• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এইয়া ‘যুদ্ধপৰাধ’! গাজাৰ হাস্পতালতো দুৰ্বিত্তৰ আক্ৰমণ, নিহত ৫০০ ৰো অধিক ব্যক্তি

এইয়া ‘যুদ্ধপৰাধ’! গাজাৰ হাস্পতালতো দুৰ্বিত্তৰ আক্ৰমণ, নিহত ৫০০ ৰো অধিক ব্যক্তি

3 years ago
দুই বন্ধুৰ প্ৰাণ কাঢ়ি মন্দিৰৰ চৌহদতেই পুঁতি থ’লে মন্দিৰৰ পূজাৰীয়ে

দুই বন্ধুৰ প্ৰাণ কাঢ়ি মন্দিৰৰ চৌহদতেই পুঁতি থ’লে মন্দিৰৰ পূজাৰীয়ে

46 minutes ago
জীৱনত সমৃদ্ধি ধৰি ৰাখিব কেনেকৈ? লক্ষ্মীক সন্তুষ্ট কৰাৰ ৭টা উপায়

জীৱনত সমৃদ্ধি ধৰি ৰাখিব কেনেকৈ? লক্ষ্মীক সন্তুষ্ট কৰাৰ ৭টা উপায়

2 hours ago
‘আমি চৰকাৰক পাগল কৰিহে এৰিম’ ‘আমি RSSক সুৰক্ষা দিবলৈ সাজু’- ৰাহুল গান্ধী

‘আমি চৰকাৰক পাগল কৰিহে এৰিম’ ‘আমি RSSক সুৰক্ষা দিবলৈ সাজু’- ৰাহুল গান্ধী

2 hours ago
এইবাৰ বলীউডত এলভিছ যাদৱৰ SUPER ENTRY

এইবাৰ বলীউডত এলভিছ যাদৱৰ SUPER ENTRY

3 hours ago
দাঁত ব্ৰাছ কৰাৰ সময়ত হোৱা ভুলৰ ফলত হৃদৰোগ হ’ব পাৰে! জানক বিশেষজ্ঞৰ মতামত

দাঁত ব্ৰাছ কৰাৰ সময়ত হোৱা ভুলৰ ফলত হৃদৰোগ হ’ব পাৰে! জানক বিশেষজ্ঞৰ মতামত

3 hours ago
বিগত প্ৰায় ১০ বছৰে পুখুৰীৰ পানীয়েই হৈ পৰিছে এইজন কিশোৰৰ জীৱন

বিগত প্ৰায় ১০ বছৰে পুখুৰীৰ পানীয়েই হৈ পৰিছে এইজন কিশোৰৰ জীৱন

4 hours ago
long distance relationshipত ৰিয়ান পৰাগ!

long distance relationshipত ৰিয়ান পৰাগ!

5 hours ago
LOAN লোৱাসকলৰ বাবে সকাহৰ খবৰ!

LOAN লোৱাসকলৰ বাবে সকাহৰ খবৰ!

6 hours ago
এইগৰাকী মুখ্যমন্ত্ৰীৰে কঁকাল ভাঙি এপাক নাচিলে সাংসদ-অভিনেত্ৰী কংগনা ৰানাৱটে

এইগৰাকী মুখ্যমন্ত্ৰীৰে কঁকাল ভাঙি এপাক নাচিলে সাংসদ-অভিনেত্ৰী কংগনা ৰানাৱটে

7 hours ago
প্ৰচণ্ড গৰমত কি খাব, কি নাখাব? কেনেকুৱা কাপোৰ পিন্ধিব?

প্ৰচণ্ড গৰমত কি খাব, কি নাখাব? কেনেকুৱা কাপোৰ পিন্ধিব?

7 hours ago
কেতিয়া দাখিল হ’ব অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন?

কেতিয়া দাখিল হ’ব অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন?

7 hours ago
আজিৰ বাবে আপোনাৰ শুভ সংখ্যা, শুভ ৰং কি?

আজিৰ বাবে আপোনাৰ শুভ সংখ্যা, শুভ ৰং কি?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, August 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

এইয়া ‘যুদ্ধপৰাধ’! গাজাৰ হাস্পতালতো দুৰ্বিত্তৰ আক্ৰমণ, নিহত ৫০০ ৰো অধিক ব্যক্তি

editor by editor
October 18, 2023
in বিবিধ, বিশ্ব, লেখা
0
এইয়া ‘যুদ্ধপৰাধ’! গাজাৰ হাস্পতালতো দুৰ্বিত্তৰ আক্ৰমণ, নিহত ৫০০ ৰো অধিক ব্যক্তি
0
SHARES
264
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ গাজাত আজিও আক্ৰমণ অব্যাহত ৰাখিছে ইজৰাইলী সেনাই। এইবাৰ গাজাৰ এখন হাস্পতালত আক্ৰমণ চলাইছে ইজৰাইলী বাহিনীয়ে বুলি গাজাৰ এক সূত্ৰই প্ৰকাশ কৰিছে। বুধবাৰে ৰাষ্ট্ৰপুঞ্জত নিযুক্ত পেলেষ্টাইনী ৰাষ্ট্ৰদূত ৰিয়াদ মনছুৰে কয়, ‘ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহু অত্যন্ত মিছলীয়া। ইজৰাইলে হাস্পতালত আক্ৰমণ আমি নাই কৰা বুলি মিছা কথা কৈছে।’ নেতানিয়াহুৰ মিছা কথাৰ প্ৰমাণো দাঙি ধৰিছে ৰাষ্ট্ৰদূতে। তেওঁ এটা ডিলিট হোৱা টুইট প্ৰমাণ হিচাপে দাঙি ধৰিছে।

নিজৰ এক্স হেণ্ডেলত নেতানিয়াহুৱে লিখিছিল, ‘ইজৰাইলী সেনাই সন্ত্ৰাসবাদীসকলক নিশেষ কৰিবলৈ ক্ষেপনাস্ত্ৰ আক্ৰমণ কৰিছিল। সেই ক্ষেপনাস্ত্ৰই আল আহলি হাস্পতালত আহি পৰিব পাৰে।’ কিন্তু পাছলৈ আকৌ এক ইজৰাইলী প্ৰতিৰক্ষা বিভাগৰ সূত্ৰই প্ৰকাশ কৰিছে যে এই ক্ষেপনাস্ত্ৰ ইজৰাইলী সেনাৰ নহয়, হামাছ সন্ত্ৰাসবাদীয়েহে হাস্পতালত আক্ৰমণ চলাইছে। এই আক্ৰমণত ৫০০ ৰো অধিক লোক নিহত হৈছে। হাস্পতাল আক্ৰমণ হামাছৰ পৰিকল্পিত এক আক্ৰমণ।’ আনহাতে হামাছে এই কথা মিছা বুলি দাবী কৰিছে। হামাছৰ মতে ইহুদি সেনাইহে পৰিকল্পিতভাৱে হাস্পতালখনত আক্ৰমণ চলাইছে।

উল্লেখ্য যে, পেলেষ্টাইনী ৰাষ্ট্ৰদূতে টুইটত লিখিছে আন কেইবাটাও কথা। ৰাষ্ট্ৰদূত ৰিয়াদ মনছুৰে লিখিছে, ‘নেতানিয়াহুৰ মুখপাত্ৰই নিজেই টুইট কৰি জনাইছিল যে হাস্পতালৰ কাষত থকা হামাছৰ ঘাটিত তেওঁলোকে আক্ৰমণ কৰিছে। যদি এই আক্ৰমণ কৰা বুলি টুইট কৰিছেই তেন্তে কিয় টুইট ডিলিট কৰিলে। ইজৰাইলে এতিয়া নিৰীহ পেলেষ্টাইনী লোকৰ ওপৰত আক্ৰমণ চলাবলৈ আৰম্ভ কৰিছে।’ ৰাষ্ট্ৰদূতৰ এই টুইট ভাইৰেল হৈ পৰিছে যদিও নেতানিয়াহুৱে বিষয়টোক লৈ কোনো প্ৰত্তুত্ত্যৰ দিয়া নাই।

মঙলবাৰে গাজাৰ আল-আহলি আৰৱ হাস্পতালত আক্ৰমণ কৰাৰ অভিযোগ পাছতো নিৰৱেই আছে নেতানিয়াহু। তেল আভিভে এই আক্ৰমণৰ বাবে হামাছকেই দায়ী বুলি জনাইছে। এই হাস্পতাল সম্পূৰ্ণৰূপে হামাছেই পৰিচালনা কৰিছিল। এই হাস্পতালতেই আহতসকলৰ চিকিৎসাও চলি আছিল। গাজাৰ স্বাস্থ্য মন্ত্ৰণালয়ে জনোৱা অনুসৰি প্ৰায় ৫০০ লোকে এই আক্ৰমণত প্ৰাণ হেৰুৱাইছে। বিগত ১০ দিন ধৰি যুদ্ধৰ দামামা বাজিয়েই আছে গাজাত। গাজাৰ ভয়াৱহ আক্ৰমণৰ পৰা প্ৰাণ ৰক্ষাৰ বাবেই বহুলোকে হাস্পতালত আশ্ৰয়ো লৈ আছিল। সেই হাস্পতালেই অজান কোনো লোকে ধ্বংস কৰিলে। হাস্পতালৰ ধ্বংসস্তুপৰ পৰা উদ্ধাৰ অভিযান বৰ্তমানো অব্যাহত আছে। ইজৰাইলকেই এই আক্ৰমণৰ বাবে দায়ী বুলি দাবী কৰি পেলেষ্টাইনীসকলে এই আক্ৰমণৰ নাম দিছে ‘যুদ্ধপৰাধ’।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দুই বন্ধুৰ প্ৰাণ কাঢ়ি মন্দিৰৰ চৌহদতেই পুঁতি থ’লে মন্দিৰৰ পূজাৰীয়ে
অপৰাধ

দুই বন্ধুৰ প্ৰাণ কাঢ়ি মন্দিৰৰ চৌহদতেই পুঁতি থ’লে মন্দিৰৰ পূজাৰীয়ে

August 13, 2026
জীৱনত সমৃদ্ধি ধৰি ৰাখিব কেনেকৈ? লক্ষ্মীক সন্তুষ্ট কৰাৰ ৭টা উপায়
জীৱনশৈলী

জীৱনত সমৃদ্ধি ধৰি ৰাখিব কেনেকৈ? লক্ষ্মীক সন্তুষ্ট কৰাৰ ৭টা উপায়

August 13, 2026
‘আমি চৰকাৰক পাগল কৰিহে এৰিম’ ‘আমি RSSক সুৰক্ষা দিবলৈ সাজু’- ৰাহুল গান্ধী
ৰাজনীতি

‘আমি চৰকাৰক পাগল কৰিহে এৰিম’ ‘আমি RSSক সুৰক্ষা দিবলৈ সাজু’- ৰাহুল গান্ধী

August 13, 2026
এইবাৰ বলীউডত এলভিছ যাদৱৰ SUPER ENTRY
বিনোদন

এইবাৰ বলীউডত এলভিছ যাদৱৰ SUPER ENTRY

August 13, 2026
Next Post
ডেংগুত ভূগিছে নেকি? দ্ৰুতভাৱে সুস্থ হৈ উঠিবলৈ এই ৫বিধ খাদ্য তালিকাত ৰাখিবই

ডেংগুত ভূগিছে নেকি? দ্ৰুতভাৱে সুস্থ হৈ উঠিবলৈ এই ৫বিধ খাদ্য তালিকাত ৰাখিবই

চৰকাৰী কৰ্মচাৰীসকলৰ অপেক্ষাৰ অৱসান! ৪শতাংশ DA বাঢ়িল চৰকাৰী কৰ্মচাৰীৰ

চৰকাৰী কৰ্মচাৰীসকলৰ অপেক্ষাৰ অৱসান! ৪শতাংশ DA বাঢ়িল চৰকাৰী কৰ্মচাৰীৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.