অসম লাইভ ২৪: এক সুমধুৰ সম্পৰ্ক প্ৰেম৷ প্ৰেমৰ সম্পৰ্কত বান্ধ খাই থকা কাপলসকলে উদযাপন কৰে ভেলেণ্টাইন ডে’৷ পিছে, প্ৰেমিকৰ বাবে বান্ধি দিয়া হৈছে এটা বিশেষ দিন৷ আজি national boyfriend day. আজি দেশজুৰি প্ৰেমিকাই শুভেচ্ছাৰে ওপচাই পেলাইছে প্ৰেমিকক৷ প্ৰতি বছৰে ৩ অক্টোবৰত পালন কৰা হয় national boyfriend day হিচাপে৷ ২০১৪ চনৰ পৰা এই বিশেষ দিনটোক প্ৰেমিকৰ দিন হিচাপে উদযাপন কৰি আহিছে কাপলসকলে৷ আপুনি হয়তো ভাবিছে কেৱল প্ৰেমিকৰ বাবেই আছে নেকি এটা দিন! আপোনাক জনাই থওঁ প্ৰেমিকাৰ বাবেও আছে national girlfriend day. প্ৰতিবছৰে আগষ্ট মাহৰ ১ তাৰিখে পালন কৰা হয় national girlfriend day.
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ