• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মান-সন্মান ৰক্ষা কৰাত এইবাৰো বিফল বাবৰ বাহিনী! ১৯৯২ৰ মেলবৰ্ণৰ পৰা নৰেন্দ্ৰ মোদী ষ্টেডিয়ামলৈ অষ্টমবাৰৰ বাবে ভাৰতৰ হাতত ধৰাশায়ী পাকিস্তান

মান-সন্মান ৰক্ষা কৰাত এইবাৰো বিফল বাবৰ বাহিনী! ১৯৯২ৰ মেলবৰ্ণৰ পৰা নৰেন্দ্ৰ মোদী ষ্টেডিয়ামলৈ অষ্টমবাৰৰ বাবে ভাৰতৰ হাতত ধৰাশায়ী পাকিস্তান

3 years ago
সুখবৰ! এতিয়াৰে পৰা মহিলাসকলে প্ৰতিমাহে পাব ২৫০০টকা

সুখবৰ! এতিয়াৰে পৰা মহিলাসকলে প্ৰতিমাহে পাব ২৫০০টকা

21 minutes ago
এইসকল লোকে বতৰৰ ফল আম খোৱাৰ আগতে সাৱধান হওক

এইসকল লোকে বতৰৰ ফল আম খোৱাৰ আগতে সাৱধান হওক

2 hours ago
১৪ জুলাই মঙলবাৰে এই ৫ বিধ বস্তু দান কৰক

১৪ জুলাই মঙলবাৰে এই ৫ বিধ বস্তু দান কৰক

2 hours ago
গাৰ্ডনাৰ-ৱ’লৰ অবৈধ সম্পৰ্ক!

গাৰ্ডনাৰ-ৱ’লৰ অবৈধ সম্পৰ্ক!

3 hours ago
১৮টা ক*বৰত উদ্ধাৰ সোণৰ জিভা, জানক ক’ত এই বিস্ময়কৰ ঘটনা

১৮টা ক*বৰত উদ্ধাৰ সোণৰ জিভা, জানক ক’ত এই বিস্ময়কৰ ঘটনা

4 hours ago
এইবাৰ ষ্টেডিয়ামৰ ঘাঁহ চ’ৰাদাম বিক্ৰী কৰিব ফিফাই

এইবাৰ ষ্টেডিয়ামৰ ঘাঁহ চ’ৰাদাম বিক্ৰী কৰিব ফিফাই

5 hours ago
ভুলতো এই ৫ লোকে নাখাব মাখানা, অন্যথা বিপদ অনিবাৰ্য!

ভুলতো এই ৫ লোকে নাখাব মাখানা, অন্যথা বিপদ অনিবাৰ্য!

6 hours ago
NHPCয়ে এৰিছে পানী, ৰাজ্যৰ ৫ জিলাত হাই এলাৰ্ট, প্ৰশাসনে বজাইছে চাইৰেন

NHPCয়ে এৰিছে পানী, ৰাজ্যৰ ৫ জিলাত হাই এলাৰ্ট, প্ৰশাসনে বজাইছে চাইৰেন

6 hours ago
আয়ুষ্মান কাৰ্ড আছে, কিন্তু ক’ত বিনামূলীয়া চিকিৎসা পাব নাজানে? তেন্তে সবিশেষ জানক

আয়ুষ্মান কাৰ্ড আছে, কিন্তু ক’ত বিনামূলীয়া চিকিৎসা পাব নাজানে? তেন্তে সবিশেষ জানক

7 hours ago
গুৱাহাটীত প্ৰৱল বৰষুণ, বাহিৰলৈ ওলোৱাৰ পূৰ্বে ১০০ বাৰ ভাবক!

গুৱাহাটীত প্ৰৱল বৰষুণ, বাহিৰলৈ ওলোৱাৰ পূৰ্বে ১০০ বাৰ ভাবক!

7 hours ago
Saraighat Bridge: আজিৰে পৰা বন্ধ পুৰণি শৰাইঘাট দলং! গুৱাহাটীলৈ কেনেকৈ আহিব নামনিবাসী?

Saraighat Bridge: আজিৰে পৰা বন্ধ পুৰণি শৰাইঘাট দলং! গুৱাহাটীলৈ কেনেকৈ আহিব নামনিবাসী?

8 hours ago
কৃষকসকলৰ বাবে ডাঙৰ খবৰ! এই দিনটোত একাউণ্টলৈ আহিব ধন

কেতিয়া পাব PM Kisan আঁচনিৰ ২৪ সংখ্যক কিস্তি? এইদৰে কৰক চেক

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, July 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মান-সন্মান ৰক্ষা কৰাত এইবাৰো বিফল বাবৰ বাহিনী! ১৯৯২ৰ মেলবৰ্ণৰ পৰা নৰেন্দ্ৰ মোদী ষ্টেডিয়ামলৈ অষ্টমবাৰৰ বাবে ভাৰতৰ হাতত ধৰাশায়ী পাকিস্তান

editor by editor
October 15, 2023
in জীৱনশৈলী, ভাৰত
0
মান-সন্মান ৰক্ষা কৰাত এইবাৰো বিফল বাবৰ বাহিনী! ১৯৯২ৰ মেলবৰ্ণৰ পৰা নৰেন্দ্ৰ মোদী ষ্টেডিয়ামলৈ অষ্টমবাৰৰ বাবে ভাৰতৰ হাতত ধৰাশায়ী পাকিস্তান
0
SHARES
317
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ১৯৯২ চনত মেলবৰ্ণত মহম্মদ আজহাৰউদ্দিনৰ দলৰ হাতত ধৰি আৰম্ভ হৈছে ইতিহাসৰ লেখা। ২০২৩চনৰ ১৪ অক্টোবৰত সেই ইতিহাসত অষ্টম অধ্যায় যোগ দিলে ৰোহিত শৰ্মাই। বিশ্বকাপত আকৌ এবাৰ ভাৰতৰ হাতত ধৰাশায়ী হ’ল পাকিস্তান। পাকিস্তানে ইনিংছ সামৰিছিল ১৯১ ৰানত। ভাৰতে পাকিস্তানক প্ৰত্তুত্ত্যৰ দিলে ৩০.৩ অভাৰত ৩ উইকেটত ১৯২ ৰান কৰি।

ৰোহিতে এইবাৰ ৭ উইকেট ল’বলৈ সক্ষম হৈছে। প্রথম বেট ধৰি পাকিস্তানে ভাৰতক টাৰ্গেট দিয়ে ১৯২ ৰানৰ। জয়ৰ বাবে সহজ লক্ষ্য পায় আগ্ৰাসী মেজাজেৰেই বেটিং আৰম্ভ কৰে টিম ব্লুয়ে। শ্বাহিন শ্বাহ আফ্ৰিদিৰ বলত প্ৰথমেই বাউণ্ডেৰী কোবাই ৰোহিত শৰ্মাই। শৰ্মাক দেখি উৎসাহী হৈ উঠে বিশ্বকাপত অভিষেক ঘটা শুভমন গীলে। শুভমনে বেছি ৰান ল’ব নোৱাৰিলেও ১১ বলত ১৬ ৰানৰ ইনিংছত ডেংগুৰ দুৰ্বলতাৰ চাপ কিন্তু মুঠেও দেখা নগ’ল। শ্বাহিনৰ বলতেই আউট হয় শুভমন। উইকেটৰ অন্য প্ৰান্তত ৰোহিতে কিন্তু শক্তিশালী ৰূপত খেল দেখুৱালে। ৰোহিতে ৬টা বাউণ্ডেৰী, ৬টা ছিক্স কোবাই সকলোৰে দৃষ্টি কাঢ়িছে। বিৰাটে অৱশ্যে বৰ বেছি ৰান কৰিবলৈ সক্ষম নহ’ল। বিৰাটৰ পাছতেই বেটিং কৰে শ্ৰেয়ছ আয়াৰে। শ্ৰেয়ছে খেলিলে ৬২বলত ৫৩ ৰানৰ অপৰাজিত ইনিংছ। শ্ৰেয়ছেও ৩টা বাউণ্ডেৰী আৰু ২টা ছিক্স কোবাইছে। শেষত লোকেশ ৰাহুলও অপৰাজিত ১৮ৰান ল’বলৈ সক্ষম হয়।

টছত জিকি পাকিস্তানক প্ৰথম মেট ধৰিবলৈ আহ্বান জনাই ৰোহিতে। বাবৰৰ দলে ইনিংছৰ আৰম্ভণি ভালধৰণেই কৰিছিল। কিন্তু শেষ অত্যন্ত সাধাৰণভাৱে হয় পাক দলৰ। ৩৬ ৰানত শেষত ৮ উইকেট হেৰুৱাই পাক দলে। বাবৰ আৰু মহম্মদ ৰিজোৱানে মিলি কৰিছে ৯৯ ৰান। পাকিস্তানৰ বাকী ৯জন বেটাৰৰ অৱদান ৯২ ৰান। ৪২.৫ অভাৰত পাকিস্তানৰ ইনিংছ শেষ হ’ল ১৯১ ৰানত। ফলত বাবৰৰ ৰেকৰ্ড ভঙাৰ স্বপ্ন আধা হৈ থাকিল নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত। ভাৰতে ৩ উইকেটতেই জয়ৰ বাবে প্ৰয়োজনীয় ৰান সংগ্ৰহ কৰে ভাৰতে। দুইগৰাকী অপেনাৰ আব্দুল্লাহ শ্বফিক আৰু ইমাম উল হকে আগ্ৰাসী মেজাজত খেল আৰম্ভ কৰে। ৰানৰ বাবে তেওঁলোকে বাচি লৈছিল মহম্মদ ছিৰাজক। তাত অৱশ্যে বিশেষ ক্ষতি নহ’ল। কাৰণ কোনোৱে বিশেষ ৰান ল’ব নোৱাৰিলে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সুখবৰ! এতিয়াৰে পৰা মহিলাসকলে প্ৰতিমাহে পাব ২৫০০টকা
ভাৰত

সুখবৰ! এতিয়াৰে পৰা মহিলাসকলে প্ৰতিমাহে পাব ২৫০০টকা

July 13, 2026
এইসকল লোকে বতৰৰ ফল আম খোৱাৰ আগতে সাৱধান হওক
জীৱনশৈলী

এইসকল লোকে বতৰৰ ফল আম খোৱাৰ আগতে সাৱধান হওক

July 13, 2026
১৪ জুলাই মঙলবাৰে এই ৫ বিধ বস্তু দান কৰক
জীৱনশৈলী

১৪ জুলাই মঙলবাৰে এই ৫ বিধ বস্তু দান কৰক

July 13, 2026
ভুলতো এই ৫ লোকে নাখাব মাখানা, অন্যথা বিপদ অনিবাৰ্য!
জীৱনশৈলী

ভুলতো এই ৫ লোকে নাখাব মাখানা, অন্যথা বিপদ অনিবাৰ্য!

July 13, 2026
Next Post
তুলসীৰ তলে তলে মৃগপহু চৰে…আজি কাতি বিহু

তুলসীৰ তলে তলে মৃগপহু চৰে...আজি কাতি বিহু

৪০০ বছৰ পাছত দুৰ্গা পুজাৰ প্ৰতিদিনেই তৈয়াৰ হ’ব শুভ যোগ, উন্নতিৰ যোগ আছে ৩ ৰাশিৰ জাতকৰ

৪০০ বছৰ পাছত দুৰ্গা পুজাৰ প্ৰতিদিনেই তৈয়াৰ হ’ব শুভ যোগ, উন্নতিৰ যোগ আছে ৩ ৰাশিৰ জাতকৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.