• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভাৰতৰ আত্মাৰ ওপৰত আক্ৰমণ কৰা সন্ত্ৰাসবাদী য’তেই লুকাই নাথাকক এটা এটাকৈ ওলিয়াই শেষ কৰা হ’বঃ PM নৰেন্দ্ৰ মোদী

ভাৰতৰ আত্মাৰ ওপৰত আক্ৰমণ কৰা সন্ত্ৰাসবাদী য’তেই লুকাই নাথাকক এটা এটাকৈ ওলিয়াই শেষ কৰা হ’বঃ PM নৰেন্দ্ৰ মোদী

11 months ago
দেৱগুৰুৰ ঘৰলৈ আহিব বুধ, এপ্ৰিলৰ প্ৰথম দিনৰ পৰাই ধনৰ বৃষ্টি হ’ব এই ৪ৰাশিত

দেৱগুৰুৰ ঘৰলৈ আহিব বুধ, এপ্ৰিলৰ প্ৰথম দিনৰ পৰাই ধনৰ বৃষ্টি হ’ব এই ৪ৰাশিত

20 minutes ago
৩দিন পাছত অস্ত যাব শনি, ৩৯ দিন নানান বিপদ আহিব পাৰে এই ৩ ৰাশিৰ জীৱনলৈ, সাৱধানে থাকিব কোন কোন ৰাশিৰ জাতক?

৩দিন পাছত অস্ত যাব শনি, ৩৯ দিন নানান বিপদ আহিব পাৰে এই ৩ ৰাশিৰ জীৱনলৈ, সাৱধানে থাকিব কোন কোন ৰাশিৰ জাতক?

47 minutes ago
মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

2 weeks ago
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

2 weeks ago
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

2 weeks ago
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

2 weeks ago
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

2 weeks ago
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

2 weeks ago
আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

2 weeks ago
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

2 weeks ago
শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

2 weeks ago
মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

2 weeks ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, March 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ভাৰতৰ আত্মাৰ ওপৰত আক্ৰমণ কৰা সন্ত্ৰাসবাদী য’তেই লুকাই নাথাকক এটা এটাকৈ ওলিয়াই শেষ কৰা হ’বঃ PM নৰেন্দ্ৰ মোদী

ভাৰতৰ আত্মাৰ ওপৰত আক্ৰমণ কৰা সন্ত্ৰাসবাদী য’তেই লুকাই নাথাকক এটা এটাকৈ ওলিয়াই শেষ কৰা হ’বঃ PM নৰেন্দ্ৰ মোদী

editor by editor
April 24, 2025
in জীৱনশৈলী
0
ভাৰতৰ আত্মাৰ ওপৰত আক্ৰমণ কৰা সন্ত্ৰাসবাদী য’তেই লুকাই নাথাকক এটা এটাকৈ ওলিয়াই শেষ কৰা হ’বঃ PM নৰেন্দ্ৰ মোদী
0
SHARES
321
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পাছতেই ওলোটাই একশ্ব্যন মুডত আছে ভাৰত৷ জম্মু-কাশ্মীৰৰ প্ৰতিটো কোণত চলিছে সন্ত্ৰাসবাদী বিচাৰি অভিযান৷ পহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পাছতেই আজি সৰ্বদলীয় বৈঠকো মাতিছে কেন্দ্ৰীয় চৰকাৰে৷ সন্ধিয়া ৬ বজাত সংসদ ভৱনত এই বৈঠক অনুষ্ঠিত হব৷ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে সমস্ত ৰাজনৈতিক দলৰ সৈতে মিলিত হ’ব৷

এই বৈঠকৰ পূৰ্বেই বিহাৰৰ পৰা ডাঙৰ বাৰ্তা দিলে প্ৰধানমন্ত্ৰী মোদীয়ে৷ নিহতৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰি প্ৰধানমন্ত্ৰীয়ে ভাষণৰ পূৰ্বে ২ মিনিট মৌন প্ৰাৰ্থনাও কৰে৷ পহেলগামত নিহতসকলৰ প্ৰতি সমবেদনা জনাই প্ৰধানমন্ত্ৰীয়ে হাতযোৰ কৰি ওম শান্তি মন্তপাঠো কৰে৷ ইয়াৰপাছতেই সন্ত্ৰাসবাদীৰ বিৰুদ্ধে চৰম বাৰ্তা দিছে প্ৰধানমন্ত্ৰীগৰাকীয়ে৷

বিহাৰৰ মধুবনিৰ অনুষ্ঠানৰ পৰা মোদীয়ে কয়, ‘কাশ্মীৰত বাছি বাছি হিন্দু নিধন কৰা হৈছে৷ পহেলগামত নিৰীহসকলক নিৰ্মমভাৱে হত্যা কৰিছে সন্ত্ৰাসবাদীয়ে৷ এই আক্ৰমণ কেৱল পৰ্যটকৰ ওপৰতেই নহয়, এয়া ভাৰতৰ আত্মাৰ ওপৰত আক্ৰমণ৷ আক্ৰমণকাৰী আৰু ষড়যন্ত্ৰকাৰীয়ে কল্পনাও কৰিব নোৱাৰিব তেওঁলোকৰ শাস্তি কি হব৷ আক্ৰমণকাৰী আৰু ষড়যন্ত্ৰকাৰীসকলক এটা এটাকৈ বাচি ওলিয়াই শাস্তি দিব ভাৰতে৷ ১৪০ কোটি মানুহৰ ইচ্ছাশক্তিয়ে সন্ত্ৰাসবাদৰ কঁকাল ভাঙিব৷ আক্ৰমণকাৰীক কল্পনাতীত শাস্তি দিম৷’

https://x.com/ANI/status/1915311175077945455

প্রধানমন্ত্ৰী মোদীয়ে লগতে কয়, ‘কোটি কোটি ভাৰতবাসী আজি শোকগ্ৰস্ত৷ নিহতৰ পৰিয়ালৰ কাষত আছে আজি সমগ্ৰ দেশ৷ যিসকলৰ চিকিৎসা চলিছে তেওঁলোক দ্ৰুতভাৱে সুস্থ হৈ উঠক, তেওঁলোকৰ বাবে চৰকাৰে সকলো ধৰণৰ চেষ্টা কৰিব৷ এই আক্ৰমণত কোনোৱে যদি পুত্ৰক হেৰুৱাইছে, কোনোৱে ভাতৃক হেৰুৱাইছে, কোনোৱে স্বামীক হেৰুৱাইছে৷ আজি তেওঁলোকৰ মৃত্যুত কাৰ্গিলৰ পৰা কন্যাকুমাৰীলৈকে আমাৰ সকলোৰে শোকবোৰ ক্ষোভলৈ পৰিণত হৈছে৷ আজি বিহাৰৰ মাটিৰ পৰা আমি সমগ্ৰ বিশ্বক জনাব খুজিছো, ভাৰতে অৱশ্যেই প্ৰত্যেকজন সন্ত্ৰাসবাদীক বিচাৰি ওলিয়াব৷ চিহ্নিত কৰি শাস্তি দিব৷’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দেৱগুৰুৰ ঘৰলৈ আহিব বুধ, এপ্ৰিলৰ প্ৰথম দিনৰ পৰাই ধনৰ বৃষ্টি হ’ব এই ৪ৰাশিত
জীৱনশৈলী

দেৱগুৰুৰ ঘৰলৈ আহিব বুধ, এপ্ৰিলৰ প্ৰথম দিনৰ পৰাই ধনৰ বৃষ্টি হ’ব এই ৪ৰাশিত

March 10, 2026
৩দিন পাছত অস্ত যাব শনি, ৩৯ দিন নানান বিপদ আহিব পাৰে এই ৩ ৰাশিৰ জীৱনলৈ, সাৱধানে থাকিব কোন কোন ৰাশিৰ জাতক?
জীৱনশৈলী

৩দিন পাছত অস্ত যাব শনি, ৩৯ দিন নানান বিপদ আহিব পাৰে এই ৩ ৰাশিৰ জীৱনলৈ, সাৱধানে থাকিব কোন কোন ৰাশিৰ জাতক?

March 10, 2026
মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট
জীৱনশৈলী

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

February 22, 2026
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য
জীৱনশৈলী

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

February 22, 2026
Next Post
শিপাৰে সৈতে উভালি পেলোৱাৰ সময় আহি পৰিছে, সমগ্ৰ বিশ্বক বিশেষ বাৰ্তা মোদীৰ

শিপাৰে সৈতে উভালি পেলোৱাৰ সময় আহি পৰিছে, সমগ্ৰ বিশ্বক বিশেষ বাৰ্তা মোদীৰ

পাকিস্তানৰ বিৰুদ্ধে একচন মোডত ভাৰত, মিছাইলেৰে সাগৰৰ বুকুত যুদ্ধৰ দামামা ভাৰতীয় নৌসেনাৰ

পাকিস্তানৰ বিৰুদ্ধে একচন মোডত ভাৰত, মিছাইলেৰে সাগৰৰ বুকুত যুদ্ধৰ দামামা ভাৰতীয় নৌসেনাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.