই বিতৰ্কিত মন্তব্য কৰিছে৷

মুখ্যমন্ত্ৰী ডঃ শৰ্মাই লগতে কয় যে ৯০ দশকত কাশ্মীৰ পণ্ডিতসকলে সন্মুখীন হোৱাৰ সংকটৰ দৰে অসমেও এদিন একে সংকটৰ সন্মুখীন হ’বলৈ গৈ আছে৷ এতিয়াই সতৰ্ক নহ’লে অসমে এদিন কাশ্মীৰ পণ্ডিতসকলৰ দৰেই সংকটত পৰাটো নিশ্চিত৷

 

লগতে পঢ়ক কৰ্মচাৰীৰ বাবে সুখবৰ, প্ৰধানমন্ত্ৰী মোদীয়ে কৰ্মচাৰীক দিব বিশেষ উপহাৰ!

মুখ্যমন্ত্ৰীৰ মতে মুছলমান সম্প্ৰদায়ৰ নেতা তথা বিৰোধী বিধায়কসলে সমান সুযোগ আৰু ক্ষমতা লাভ কৰি আহিছে। সেয়েহে তেওঁলোকে জনজাতীয় লোকসকলৰ অধিকাৰ সুৰক্ষিত কৰা আৰু ভূমি বেদখল নকৰাটো নিশ্চিত কৰাতো তেওঁলোকৰ কৰ্তব্য।

ষষ্ঠ অনুসূচী অঞ্চলত বাস কৰা জনজাতীয় লোকসকলৰ ভূমি বেদখল কৰাতো মুছলমানে বন্ধ কৰিব লাগিব। যদি বৰা আৰু কলিতাই সেই ভূমিত বসতি স্থাপন নকৰে, তেন্তে ইছলাম আৰু ৰহমানেও সেই স্থানবোৰত বসতি স্থাপন কৰাৰ পৰা বিৰত থাকিব লাগিব বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই৷

 

লগতে পঢ়ক ৭ বছৰীয়া শিশু ধৰ্ষণ আৰু হত্যাকাৰীক গুলীয়াই হত্যা অসম আৰক্ষীৰ

অসমীয়া মানুহে সংশয়ত আছে৷ তেওঁলোকৰ সাংস্কৃতি আৰু সভ্যতাক কেনেকৈ ৰক্ষা কৰিব তাকে লৈও তেওঁলোক চিন্তিত হৈছে৷ মুছলমানসকলেও শংকৰী সংস্কৃতি, সত্ৰীয়া সংস্কৃতি সুৰক্ষাৰ বাবে চিন্তা কৰিব লাগিব৷ আজিৰ পৰা দহ পিছৰ আগলৈ আমি সংখ্যালঘু নাছিলো কিন্তু এতিয়া আমি সংখ্যালঘুত পৰিণত হৈছো৷ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই লগতে কয়৷

ৰাজ্যৰ মুখ্যমন্ত্ৰী গৰাকীয়ে এনে বিতৰ্কিত আৰু সাম্প্ৰদায়িক মন্তব্য কৰাৰ পিছতে এতিয়া ৰাজ্যৰ সতেচন মহলৰ মাজত ভিন্ন প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷

 

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24Assam CM Himanta Biswa Sarmaassam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamMuslim in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সূৰ্যৰ বছৰত উদিত শনিয়ে দেখুৱাব শক্তি, ২৬ত ৩ৰাশিয়ে পাব লক্ষ্মীদেৱীৰ অশেষ কৃপা
জীৱনশৈলী

সূৰ্যৰ বছৰত উদিত শনিয়ে দেখুৱাব শক্তি, ২৬ত ৩ৰাশিয়ে পাব লক্ষ্মীদেৱীৰ অশেষ কৃপা

January 6, 2026
৬০-৭০ দশকৰ মোহময়ী অভিনেত্রী ৰঞ্জনা শৰ্মা বৰদলৈৰ দেহাৱসান
অসম

৬০-৭০ দশকৰ মোহময়ী অভিনেত্রী ৰঞ্জনা শৰ্মা বৰদলৈৰ দেহাৱসান

December 22, 2025
নৱবৰ্ষৰ পূৰ্বে ভাৰতীয়ৰ ওপৰত মাধমাৰ! ২৬ ডিচেম্বৰৰ পৰা ভাড়া বৃদ্ধি কৰিব ৰে’লৱে
বিবিধ

নৱবৰ্ষৰ পূৰ্বে ভাৰতীয়ৰ ওপৰত মাধমাৰ! ২৬ ডিচেম্বৰৰ পৰা ভাড়া বৃদ্ধি কৰিব ৰে’লৱে

December 21, 2025
বাংলাদেশত হিন্দু যুৱকৰ গ*ণ প্ৰ*হা*ৰ ঘটনাত ১০ গৰাকী আটক, সুৰক্ষা বৃদ্ধি অন্য হিন্দু তথা ভাৰতীয় লোকৰ
বিবিধ

বাংলাদেশত হিন্দু যুৱকৰ গ*ণ প্ৰ*হা*ৰ ঘটনাত ১০ গৰাকী আটক, সুৰক্ষা বৃদ্ধি অন্য হিন্দু তথা ভাৰতীয় লোকৰ

December 21, 2025
Next Post
কি কি আছে অজন্তা নেওগৰ বাজেটত? এই বাজেটৰ পৰা কোনে কোনে কি পাব?

কি কি আছে অজন্তা নেওগৰ বাজেটত? এই বাজেটৰ পৰা কোনে কোনে কি পাব?

horoscope

আজিৰ দিনটো আপোনাৰ কেনেকৈ যাব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.