• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভাৰত-পাকিস্তানৰ অস্ত্ৰবিৰতিৰ বাবে সক্ৰিয় কূটনীতিত যুক্ত আছিল ৩৬ দেশ! কোন কোন দেশে বিচাৰিছিল যুদ্ধবিৰতি?

ভাৰত-পাকিস্তানৰ অস্ত্ৰবিৰতিৰ বাবে সক্ৰিয় কূটনীতিত যুক্ত আছিল ৩৬ দেশ! কোন কোন দেশে বিচাৰিছিল যুদ্ধবিৰতি?

1 year ago
সোণে দেখুৱাইছে যাদু! আজি হ্ৰাস নে বৃদ্ধি পাইছে সোণৰ মূল্য?

সোণে দেখুৱাইছে যাদু! আজি হ্ৰাস নে বৃদ্ধি পাইছে সোণৰ মূল্য?

43 minutes ago
কুম্ভ ৰাশিত ৰাহু ট্ৰেনজিট! এই সময় ৩ৰাশিৰ বাবে ভাল সময়, ভাল খবৰ লাভ কৰিব কোন কোন ৰাশিয়ে?

কাইলৈ ভাগ্যৰ দুৱাৰ খুলিব ৩ ৰাশিৰ জাতক-জাতিকাৰ, আছে শুভ যোগ!

1 hour ago
হজম শক্তি উন্নত কৰাৰ পৰা হৃদযন্ত্ৰৰ স্বাস্থ্যলৈ.. এই পাচলিবিধ হ’ব আপোনাৰ বাবে মহৌষধ

হজম শক্তি উন্নত কৰাৰ পৰা হৃদযন্ত্ৰৰ স্বাস্থ্যলৈ.. এই পাচলিবিধ হ’ব আপোনাৰ বাবে মহৌষধ

2 hours ago
স্বামী হ’ব আপোনাৰ প্ৰেমত বলিয়া, নিশা শোৱাৰ পূৰ্বে কৰক মাত্ৰ এই কাম!

ইলাচিয়ে জাগ্ৰত কৰিব কামনা! নিশা বিচনালৈ যোৱাৰ পূৰ্বে খাওক এইদৰে

2 hours ago
Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!

বুধে সলনি কৰিব ভাগ্য! ব্যৱসায়ৰ পৰা অৰ্থ অৰ্জনলৈ আহিব পৰিৱৰ্তন

3 hours ago
ডাকঘৰৰ MIS আঁচনিত এবাৰ কৰক ১৫ লাখ টকা বিনিয়োগ, প্ৰতিমাহে উপাৰ্জন কৰিব ধন

কোটিপতি হ’ব বিচাৰে নেকি? মাত্ৰ ডাকঘৰৰ এই আঁচনিত ৰাখক ধন জমা!

3 hours ago
ভুল UPI ID লৈ টকা গৈছে নেকি? ধন ঘূৰাই পাবলৈ অনুসৰণ কৰক সহজ উপায়

নেটৱৰ্ক নথকা ঠাইতো হ’ব UPI, আহি আছে ‘Tap-to-Pay’ ফিচাৰ!

4 hours ago
‘ইৰাণৰ সৈতে চুক্তি শেষ, তেহৰাণৰ লক্ষ্য মই,’ মন্তব্য আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ

ইৰাণক “নৰক”লৈ ৰূপান্তৰিত কৰিব আমেৰিকাই, কাৰ নামত ট্ৰাম্পে খালে শপত?

6 hours ago
বাৰিষা কেতিয়া চুলি ধুব? এটা সৰু ভুলে বৃদ্ধি কৰিব পাৰে চুলি সৰা আৰু উফি

বাৰিষা কেতিয়া চুলি ধুব? এটা সৰু ভুলে বৃদ্ধি কৰিব পাৰে চুলি সৰা আৰু উফি

6 hours ago
বিবাহিত মানুহ কিয় দেশৰ শাসক হ’ব লাগে? চাণক্যই ক’লে এইদৰে…

মিঠা কথা কোৱা লোকৰ পৰা থাকক দূৰত, মাতিব আপোনাৰ বিপদ!

7 hours ago
কাইলৈ ৪ ৰাশিয়ে পাব সুযোগ, কাৰ কাৰ উদয় হ’ব ভাগ্য জানক

আজি কেনে যাব আপোনাৰ দিনটো? ৫ ৰাশিৰ হ’ব আৰ্থিক লাভ

7 hours ago
চেম্পিয়ন হ’ল স্পেইন কিন্তু ১৪ কোটি টকা লাভ কৰিলে মিয়া খালিফাই

চেম্পিয়ন হ’ল স্পেইন কিন্তু ১৪ কোটি টকা লাভ কৰিলে মিয়া খালিফাই

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, July 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ভাৰত-পাকিস্তানৰ অস্ত্ৰবিৰতিৰ বাবে সক্ৰিয় কূটনীতিত যুক্ত আছিল ৩৬ দেশ! কোন কোন দেশে বিচাৰিছিল যুদ্ধবিৰতি?

ভাৰত-পাকিস্তানৰ অস্ত্ৰবিৰতিৰ বাবে সক্ৰিয় কূটনীতিত যুক্ত আছিল ৩৬ দেশ! কোন কোন দেশে বিচাৰিছিল যুদ্ধবিৰতি?

editor by editor
May 10, 2025
in জীৱনশৈলী
0
ভাৰত-পাকিস্তানৰ অস্ত্ৰবিৰতিৰ বাবে সক্ৰিয় কূটনীতিত যুক্ত আছিল ৩৬ দেশ! কোন কোন দেশে বিচাৰিছিল যুদ্ধবিৰতি?
0
SHARES
2.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভাৰত আৰু পাকিস্তানৰ মাজত অস্ত্ৰবিৰতিৰ বাবে ৩৬খন দেশ সক্ৰিয় আলোচনাত জড়িত আছিল৷ এই দাবী কৰিছে পাকিস্তানৰ উপপ্ৰধানমন্ত্ৰী তথা বিদেশমন্ত্ৰী ইশাক দাৰে৷ সংবাদ সংস্থা ৰয়টাৰ্ছৰ দাবী যে পাক সংবাদমাধ্যম জিঅ’ নিউজক ইশাকে কয়, ‘তিনি ডজন দেশে সক্ৰিয় কূটনীতিত যুক্ত আছিল৷’ মাৰ্কিন বিদেশসচিব মাৰ্কো ৰুবিওৰ ওপৰিও ছৌদি আৰৱ আৰু তুৰ্কীৰ সৈতে অস্ত্ৰবিৰতি সংক্ৰান্তিয় আলোচনাত বহিছিল পাক বিদেশমন্ত্ৰী৷ ইশাকৰ বক্তৱ্য, ‘আংশিক অস্ত্ৰবিৰতি নহয়, পাকিস্তান আৰু ভাৰত সম্পূৰ্ণ অস্ত্ৰবিৰতিৰ বাবে ৰাজি হৈছে৷ যুদ্ধবিৰতিৰ পাছতেই নিজৰ আকাশসীমাও খুলি দিছে পাকিস্তানে৷’

পাক সংবাদমাধ্যম ‘ডন’ৰ প্ৰতিবেদন অনুসৰি পাকিস্তানী উপপ্ৰধানমন্ত্ৰীয়ে জনাইছে যে শনিবাৰে পুৱা ব্ৰিটেইনৰ বিদেশসচিব ডেভিড লেমিৰ সৈতে বাৰ্তালাপ হৈছে৷ ভাৰত আৰু পাকিস্তানৰ মাজত অস্ত্ৰবিৰতিৰ বাবে লেমিৰ ভূমিকাৰ কথাও উল্লেখ কৰিছে৷ পাক বিদেশমন্ত্ৰীয়ে জিঅ’ নিউজত কয়, ‘আমি যৌথভাৱে যুদ্ধবিৰতিত সন্মতি জনাইছো৷’

শনিবাৰে বিয়লি মাৰ্কিন প্ৰেছিডেণ্ট ডোনাল্ড ট্ৰাম্পে সামাজিক মাধ্যমত প্ৰথম ঘোষণা কৰে ভাৰত পাক অস্ত্ৰবিৰতিৰ কথা৷ আমেৰিকাৰ মধ্যস্থতাৰ কথা উল্লেখ কৰি দুই দেশৰ পূৰ্ণাংগ অস্ত্ৰবিৰতিৰ ঘোষণা কৰিছে ট্ৰাম্পে৷ তাৰবাবে দুইদেশকেই অভিনন্দন জনাইছে৷ মাৰ্কিন উপৰাষ্ট্ৰপতি জেডি ভান্সে ভাৰত আৰু পাকিস্তানী শীৰ্ষ অধিকাৰীসকলৰ সৈতে কথা পাতিছে৷ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, বিদেশমন্ত্ৰী এছ জয়শংকৰ, জাতীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালৰ সৈতে কথা হৈছে তেওঁলোকৰ৷ আকৌ পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বেহবাজ শ্বৰিফ, পাক সেনাপ্ৰধান আচিম মুনিৰ আৰু পাক নিৰাপত্তা উপদেষ্টা আছিম মালিকৰ সৈতে কথা কৈছে ভান্স আৰু ৰুবিয়েও৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কুম্ভ ৰাশিত ৰাহু ট্ৰেনজিট! এই সময় ৩ৰাশিৰ বাবে ভাল সময়, ভাল খবৰ লাভ কৰিব কোন কোন ৰাশিয়ে?
জীৱনশৈলী

কাইলৈ ভাগ্যৰ দুৱাৰ খুলিব ৩ ৰাশিৰ জাতক-জাতিকাৰ, আছে শুভ যোগ!

July 21, 2026
হজম শক্তি উন্নত কৰাৰ পৰা হৃদযন্ত্ৰৰ স্বাস্থ্যলৈ.. এই পাচলিবিধ হ’ব আপোনাৰ বাবে মহৌষধ
জীৱনশৈলী

হজম শক্তি উন্নত কৰাৰ পৰা হৃদযন্ত্ৰৰ স্বাস্থ্যলৈ.. এই পাচলিবিধ হ’ব আপোনাৰ বাবে মহৌষধ

July 21, 2026
স্বামী হ’ব আপোনাৰ প্ৰেমত বলিয়া, নিশা শোৱাৰ পূৰ্বে কৰক মাত্ৰ এই কাম!
জীৱনশৈলী

ইলাচিয়ে জাগ্ৰত কৰিব কামনা! নিশা বিচনালৈ যোৱাৰ পূৰ্বে খাওক এইদৰে

July 21, 2026
Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!
জীৱনশৈলী

বুধে সলনি কৰিব ভাগ্য! ব্যৱসায়ৰ পৰা অৰ্থ অৰ্জনলৈ আহিব পৰিৱৰ্তন

July 21, 2026
Next Post
পুৱা ৮ বজাৰ পৰা আৰম্ভ ভোটগণনা,  বিনাপ্ৰতিদ্বন্দিতাৰে  ZPC ৩৭, AP ৩১১ প্ৰাৰ্থীৰ বিজয়

পুৱা ৮ বজাৰ পৰা আৰম্ভ ভোটগণনা,  বিনাপ্ৰতিদ্বন্দিতাৰে  ZPC ৩৭, AP ৩১১ প্ৰাৰ্থীৰ বিজয়

১৫ তাৰিখলৈ অসমৰ লগতে উত্তৰ-পূৱত প্ৰৱল বৰষুণৰ সম্ভাৱনা

১৫ তাৰিখলৈ অসমৰ লগতে উত্তৰ-পূৱত প্ৰৱল বৰষুণৰ সম্ভাৱনা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.