• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৪০০ বছৰ পাছত দুৰ্গা পুজাৰ প্ৰতিদিনেই তৈয়াৰ হ’ব শুভ যোগ, উন্নতিৰ যোগ আছে ৩ ৰাশিৰ জাতকৰ

৪০০ বছৰ পাছত দুৰ্গা পুজাৰ প্ৰতিদিনেই তৈয়াৰ হ’ব শুভ যোগ, উন্নতিৰ যোগ আছে ৩ ৰাশিৰ জাতকৰ

2 years ago
অক্ষয় তৃতীয়াত তৈয়াৰ হ’ব দুৰ্লভ যোগ, ৪ৰাশিৰ বাবে আহিছে সুসময়, কোনে কোনে লাভ কৰিব সুখবৰ?

অক্ষয় তৃতীয়াত তৈয়াৰ হ’ব দুৰ্লভ যোগ, ৪ৰাশিৰ বাবে আহিছে সুসময়, কোনে কোনে লাভ কৰিব সুখবৰ?

14 minutes ago
মিথুন, সিংহৰ পৰা কন্যা, ২১ এপ্ৰিলৰ পৰা ভাগ্য চমকিব ৫ৰাশিৰ, গজকেশৰী ৰাজযোগত আৰম্ভ হ’ব শুভ সময়

মিথুন, সিংহৰ পৰা কন্যা, ২১ এপ্ৰিলৰ পৰা ভাগ্য চমকিব ৫ৰাশিৰ, গজকেশৰী ৰাজযোগত আৰম্ভ হ’ব শুভ সময়

42 minutes ago
সাৱধানে থাকক ৩ৰাশি, ১৭ এপ্ৰিলতে শনিয়ে গোচৰ আৰম্ভ কৰিছে উত্তৰভাদ্ৰা নক্ষত্ৰত

সাৱধানে থাকক ৩ৰাশি, ১৭ এপ্ৰিলতে শনিয়ে গোচৰ আৰম্ভ কৰিছে উত্তৰভাদ্ৰা নক্ষত্ৰত

1 hour ago
১৯ এপ্ৰিলৰ পৰা ধন-সম্পদ বাঢ়িব ৫ৰাশিৰ, তৈয়াৰ হৈছে মালব্য ৰাজযোগ

১৯ এপ্ৰিলৰ পৰা ধন-সম্পদ বাঢ়িব ৫ৰাশিৰ, তৈয়াৰ হৈছে মালব্য ৰাজযোগ

1 hour ago
পহিলা ব’হাগত লটাৰী জিকিল, একো একোজনৰ নামত থাৰ, ইনোভাকে ধৰি বিলাসী বাহন, নলবাৰীলৈ বাহন নিবলৈ আহি কিয় মূৰে-কঁপালে হাত লটাৰী জিকা ব্যক্তিৰ?

পহিলা ব’হাগত লটাৰী জিকিল, একো একোজনৰ নামত থাৰ, ইনোভাকে ধৰি বিলাসী বাহন, নলবাৰীলৈ বাহন নিবলৈ আহি কিয় মূৰে-কঁপালে হাত লটাৰী জিকা ব্যক্তিৰ?

12 hours ago
বিতৰ্কত লেন্সকাৰ্টঃ হিজাব পিন্ধিব পাৰিব, কিন্তু বিন্দি বা তিলক নহয়, বিষয়ক লৈ কি কৈছে লেন্সকাৰ্টৰ CEOয়ে?

বিতৰ্কত লেন্সকাৰ্টঃ হিজাব পিন্ধিব পাৰিব, কিন্তু বিন্দি বা তিলক নহয়, বিষয়ক লৈ কি কৈছে লেন্সকাৰ্টৰ CEOয়ে?

12 hours ago
জীৱনলৈ কেতিয়া আহে শনিৰ চাৰে সাতি দশা? ব্যক্তিৰ সৈতে কি ঘটে এই সময়ত? জানক ইয়াৰ পৰা মুক্তিৰ উপায়

জীৱনলৈ কেতিয়া আহে শনিৰ চাৰে সাতি দশা? ব্যক্তিৰ সৈতে কি ঘটে এই সময়ত? জানক ইয়াৰ পৰা মুক্তিৰ উপায়

13 hours ago
মাহত ২০ হাজাৰ টকা EMI দিব পাৰিব? তেন্তে HDFC বেংকে আপোনাক কিমান টকা ঋণ দিব?

মাহত ২০ হাজাৰ টকা EMI দিব পাৰিব? তেন্তে HDFC বেংকে আপোনাক কিমান টকা ঋণ দিব?

13 hours ago
বেংক অফ বৰোদাৰ পৰা ৬০ লাখৰ গৃহঋণ ল’ব খোজে? ৬০লাখ গৃহঋণত ৩০ বছৰৰ EMI কিমান হ’ব?

বেংক অফ বৰোদাৰ পৰা ৬০ লাখৰ গৃহঋণ ল’ব খোজে? ৬০লাখ গৃহঋণত ৩০ বছৰৰ EMI কিমান হ’ব?

14 hours ago
শনিদেৱৰ প্ৰিয় এই ২ ৰাশি, জীৱনত বিপদমুক্ত থাকে তেওঁলোক, শনিৰ কৃপা আপুনি লাভ কৰিবই

শনিদেৱৰ প্ৰিয় এই ২ ৰাশি, জীৱনত বিপদমুক্ত থাকে তেওঁলোক, শনিৰ কৃপা আপুনি লাভ কৰিবই

15 hours ago
পৰকীয়া প্ৰেম বাঢ়িছে, পৰকীয়া প্ৰেমত মহিলাই কোন বয়সৰ পুৰুষ বিচাৰে?

পৰকীয়া প্ৰেম বাঢ়িছে, পৰকীয়া প্ৰেমত মহিলাই কোন বয়সৰ পুৰুষ বিচাৰে?

15 hours ago
PNBত ৪৬ দিনৰ FD ত ২লাখ টকা ৰাখিছে? ম্যাদৰ শেষত কিমান টকা পাব বিনিয়োগকাৰীয়ে?

PNBত ৪৬ দিনৰ FD ত ২লাখ টকা ৰাখিছে? ম্যাদৰ শেষত কিমান টকা পাব বিনিয়োগকাৰীয়ে?

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

৪০০ বছৰ পাছত দুৰ্গা পুজাৰ প্ৰতিদিনেই তৈয়াৰ হ’ব শুভ যোগ, উন্নতিৰ যোগ আছে ৩ ৰাশিৰ জাতকৰ

editor by editor
October 18, 2023
in অসম, জীৱনশৈলী, বিবিধ, ভাৰত
0
৪০০ বছৰ পাছত দুৰ্গা পুজাৰ প্ৰতিদিনেই তৈয়াৰ হ’ব শুভ যোগ, উন্নতিৰ যোগ আছে ৩ ৰাশিৰ জাতকৰ
0
SHARES
10k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ এইবাৰ দুৰ্গা পূজাত একাধিক শুভ আৰু বিশেষ যোগ তৈয়াৰ হৈছে। দুৰ্গোৎসৱৰ প্ৰতিপদ তিথিত একাধিক শুভ যোগ আছিল। একেদৰেই বাকী ৯ দিনো একাধিক শুভ যোগ তৈয়াৰ হয়। জ্যোতিষ গণনা অনুসৰি ৪০০ বছৰ পাছত দুৰ্গোৎসৱৰ ৯ দিনত ৯টা শুভ যোগ আছে। যিয়ে দুৰ্গাপুজাক আৰু গুৰুত্বপূৰ্ণ কৰি তুলিছে। দুৰ্গা পূজাৰ প্ৰতিটো দিনেই কঢ়িয়াব আশাৰ বতৰা। এই শুভ যোগৰ ফলত একাধিক ৰাশিৰ জাতকৰ উন্নতি হ’ব। এই সময়ত কোন কোন দিনা কি কি যোগ আছে?

৯ দিনৰ ৯টা শুভ যোগ
১৫ অক্টোবৰ প্ৰতিপদ তিথিত তৈয়াৰ হৈছে পদ্ম যোগ, বুধাদিত্য যোগ আৰু চিত্ৰা নক্ষত্ৰৰ সংযোগ।
১৬ অক্টোবৰ দ্বিতীয়াত তৈয়াৰ হৈছে ছত্ৰ যোগ আৰু স্বাতী নক্ষত্ৰৰ শুভ সংযোগ।
১৭ অক্টোবৰ তৃতীয়াত তৈয়াৰ হৈছে প্ৰীতি, আয়ুষ্মান আৰু শ্ৰী বাস্তৱ যোগ।
১৮ অক্টোবৰ চতুৰ্থীত তৈয়াৰ হৈছে সৰ্বাৰ্থসিদ্ধি আৰু অমৃতসিদ্ধি যোগ।
১৯ অক্টোবৰ পঞ্চমীত তৈয়াৰ হ’ব জ্যৈষ্ঠা নক্ষত্ৰ আৰু পূৰ্ণা তিথিৰ শুভ সংযোগ।
২০ অক্টোবৰ ষষ্ঠীৰ দিনা মূল নক্ষত্ৰ আৰু ৰবি যোগৰ সংযোগ থাকিব।
২১ অক্টোবৰ মহাসপ্তমীত ত্ৰিপুষ্কৰ যোগ তৈয়াৰ হ’ব।
২২ অক্টোবৰ মহাষ্টমীত সৰ্বাৰ্থসিদ্ধি যোগ আৰু ৰবি যোগ তৈয়াৰ হ’ব।
২৩ অক্টোবৰ মহানৱমীতো সৰ্বাৰ্থসিদ্ধি আৰু ৰবি যোগৰ প্ৰভাৱ থাকিব।
উল্লেখ্য যে বিজয়া দশমী অৰ্থাৎ ২৪ অক্টোবৰত অমৃতকাল আৰু বৃদ্ধি যোগ থাকিব।

দুৰ্গা পূজাত কোন কোন ৰাশিৰ ভাগ্য চমকি উঠিব?

মেষ ৰাশি
দুৰ্গা পুজাৰ ৪০০ বছৰ পাছত তৈয়াৰ হ’ব এই সংযোগ। মেষ ৰাশিৰ জাতকৰ বাবে অনুকূল প্ৰমাণিত হ’ব। জীৱনসংগীৰ সৈতে আপোনাৰ সম্পৰ্ক মজবুত হ’ব। ইয়াৰোপৰি জীৱনসংগীৰ সহযোগিতাত ভাল ফল লাভ কৰিব এই ৰাশিৰ জাতকে। চাকৰীয়ালসকলে কৰ্মক্ষেত্ৰত উচ্চপদ লাভ কৰিব পাৰিব। ইয়াৰোপৰি সামাজিক জীৱনতো প্ৰচুৰ জনপ্ৰিয়তা অৰ্জন কৰিব এই ৰাশিৰ জাতকে। পুৰণা লগ্নিৰ দ্বাৰা লাভাম্বিত হ’ব পাৰিব। পাৰিবাৰিক বিষয়ত অসাধাৰণ সময় কটাব। প্ৰচুৰ পাৰিবাৰিক সুখ পাব এই ৰাশিৰ জাতকে। অংশীদাৰীৰ কামত লাভাম্বিত হ’ব।

মকৰ ৰাশি
৯ দিনত ৯ যোগ তৈয়াৰত লাভাম্বিত হ’ব মকৰ ৰাশিৰ জাতকসকল। এই সময়ত আপোনাৰ সমস্ত ইচ্ছা পূৰণ হ’ব। ইয়াৰোপৰি আপুনি কোনো নতুন কাম আৰম্ভ কৰিব পাৰে। কাম আৰু ব্যৱসায়ত উন্নতিৰ সম্ভাৱনা আছে এই ৰাশিৰ জাতকৰ। প্ৰচুৰ ধন লাভ কৰিব পাৰিব আপুনি। আৰ্থিক পৰিস্থিতি ভাল হ’ব। এই ৰাশিৰ জাতকৰ ছাত্ৰসকলে প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতা লাভ কৰিব। সাফল্য লাভ কৰিব এই ৰাশিৰ জাতকে।

ধনু ৰাশি
জ্যোতিষ গণনা অনুযায়ী ৯ দিনৰ এই দুৰ্লভ সংযোগ ধনু ৰাশিৰ জাতকৰ বাবে আশীৰ্বাদ স্বৰূপ। এই সময়ৰ মাজত ভাগ্যৰ সংগ লাভ কৰিব। আপোনাৰ ৰৈ যোৱা সকলো কাম সম্পন্ন হ’ব। ব্যৱসায়ৰ কাৰণে যাত্ৰা কৰিব ধনু ৰাশিৰ জাতকে। এই যাত্ৰাৰ শুভ ফল লাভ কৰিব। নতুন গাড়ী আৰু সম্পত্তি ক্ৰয় কৰিব পাৰে। ধনু ৰাশিৰ ব্যৱসায়ীসকলৰ বাবে এই সময় শুভ। ধন লাভৰ প্ৰৱল সম্ভাৱনা আছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অক্ষয় তৃতীয়াত তৈয়াৰ হ’ব দুৰ্লভ যোগ, ৪ৰাশিৰ বাবে আহিছে সুসময়, কোনে কোনে লাভ কৰিব সুখবৰ?
জীৱনশৈলী

অক্ষয় তৃতীয়াত তৈয়াৰ হ’ব দুৰ্লভ যোগ, ৪ৰাশিৰ বাবে আহিছে সুসময়, কোনে কোনে লাভ কৰিব সুখবৰ?

April 17, 2026
মিথুন, সিংহৰ পৰা কন্যা, ২১ এপ্ৰিলৰ পৰা ভাগ্য চমকিব ৫ৰাশিৰ, গজকেশৰী ৰাজযোগত আৰম্ভ হ’ব শুভ সময়
জীৱনশৈলী

মিথুন, সিংহৰ পৰা কন্যা, ২১ এপ্ৰিলৰ পৰা ভাগ্য চমকিব ৫ৰাশিৰ, গজকেশৰী ৰাজযোগত আৰম্ভ হ’ব শুভ সময়

April 17, 2026
সাৱধানে থাকক ৩ৰাশি, ১৭ এপ্ৰিলতে শনিয়ে গোচৰ আৰম্ভ কৰিছে উত্তৰভাদ্ৰা নক্ষত্ৰত
জীৱনশৈলী

সাৱধানে থাকক ৩ৰাশি, ১৭ এপ্ৰিলতে শনিয়ে গোচৰ আৰম্ভ কৰিছে উত্তৰভাদ্ৰা নক্ষত্ৰত

April 17, 2026
১৯ এপ্ৰিলৰ পৰা ধন-সম্পদ বাঢ়িব ৫ৰাশিৰ, তৈয়াৰ হৈছে মালব্য ৰাজযোগ
জীৱনশৈলী

১৯ এপ্ৰিলৰ পৰা ধন-সম্পদ বাঢ়িব ৫ৰাশিৰ, তৈয়াৰ হৈছে মালব্য ৰাজযোগ

April 17, 2026
Next Post
জোনমণিৰ পাছে পাছেই গুচি গ’ল ভাতৃ কৰুণা ৰাভাও, দক্ষিণগাঁৱৰ সেই বিশেষ ঘৰখনৰ নিৰৱতাক কেনেকৈ সহে মাতৃয়ে?

জোনমণিৰ পাছে পাছেই গুচি গ’ল ভাতৃ কৰুণা ৰাভাও, দক্ষিণগাঁৱৰ সেই বিশেষ ঘৰখনৰ নিৰৱতাক কেনেকৈ সহে মাতৃয়ে?

এইয়া ‘যুদ্ধপৰাধ’! গাজাৰ হাস্পতালতো দুৰ্বিত্তৰ আক্ৰমণ, নিহত ৫০০ ৰো অধিক ব্যক্তি

এইয়া 'যুদ্ধপৰাধ’! গাজাৰ হাস্পতালতো দুৰ্বিত্তৰ আক্ৰমণ, নিহত ৫০০ ৰো অধিক ব্যক্তি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.