• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
২৭গৰাকী হিন্দুৰ বিপৰীয়ে এজন মুছলমানক কিয় হত্যা কৰিলে সন্ত্ৰাসবাদীয়ে? কি অপৰাধত প্ৰাণ হেৰুৱালে একমাত্ৰ মুছলমান ছৈয়দ আদিলে?

11 months ago
গুৱাহাটীতেই IPLৰ তিনিখন মেচ, নিৰ্বাচনী ধামখুমীয়াৰ মাজতে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া মেচৰ সময়সূচী

8 hours ago
১৫ মাৰ্চত বিৰল ত্ৰিগ্ৰহী যোগ! সূৰ্য-শুক্ৰ-শনিৰ মিলনত নিশাৰ ভিতৰতে সলনি হ’ব ৪ৰাশিৰ ভাগ্য

9 hours ago
১২ মাহত ১৩ বাৰ কিয় ৰিচাৰ্জ কৰিব লাগে? আকৌ সংসদত জনতাৰ দাবী লৈ সৰৱ ৰাঘৱ চাড্ডা

৫দিন পাছতেই মহালক্ষ্মী ৰাজযোগ, ৪ৰাশি কোটিপতি হোৱাটো প্ৰায় খাটাং

10 hours ago
মাৰ্চৰ শেষত মঘা নক্ষত্ৰলৈ আহিব কেতু, ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ

11 hours ago
ৰাখে হৰি মাৰে কোনে… ৰাষ্ট্ৰীয় ঘাইপথৰ এটা গাঁতেই জগাই তুলিলে ব্ৰেইন ডে’ড মহিলাক, চিকিৎসকে আশা এৰা মহিলাক নতুন জীৱন কেনেকৈ দিলে ৰাস্তাৰ গাঁতে?

আজিৰ পৰাই ভাল দিন আৰম্ভ, ৩ মাহ ধৰি লাভেই লাভ কৰিব এই ৫ৰাশিৰ জাতক-জাতিকাই

12 hours ago
বিশ্বকাপ জিকি ছদ্মবেশত ট্ৰেইনেৰে ঘৰলৈ উভতিল শিৱম ডুবে! ট্ৰেইনযাত্ৰাৰ কাহিনী শ্বেয়াৰ কৰি কি কৈছে ডুবেইয়ে?

ৰাশিচক্ৰৰ শেষ ৰাশি মীনত মিলিত হ’ব ৩ গ্ৰহ, ত্ৰিগ্ৰহী যোগত শুভ দিনৰ আৰম্ভণি এই ৫ৰাশিৰ জাতকৰ

13 hours ago
ধ্বংস হৈ যাব ইউৰোপ? সঁচাকৈয়ে হ’ব নেকি তৃতীয় বিশ্বযুদ্ধ? চৰ্চাত বাবা ভাঙ্গাৰ ভয়ানক ভৱিষ্যদ্বাণী

14 hours ago
ইচ্ছামৃ***ত্যুৰ আৰ্জি মঞ্জুৰ কৰিলে দেশৰ উচ্চতম ন্যায়ালয়ে, হৰিশ ৰানাৰ গোচৰত যুগান্তকাৰী ৰায় দেশৰ শীৰ্ষ আদালতৰ

শুক্ৰ-বৃহস্পতিৰ লাভ দৃষ্টি যোগ, গুৰু-শিষ্যৰ জুঁটিত লাভেই লাভ ৫ৰাশিৰ জাতকৰ

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, March 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

২৭গৰাকী হিন্দুৰ বিপৰীয়ে এজন মুছলমানক কিয় হত্যা কৰিলে সন্ত্ৰাসবাদীয়ে? কি অপৰাধত প্ৰাণ হেৰুৱালে একমাত্ৰ মুছলমান ছৈয়দ আদিলে?

২৭গৰাকী হিন্দুৰ বিপৰীয়ে এজন মুছলমানক কিয় হত্যা কৰিলে সন্ত্ৰাসবাদীয়ে? কি অপৰাধত প্ৰাণ হেৰুৱালে একমাত্ৰ মুছলমান ছৈয়দ আদিলে?

editor by editor
April 23, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত
0
২৭গৰাকী হিন্দুৰ বিপৰীয়ে এজন মুছলমানক কিয় হত্যা কৰিলে সন্ত্ৰাসবাদীয়ে? কি অপৰাধত প্ৰাণ হেৰুৱালে একমাত্ৰ মুছলমান ছৈয়দ আদিলে?
0
SHARES
921
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
পহেলগামত সন্ত্ৰাসবাদী আক্ৰমণত নিহত ২৬ গৰাকীৰ ভিতৰত একমাত্ৰ মুছলমান ব্যক্তি হৈছে ছৈয়দ আদিল হুছেইন শ্বাহ৷ পৰ্যটক নহয়, ছৈয়দ আদিল হুছেইন শ্বাহ আছিল পহেলগামত পৰ্যটকক খচ্চৰেৰে উঠাই পৰিভ্ৰমণ কৰোৱা ব্যক্তি৷ অৰ্থাৎ খচ্চৰ চলোৱাৰ কাম কৰিছিল আদিলে৷ পৰ্যটকক বচাবলৈ আগবাঢ়ি অহা তেওঁৱেই একমাত্ৰ ব্যক্তি৷ ২৬গৰাকী পৰ্যটকক চকুৰ সন্মুখত গুলিয়াই থকাটো সহ্য কৰিব নোৱাৰি আগুৱাই আহিছিল আদিল৷ লগে লগেই আদিলক গুলি কৰে সন্ত্ৰাসবাদী দলটোৱে৷
স্থানীয় সংবাদমাধ্যমৰ সূত্ৰৰ খবৰ অনুসৰি স্থানীয় বাসিন্দা আদিলে এগৰাকী মহিলা পৰ্যটকক সেই সন্ত্ৰাসবাদীৰ হাতৰ পৰা ৰক্ষা কৰাৰ চেষ্টা কৰিছিল৷ আনকি সন্ত্ৰাসবাদীৰ হাতৰ পৰা আগ্নেয়াস্ত্ৰও কাঢ়ি লৈছিল আদিলে৷ তেতিয়াই তেওঁক গুলি কৰা হয়৷ পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী আছিল আদিল৷ সন্ত্ৰাসবাদী আক্ৰমণত মৃত মুছলমান সম্প্ৰদায়ৰ একমাত্ৰ ব্যক্তিয়েই হৈছে আদিল৷

সংবাদসংস্থা ANIক দিয়া সাক্ষাৎকাৰত আদিলৰ পিতৃয়ে জনাইছে, ‘মোৰ সন্তানে পেহেলগামত খচ্চৰ চলোৱাৰ কাম কৰিছিল৷ বিয়লি ৩ বজাত তাৰ মৃত্যুৰ খবৰ লাভ কৰো৷ আমি আদিলক ফোন কৰিছিলো, কিন্তু ফোন অফ পালো৷ বিয়লি ৪.৪০ মিনিটত আদিলৰ ফোন খুল খায়৷ কিন্তু ফোন ৰিছিভ কৰা নাছিল৷  আমি থানালৈ গ’লো৷ থানাত গম পালো সি ঘটনাত আহত হৈছে৷ তাৰকিছু সময়ৰ পাছতেই নিহতৰ খবৰ পাওঁ৷ এই ঘটনাৰ আঁৰত যিয়েই নাথাকক কিয় তেওঁলোকে যেন শাস্তি পায়৷’

কান্দোনত ভাঙি পৰিছে আদিলৰ মাতৃও৷ তেওঁ কয়, ‘আমাৰ সংসাৰত একমাত্ৰ উপাৰ্জনকাৰী সিয়েই আছিল৷’ প্ৰত্যক্ষদৰ্শীয়ে জনাইছে যে সন্ত্ৰাসবাদী আক্ৰমণত স্থানীয় বাসিন্দাসকলেই আহত, ৰক্তাক্ত পৰ্যটকক দুৰ্গম পথেৰে লৈ আনিছিল স্থানীয় লোকে৷ আৰক্ষী আৰু নিৰাপত্তাৰক্ষীবাহিনীৰ দল কিছুসময়ৰ পাছতহে উপস্থিত হৈছিল সেই স্থানত৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গুৱাহাটীতেই IPLৰ তিনিখন মেচ, নিৰ্বাচনী ধামখুমীয়াৰ মাজতে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া মেচৰ সময়সূচী
ক্ৰীড়া

March 11, 2026
১৫ মাৰ্চত বিৰল ত্ৰিগ্ৰহী যোগ! সূৰ্য-শুক্ৰ-শনিৰ মিলনত নিশাৰ ভিতৰতে সলনি হ’ব ৪ৰাশিৰ ভাগ্য
জীৱনশৈলী

১৫ মাৰ্চত বিৰল ত্ৰিগ্ৰহী যোগ! সূৰ্য-শুক্ৰ-শনিৰ মিলনত নিশাৰ ভিতৰতে সলনি হ’ব ৪ৰাশিৰ ভাগ্য

March 11, 2026
৫দিন পাছতেই মহালক্ষ্মী ৰাজযোগ, ৪ৰাশি কোটিপতি হোৱাটো প্ৰায় খাটাং
জীৱনশৈলী

৫দিন পাছতেই মহালক্ষ্মী ৰাজযোগ, ৪ৰাশি কোটিপতি হোৱাটো প্ৰায় খাটাং

March 11, 2026
মাৰ্চৰ শেষত মঘা নক্ষত্ৰলৈ আহিব কেতু, ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ
জীৱনশৈলী

মাৰ্চৰ শেষত মঘা নক্ষত্ৰলৈ আহিব কেতু, ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ

March 11, 2026
Next Post
সাতোজনম একেলগে থকাৰ প্ৰতিশ্ৰুতি দি ৭দিনতেই মোক এৰি গ’লা, শ্ৰেষ্ঠ স্বামী হম বুলি কৈছিলা মৃত্যুৰ সিপাৰেও শ্ৰেষ্ঠ হৈয়েই থাকিবা, পেহেলগামত জীৱন হেৰুওৱা নৌসেনাক শেষ বিদায় পত্নীৰ

পেহেলগ্ৰামৰ প্ৰতিশোধ ল’বলৈ ছাৰ্জিকেল ষ্ট্ৰাইক কৰিব নেকি ভাৰতে? সংঘাত আৰম্ভ হওঁতেই জানি থওক কিমান শক্তিশালী ভাৰতীয় সেনা, পাকিস্তানতকৈ কিমান বেছি অত্যাধুনিক অস্ত্ৰভাণ্ডাৰ আছে ভাৰতৰ হাতত?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন