মদৰ দাম কমিল, পেট্ৰ’ল-ডিজেলৰো কমিল দাম
চৰকাৰে কমাই দিলে মদৰ দাম। আনন্দত আত্মহাৰা একাংশ। এতিয়া ১০০ টকীয়া মদ পাব মাত্ৰ ৭৫ টকাত। সমান্তৰালভাৱে কমিল পেট্ৰ’ল-ডিজেলৰ দামো।...
চৰকাৰে কমাই দিলে মদৰ দাম। আনন্দত আত্মহাৰা একাংশ। এতিয়া ১০০ টকীয়া মদ পাব মাত্ৰ ৭৫ টকাত। সমান্তৰালভাৱে কমিল পেট্ৰ’ল-ডিজেলৰ দামো।...
কংগ্ৰেছৰ পৰা কোন সমষ্টিত কোনে বিচাৰিছে প্ৰাৰ্থিত্ব? ৰাজীৱ ভৱনত প্ৰাৰ্থিত্বপ্ৰত্যাশীৰ ভিৰ।
চিৰিয়াখানাৰ পৰা হঠাৎ অন্তৰ্ধান দুটাকৈ ব্লেক পেন্থাৰ। অভিযোগ- আম্বানিৰ পুত্ৰ অনন্ত আম্বানিক চমজাই দিয়া হ’ল ব্লেক পেন্থাৰ দুটা।
আজিৰ পৰা মদৰ দাম কমিল। দাম কমিল ডিজেল-পেট্ৰ’লৰ। সুৰাৰ দাম হ্ৰাস হ’ব ২৫ শতাংশলৈ। ডিজেল-পেট্ৰ’লৰ উপকৰো প্ৰত্যাহাৰ।
কৰিমগঞ্জৰ কালিগঞ্জবাসীৰ বাবে এটা ভাল খবৰ। বহুজনৰ মুখত হাঁহি বিৰিঙাইছে বন্ধন বেংকে। কোনোৱে খুলিছে ফাৰ্মাচী, কোনোবাই খুলিছে ম’বাইলৰ দোকান।
You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.
Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com
© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.