• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চৰকাৰৰ প্ৰতি ক্ষোভ! আলফা(স্বা)ত যোগদান প্ৰতিভাৱান খেলুৱৈৰ

চৰকাৰৰ প্ৰতি ক্ষোভ! আলফা(স্বা)ত যোগদান প্ৰতিভাৱান খেলুৱৈৰ

4 years ago
DA বৃদ্ধিৰ ফলত কৰ্মচাৰীৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পৰিব?

DA বৃদ্ধিৰ ফলত কৰ্মচাৰীৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পৰিব?

6 hours ago
জীৱন সংগী বাচনিৰ ক্ষেত্ৰত মনত ৰাখিব এইকেইটা কথা, কেতিয়াও নহয় বিপদ!

জীৱন সংগী বাচনিৰ ক্ষেত্ৰত মনত ৰাখিব এইকেইটা কথা, কেতিয়াও নহয় বিপদ!

7 hours ago
মানি প্লাণ্ট ঘৰত ৰখাৰ পিছতো আৰ্থিক উন্নতি হোৱা নাই নেকি? তেন্তে কৰিছে ভুল

মানি প্লাণ্ট ঘৰত ৰখাৰ পিছতো আৰ্থিক উন্নতি হোৱা নাই নেকি? তেন্তে কৰিছে ভুল

7 hours ago
ব’হাগৰ অমৱস্যাত সলনি হ’ব ৪ ৰাশিৰ জীৱন, বিপদৰ পূৰ্বে হওক সাৱধান!

ব’হাগৰ অমৱস্যাত সলনি হ’ব ৪ ৰাশিৰ জীৱন, বিপদৰ পূৰ্বে হওক সাৱধান!

8 hours ago
কোন ৰাশিৰ লোকে হীৰাৰ আঙুঠি পিন্ধিব লাগে? নকৰিব ভুল!

কোন ৰাশিৰ লোকে হীৰাৰ আঙুঠি পিন্ধিব লাগে? নকৰিব ভুল!

9 hours ago
নাৰীয়ে পুৰুষৰ পৰা প্ৰথমে কি বিচাৰে? জানি হ’ব আচৰিত

নাৰীয়ে পুৰুষৰ পৰা প্ৰথমে কি বিচাৰে? জানি হ’ব আচৰিত

9 hours ago
ভোটদানে ভংগ কৰিলে পূৰ্বৰ অভিলেখ, অসমৰ ৰাজসিংহাসনত কোন, হিমন্ত নে গৌৰৱ?

ভোটদানে ভংগ কৰিলে পূৰ্বৰ অভিলেখ, অসমৰ ৰাজসিংহাসনত কোন, হিমন্ত নে গৌৰৱ?

10 hours ago
অনবৰতে ভৰিৰ বিষ অনুভৱ, এয়া কি ৰোগৰ লক্ষণ?

অনবৰতে ভৰিৰ বিষ অনুভৱ, এয়া কি ৰোগৰ লক্ষণ?

10 hours ago
ৰ’দত বাহিৰলৈ গ’লে মূৰৰ বিষ উঠে নেকি ? হ’ব পাৰে কোনো ৰোগৰ লক্ষণ

ৰ’দত বাহিৰলৈ গ’লে মূৰৰ বিষ উঠে নেকি ? হ’ব পাৰে কোনো ৰোগৰ লক্ষণ

11 hours ago
বৈভৱ সূৰ্যবংশীৰ যাদু! পিছ পেলাব নেকি বিৰাট কোহলিক?

বৈভৱ সূৰ্যবংশীৰ যাদু! পিছ পেলাব নেকি বিৰাট কোহলিক?

12 hours ago
ভোটদানৰ পিছত আঙুলিত দিয়া চিয়াঁহীৰ দাগ কিয় সহজে নাযায়? আঁৰত আছে ডাঙৰ কাৰণ

ভোটদানৰ পিছত আঙুলিত দিয়া চিয়াঁহীৰ দাগ কিয় সহজে নাযায়? আঁৰত আছে ডাঙৰ কাৰণ

12 hours ago
Induction ৰ মাজৰ অংশ বৃত্তাকাৰ কিয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

Induction ৰ মাজৰ অংশ বৃত্তাকাৰ কিয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

13 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

চৰকাৰৰ প্ৰতি ক্ষোভ! আলফা(স্বা)ত যোগদান প্ৰতিভাৱান খেলুৱৈৰ

editor by editor
April 20, 2022
in অসম, ৰাজনীতি
0
চৰকাৰৰ প্ৰতি ক্ষোভ! আলফা(স্বা)ত যোগদান প্ৰতিভাৱান খেলুৱৈৰ
0
SHARES
223
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পৰিয়াল তথা অভিভাৱকসকলৰ চিন্তা আৰু শংকাত পেলাই ৰাজ্যত যুৱক-যুৱতীয়ে নিষিদ্ধ ঘোষিত আলফা(স্বাধীন)ত যোগদানৰ সংখ্যা ক্ৰমশঃ বৃদ্ধি পাবলৈ ধৰিছে৷

যোৱা মঙলবাৰে নাহৰকটীয়া আৰু শিৱসাগৰৰ পংকজ গগৈ আৰু পংকজ মেচ নামৰ দুজন যুৱকে আলফা(স্বাধীন)ত যোগদান কৰাৰ দিনাই নামনি অসমৰো এজন যুৱকে আলফা(স্বা)ত যোগদান কৰাৰ খবৰ আহিছে৷

প্ৰকাশিত খবৰ অনুসৰি পাঠশালা অঞ্চলৰ এজন প্ৰতিভাৱান খেলুৱৈ বিভাকৰ কলিতা(২৩)ই আলফা(স্বাধীন)ত যোগদান কৰাৰ কথা পোঁহৰলৈ আহিছে।

লগতে পঢ়ক এমাহৰ পিছতে বিয়া : ভাবী স্বামীৰ ডিঙিত ছুৰিকাঘাত কইনাৰ! কিন্তু কিয়?

যোৱা ৯ মাৰ্চত বিভাকৰ কলিতাই বাক্সা জিলাৰ শিমলাৰ কমলা শইকীয়া নামৰ যুৱকজনৰ সৈতে তিনিচুকীয়াৰ খুৰাকৰ ঘৰলৈ ওলাই যোৱাৰ পিছত ১০ মাৰ্চত ভগ্নীলৈ ফোন কৰাৰ পিছৰে পৰা মোবাইল ফোন বন্ধ কৰি পৰিয়ালৰ সৈতে যোগাযোগ বিচ্ছিন্ন কৰে।

ইয়াৰ পিছতে আৰক্ষীয়ে বিভাকৰ কলিতাৰ পিতৃ পুৰুষোত্তম কলিতাক পুত্ৰই আলফা(স্বা)ত যোগদান কৰাৰ কথা অৱগত কৰে৷ একমাত্ৰ পুত্ৰই আলফা(স্বা)ত যোগদান দিয়াৰ খবৰে পৰিয়ালটোৰ লগতে সমগ্ৰ পঠাশালাবাসীকে শোকত ম্ৰিয়মান কৰি তুলিছে৷

বিভাকৰ কলিতা মিক্সড মাৰ্চিয়েল আৰ্টৰ এগৰাকী প্ৰতিভাৱান খেলুৱৈ৷ তেওঁ ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতা অংশগ্ৰহণ কৰি ৰাজ্যলৈ গৌৰৱ কঢ়িয়াই আনিছিল। এই প্ৰতিভাসম্পন্ন খেলুৱৈগৰাকীয়ে নিষিদ্ধ ঘোষিত সংগঠনত যোগদান কৰা খবৰে পাঠশালাবাসীক শোকস্তব্ধ কৰি তুলিছে।

লগতে পঢ়ক বিবাহস্থলীতে দৰাৰ গালত দুটা পূৰ্ণতীয়া চৰ কইনাৰ, কিয় দিলে এই চৰ? চাওক ভিডিঅ’

একাংশ স্থানীয় ৰাইজৰ মতে প্ৰতিভাৱান খেলুৱৈগৰাকীয়ে চৰকাৰৰ তৰফৰ পৰা কোনো ধৰণৰ সহায়-সহযোগ লাভ নকৰি হতাশা আৰু ক্ষোভতে আলফা(স্বা)ত যোগদান কৰা বুলি প্ৰকাশ কৰিছে৷

ইফালে একমাত্ৰ পুত্ৰই আলফা(স্বা)ত যোগদানৰ খবৰ লাভ কৰিয়ে ৰুগীয়া মাতৃ আৰু পিতৃয়ে পৰেশ অসমক তেওঁলোকৰ পুত্ৰক ঘৰলৈ ঘূৰাই পঠিয়াবলৈ কাতৰ আহ্বান জনাইছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal of Assamparesh axomparesh baruaULFA(I)
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভোটদানে ভংগ কৰিলে পূৰ্বৰ অভিলেখ, অসমৰ ৰাজসিংহাসনত কোন, হিমন্ত নে গৌৰৱ?
অসম

ভোটদানে ভংগ কৰিলে পূৰ্বৰ অভিলেখ, অসমৰ ৰাজসিংহাসনত কোন, হিমন্ত নে গৌৰৱ?

April 9, 2026
আগতে মই সদায়ে জুবিনৰ সৈতেই ভোটদান কৰিবলৈ আহিছিলো, এইবাৰ অকলে আহিছো, জুবিনে ন্যায় সোনকালে পাওকঃ গৰিমা শইকীয়া গাৰ্গ
অসম

আগতে মই সদায়ে জুবিনৰ সৈতেই ভোটদান কৰিবলৈ আহিছিলো, এইবাৰ অকলে আহিছো, জুবিনে ন্যায় সোনকালে পাওকঃ গৰিমা শইকীয়া গাৰ্গ

April 9, 2026
উন্নয়নৰ আন এক নামেই বিজেপি, এন ডি এ, এইবাৰ অভূতপূৰ্ব ৰিজাল্ট আমি পামঃ পীয়ুষ হাজৰিকা
অসম

উন্নয়নৰ আন এক নামেই বিজেপি, এন ডি এ, এইবাৰ অভূতপূৰ্ব ৰিজাল্ট আমি পামঃ পীয়ুষ হাজৰিকা

April 9, 2026
জনগণৰ মৌলিক অধিকাৰ, জাতীয় সংকট, ঐতিহ্য ৰক্ষাৰ সংকটৰ মাজত জনতাই পৰিবৰ্তন বিচাৰিছে, এইবাৰ জনতাই নতুন অসম গঢ়িবঃ লুৰিণজ্যোতি গগৈ
অসম

জনগণৰ মৌলিক অধিকাৰ, জাতীয় সংকট, ঐতিহ্য ৰক্ষাৰ সংকটৰ মাজত জনতাই পৰিবৰ্তন বিচাৰিছে, এইবাৰ জনতাই নতুন অসম গঢ়িবঃ লুৰিণজ্যোতি গগৈ

April 9, 2026
Next Post
পত্নী পৰ্ণ তাৰকা! পাঁচ সন্তানৰ সন্মুখতে ছুৰিকাঘাত কৰি হত্যা স্বামীৰ

পত্নী পৰ্ণ তাৰকা! পাঁচ সন্তানৰ সন্মুখতে ছুৰিকাঘাত কৰি হত্যা স্বামীৰ

চৰকাৰে প্ৰতি মাহে একাউণ্টত দিব ৫ হাজাৰ টকা, কেনেকৈ লাভ কৰিব এই ধন?

চৰকাৰে প্ৰতি মাহে একাউণ্টত দিব ৫ হাজাৰ টকা, কেনেকৈ লাভ কৰিব এই ধন?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.