• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সূৰ্যৰ পোহৰে হ্ৰাস কৰে স্তনৰ কৰ্কট ৰোগৰ আশংকা…

সূৰ্যৰ পোহৰে হ্ৰাস কৰে স্তনৰ কৰ্কট ৰোগৰ আশংকা…

4 years ago
বুধৰ নক্ষত্ৰত সূৰ্যৰ গোচৰ, ভাগ্য উজলি উঠিব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

বুধৰ নক্ষত্ৰত সূৰ্যৰ গোচৰ, ভাগ্য উজলি উঠিব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

28 minutes ago
৩ মিনিটতেই পাব চিলিণ্ডাৰ! আৰম্ভ হৈছে LPG ATM, কেনেকৈ লাভ কৰিব ইয়াৰ সুবিধা?

৩ মিনিটতেই পাব চিলিণ্ডাৰ! আৰম্ভ হৈছে LPG ATM, কেনেকৈ লাভ কৰিব ইয়াৰ সুবিধা?

55 minutes ago
প্ৰতিকী ছবি

বিমানৰ উৰণৰ পাছতেই যাত্ৰীৰ মৃত্যু, ১৩ ঘণ্টা মৃ**তকক লৈ আকাশপথত যাত্ৰী, ভয়াৱহ অভিজ্ঞতা বৰ্ণনা কৰিছে যাত্ৰীয়ে, ক’ত এই ঘটনা?

2 hours ago
বন্দে ভাৰতত যাত্ৰীক যোগান ধৰা দৈ’ত কিলবিলাইছে পোকে, ৫০ লাখ জৰিমনা ৰে’ল বিভাগৰ

বন্দে ভাৰতত যাত্ৰীক যোগান ধৰা দৈ’ত কিলবিলাইছে পোকে, ৫০ লাখ জৰিমনা ৰে’ল বিভাগৰ

2 hours ago
৫মাহ পাছত উদয় হ’ব মঙ্গল, সাহসেৰে গ্ৰহৰ শক্তি বাঢ়িলেই সাফল্যৰ মুখ দেখিব এই ৪ৰাশিয়ে

৫মাহ পাছত উদয় হ’ব মঙ্গল, সাহসেৰে গ্ৰহৰ শক্তি বাঢ়িলেই সাফল্যৰ মুখ দেখিব এই ৪ৰাশিয়ে

2 hours ago
এই ৭ কাৰণত শৰীৰত হু হু কৰে কমি যায় শুক্ৰাণু! কমি যায় উদ্দমতা! সন্তান উৎপাদনত সমস্যা, পুৰুষৰ বাবে এই খবৰ

এই ৭ কাৰণত শৰীৰত হু হু কৰে কমি যায় শুক্ৰাণু! কমি যায় উদ্দমতা! সন্তান উৎপাদনত সমস্যা, পুৰুষৰ বাবে এই খবৰ

3 hours ago
SBI ত ৪৪৪ দিনৰ FDত ২ লাখ টকা জমা ৰাখিলে কিমান সুদ পাব? জানি থওক হিচাপ

SBI ত ৪৪৪ দিনৰ FDত ২ লাখ টকা জমা ৰাখিলে কিমান সুদ পাব? জানি থওক হিচাপ

4 hours ago
এপ্ৰিলৰ আৰম্ভণিতেই ত্ৰিগ্ৰহী যোগ, ৰজা হোৱাৰ সুযোগ পাব ৩ৰাশিৰ জাতকে

এপ্ৰিলৰ আৰম্ভণিতেই ত্ৰিগ্ৰহী যোগ, ৰজা হোৱাৰ সুযোগ পাব ৩ৰাশিৰ জাতকে

4 hours ago
ৰামৰ আশীৰ্বাদ থাকে এই ৫ৰাশিত, এওঁলোকৰ সকলো সমস্যা দূৰ কৰে ৰঘুপতিয়ে

ৰামৰ আশীৰ্বাদ থাকে এই ৫ৰাশিত, এওঁলোকৰ সকলো সমস্যা দূৰ কৰে ৰঘুপতিয়ে

5 hours ago
ভাৰত আমাৰ বন্ধু দেশ, ভাৰতৰ বাবে হৰমুজ খুলি দিছো, স্পষ্ট বাৰ্তা ইৰানৰ, অৱশ্যে দিছে এক চৰ্ত

ভাৰত আমাৰ বন্ধু দেশ, ভাৰতৰ বাবে হৰমুজ খুলি দিছো, স্পষ্ট বাৰ্তা ইৰানৰ, অৱশ্যে দিছে এক চৰ্ত

5 hours ago
LPG চিলিণ্ডাৰ বুকিঙত ডাঙৰ সালসলনি, মাহত কেইটাকৈ পাব চিলিণ্ডাৰ, পূৰ্বৰ দৰে চিলিণ্ডাৰত ৰেহাই থাকিবনে?

LPG চিলিণ্ডাৰ বুকিঙত ডাঙৰ সালসলনি, মাহত কেইটাকৈ পাব চিলিণ্ডাৰ, পূৰ্বৰ দৰে চিলিণ্ডাৰত ৰেহাই থাকিবনে?

20 hours ago
বক্ৰী হ’ব শনি, সম্পূৰ্ণ ১৩৮ দিন ধৰি সুখ-সাফল্য ৩ ৰাশিৰ, ভাগ্য চমকিব দীপাৱলি পৰ্যন্ত

বক্ৰী হ’ব শনি, সম্পূৰ্ণ ১৩৮ দিন ধৰি সুখ-সাফল্য ৩ ৰাশিৰ, ভাগ্য চমকিব দীপাৱলি পৰ্যন্ত

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, March 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

সূৰ্যৰ পোহৰে হ্ৰাস কৰে স্তনৰ কৰ্কট ৰোগৰ আশংকা…

editor by editor
January 15, 2022
in অসম, উত্তৰ-পূব, গুৱাহাটী, জীৱনশৈলী, স্বাস্থ্য
0
সূৰ্যৰ পোহৰে হ্ৰাস কৰে স্তনৰ কৰ্কট ৰোগৰ আশংকা…
0
SHARES
156
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ সাম্প্ৰতিক সময়ৰ এটি চিন্তিত তথা সৰ্বাধিক আলোচিত বিষয় হৈছে স্তন কেন্সাৰ৷ বৰ্তমান সময়ৰ এটি চৰ্চিত বিষয়লৈ পৰিণত হৈছে এই ৰোগ৷ কিন্তু শেহতীয়া এক গৱেষণাই পোহৰলৈ আনিছে সূৰ্যৰ পোহৰে কিদৰে প্ৰতিৰোধ কৰিব পাৰে স্তন কেন্সাৰ৷ সূৰ্যৰ পোহৰে হ্ৰাস কৰে স্তনৰ কৰ্কট ৰোগৰ আশংকা৷ আমেৰিকা যুক্তৰাষ্ট্ৰৰ University of Buffalo আৰু University of Puerto Rico ৰ এক শেহতীয়া গৱেষণাত প্ৰকাশ পাইছে এই তথ্য৷ ক্ৰোমামিটাৰৰ জৰিয়তে সূৰ্যৰ পোহৰ আৰু ৰ’দৰ স্থিতিত ছালৰ পিগমেনটেচনৰ তুলনামূলক অধ্যয়ন কৰিছিল গৱেষকসকলে৷

ক্ৰোমামিটাৰ হৈছে ৰং নিয়ন্ত্ৰণ কৰা এক কাৰক যাৰ জৰিয়তে সূৰ্যৰ পোহৰৰ সংস্পৰ্শত ছালৰ পিগমেনটেচনৰ পাৰ্থক্যৰ এক সাধাৰণ অনুমান কৰা হয়৷ গৱেষণাৰ তথ্য অনুসৰি সূৰ্যৰ পোহৰৰ সংস্পৰ্শৰ প্ৰভাৱত স্তনৰ কৰ্কট ৰোগৰ আশংকা বহু পৰিমানে হ্ৰাস কৰে৷ অৱশ্যে তাত অনিশ্চয়তাও নথকা নহয়, কিন্তু এনে বহু কাৰণ আছে যিয়ে এই সিদ্ধান্তক সমৰ্থন কৰে৷ অধ্যাপক  জ’ এল  ফ্ৰয়ডেনহেইমৰ মতে, যিহেতু সূৰ্যৰ পোহৰ শৰীৰত ভিটামিন ডিৰ আভ্যন্তৰীণ উৎপাদনৰ সৈতে সম্পৰ্কিত, সূৰ্যৰ পোহৰ বিভিন্ন ধৰণে শৰীৰৰ বাবে সহায়ক৷ প্ৰদাহ, মেদবহুলতা আৰু চাৰ্কাডিয়ান প্ৰণালীৰ ওপৰত ধনাত্মক প্ৰভাৱ পেলায় সূৰ্যৰ পোহৰে৷ ইফালে কৰ্কট ৰোগ প্ৰতিৰোধ কৰিব পৰাকৈ সূৰ্যৰ পোহৰৰ ব্যৱহাৰৰ কথাও প্ৰকাশ পাইছে এই অধ্যয়নত৷

University of Puerto Ricoৰ অধ্যয়নৰ তথ্য অনুসৰি ৰ’দত থকা মহিলাৰ স্তন কেন্সাৰ হোৱাৰ আশংকা কম থাকে৷ একেদৰে গাঢ় ছালৰ ৰঙৰ অংশগ্ৰহণকাৰীসকলৰ এষ্ট্ৰ’জেন ৰিচেপ্টৰৰ বিপদাশংকা কম থকাৰ কথা প্ৰকাশ পাইছে গৱেষণাত৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka newsassam ka tazza khabarassam live 24axom live 24Best Assamese News Channelbreast cancerUniversity of BuffaloUniversity of Puerto Rico
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বুধৰ নক্ষত্ৰত সূৰ্যৰ গোচৰ, ভাগ্য উজলি উঠিব এই ৪ৰাশিৰ জাতক-জাতিকাৰ
জীৱনশৈলী

বুধৰ নক্ষত্ৰত সূৰ্যৰ গোচৰ, ভাগ্য উজলি উঠিব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

March 26, 2026
৩ মিনিটতেই পাব চিলিণ্ডাৰ! আৰম্ভ হৈছে LPG ATM, কেনেকৈ লাভ কৰিব ইয়াৰ সুবিধা?
জীৱনশৈলী

৩ মিনিটতেই পাব চিলিণ্ডাৰ! আৰম্ভ হৈছে LPG ATM, কেনেকৈ লাভ কৰিব ইয়াৰ সুবিধা?

March 26, 2026
প্ৰতিকী ছবি
জীৱনশৈলী

বিমানৰ উৰণৰ পাছতেই যাত্ৰীৰ মৃত্যু, ১৩ ঘণ্টা মৃ**তকক লৈ আকাশপথত যাত্ৰী, ভয়াৱহ অভিজ্ঞতা বৰ্ণনা কৰিছে যাত্ৰীয়ে, ক’ত এই ঘটনা?

March 26, 2026
বন্দে ভাৰতত যাত্ৰীক যোগান ধৰা দৈ’ত কিলবিলাইছে পোকে, ৫০ লাখ জৰিমনা ৰে’ল বিভাগৰ
জীৱনশৈলী

বন্দে ভাৰতত যাত্ৰীক যোগান ধৰা দৈ’ত কিলবিলাইছে পোকে, ৫০ লাখ জৰিমনা ৰে’ল বিভাগৰ

March 26, 2026
Next Post
কোন এই আধুনিক শ্ৰৱণ কুমাৰ? পিঠিত দেউতাকক উঠাই ৬ ঘণ্টা খোজ কাঢ়ি গৈ ল’লে ক’ভিড ভেকছিন…

কোন এই আধুনিক শ্ৰৱণ কুমাৰ? পিঠিত দেউতাকক উঠাই ৬ ঘণ্টা খোজ কাঢ়ি গৈ ল’লে ক’ভিড ভেকছিন...

ভাৰতত ১৫ জানুৱাৰীত সেনা দিৱস হিচাপে পালন কৰাৰ কাৰণ জানো আহক –

ভাৰতত ১৫ জানুৱাৰীত সেনা দিৱস হিচাপে পালন কৰাৰ কাৰণ জানো আহক -

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.