• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জোনমণিৰ পাছে পাছেই গুচি গ’ল ভাতৃ কৰুণা ৰাভাও, দক্ষিণগাঁৱৰ সেই বিশেষ ঘৰখনৰ নিৰৱতাক কেনেকৈ সহে মাতৃয়ে?

জোনমণিৰ পাছে পাছেই গুচি গ’ল ভাতৃ কৰুণা ৰাভাও, দক্ষিণগাঁৱৰ সেই বিশেষ ঘৰখনৰ নিৰৱতাক কেনেকৈ সহে মাতৃয়ে?

3 years ago
অচিন ৰোগে ১০ দিনৰ ভিতৰতে একেটা পৰিয়ালৰে প্ৰাণ কাঢ়িলে ৪টা শিশুৰ

অচিন ৰোগে ১০ দিনৰ ভিতৰতে একেটা পৰিয়ালৰে প্ৰাণ কাঢ়িলে ৪টা শিশুৰ

48 minutes ago
ঘৰে ঘৰে বাতৰি কাকত বিতৰণৰ পৰা ৰেষ্টুৰেণ্টত কাম কৰালৈ…

ঘৰে ঘৰে বাতৰি কাকত বিতৰণৰ পৰা ৰেষ্টুৰেণ্টত কাম কৰালৈ…

2 hours ago
আৰক্ষীক হাৰাশাস্তি কৰা ‘নিগনি’ক ধৰিব পাৰিলেই ৫ হাজাৰ টকাৰ পুৰস্কাৰ

আৰক্ষীক হাৰাশাস্তি কৰা ‘নিগনি’ক ধৰিব পাৰিলেই ৫ হাজাৰ টকাৰ পুৰস্কাৰ

2 hours ago
অসম গ্ৰামীণ বিকাশ বেংকত ওলাইছে চাকৰি!

অসম গ্ৰামীণ বিকাশ বেংকত ওলাইছে চাকৰি!

3 hours ago
‘পুৰুষৰ সকলো ভুল মাফ, কিন্তু নাৰীৰ এটা ভুলেই সৰ্বনাশ!’ কিয় গৰজি উঠিল তাপসী পন্নু

‘পুৰুষৰ সকলো ভুল মাফ, কিন্তু নাৰীৰ এটা ভুলেই সৰ্বনাশ!’ কিয় গৰজি উঠিল তাপসী পন্নু

4 hours ago
মুখৰ দুৰ্গন্ধ আৰু দাঁতৰ আলু ফুলা? পাকঘৰৰ এই সৰু সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ সমস্যা

মুখৰ অত্যাধিক দুৰ্গন্ধ? এয়া কোনো ভয়ংকৰ ৰোগৰ ইংগিত নেকি জানক

5 hours ago
ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!

ভুল খাদ্যাভ্যাসে বৃদ্ধি কৰে মাহেকীয়াৰ সমস্যা, অন্তৰ্ভুক্ত কৰক এইবোৰ বস্তু

5 hours ago
অপৰাজিতা ফুলে উজ্জ্বল কৰিব আপোনাৰ ছাল, উপকাৰী গুণ জানি হ’ব আচৰিত

অপৰাজিতা ফুলে উজ্জ্বল কৰিব আপোনাৰ ছাল, উপকাৰী গুণ জানি হ’ব আচৰিত

6 hours ago
কন্যাৰ ভৱিষ্যত কৰক সুৰক্ষিত, এনেকৈয়ে যোগ কৰক ৭০ লাখ টকা

কন্যাৰ ভৱিষ্যত কৰক সুৰক্ষিত, এনেকৈয়ে যোগ কৰক ৭০ লাখ টকা

6 hours ago
আজিয়েই পলাই পত্ৰং দিব পঁইতাচোৰা, কেৱল অনুসৰণ কৰক এই উপায়

আজিয়েই পলাই পত্ৰং দিব পঁইতাচোৰা, কেৱল অনুসৰণ কৰক এই উপায়

7 hours ago
দাঁতৰ অসহ্যকৰ বিষ! কি দৰে সহজ ঘৰুৱা পদ্ধতিৰে কৰিব দূৰ জানক

দাঁতৰ অসহ্যকৰ বিষ! কি দৰে সহজ ঘৰুৱা পদ্ধতিৰে কৰিব দূৰ জানক

8 hours ago
উশাহ দীঘল আৰু মানসিক চাপ… এয়া পেনিক এটেকৰ প্ৰাৰম্ভিক লক্ষণ নেকি?

উশাহ দীঘল আৰু মানসিক চাপ… এয়া পেনিক এটেকৰ প্ৰাৰম্ভিক লক্ষণ নেকি?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 2, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

জোনমণিৰ পাছে পাছেই গুচি গ’ল ভাতৃ কৰুণা ৰাভাও, দক্ষিণগাঁৱৰ সেই বিশেষ ঘৰখনৰ নিৰৱতাক কেনেকৈ সহে মাতৃয়ে?

editor by editor
October 18, 2023
in অসম, জীৱনশৈলী
0
জোনমণিৰ পাছে পাছেই গুচি গ’ল ভাতৃ কৰুণা ৰাভাও, দক্ষিণগাঁৱৰ সেই বিশেষ ঘৰখনৰ নিৰৱতাক কেনেকৈ সহে মাতৃয়ে?
0
SHARES
8.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ জোনমণিৰ পাছে পাছেই গুচি গ’ল ভাতৃ কৰুণা ৰাভাও। প্ৰয়াত SI জোনমণি ৰাভাৰ ককায়েক কৰুণা ৰাভাৰ মৃত্যু। GMCHতেই শেষ নিশ্বাস ত্যাগ কৰে জোনমণি ৰাভাৰ ভাতৃ কৰুণা ৰাভাই। মঙলবাৰে সন্ধিয়া প্ৰায় ৬.৪০মিনিটত শেষনিশ্বাস ত্যাগ কৰিছে জোনমণিৰ ভাতৃয়ে। দীৰ্ঘদিন ধৰি বৃক্কৰ জটিল ৰোগত আক্ৰান্ত হৈ আছিল কৰুণা ৰাভা। প্ৰায় ২০ দিন ধৰি GMCHত ভৰ্তি হৈ আছিল ৰাভা।

জোনমনিৰ মৃত্যুৰ পাছতেই দক্ষিণগাঁওৰ এই বিশেষ ঘৰখনলৈ নামি আহিল অমানিশা। অৰ্থৰ অভাৱতেই উন্নত চিকিৎসাৰ পৰা বঞ্চিত হৈছিল কৰুণা ৰাভা। প্ৰথমে হেল্থ চিটি হাস্পতালত চিকিৎসাধীন হৈ আছিল কৰুণা ৰাভা। অৰ্থৰ অভাৱত পৰৱৰ্তী সময়ত GMCHলৈ অনা হৈছিল জোনমণিৰ ভাতৃক। জোনমণিৰ মৃত্যুৰ উচিত তদন্তৰ দাবী কৰি কৰিয়েই গুচি গ’ল ভাতৃও। মাতৃ এতিয়া সম্পূৰ্ণ অকলশৰীয়া। দক্ষিণগাঁওৰ সেই বিশেষ ঘৰখনত এতিয়া কেৱল নিৰৱতা। অকালতে দুই পুত্ৰ কন্যাক হেৰুৱাই ভাঙি পৰা মাতৃৰ দুচকুত এতিয়া চকুপানীৰ বাদেনো অইন কি থাকিব? মাতৃয়ে হিয়াধাকুৰীয়াই কান্দিছে, মাতৃক বুজাবলৈ সাহস হৈ হাতখন ধৰিবলৈকো কোনো নাই। অকলেই মাতৃয়ে নিজক সামৰিব লাগিব। বাস্তৱক বুজিব লাগিব।

উল্লেখ্য যে, জোনমনিৰ মৃত্যু ৰহস্য উদঘাটনৰ বাবে এতিয়াও কাম কৰি আছে চিআইডিৰ দলে। কিছুদিন পূৰ্বে চিআইডিৰ দলে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে জোনমনি ৰাভাই ব্যৱহাৰ কৰা মোবাইল ফোনো। ইয়াৰোপৰি জোনমনিৰ মাতৃয়ে বাৰে বাৰে নাম লোৱা লীনা দলেকো সোধপোছ অব্যাহত ৰাখিছে চিআইডিৰ দলে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অচিন ৰোগে ১০ দিনৰ ভিতৰতে একেটা পৰিয়ালৰে প্ৰাণ কাঢ়িলে ৪টা শিশুৰ
জীৱনশৈলী

অচিন ৰোগে ১০ দিনৰ ভিতৰতে একেটা পৰিয়ালৰে প্ৰাণ কাঢ়িলে ৪টা শিশুৰ

September 2, 2026
অসম গ্ৰামীণ বিকাশ বেংকত ওলাইছে চাকৰি!
নিয়োগ

অসম গ্ৰামীণ বিকাশ বেংকত ওলাইছে চাকৰি!

September 2, 2026
মুখৰ দুৰ্গন্ধ আৰু দাঁতৰ আলু ফুলা? পাকঘৰৰ এই সৰু সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ সমস্যা
জীৱনশৈলী

মুখৰ অত্যাধিক দুৰ্গন্ধ? এয়া কোনো ভয়ংকৰ ৰোগৰ ইংগিত নেকি জানক

September 2, 2026
ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!
জীৱনশৈলী

ভুল খাদ্যাভ্যাসে বৃদ্ধি কৰে মাহেকীয়াৰ সমস্যা, অন্তৰ্ভুক্ত কৰক এইবোৰ বস্তু

September 2, 2026
Next Post
এইয়া ‘যুদ্ধপৰাধ’! গাজাৰ হাস্পতালতো দুৰ্বিত্তৰ আক্ৰমণ, নিহত ৫০০ ৰো অধিক ব্যক্তি

এইয়া 'যুদ্ধপৰাধ’! গাজাৰ হাস্পতালতো দুৰ্বিত্তৰ আক্ৰমণ, নিহত ৫০০ ৰো অধিক ব্যক্তি

ডেংগুত ভূগিছে নেকি? দ্ৰুতভাৱে সুস্থ হৈ উঠিবলৈ এই ৫বিধ খাদ্য তালিকাত ৰাখিবই

ডেংগুত ভূগিছে নেকি? দ্ৰুতভাৱে সুস্থ হৈ উঠিবলৈ এই ৫বিধ খাদ্য তালিকাত ৰাখিবই

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.