• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘নাগালেণ্ডৰ মানুহে মানুহ খায়!’ কিয় এইদৰে ক’লে নাগালেণ্ডৰ এগৰাকী মন্ত্ৰীয়ে?

‘নাগালেণ্ডৰ মানুহে মানুহ খায়!’ কিয় এইদৰে ক’লে নাগালেণ্ডৰ এগৰাকী মন্ত্ৰীয়ে?

4 years ago
পুৰুষৰ এণ্ড্ৰোপজৰ সমস্যা প্ৰকৃততে কি? এই সমস্যাৰ পৰা হাত সাৰিব পাৰিনে?

পুৰুষৰ এণ্ড্ৰোপজৰ সমস্যা প্ৰকৃততে কি? এই সমস্যাৰ পৰা হাত সাৰিব পাৰিনে?

8 hours ago
ফেব্ৰুৱাৰীত ৩বাৰ গোচৰ কৰিব সূৰ্যই, ৰজা হ’ব ৩ৰাশি, দুৰ্দান্ত অগ্ৰগতি

ফেব্ৰুৱাৰীত ৩বাৰ গোচৰ কৰিব সূৰ্যই, ৰজা হ’ব ৩ৰাশি, দুৰ্দান্ত অগ্ৰগতি

9 hours ago
সকলো কথা প্ৰচাৰ হৈ থাকিলে কেতিয়াবা কিন্তু বিপক্ষক সহায় কৰাহে হয়ঃগৰিমা শইকীয়া গাৰ্গ

সকলো কথা প্ৰচাৰ হৈ থাকিলে কেতিয়াবা কিন্তু বিপক্ষক সহায় কৰাহে হয়ঃগৰিমা শইকীয়া গাৰ্গ

10 hours ago
কাইলৈৰ ৰাশিফলঃ বছৰৰ প্ৰথম চতুৰ্গ্ৰহী যোগ, শনিৰ দয়া থাকিব এই ৫ৰাশিত

কাইলৈৰ ৰাশিফলঃ বছৰৰ প্ৰথম চতুৰ্গ্ৰহী যোগ, শনিৰ দয়া থাকিব এই ৫ৰাশিত

10 hours ago
ৰাহুৰ খেলা আৰম্ভ হ’ব, ১৫ এপ্ৰিল পৰ্যন্ত ৩ ৰাশিৰ গোল্ডেন টাইম চলিব

ৰাহুৰ খেলা আৰম্ভ হ’ব, ১৫ এপ্ৰিল পৰ্যন্ত ৩ ৰাশিৰ গোল্ডেন টাইম চলিব

11 hours ago
চিকিৎসকৰ পৰামৰ্শমতেহে শীতত বাহনত ছে*** ৰ উপদেশ দিছিলো! বিতৰ্কৰ পাছতেই ক্ষমা খুজি আকৌ কি কৈছে হানি সিঙে?

চিকিৎসকৰ পৰামৰ্শমতেহে শীতত বাহনত ছে*** ৰ উপদেশ দিছিলো! বিতৰ্কৰ পাছতেই ক্ষমা খুজি আকৌ কি কৈছে হানি সিঙে?

13 hours ago
বৃহস্পতিৰ গোচৰত তৈয়াৰ হ’ব হংস মহাপুৰুষ যোগ, সোণৰ কলমেৰে লিখা হ’ব এই ৩ৰাশিৰ ভাগ্য

বৃহস্পতিৰ গোচৰত তৈয়াৰ হ’ব হংস মহাপুৰুষ যোগ, সোণৰ কলমেৰে লিখা হ’ব এই ৩ৰাশিৰ ভাগ্য

14 hours ago
১০ লাখ টকাৰ তহবিল গঢ়াৰ পৰিকল্পনা আছে? কেনেকৈ কম টকা জমা কৰিয়েই মুঠ ১০ লাখ ধন হাতত পাব?

১০ লাখ টকাৰ তহবিল গঢ়াৰ পৰিকল্পনা আছে? কেনেকৈ কম টকা জমা কৰিয়েই মুঠ ১০ লাখ ধন হাতত পাব?

14 hours ago
সূৰ্যৰ উত্তৰায়নত কেৰিয়াৰত প্ৰচুৰ উন্নতি ৪ৰাশিৰ, ৬মাহ ধৰি চলিব অৰ্থবৃষ্টি

সূৰ্যৰ উত্তৰায়নত কেৰিয়াৰত প্ৰচুৰ উন্নতি ৪ৰাশিৰ, ৬মাহ ধৰি চলিব অৰ্থবৃষ্টি

14 hours ago
প্ৰেমৰ বীমা কৰিছিল প্ৰেমিকে, প্ৰেম এতিয়া বিবাহলৈ ৰূপান্তৰিত হ’ল, এক দশকৰ পাছত বীমাৰ পৰা কিমান লাখ টকা উপাৰ্জন কৰিলে নববিবাহিতাই?

প্ৰেমৰ বীমা কৰিছিল প্ৰেমিকে, প্ৰেম এতিয়া বিবাহলৈ ৰূপান্তৰিত হ’ল, এক দশকৰ পাছত বীমাৰ পৰা কিমান লাখ টকা উপাৰ্জন কৰিলে নববিবাহিতাই?

15 hours ago
‘কোন দোষী, কি শাস্তি পাব দোষীয়ে? সেই বিষয়ত একো বিধান নিদিয়ে কৰনাৰছ আদালতে, কেৱল মৃ**ত্যু স্বাভাৱিক নে অস্বাভাৱিক সেইটোহে নিৰ্ধাৰণ কৰিবলৈ চেষ্টা কৰে!’ ছিংগাপুৰলৈ গৈ দি দেখিলে মনোজ বৰঠাকুৰে?

‘কোন দোষী, কি শাস্তি পাব দোষীয়ে? সেই বিষয়ত একো বিধান নিদিয়ে কৰনাৰছ আদালতে, কেৱল মৃ**ত্যু স্বাভাৱিক নে অস্বাভাৱিক সেইটোহে নিৰ্ধাৰণ কৰিবলৈ চেষ্টা কৰে!’ ছিংগাপুৰলৈ গৈ দি দেখিলে মনোজ বৰঠাকুৰে?

1 day ago
কাইলৈৰ ৰাশিফলঃ ৰুচক ৰাজযোগত ৰাজকীয় সুখ-সৌভাগ্য লাভ, কেনে হ’ব কৃষ্ণা ত্ৰয়োদশী?

কাইলৈৰ ৰাশিফলঃ ৰুচক ৰাজযোগত ৰাজকীয় সুখ-সৌভাগ্য লাভ, কেনে হ’ব কৃষ্ণা ত্ৰয়োদশী?

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, January 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

‘নাগালেণ্ডৰ মানুহে মানুহ খায়!’ কিয় এইদৰে ক’লে নাগালেণ্ডৰ এগৰাকী মন্ত্ৰীয়ে?

editor by editor
July 14, 2022
in উত্তৰ-পূব, ভাৰত
0
‘নাগালেণ্ডৰ মানুহে মানুহ খায়!’ কিয় এইদৰে ক’লে নাগালেণ্ডৰ এগৰাকী মন্ত্ৰীয়ে?
0
SHARES
960
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নাগালেণ্ডৰ এজন মন্ত্ৰী তেওঁৰ স্বভাৱজাত কথনশৈলী, হাস্যৰসৰ বাবে ছ’চিয়েল মিডিয়াৰ লগতে দেশৰ সংবাদ মাধ্যমতো চৰ্চাৰ বিষয় হৈয়েই পৰিছে। প্ৰথমে তেওঁ সৰু চকুৰ বিষয়ে মন্তব্য প্ৰকাশ কৰা এটা ভিডিঅ’ৰ বাবে ভাইৰেল হৈ পৰিছিল। ইয়াৰ পিছতে তেওঁ ইটোৰ পিছত সিটো আমোদজনক মন্তব্যৰ বাবে চৰ্চাৰ কেন্দ্ৰ বিন্দু হৈ পৰিছে৷

সামাজিক মাধ্যমত ভাইৰেল হোৱা এটা ভিডিঅ’ পোষ্টত দেখা গৈছে তেওঁ নাগালেণ্ডৰ সংস্কৃতিৰ বিষয়ে কোৱাৰ লগতে ১৯৯৯ চনত প্ৰথম দিল্লী ভ্ৰমণৰ কথাও স্মৰণ কৰি কেতবোৰ আমোদজনক আৰু মূলসুঁতি মানুহৰ ভুল ধাৰণাক স্বভাৱজাত শৈলীৰে ক্ষুৰধাৰ সমালোচনা কৰিছে।

নাগালেণ্ডৰ এই মন্ত্ৰীজনৰ নাম হৈছে টেমজেন ইমনা আলাং। টেমজেন বৰ্তমান বিজেপিৰ ৰাজ্যিক সভাপতিও। টুইটাৰত প্ৰকাশ কৰা তেওঁৰ এটা ভিডিঅ’ত তেওঁ দিল্লী ষ্টেচনৰ এটা উপাখ্যান বৰ্ণনা কৰিছে।

 

লগতে পঢ়ক ৭০ বছৰত পিতৃ হ’ব ৰাষ্ট্ৰপতি পুটিন! প্ৰেমিকা আলিনা কাবায়েভাৰ গৰ্ভৱতী!

তেওঁ কয় যে ১৯৯৯ চনত যেতিয়া মই প্ৰথমবাৰৰ বাবে দিল্লীলৈ আহি পুৰণি দিল্লী ৰে’লৱে ষ্টেচনত অৱতৰণ কৰিছিলো, তেতিয়া তাত মানুহৰ সংখ্যা দেখি থতমত খাইছিলো। এই সংখ্যা আছিল নাগালেণ্ডৰ সমগ্ৰ জনসংখ্যাতকৈ অধিক। মই থতমত খাই বিশ্বাস কৰিব পৰা নাছিলো।

তেওঁ আৰু কয় যে সাংস্কৃতিকভাৱে চহকী নাগালেণ্ডক লৈ ৰাষ্ট্ৰীয় ৰাজধানীৰ জনসাধাৰণৰ বহু ভুল ধাৰণা আছে। নাগালেণ্ড ক’ত আছে বেছিভাগ মানুহেই নাজানিছিল। তেওঁলোকে মোক সুধিছিল নাগালেণ্ডলৈ যাবলৈ ভিছা লাগে নেকি? নাগালেণ্ডৰ মানুহে মানুহ খায় বুলি এটা উৰাবাতৰিও তেওঁলোকে শুনিছিল। আৰু মোক দেখি তেওঁলোকৰ সন্দেহ আৰু গাঢ় হৈ পৰিছিল৷ দেখাত বেলেগ, খোৱা-বোৱাত বেলেগ আৰু বিচাৰধাৰাও বেলেগ৷ এইদৰেই আমি ৫০ৰ পৰা ৬০ বছৰ পাৰ কৰি আহিলো৷

 

1999 की और एक बातें… pic.twitter.com/BZnk4lF3uZ

— Temjen Imna Along (@AlongImna) July 13, 2022

 

লগতে পঢ়ক অতি জঘন্য কাণ্ড! পত্নীক ধৰ্ষণ কৰোৱাই বন্ধুৰ পৰা ধন ঘটে স্বামীয়ে, ইয়াৰ পিছত হ’ল কি?

টেমজেন ইমনা আলাঙে নিজৰ ধেমেলীয়া কথনশৈলীয়ে মানুহক এইবাৰেই স্তম্ভিত কৰি তুলা নাই, ইয়াৰ পূৰ্বে তেওঁ জনসংখ্যা বৃদ্ধিৰ সন্দৰ্ভত এক অতি অনন্য সমাধান দাঙি ধৰিছিল।

তেওঁ লিখিছিল যে জনসংখ্যা বৃদ্ধিৰ বিষয়সমূহৰ বিষয়ে বুদ্ধিমান হওক আৰু সন্তান জন্ম দিয়াৰ ক্ষেত্ৰত বুদ্ধিমত্তাৰ পৰিচয় দিয়ক বা মোৰ দৰে অবিবাহিত হৈ থাকক আৰু আমি একেলগে যাতে বহনক্ষম ভৱিষ্যতৰ দিশত অৰিহণা যোগাব পাৰো। ‘একক আন্দোলন’ত যোগদান কৰো আহক।

 

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamnagalandNagaland MinisterTemjen Imna Along
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সকলো কথা প্ৰচাৰ হৈ থাকিলে কেতিয়াবা কিন্তু বিপক্ষক সহায় কৰাহে হয়ঃগৰিমা শইকীয়া গাৰ্গ
জীৱনশৈলী

সকলো কথা প্ৰচাৰ হৈ থাকিলে কেতিয়াবা কিন্তু বিপক্ষক সহায় কৰাহে হয়ঃগৰিমা শইকীয়া গাৰ্গ

January 16, 2026
ৰাহুৰ খেলা আৰম্ভ হ’ব, ১৫ এপ্ৰিল পৰ্যন্ত ৩ ৰাশিৰ গোল্ডেন টাইম চলিব
জীৱনশৈলী

ৰাহুৰ খেলা আৰম্ভ হ’ব, ১৫ এপ্ৰিল পৰ্যন্ত ৩ ৰাশিৰ গোল্ডেন টাইম চলিব

January 16, 2026
কাইলৈৰ ৰাশিফলঃ ৰুচক ৰাজযোগত ৰাজকীয় সুখ-সৌভাগ্য লাভ, কেনে হ’ব কৃষ্ণা ত্ৰয়োদশী?
জীৱনশৈলী

কাইলৈৰ ৰাশিফলঃ ৰুচক ৰাজযোগত ৰাজকীয় সুখ-সৌভাগ্য লাভ, কেনে হ’ব কৃষ্ণা ত্ৰয়োদশী?

January 15, 2026
উপাৰ্জনৰ বাবে প্ৰেমিকক অন্য পুৰুষৰ শয্যাসংগী হ’বলৈ বাধ্য কৰিছে প্ৰেমিকাই! আয় শুনিলে চকু কঁপালত উঠিব আপোনাৰ
বিবিধ

উপাৰ্জনৰ বাবে প্ৰেমিকক অন্য পুৰুষৰ শয্যাসংগী হ’বলৈ বাধ্য কৰিছে প্ৰেমিকাই! আয় শুনিলে চকু কঁপালত উঠিব আপোনাৰ

January 15, 2026
Next Post
পাকিস্তানত ১৬ বছৰীয়া হিন্দু কিশোৰীক অপহৰণ, ধৰ্মান্তৰিত কৰোৱাই বলপূৰ্বক বিবাহ

পাকিস্তানত ১৬ বছৰীয়া হিন্দু কিশোৰীক অপহৰণ, ধৰ্মান্তৰিত কৰোৱাই বলপূৰ্বক বিবাহ

আলিয়াৰ পিছত কেটৰিনাও গৰ্ভৱতী! কিয় চৰ্চালৈ আহিল কেটৰিনা?

আলিয়াৰ পিছত কেটৰিনাও গৰ্ভৱতী! কিয় চৰ্চালৈ আহিল কেটৰিনা?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.