কুম্ভৰ ভাইৰেল গাৰ্ল মনালিছা নাবালিকা, জে’ললৈ যাব নেকি স্বামী ফৰমান খান? কি কি ধাৰাৰ অধীনত গোচৰ ৰুজু ফৰমানৰ বিৰুদ্ধে?
প্ৰয়াগৰাজ মহাকুম্ভ মেলাৰ সময়ত ভাইৰেল হৈ পৰা মনালিছা ভোছলেই বিবাহপাশত আৱদ্ধ হৈছে৷ মুছলমান যুৱক ফৰমান খানৰ সৈতে বিয়াত বহিছে মনালিছা৷...





