• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হ’ব পাৰে ছাইবাৰ আক্ৰমণ, কি ব্যৱস্থা লৈছে কেন্দ্ৰীয় বিত্তমন্ত্ৰীয়ে?

হ’ব পাৰে ছাইবাৰ আক্ৰমণ, কি ব্যৱস্থা লৈছে কেন্দ্ৰীয় বিত্তমন্ত্ৰীয়ে?

10 months ago
পাকঘৰৰ এইবিধ সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ ছালৰ সমস্যা!

পাকঘৰৰ এইবিধ সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ ছালৰ সমস্যা!

55 minutes ago
বিয়াত বহিবলৈ অমান্তি প্ৰেমিকা, প্ৰেমিকে সংঘটিত কৰিলে আচৰিত কাণ্ড!

বিয়াত বহিবলৈ অমান্তি প্ৰেমিকা, প্ৰেমিকে সংঘটিত কৰিলে আচৰিত কাণ্ড!

2 hours ago
প্ৰেমত কোনে বেছি বলিয়া হৈ পৰে, ল’ৰা নে ছোৱালী?

প্ৰেমত কোনে বেছি বলিয়া হৈ পৰে, ল’ৰা নে ছোৱালী?

2 hours ago
মহিলাৰ অত্যাধিক চুলি সৰাৰ সমস্যা! এয়া কোনো ৰোগৰ লক্ষণ নেকি?

মহিলাৰ অত্যাধিক চুলি সৰাৰ সমস্যা! এয়া কোনো ৰোগৰ লক্ষণ নেকি?

3 hours ago
দাঁতৰ বিষে অশান্তি কৰিছে নেকি? ঘৰুৱা সহজ পদ্ধতিৰে কৰক দূৰ!

দাঁতৰ বিষে অশান্তি কৰিছে নেকি? ঘৰুৱা সহজ পদ্ধতিৰে কৰক দূৰ!

4 hours ago
কিমান তাৰিখে ৰাজ্যত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন?

কিমান তাৰিখে ৰাজ্যত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন?

4 hours ago
শনিয়ে ধ্বংস কৰিব আপোনাৰ কেৰিয়াৰ, ভুলতো নকৰিব এইবোৰ কাম!

শনিয়ে ধ্বংস কৰিব আপোনাৰ কেৰিয়াৰ, ভুলতো নকৰিব এইবোৰ কাম!

5 hours ago
ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপিৰ বিৰোধিতা কৰিবলৈ গৈ ভাৰতৰ বিৰোধিতা কৰি আছেঃ অমিত শ্বাহ

ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপিৰ বিৰোধিতা কৰিবলৈ গৈ ভাৰতৰ বিৰোধিতা কৰি আছেঃ অমিত শ্বাহ

6 hours ago
শৰীৰৰ এই অংশত তিল থকা মানেই কোটিপতি হোৱাৰ লক্ষণ!

শৰীৰৰ এই অংশত তিল থকা মানেই কোটিপতি হোৱাৰ লক্ষণ!

7 hours ago
বৰষুণত তিতিলে নেকি আপোনাৰ ফোনটো? নকৰিব এইবোৰ ভুল!

বৰষুণত তিতিলে নেকি আপোনাৰ ফোনটো? নকৰিব এইবোৰ ভুল!

8 hours ago
কাইলৈৰ ৰাশিফলঃ দেওবাৰে সূৰ্যৰ গোচৰ, শুভ ফল পাব এই ৫ৰাশিৰ জাতকে

কাইলৈৰ ৰাশিফলঃ দেওবাৰে সূৰ্যৰ গোচৰ, শুভ ফল পাব এই ৫ৰাশিৰ জাতকে

1 day ago
পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, March 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home Uncategorized

হ’ব পাৰে ছাইবাৰ আক্ৰমণ, কি ব্যৱস্থা লৈছে কেন্দ্ৰীয় বিত্তমন্ত্ৰীয়ে?

হ’ব পাৰে ছাইবাৰ আক্ৰমণ, কি ব্যৱস্থা লৈছে কেন্দ্ৰীয় বিত্তমন্ত্ৰীয়ে?

editor by editor
May 9, 2025
in Uncategorized, বিবিধ, ভাৰত
0
হ’ব পাৰে ছাইবাৰ আক্ৰমণ, কি ব্যৱস্থা লৈছে কেন্দ্ৰীয় বিত্তমন্ত্ৰীয়ে?
0
SHARES
193
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভাৰত পাকিস্তানৰ মাজত যুদ্ধৰ উন্মাদনা৷ তাতেই এইবাৰ ছাইবাৰ আক্ৰমণ কৰাৰো সন্দেহ কৰা হৈছে পাকিস্তানৰ বিৰুদ্ধে৷ এই বিষয়ক লৈ সেয়ে পূৰ্বেই সতৰ্ক হৈছে ভাৰত৷ শুকুৰবাৰে ভাৰতৰ বেংক আৰু আৰ্থিক প্ৰতিষ্ঠানসমূহত ছাইবাৰ নিৰাপত্তা প্ৰস্তুতি মূল্যায়ণৰ বাবে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে এক বিশেষ বৈঠকৰ আহ্বান জনাইছে৷

এই বৈঠকত চৰকাৰী আৰু বেচৰকাৰী বেংক, ভাৰতীয় ৰিজাৰ্ভ বেংক, জাতীয় পেমেণ্ট কৰ্পৰেছন অফ ইণ্ডিয়া, মুম্বাই ষ্টক এক্সচেঞ্জ, জাতীয় ষ্টক এক্সচেঞ্জ আৰু ভাৰতীয় কম্পিউটাৰ জৰুৰী প্ৰতিক্ৰিয়া দলসহ কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰতিষ্ঠানৰ প্ৰতিনিধিসকল একত্ৰিত হ’ব৷

ভাৰতৰ গুৰুত্বপূৰ্ণ ব্যৱস্থাৰ মাজত অন্যতম হিচাপে থাকে বেংকিং চিষ্টেম আৰু আৰ্থিক খাত৷ এইসমূহ ছাইবাৰ আক্ৰমণৰ লক্ষ্যবস্তু হ’ব পাৰে আৰু এই আশংকা কৰিয়েই এই পৰ্যালোচনা সভা হব৷ এই ধৰণৰ পৰিবেশত সদায়ে ছাইবাৰ আক্ৰমণৰ আশংকা থাকে৷ ভাৰতে ইতিমধ্যেই ছাইবাৰ নিৰাপত্তা ব্যৱস্থা জোৰদাৰ কৰিছে ৷

ইণ্ডিয়া টুডেৰ খবৰ অনুসৰি, বিত্ত মন্ত্ৰণালয়ৰ অন্যান্য গুৰুত্বপূৰ্ণ সংস্থাসমূহৰ সৈতে এই ছাইবাৰ আক্ৰমণক যথেষ্ট গুৰুত্ব সহকাৰে চাইছে আৰু ভাৰতৰ আৰ্থিক প্ৰতিষ্ঠানসমূহ যাতে সুৰক্ষিত থাকে সেই দিশতো নজৰ ৰখা হ’ব৷ বৃহস্পতিবাৰে নিশা পাকিস্তান ভাৰতৰ পশ্চিম সীমান্তত ড্ৰোণ আক্ৰমণ চলোৱা আৰু জম্মু কাশ্মীৰত যুদ্ধবিৰতি চুক্তি লংঘন কৰিছে পাকিস্তানে৷ পাকিস্তান আৰু পাক অধিকৃত কাশ্মীৰৰ ৯ স্থানত ভাৰতে অভিযান চলোৱাৰ পাছতেই উত্তেজনা বৃদ্ধি পাইছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিয়াত বহিবলৈ অমান্তি প্ৰেমিকা, প্ৰেমিকে সংঘটিত কৰিলে আচৰিত কাণ্ড!
ভাৰত

বিয়াত বহিবলৈ অমান্তি প্ৰেমিকা, প্ৰেমিকে সংঘটিত কৰিলে আচৰিত কাণ্ড!

March 15, 2026
শনিয়ে ধ্বংস কৰিব আপোনাৰ কেৰিয়াৰ, ভুলতো নকৰিব এইবোৰ কাম!
বিবিধ

শনিয়ে ধ্বংস কৰিব আপোনাৰ কেৰিয়াৰ, ভুলতো নকৰিব এইবোৰ কাম!

March 15, 2026
শৰীৰৰ এই অংশত তিল থকা মানেই কোটিপতি হোৱাৰ লক্ষণ!
বিবিধ

শৰীৰৰ এই অংশত তিল থকা মানেই কোটিপতি হোৱাৰ লক্ষণ!

March 15, 2026
পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ
জীৱনশৈলী

পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

March 14, 2026
Next Post
ৰাজ্যসমূহক বিশেষ ইমাৰজেন্সি পাৱাৰ দিছে নেকি কেন্দ্রই? ভাৰত-পাক সংঘাতৰ মাজতেই বিশেষ ধাৰা প্ৰয়োগৰ অনুমতি

ৰাজ্যসমূহক বিশেষ ইমাৰজেন্সি পাৱাৰ দিছে নেকি কেন্দ্রই? ভাৰত-পাক সংঘাতৰ মাজতেই বিশেষ ধাৰা প্ৰয়োগৰ অনুমতি

ছাদত অঁকা হৈছে ৰেড ক্ৰছ, যুদ্ধৰ মাজত ক’ত ক’ত ব্যৱহাৰ কৰা হয় এই চিহ্ন?

ছাদত অঁকা হৈছে ৰেড ক্ৰছ, যুদ্ধৰ মাজত ক’ত ক’ত ব্যৱহাৰ কৰা হয় এই চিহ্ন?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.