• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মক্কাত প্ৰৱেশ ভাৰতীয় অমুছলমান ইউটিউবাৰ! মৃত্যুদণ্ড দিয়াৰ দাবী ইউটিউবাৰগৰাকীক?

মক্কাত প্ৰৱেশ ভাৰতীয় অমুছলমান ইউটিউবাৰ! মৃত্যুদণ্ড দিয়াৰ দাবী ইউটিউবাৰগৰাকীক?

4 years ago
Financial Year End: আজিয়েই সম্পূৰ্ণ কৰক এই ৬টা কাম , নহ’লে দিব লাগিব বেছি কৰ

Financial Year End: আজিয়েই সম্পূৰ্ণ কৰক এই ৬টা কাম , নহ’লে দিব লাগিব বেছি কৰ

5 minutes ago
আজি হনুমানে কৃপা কৰিব ৫ ৰাশিৰ ওপৰত, জানক দৈনিক ৰাশিফল

আজি হনুমানে কৃপা কৰিব ৫ ৰাশিৰ ওপৰত, জানক দৈনিক ৰাশিফল

53 minutes ago
শাহুৱেক-শহুৰেকৰ ভৰণপোষণৰ দায়িত্ব ল’বলৈ বাধ্য কৰাব নোৱাৰিব বোৱাৰীয়েকক, ৰায় আদালতৰ

শাহুৱেক-শহুৰেকৰ ভৰণপোষণৰ দায়িত্ব ল’বলৈ বাধ্য কৰাব নোৱাৰিব বোৱাৰীয়েকক, ৰায় আদালতৰ

11 hours ago
SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব?

SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব?

11 hours ago
দেশৰ কোন বিমানবন্দৰত সস্তাত পোৱা যায় কফি, চিঙৰা? মাত্ৰ ১০ টকাত বিমান বন্দৰত চাহ খালে ৰাঘৱ চাড্ডাই

দেশৰ কোন বিমানবন্দৰত সস্তাত পোৱা যায় কফি, চিঙৰা? মাত্ৰ ১০ টকাত বিমান বন্দৰত চাহ খালে ৰাঘৱ চাড্ডাই

11 hours ago
মঙ্গলবাৰে পাব হনুমানৰ কৃপা, বজৰংবলীৰ প্ৰিয় ৪ৰাশিৰ কাহানিও বিপদ নহয়

মঙ্গলবাৰে পাব হনুমানৰ কৃপা, বজৰংবলীৰ প্ৰিয় ৪ৰাশিৰ কাহানিও বিপদ নহয়

12 hours ago
প্ৰাক্তন পত্নীক ৪ কোটিৰ বাহন উপহাৰ দিয়াৰ পাছত প্ৰেমিকাকো ১ কোটি ৭০ লাখৰ বাহন দিলে হাৰ্দিকে

প্ৰাক্তন পত্নীক ৪ কোটিৰ বাহন উপহাৰ দিয়াৰ পাছত প্ৰেমিকাকো ১ কোটি ৭০ লাখৰ বাহন দিলে হাৰ্দিকে

12 hours ago
মাত্ৰ ৫০০০ কৈ বিনিয়োগ কৰিলেই পাব ৩,৫৬,৮৩০ টকা৷ পোষ্ট অফিচৰ এই আশ্চৰ্যজনক স্কিম সম্পৰ্কে জানি থওক

মাত্ৰ ৫০০০ কৈ বিনিয়োগ কৰিলেই পাব ৩,৫৬,৮৩০ টকা৷ পোষ্ট অফিচৰ এই আশ্চৰ্যজনক স্কিম সম্পৰ্কে জানি থওক

13 hours ago
১ এপ্ৰিলত নক্ষত্ৰ সলনি কৰিব বুধে, ৪ ৰাশিৰ অৰ্থলাভৰ পূৰ্ণ সম্ভাৱনা

১ এপ্ৰিলত নক্ষত্ৰ সলনি কৰিব বুধে, ৪ ৰাশিৰ অৰ্থলাভৰ পূৰ্ণ সম্ভাৱনা

13 hours ago
পেট্ৰল পাম্প, ৰেছনৰ দোকানতো কেৰোচিন পাব জনতাই, নিৰ্দেশনা কেন্দ্ৰৰ

পেট্ৰল পাম্প, ৰেছনৰ দোকানতো কেৰোচিন পাব জনতাই, নিৰ্দেশনা কেন্দ্ৰৰ

13 hours ago
সদ্যোজাত সন্তানক লৈ ঘৰত আছে পত্নী, প্ৰেমিকাক ঘৰলৈ মাতি জীৱন শেষ কৰিলে নেভি অফিচাৰ প্ৰেমিকে, ফ্ৰিজত উদ্ধাৰ দেহ

সদ্যোজাত সন্তানক লৈ ঘৰত আছে পত্নী, প্ৰেমিকাক ঘৰলৈ মাতি জীৱন শেষ কৰিলে নেভি অফিচাৰ প্ৰেমিকে, ফ্ৰিজত উদ্ধাৰ দেহ

14 hours ago
ঘনে ঘনে নখ কামুৰি থকাৰ অভ্যাস আছে? ভয়ংকৰ বিপদ হ’ব পাৰে, শৰীৰত হ’ব পাৰে এই ৰোগ

ঘনে ঘনে নখ কামুৰি থকাৰ অভ্যাস আছে? ভয়ংকৰ বিপদ হ’ব পাৰে, শৰীৰত হ’ব পাৰে এই ৰোগ

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, March 31, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

মক্কাত প্ৰৱেশ ভাৰতীয় অমুছলমান ইউটিউবাৰ! মৃত্যুদণ্ড দিয়াৰ দাবী ইউটিউবাৰগৰাকীক?

editor by editor
August 3, 2022
in বিবিধ, বিশ্ব, ভাৰত
0
মক্কাত প্ৰৱেশ ভাৰতীয় অমুছলমান ইউটিউবাৰ! মৃত্যুদণ্ড দিয়াৰ দাবী ইউটিউবাৰগৰাকীক?
0
SHARES
3.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এজন ভাৰতীয় অমুছলমান ইউটিউবাৰে ইছলামৰ আটাইতকৈ পৱিত্ৰ স্থান মক্কালৈ যোৱা বুলি দাবী কৰি বিতৰ্কৰ সূচনা কৰাই নহয়, মৃত্যুদণ্ডৰো ভাবুকি লাভ কৰিছে৷

চৌদি আৰৱৰ ইছলামৰ আটাইতকৈ পবিত্ৰ স্থান মক্কালৈ যোৱা বুলি দাবী কৰা অমুছলমান ইউটিউবাৰজন হৈছে এজন তেলেগু ইউটিউবাৰ। ইউটিউবাৰগৰাকীয়ে এই দাবীৰ পিছতে দেশত এক নতুন বিতৰ্কৰ সূচনা হৈছে।

ছৌদি আৰৱৰ আইন উলংঘা কৰাৰ বাবে তেওঁৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে একাংশ ইছলামিক নেটনাগৰিকে। শেহতীয়াকৈ ইউটিউবাৰগৰাকীয়ে লাইভ চেটযোগে দাবী কৰিছিল যে তেওঁ মক্কাত প্ৰৱেশ কৰিছে। আনকি তেওঁ এখন ফ’টোও দেখুৱাইছিল, য’ত তেওঁ ইছলামৰ আটাইতকৈ পবিত্ৰ মছজিদৰ ওচৰত থিয় হৈ হাত দাঙি নামাজ কৰি থকা দেখা গৈছিল।

লগতে পঢ়ক হঠাতে আবিৰ্ভাৱ ‘বিশাল ৰহস্যময় গহ্বৰ’, স্তম্ভিত বিশ্বৰ বিজ্ঞানী সমাজ!  

আন এটা ভিডিঅ’ ক্লিপত ইউটিউবাৰে প্ৰকাশ কৰিছে যে মক্কাৰ এণ্ট্ৰি পইণ্টত তেওঁক কোৰানৰ কিছুমান আয়াত আবৃত্তি কৰিবলৈ কোৱা হৈছিল৷ তেওঁ সেই আয়াত পাঠ কৰিবলৈ সক্ষম হোৱাৰ পিছতে তেওঁক প্ৰৱেশৰ অনুমতি দিয়া হৈছিল।

ইউটিউবাৰগৰাকীৰ এই দাবী কৰাৰ পিছতে একাংশ নেটনাগৰিকে তেওঁৰ এই কাৰ্যক লৈ প্ৰশ্ন উত্থাপন কৰাৰ লগতে ছৌদি কৰ্তৃপক্ষক ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰে। এই বিতৰ্কৰ পৰিপ্ৰেক্ষিতত ইউটিউবাৰজনে তেওঁৰ কথিত মক্কা ভ্ৰমণৰ বিষয়ে যিকোনো প্ৰশ্নৰ উত্তৰ দিয়া বন্ধ কৰিছে।

নেটনাগৰিকৰ একাংশই আইনী ব্যৱস্থা গ্ৰহণৰ দাবী কৰাৰ পিছতে শংকিত হৈ ইউটিউবাৰগৰাকীয়ে পৰৱৰ্তী সময়ত ছ’চিয়েল মিডিয়াত লাইভ ষ্ট্ৰীমত মক্কা সম্পৰ্কে যিকোনো ধৰণৰ প্ৰশ্নৰ উত্তৰ দিবলৈ অস্বীকাৰ কৰে। একাংশ নেটনাগৰিকে মন্তব্য কৰিছে যে তেওঁৰ এই কাৰ্য ন্যায আৰু আইনী নাছিল। আনকি এজনে দাবী কৰিছে যে ইউটিউবাৰগৰাকীক অন্ততঃ ৮ৰ পৰা ১০ বছৰ কাৰাবাস বিহিব লাগে।

লগতে পঢ়ক যুদ্ধ কৰি নহয় ‘আৰ্ট  অৱ ৱাৰে’ৰে টাইৱান জয় কৰিব চীনে! কিয় এই আৰ্ট অৱ ৱাৰ?

আন এজন নেটনাগৰিকে কয় যে ইউটিউবাৰজনে নিয়ম উলংঘা কৰি মক্কাত প্ৰৱেশ কৰাৰ বাবে ছৌদি আৰৱত মৃত্যুদণ্ডৰ সন্মুখীন হ’ব পাৰে। মক্কাত প্ৰৱেশ কৰিবলৈ মুছলমানৰ ভুৱা প্ৰমাণ পত্ৰ ব্যৱহাৰ কৰাৰ বাবে ইউটিউবাৰজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবীও কৰা হৈছে৷

এজন টুইটাৰ ব্যৱহাৰকাৰীয়ে ছৌদি কৰ্তৃপক্ষক টেগ কৰি ইউটিউবাৰজনৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ দাবী কৰিছে। লোকজনে ইউটিউবাৰজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবীৰে এটা ভিডিঅ’ও পোষ্ট কৰে।

উল্লেখ্য যে এই দাবী কৰাৰ তেলেগু YouTuberৰ গৰাকীৰ ৬ লাখৰো অধিক subscriber আছে।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabaraxom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamislamMaccasaudi arab
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Financial Year End: আজিয়েই সম্পূৰ্ণ কৰক এই ৬টা কাম , নহ’লে দিব লাগিব বেছি কৰ
বাণিজ্য

Financial Year End: আজিয়েই সম্পূৰ্ণ কৰক এই ৬টা কাম , নহ’লে দিব লাগিব বেছি কৰ

March 31, 2026
আজি হনুমানে কৃপা কৰিব ৫ ৰাশিৰ ওপৰত, জানক দৈনিক ৰাশিফল
জীৱনশৈলী

আজি হনুমানে কৃপা কৰিব ৫ ৰাশিৰ ওপৰত, জানক দৈনিক ৰাশিফল

March 31, 2026
শাহুৱেক-শহুৰেকৰ ভৰণপোষণৰ দায়িত্ব ল’বলৈ বাধ্য কৰাব নোৱাৰিব বোৱাৰীয়েকক, ৰায় আদালতৰ
জীৱনশৈলী

শাহুৱেক-শহুৰেকৰ ভৰণপোষণৰ দায়িত্ব ল’বলৈ বাধ্য কৰাব নোৱাৰিব বোৱাৰীয়েকক, ৰায় আদালতৰ

March 30, 2026
SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব?
বাণিজ্য

SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব?

March 30, 2026
Next Post
ৰাজ্যবাসীৰ বাবে প্ৰেৰণাদায়ক খবৰ! কমনৱেলথত স্বৰ্ণ জয়ী নয়নমণি শইকীয়াৰ পদন্নোতি

ৰাজ্যবাসীৰ বাবে প্ৰেৰণাদায়ক খবৰ! কমনৱেলথত স্বৰ্ণ জয়ী নয়নমণি শইকীয়াৰ পদন্নোতি

প্ৰেম নে বলিয়ালি! প্ৰেমিক HIV পজিটিভ, প্ৰেমিকাইও শৰীৰত ভৰাই ল’লে ঘাতক ভাইৰাছ

প্ৰেম নে বলিয়ালি! প্ৰেমিক HIV পজিটিভ, প্ৰেমিকাইও শৰীৰত ভৰাই ল’লে ঘাতক ভাইৰাছ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.