• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ক’ত আছিল কিমৰ পত্নী ৰি জু?  পাঁচ মাহৰ মূৰত ক’ত দেখা গ’ল কিমৰ পত্নী ৰি চুল জুক?

ক’ত আছিল কিমৰ পত্নী ৰি জু? পাঁচ মাহৰ মূৰত ক’ত দেখা গ’ল কিমৰ পত্নী ৰি চুল জুক?

4 years ago
২০০ বছৰৰ পাছত শক্তিশালী পঞ্চগ্ৰহী যোগ, ৩ৰাশিৰ আকস্মিক অৰ্থলাভ

২০০ বছৰৰ পাছত শক্তিশালী পঞ্চগ্ৰহী যোগ, ৩ৰাশিৰ আকস্মিক অৰ্থলাভ

43 minutes ago
এই বছৰ ঘটিব ৩ ভয়ানক ঘটনা, ৰোগক লৈয়ো ডাঙৰ ভৱিষ্যদ্বাণী কৰিছিল বাবা ভাঙ্গাই

এই বছৰ ঘটিব ৩ ভয়ানক ঘটনা, ৰোগক লৈয়ো ডাঙৰ ভৱিষ্যদ্বাণী কৰিছিল বাবা ভাঙ্গাই

1 hour ago
কিমান বয়সৰ পাছত কমি যায় শুক্ৰাণু? পিতৃ হোৱাৰ পথত কেতিয়া আহিব পাৰে বাধা? জানি থওক সবিশেষ

কিমান বয়সৰ পাছত কমি যায় শুক্ৰাণু? পিতৃ হোৱাৰ পথত কেতিয়া আহিব পাৰে বাধা? জানি থওক সবিশেষ

2 hours ago
বিনামূলীয়া লেনদেনৰ দিন শেষ! ১৫ ফেব্ৰুৱাৰীৰ পৰা খৰচ বাঢ়িল SBI গ্ৰাহকৰ

বিনামূলীয়া লেনদেনৰ দিন শেষ! ১৫ ফেব্ৰুৱাৰীৰ পৰা খৰচ বাঢ়িল SBI গ্ৰাহকৰ

4 hours ago
কাইলৈ মৌনী অমাবস্যাত পঞ্চগ্ৰহী যোগ, ৫ গ্ৰহৰ মিলনত ক্ষতিৰ আশংকা ৫ৰাশিৰ জীৱনত

কাইলৈ মৌনী অমাবস্যাত পঞ্চগ্ৰহী যোগ, ৫ গ্ৰহৰ মিলনত ক্ষতিৰ আশংকা ৫ৰাশিৰ জীৱনত

5 hours ago
যৌ** আকাঙ্ক্ষা ভুল নহয়, যৌ** আকাঙ্ক্ষা আত্মপ্ৰেম আৰু মহাজাগতিক শক্তিৰ আন এক ৰূপ, ১৫ বছৰীয়া কিশোৰো প্ৰেমত পৰা কোন এইগৰাকী সীমা আনন্দ?

যৌ** আকাঙ্ক্ষা ভুল নহয়, যৌ** আকাঙ্ক্ষা আত্মপ্ৰেম আৰু মহাজাগতিক শক্তিৰ আন এক ৰূপ, ১৫ বছৰীয়া কিশোৰো প্ৰেমত পৰা কোন এইগৰাকী সীমা আনন্দ?

6 hours ago
COAS Honors ZRO Shillong for Outstanding Recruitment Efforts in North East

COAS Honors ZRO Shillong for Outstanding Recruitment Efforts in North East

6 hours ago
চাৰে সাতি দশাইয়ো কোনো ক্ষতি কৰিব নোৱাৰে, পঞ্চমহাপুৰুষ ৰাজযোগ অত্যন্ত শুভ এই ৩ৰাশিৰ বাবে

চাৰে সাতি দশাইয়ো কোনো ক্ষতি কৰিব নোৱাৰে, পঞ্চমহাপুৰুষ ৰাজযোগ অত্যন্ত শুভ এই ৩ৰাশিৰ বাবে

7 hours ago
অ-হিন্দুৰ প্ৰৱেশ নিষেধ, ছাইনবোৰ্ড হৰিদ্বাৰৰ এইকেইটা ঘাটত, কোন কোন এলেকাত এই নিয়ম লাঘু কৰা হৈছে?

অ-হিন্দুৰ প্ৰৱেশ নিষেধ, ছাইনবোৰ্ড হৰিদ্বাৰৰ এইকেইটা ঘাটত, কোন কোন এলেকাত এই নিয়ম লাঘু কৰা হৈছে?

7 hours ago
১১০ বছৰ বয়সত শেষ বিবাহ, ১১০ বছৰ বয়সত হৈছে সন্তানো! সন্তান আৰু নাতিসহিতে মুঠ ১৫০ সদস্য, ১৪২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিলে শ্বেখ নাছেৰে

১১০ বছৰ বয়সত শেষ বিবাহ, ১১০ বছৰ বয়সত হৈছে সন্তানো! সন্তান আৰু নাতিসহিতে মুঠ ১৫০ সদস্য, ১৪২ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিলে শ্বেখ নাছেৰে

7 hours ago
পুৰুষৰ এণ্ড্ৰোপজৰ সমস্যা প্ৰকৃততে কি? এই সমস্যাৰ পৰা হাত সাৰিব পাৰিনে?

পুৰুষৰ এণ্ড্ৰোপজৰ সমস্যা প্ৰকৃততে কি? এই সমস্যাৰ পৰা হাত সাৰিব পাৰিনে?

1 day ago
ফেব্ৰুৱাৰীত ৩বাৰ গোচৰ কৰিব সূৰ্যই, ৰজা হ’ব ৩ৰাশি, দুৰ্দান্ত অগ্ৰগতি

ফেব্ৰুৱাৰীত ৩বাৰ গোচৰ কৰিব সূৰ্যই, ৰজা হ’ব ৩ৰাশি, দুৰ্দান্ত অগ্ৰগতি

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, January 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

ক’ত আছিল কিমৰ পত্নী ৰি জু? পাঁচ মাহৰ মূৰত ক’ত দেখা গ’ল কিমৰ পত্নী ৰি চুল জুক?

editor by editor
February 2, 2022
in অসম, বিশ্ব, ভাৰত
0
ক’ত আছিল কিমৰ পত্নী ৰি জু?  পাঁচ মাহৰ মূৰত ক’ত দেখা গ’ল কিমৰ পত্নী ৰি চুল জুক?
0
SHARES
685
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অৱশেষত প্ৰায় পাঁচটা মাহৰ মূৰত উত্তৰ কোৰিয়াৰ একনায়কত্ববাদী শাসক কিম জং উনৰ পত্নী ৰি চুল জুক ৰাজহুৱা স্থানত দেখা গ’ল৷

 

বুধবাৰে ৰি চল জুক স্বামী কিম জং উনৰ সৈতে উত্তৰ কোৰিয়াৰ সংবাদ মাধ্যমে প্ৰত্যক্ষ কৰে৷

 

কোৰিয়ান চেন্ট্ৰেল নিউজ এজেঞ্চি-এ প্ৰকাশ কৰা অনুসৰি উত্তৰ কোৰিয়াৰ শাসক কিমৰ পত্নীয়ে বুধবাৰে ৰাজধানীৰ পিয়ঙয়ঙৰ মানচুদাএ আৰ্ট থিয়েটাৰ ৰাজহুৱাভাৱে প্ৰত্যক্ষ কৰে৷ সংবাদ সংস্থাটোৰ সূত্ৰৰ অনুসৰি ৰি চুল জুকে বুধবাৰে উক্ত থিয়েটাৰত উপস্থিত হৈ নৱবৰ্ষ উপলক্ষ্যে উদযাপন কৰা এক অনুষ্ঠানত অংশগ্ৰহণ কৰে৷

 

উল্লেখ্য যে ইয়াৰ পূৰ্বে উত্তৰ কোৰিয়াৰ একনায়কত্ববাদী শাসকগৰাকীৰ পত্নী জুক যোৱা ৯ ছেপ্টেম্বৰত এক ৰাজহুৱা অনুষ্ঠানত দেখা গৈছিল৷ সেইবাৰ স্বামী কিম জং উনৰ সৈতে জুকে কিমৰ প্ৰয়াত ককাকৰ মৃত্যু বাৰ্ষিকী উপলক্ষ্যে কুমচুচান প্লেচৰ এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল৷

 

‘‘যেতিয়া স্বামী কিম জং উনৰ সৈতে ৰি চুল জুৱে আদৰণি সংগীতৰ তালে তালে প্ৰৱেশ কৰে তেতিয়া থিয়েটাৰৰ ভিতৰত থকা সকলোৱে ‘হুৰাহ’ বুলি চিঞৰি তেওঁক সম্ভাষণ জনায়৷’’ সংবাদ সংস্থা কেচিএনএ-এ এইদৰে কয়৷ সংবাদ সংস্থাটোৰ মতে কিম জং উনৰ পত্নীয়ে অনুষ্ঠানটোত অংশগ্ৰহণ কৰা শিল্পীসকলৰ সৈতে ফ’টোও উঠে৷

 

উল্লেখ্য যে স্বামী কিম জং উনৰ সৈতে প্ৰায়ে সামাজিক-ব্যৱসায়িক অনুষ্ঠান, সামৰিক ভ্ৰমণ আদিত উপস্থিত থাকি ৰি চুল জুৱে আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ দৃষ্টিত পৰি আহিছে৷ কিন্তু যোৱা কেবামাহ ধৰি কিমৰ সৈতে পত্নীক ৰাজহুৱা অনুষ্ঠানত অনুপস্থিত থকাত তেওঁ গৰ্ভধাৰণ কৰা বুলি চৰ্চা চলিছিল৷

 

ইফালে চিৰ বৈৰী ৰাষ্ট্ৰ দক্ষিণ কোৰিয়াৰ চোৰাংচোৱাই প্ৰকাশ কৰিছিল যে কিমৰ পত্নীয়ে কোভিড-১৯ৰ সংক্ৰমণৰ পৰা নিজকে সুৰক্ষিত ৰাখিবলৈ ৰাজহুৱা কাৰ্যসূচীৰ পৰা বিৰত আছিল৷ দক্ষিণ কোৰিয়াৰ চোৰাংচোৱা সংস্থাসমূহৰ মতে কিম আৰু ৰি চুল জুৰ তিনিটাকৈ সন্তান আছে আৰু ৰাজহুৱা অনুষ্ঠানৰ পৰা আঁতৰি থাকি জুৱে নিজ সন্তানৰ সৈতে সময় অতিবাহিত কৰিছিল৷

 

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24kim jong-unnorth koreaRi Sol JuSouth Korea
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিনামূলীয়া লেনদেনৰ দিন শেষ! ১৫ ফেব্ৰুৱাৰীৰ পৰা খৰচ বাঢ়িল SBI গ্ৰাহকৰ
জীৱনশৈলী

বিনামূলীয়া লেনদেনৰ দিন শেষ! ১৫ ফেব্ৰুৱাৰীৰ পৰা খৰচ বাঢ়িল SBI গ্ৰাহকৰ

January 17, 2026
সকলো কথা প্ৰচাৰ হৈ থাকিলে কেতিয়াবা কিন্তু বিপক্ষক সহায় কৰাহে হয়ঃগৰিমা শইকীয়া গাৰ্গ
জীৱনশৈলী

সকলো কথা প্ৰচাৰ হৈ থাকিলে কেতিয়াবা কিন্তু বিপক্ষক সহায় কৰাহে হয়ঃগৰিমা শইকীয়া গাৰ্গ

January 16, 2026
ৰাহুৰ খেলা আৰম্ভ হ’ব, ১৫ এপ্ৰিল পৰ্যন্ত ৩ ৰাশিৰ গোল্ডেন টাইম চলিব
জীৱনশৈলী

ৰাহুৰ খেলা আৰম্ভ হ’ব, ১৫ এপ্ৰিল পৰ্যন্ত ৩ ৰাশিৰ গোল্ডেন টাইম চলিব

January 16, 2026
কাইলৈৰ ৰাশিফলঃ ৰুচক ৰাজযোগত ৰাজকীয় সুখ-সৌভাগ্য লাভ, কেনে হ’ব কৃষ্ণা ত্ৰয়োদশী?
জীৱনশৈলী

কাইলৈৰ ৰাশিফলঃ ৰুচক ৰাজযোগত ৰাজকীয় সুখ-সৌভাগ্য লাভ, কেনে হ’ব কৃষ্ণা ত্ৰয়োদশী?

January 15, 2026
Next Post
বিচ্ছেদৰ কাৰণ কি? ধনুষেৰে বিচ্ছেদৰ পিছতে হাস্পতালত ভর্তি ৰজনীকান্তৰ কন্যা ঐশ্বৰ্য

বিচ্ছেদৰ কাৰণ কি? ধনুষেৰে বিচ্ছেদৰ পিছতে হাস্পতালত ভর্তি ৰজনীকান্তৰ কন্যা ঐশ্বৰ্য

পুনৰ পাকিস্তানত হিন্দু লোকক হত্যা : হাজাৰ হাজাৰ হিন্দুৱে অৱৰোধ কৰিলে ৰাষ্ট্ৰীয় ঘাইপথ

পুনৰ পাকিস্তানত হিন্দু লোকক হত্যা : হাজাৰ হাজাৰ হিন্দুৱে অৱৰোধ কৰিলে ৰাষ্ট্ৰীয় ঘাইপথ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.