• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আজি পবিত্ৰ মহালয়া! মা দুৰ্গাৰ আগমনত জীপাল হ’ল ধৰাৰ বুকু

আজি পবিত্ৰ মহালয়া! মা দুৰ্গাৰ আগমনত জীপাল হ’ল ধৰাৰ বুকু

5 years ago
বেংক মেনেজাৰক ব্লেকমেইলিং যোৰহাটৰ যুৱতীৰ

বেংক মেনেজাৰক ব্লেকমেইলিং যোৰহাটৰ যুৱতীৰ

54 minutes ago
শিক্ষকতাৰ নামত কলংক! শিক্ষকৰ ঘৰত চুৰি বাইকৰ পাহাৰ

শিক্ষকতাৰ নামত কলংক! শিক্ষকৰ ঘৰত চুৰি বাইকৰ পাহাৰ

1 hour ago
পুনৰ বিপদত ৰেপাৰ-কণ্ঠশিল্পী হানী সিং

পুনৰ বিপদত ৰেপাৰ-কণ্ঠশিল্পী হানী সিং

2 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণীঃ এই ৫ ৰাশিৰ জীৱনলৈ আহিব পাৰে বৃহৎ পৰিৱৰ্তন

বাবা ভাংগাৰ ভৱিষ্যদ্বাণীঃ এই ৫ ৰাশিৰ জীৱনলৈ আহিব পাৰে বৃহৎ পৰিৱৰ্তন

3 hours ago
খালী ভৰি, শাৰী পিন্ধিয়েই ৬ মিনিটত ১,৬০০ মিটাৰ দৌৰ!

খালী ভৰি, শাৰী পিন্ধিয়েই ৬ মিনিটত ১,৬০০ মিটাৰ দৌৰ!

3 hours ago
শেষকৃত্যৰ ১২ দিন পিছত সুস্থ শৰীৰেৰে ঘৰলৈ উভতিল যুৱক

শেষকৃত্যৰ ১২ দিন পিছত সুস্থ শৰীৰেৰে ঘৰলৈ উভতিল যুৱক

4 hours ago
১৫০০ গৰাকী লোকক ৰূপৰ থালিত আপ্যায়ন

১৫০০ গৰাকী লোকক ৰূপৰ থালিত আপ্যায়ন

4 hours ago
মাত্ৰ ১০০ টকাৰ বাবে বৃদ্ধাক হত্যা

মাত্ৰ ১০০ টকাৰ বাবে বৃদ্ধাক হত্যা

5 hours ago
জানুৱাৰীৰ পৰা ডিচেম্বৰলৈ…, জানক ক’ৰ পৰা আহিল ইংৰাজী মাহৰ নাম

জানুৱাৰীৰ পৰা ডিচেম্বৰলৈ…, জানক ক’ৰ পৰা আহিল ইংৰাজী মাহৰ নাম

6 hours ago
নৱবিৱাহিত মহিলাক স্বামীৰ আপত্তিজন চৰ্ত

নৱবিৱাহিত মহিলাক স্বামীৰ আপত্তিজন চৰ্ত

6 hours ago
সংস্কৃত গুৰুকুলামত শোকাৱহ ঘটনা, পানীৰ টেংকিত ৪ ছাত্ৰৰ মৃ*তদেহ উদ্ধাৰ

সংস্কৃত গুৰুকুলামত শোকাৱহ ঘটনা, পানীৰ টেংকিত ৪ ছাত্ৰৰ মৃ*তদেহ উদ্ধাৰ

7 hours ago
আজি খুলিব পাৰে এই ৩ ৰাশিৰ ভাগ্যৰ দুৱাৰ

আজি খুলিব পাৰে এই ৩ ৰাশিৰ ভাগ্যৰ দুৱাৰ

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

আজি পবিত্ৰ মহালয়া! মা দুৰ্গাৰ আগমনত জীপাল হ’ল ধৰাৰ বুকু

editor by editor
October 6, 2021
in অসম, গুৱাহাটী, ভাৰত
0
আজি পবিত্ৰ মহালয়া! মা দুৰ্গাৰ আগমনত জীপাল হ’ল ধৰাৰ বুকু
0
SHARES
105
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ আজি পবিত্ৰ মহালয়া৷ ঘোঁৰাৰ পিঠিত উঠি ধৰাৰ বুকুলৈ আগমন ঘটিল দেৱী দুৰ্গাৰ৷ মা দুৰ্গাৰ আগমনে জীপাল কৰি তুলিছে ধৰাৰ বুকু৷ পিতৃপক্ষৰ অৱসান ঘটাই আজিৰ পৰা আৰম্ভ হ’ল দেৱীপক্ষৰ৷ পুৱাই ভক্তি-বন্দনাৰে মুখৰিত হ’ল সমগ্ৰ ৰাজ্য৷ দুৰ্গতিনাশিনী মা দুৰ্গাৰ আৰাধনাত ব্যস্ত হৈ পৰিল ভক্তসকল৷ ১১ অক্টোবৰৰ পৰা ষষ্ঠী পূজাৰ আৰম্ভণি হ’ব৷ ষষ্ঠীৰ বেদীত অধিষ্ঠিত কৰিব দেৱী দুৰ্গাক৷ ১৫ অক্টোবৰত হ’ব দশমী৷ সকলোৰে প্ৰাৰ্থনা মা দুৰ্গাই নাশ কৰক অসূয়া-অমংগল৷ শান্তিৰ ঢল বোৱাই আনক ধৰাৰ বুকুলৈ৷ বিগত বৰ্ষত কোভিড মহামাৰীৰ বাবে পূজা অনুষ্ঠিত কৰিব পৰা নাছিল যদিও এইবাৰ কোভিড বিধি মানি ৰাজ্যবাসীয়ে উদযাপন কৰিব দুৰ্গা পূজা৷ মহালয়া উপলক্ষে ৰাজ্য ভিন্ন প্ৰান্তৰ লগতে গুৱাহাটীৰ পাণ্ডু ঘাটতো ভক্তৰ ভিৰ৷ আজি পবিত্ৰ মহালয়া উপলক্ষে ৰাজ্যবাসীক শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে সকলোৰে সুখ-সমৃদ্ধি কামনা কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই৷

আজি পৱিত্ৰ মহালয়া। ভক্তিৰ মংগলধ্বনিৰে মা দুৰ্গাৰ আজি আগমন ঘটিছে ধৰাৰ বুকুলৈ। এনে এটি বিশেষ দিনত প্ৰিয় অসমবাসীৰ সুখ-সমৃদ্ধি কামনাৰে মাৰ শ্ৰীচৰণত শতকোটি সেৱা জনাইছোঁ। জয় মা দুৰ্গা। pic.twitter.com/7Y4IFDSKn5

— Himanta Biswa Sarma (@himantabiswa) October 6, 2021

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom ive 24durga pujamaa durgamahalaya 2021
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বেংক মেনেজাৰক ব্লেকমেইলিং যোৰহাটৰ যুৱতীৰ
অপৰাধ

বেংক মেনেজাৰক ব্লেকমেইলিং যোৰহাটৰ যুৱতীৰ

October 7, 2026
শিক্ষকতাৰ নামত কলংক! শিক্ষকৰ ঘৰত চুৰি বাইকৰ পাহাৰ
অপৰাধ

শিক্ষকতাৰ নামত কলংক! শিক্ষকৰ ঘৰত চুৰি বাইকৰ পাহাৰ

October 7, 2026
খালী ভৰি, শাৰী পিন্ধিয়েই ৬ মিনিটত ১,৬০০ মিটাৰ দৌৰ!
বিবিধ

খালী ভৰি, শাৰী পিন্ধিয়েই ৬ মিনিটত ১,৬০০ মিটাৰ দৌৰ!

October 7, 2026
শেষকৃত্যৰ ১২ দিন পিছত সুস্থ শৰীৰেৰে ঘৰলৈ উভতিল যুৱক
বিবিধ

শেষকৃত্যৰ ১২ দিন পিছত সুস্থ শৰীৰেৰে ঘৰলৈ উভতিল যুৱক

October 7, 2026
Next Post
আইবা বিশ্ব বক্সিং চেম্পিয়নশ্বিপলৈ যোগ্যতা অৰ্জন অসমৰ লাভলিনা বৰগোঁহাই আৰু শিৱ থাপাৰ

আইবা বিশ্ব বক্সিং চেম্পিয়নশ্বিপলৈ যোগ্যতা অৰ্জন অসমৰ লাভলিনা বৰগোঁহাই আৰু শিৱ থাপাৰ

স্বেচ্ছীয় ৰক্তদানৰ প্ৰয়োজনীয়তা

স্বেচ্ছীয় ৰক্তদানৰ প্ৰয়োজনীয়তা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.