• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
টাটাই কৰিছে সমগ্ৰ সাজ-সজ্জা! ১২০০ কোটিৰ সংসদ ভৱন, ক’ত কিমান ধন খৰচ কৰিছে মোদী চৰকাৰে?

টাটাই কৰিছে সমগ্ৰ সাজ-সজ্জা! ১২০০ কোটিৰ সংসদ ভৱন, ক’ত কিমান ধন খৰচ কৰিছে মোদী চৰকাৰে?

3 years ago
বিহাৰৰ মছনদত সম্ৰাট চৌধুৰী, জানেনে এই বিজেপি নেতাৰ শিক্ষাগত যোগ্যতা আৰু মুঠ সম্পদৰ পৰিমাণ কিমান?

বিহাৰৰ মছনদত সম্ৰাট চৌধুৰী, জানেনে এই বিজেপি নেতাৰ শিক্ষাগত যোগ্যতা আৰু মুঠ সম্পদৰ পৰিমাণ কিমান?

4 hours ago
লতা-আশাৰ স্মৃতিত বৃহৎ উদ্যোগ মঙ্গেছকাৰ পৰিয়ালৰ, এছিয়াৰ সকলোতকৈ ডাঙৰ হাস্পতাল ভাৰততে তৈয়াৰ কৰাৰ কথা ঘোষণা

লতা-আশাৰ স্মৃতিত বৃহৎ উদ্যোগ মঙ্গেছকাৰ পৰিয়ালৰ, এছিয়াৰ সকলোতকৈ ডাঙৰ হাস্পতাল ভাৰততে তৈয়াৰ কৰাৰ কথা ঘোষণা

5 hours ago
দিনজুৰি ক্লান্ত অনুভৱ হয়? শৰীৰত ৫ উপসৰ্গ দেখিলে সতৰ্ক হওক, পুষ্টিৰ ঘাটি হৈছে নেকি, কেনেকৈ জানিব?

দিনজুৰি ক্লান্ত অনুভৱ হয়? শৰীৰত ৫ উপসৰ্গ দেখিলে সতৰ্ক হওক, পুষ্টিৰ ঘাটি হৈছে নেকি, কেনেকৈ জানিব?

6 hours ago
HDFC বেংকৰ পৰা ৭ বছৰৰ বাবে ১১ লাখৰ  Personal Loanত কিমান টকা EMI দিব লাগিব?

HDFC বেংকৰ পৰা ৭ বছৰৰ বাবে ১১ লাখৰ Personal Loanত কিমান টকা EMI দিব লাগিব?

6 hours ago
অক্ষয় তৃতীয়াত একাধিক ৰাজযোগত শ্ৰীবৃদ্ধি, ৫ৰাশিৰ উন্নতি পাক্কা

অক্ষয় তৃতীয়াত একাধিক ৰাজযোগত শ্ৰীবৃদ্ধি, ৫ৰাশিৰ উন্নতি পাক্কা

6 hours ago
অৱসৰত ৯ কোটি টকা পাবলৈ মাহিলী কিমান ধন বিনিয়োগ কৰিব লাগিব? জানি থওক হিচাপ

অৱসৰত ৯ কোটি টকা পাবলৈ মাহিলী কিমান ধন বিনিয়োগ কৰিব লাগিব? জানি থওক হিচাপ

7 hours ago
বুধবাৰে গল্ডেন টাইম এই ৫ৰাশিৰ, অৰ্থকষ্ট দূৰ হ’ব, ঘূৰিব অৰ্থভাগ্য

বুধবাৰে গল্ডেন টাইম এই ৫ৰাশিৰ, অৰ্থকষ্ট দূৰ হ’ব, ঘূৰিব অৰ্থভাগ্য

8 hours ago
‘৯০ লাখ নিদিলে কাষলৈ নাহিব…’ ফুলশয্যাৰ নিশা পাত্ৰক ধমকি নৱবিবাহিতাৰ, তাৰপিছত?

‘৯০ লাখ নিদিলে কাষলৈ নাহিব…’ ফুলশয্যাৰ নিশা পাত্ৰক ধমকি নৱবিবাহিতাৰ, তাৰপিছত?

8 hours ago
চন্দ্ৰ, মঙ্গলত মাটি বিক্ৰি কৰে, দিয়ে মাটিৰ দলিলো! ৪৫ বছৰ ধৰি কোটি কোটি ধন আয় কৰা কোন এই ব্যক্তি?

চন্দ্ৰ, মঙ্গলত মাটি বিক্ৰি কৰে, দিয়ে মাটিৰ দলিলো! ৪৫ বছৰ ধৰি কোটি কোটি ধন আয় কৰা কোন এই ব্যক্তি?

9 hours ago
আশাৰ ৫৬ বছৰীয়া কন্যা বৰ্ষাই নিজৰ জীৱন শেষ কৰাৰ পথ কিয় বাচি লৈছিল? কিন্তু কি কাৰণ?

আশাৰ ৫৬ বছৰীয়া কন্যা বৰ্ষাই নিজৰ জীৱন শেষ কৰাৰ পথ কিয় বাচি লৈছিল? কিন্তু কি কাৰণ?

10 hours ago
মে মাহতেই প্ৰমোছন, ব্যৱসায়ত বাম্পাৰ লাভ ৪ৰাশিৰ, পুনৰ্বসু নক্ষত্ৰত গুৰুৱে কৰিব গোচৰ

মে মাহতেই প্ৰমোছন, ব্যৱসায়ত বাম্পাৰ লাভ ৪ৰাশিৰ, পুনৰ্বসু নক্ষত্ৰত গুৰুৱে কৰিব গোচৰ

10 hours ago
নৱবৰ্ষৰ প্ৰথম দিনাই সৌভাগ্যৰ দুৱাৰ খুলিব, মেজিকৰ দৰে ভাগ্য ঘূৰিব এই ৫ৰাশিৰ জাতকৰ

নৱবৰ্ষৰ প্ৰথম দিনাই সৌভাগ্যৰ দুৱাৰ খুলিব, মেজিকৰ দৰে ভাগ্য ঘূৰিব এই ৫ৰাশিৰ জাতকৰ

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, April 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

টাটাই কৰিছে সমগ্ৰ সাজ-সজ্জা! ১২০০ কোটিৰ সংসদ ভৱন, ক’ত কিমান ধন খৰচ কৰিছে মোদী চৰকাৰে?

editor by editor
September 19, 2023
in ভাৰত, ৰাজনীতি
0
টাটাই কৰিছে সমগ্ৰ সাজ-সজ্জা! ১২০০ কোটিৰ সংসদ ভৱন, ক’ত কিমান ধন খৰচ কৰিছে মোদী চৰকাৰে?
0
SHARES
256
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ মঙলবাৰৰ পৰা নতুন সংসদভৱনতেই বহিছে বিশেষ অধিবেশন৷ লোকসভাৰ কাৰ্যক্ৰম দুপৰীয়া ১ বাজি ১৫ মিনিটত আৰম্ভ হয় আৰু ৰাজ্যসভাৰ কাৰ্যক্ৰম আৰম্ভ হয় দুপৰীয়া ২বাজি ১৫ মিনিটৰ পৰা৷ মুঠ ১২৮০ জন সাংসদ বহাৰ ব্যৱস্থা আছে এই নতুন ভৱনত৷ এই অত্যাধুনিক নতুন সংসদ ভৱন তৈয়াৰ কৰোতে খৰচ হৈছে প্ৰায় ১২০০ কোটি টকা৷ ১২০০ কোটিৰে নিৰ্মাণ কৰা এই নতুন সংসদ ভৱনৰ বিশেষত্ব কি কি?

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৩ চনৰ মে মাহতেই এই নতুন সংসদ ভৱন উদ্বোধন কৰিছিল৷ লোকসভাৰ কক্ষত মুঠ ৪৪৪ জন সদস্য বহাৰ ব্যৱস্থা আছে আৰু ৰাজ্যসভাৰ কক্ষত মুঠ ৩০০ জন সদস্য বহাৰ ব্যৱস্থা আছে৷ উভয় কক্ষৰ যৌথ বৈঠকৰ বাবে লোকসভাৰ কক্ষত মুঠ ১২৮০ জন সদস্য বহিব পাৰে৷ প্ৰথমে এই প্ৰকল্পৰ বাবে খৰচ আছিল ১০০০ কোটি টকাতকৈয়ো কম৷ ২০২০ চনৰ ১০ ডিচেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন সংসদ ভৱনৰ নিৰ্মাণৰ কাম হাতত লোৱা হৈছিল৷ এই হিচাপত মাত্ৰ ৩ বছৰতকৈয়ো কম সময়ত প্ৰস্তুত কৰা হৈছে নতুন সংসদভৱন৷ মুঠ ৬৪,৫০০ স্কোৱাৰ মিটাৰ এলেকা জুৰি তৈয়াৰ কৰা হৈছে এই নতুন ভৱন৷ ত্ৰিভূজাকাৰ ভৱনটোৰ ক্ষেত্ৰতফল পুৰণা সংসদ ভৱনতকৈ প্ৰায় ১৭০০০ স্কোৱাৰ মিটাৰ ডাঙৰ৷

কোনে তৈয়াৰ কৰিছে এই নতুন সংসদ ভৱন?
নতুন সংসদ ভৱন নিৰ্মাণৰ দায়িত্ব লৈছিল টাটা প্ৰজেক্টছে৷ ২০২০ চনত এই ভৱন তৈয়াৰ কৰিবলৈ ৯৭১ কোটি টকাৰ বাজেট ধৰা হৈছিল৷ কিন্তু পাছলৈ এই খৰচ বাঢ়ি যায়৷ টাটা প্ৰজেক্টছে নতুন সংসদ ভৱন নিৰ্মাণৰ কাম দ্ৰুতভাৱেই সামৰিছে৷ কিন্তু ২০২২ চনৰ জানুৱাৰী মাহত সংসদ ভৱন নিৰ্মাণ সন্দৰ্ভত নতুন তথ্য প্ৰকাশ কৰিছিল টাটাৰ তৰফৰ পৰা৷ তাতেই টাটাৰ তৰফৰ পৰা জনোৱা হৈছিল যে এই প্ৰজেক্টত আৰু ২০০ কোটি টকাৰ প্ৰয়োজন৷ কাৰণ পূৰ্বৰ হিচাপত দিয়াতকৈ ইলেক্ট্ৰনিক্সসহ কেইটামান সামগ্ৰীৰ দাম বৃদ্ধিৰ ফলত বাজেট বাঢ়ি গৈছে৷ ইয়াৰোপৰি সংসদ ভৱনৰ ভিতৰত অত্যাধুনিক অডিঅ’ ভিজুৱেল চিষ্টেম, সংসদ সদস্যসকলৰ টেবুলে টেবুলে টেবলেটকে ধৰি বিভিন্ন সামগ্ৰীও দিব লগা হোৱাত এই ব্যয় বৃদ্ধি হৈছে৷ সংসদ ভৱনৰ প্ৰৱেশদ্বাৰেই মুঠ ৬খন৷ তাৰমাজতেই অশ্ব, গজ আৰু গৰুড় গেট হৈছে আনুষ্ঠানিক দুৱাৰ৷ এই গেটসমূহেৰে উপৰাষ্ট্ৰপতি, অধ্যক্ষ আৰু প্ৰধানমন্ত্ৰীয়ে ব্যৱহাৰ কৰে৷ অন্য তিনিখন গেট হৈছে মকৰ গেট, শাৰ্দুল গেট আৰু হংস গেট৷ এই গেটসমূহ সাংসদ আৰু সাধাৰণ জনতাৰ বাবে মুকলি থাকে৷ সংসদ ভৱনৰ ভিতৰত আছে কেফে, ডাইনিং এলেকা, ইয়াৰোপৰি কক্ষসমূহ হাইটেক প্ৰযুক্তিসম্পন্ন৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিহাৰৰ মছনদত সম্ৰাট চৌধুৰী, জানেনে এই বিজেপি নেতাৰ শিক্ষাগত যোগ্যতা আৰু মুঠ সম্পদৰ পৰিমাণ কিমান?
জীৱনশৈলী

বিহাৰৰ মছনদত সম্ৰাট চৌধুৰী, জানেনে এই বিজেপি নেতাৰ শিক্ষাগত যোগ্যতা আৰু মুঠ সম্পদৰ পৰিমাণ কিমান?

April 14, 2026
লতা-আশাৰ স্মৃতিত বৃহৎ উদ্যোগ মঙ্গেছকাৰ পৰিয়ালৰ, এছিয়াৰ সকলোতকৈ ডাঙৰ হাস্পতাল ভাৰততে তৈয়াৰ কৰাৰ কথা ঘোষণা
জীৱনশৈলী

লতা-আশাৰ স্মৃতিত বৃহৎ উদ্যোগ মঙ্গেছকাৰ পৰিয়ালৰ, এছিয়াৰ সকলোতকৈ ডাঙৰ হাস্পতাল ভাৰততে তৈয়াৰ কৰাৰ কথা ঘোষণা

April 14, 2026
অৱসৰত ৯ কোটি টকা পাবলৈ মাহিলী কিমান ধন বিনিয়োগ কৰিব লাগিব? জানি থওক হিচাপ
জীৱনশৈলী

অৱসৰত ৯ কোটি টকা পাবলৈ মাহিলী কিমান ধন বিনিয়োগ কৰিব লাগিব? জানি থওক হিচাপ

April 14, 2026
আশাৰ ৫৬ বছৰীয়া কন্যা বৰ্ষাই নিজৰ জীৱন শেষ কৰাৰ পথ কিয় বাচি লৈছিল? কিন্তু কি কাৰণ?
জীৱনশৈলী

আশাৰ ৫৬ বছৰীয়া কন্যা বৰ্ষাই নিজৰ জীৱন শেষ কৰাৰ পথ কিয় বাচি লৈছিল? কিন্তু কি কাৰণ?

April 14, 2026
Next Post
জনপ্ৰিয়তা কমিলে বঢ়োৱাৰ কৌশল প্রধানমন্ত্ৰীয়ে জানে! কেন্দ্ৰত মহিলা সংৰক্ষণ বিল অনাৰ পৰিকল্পনা হঠাৎ কিয় কৰিলে প্ৰধানমন্ত্ৰীয়ে?

জনপ্ৰিয়তা কমিলে বঢ়োৱাৰ কৌশল প্রধানমন্ত্ৰীয়ে জানে! কেন্দ্ৰত মহিলা সংৰক্ষণ বিল অনাৰ পৰিকল্পনা হঠাৎ কিয় কৰিলে প্ৰধানমন্ত্ৰীয়ে?

ৰণবীৰে ওঁঠত লিপষ্টিক ল’লে বেয়া পায় বাবেই আলিয়াই সলাইছে মেকআপ! ৰণবীৰৰ বাবেই কৰিলে ওঁঠৰ ছাৰ্জাৰীও? সবিশেষ…

ৰণবীৰে ওঁঠত লিপষ্টিক ল’লে বেয়া পায় বাবেই আলিয়াই সলাইছে মেকআপ! ৰণবীৰৰ বাবেই কৰিলে ওঁঠৰ ছাৰ্জাৰীও? সবিশেষ...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.