• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘গাধ সদায় গাধই, জেব্ৰা হ’ব নোৱাৰে’, নিজকে এইদৰে কিয় এইদৰে ক’লে ইমৰাণ খানে?

‘গাধ সদায় গাধই, জেব্ৰা হ’ব নোৱাৰে’, নিজকে এইদৰে কিয় এইদৰে ক’লে ইমৰাণ খানে?

4 years ago
বৃদ্ধি পাব সুৰাৰ মূল্য, কিন্তু বটল উভতাই দিলে টকা পাব ঘূৰাই!

বৃদ্ধি পাব সুৰাৰ মূল্য, কিন্তু বটল উভতাই দিলে টকা পাব ঘূৰাই!

54 minutes ago
নকলৰ নতুন কৌশল, চেনিটেৰী পেডত লুকুৱাই থ’লে বিশেষ যন্ত্ৰ

নকলৰ নতুন কৌশল, চেনিটেৰী পেডত লুকুৱাই থ’লে বিশেষ যন্ত্ৰ

1 hour ago
পুনৰ অসুস্থ গৰিমা শইকীয়া গাৰ্গ, ভৰ্তি চিকিৎসালয়ত

পুনৰ অসুস্থ গৰিমা শইকীয়া গাৰ্গ, ভৰ্তি চিকিৎসালয়ত

2 hours ago
বিলাস ইন কাণ্ডৰ গোচৰৰ মাজতে আৰক্ষীত ব্যাপক ৰদবদল, মধ্য গুৱাহাটীৰ নতুন DCP মৃণাল ডেকা

বিলাস ইন কাণ্ডৰ গোচৰৰ মাজতে আৰক্ষীত ব্যাপক ৰদবদল, মধ্য গুৱাহাটীৰ নতুন DCP মৃণাল ডেকা

2 hours ago
ঠাণ্ডাৰ দিনকেইটাত উফিৰ সমস্যাত ভূগিছে নেকি? এইটো হেয়াৰ মাস্ক ব্যৱহাৰ কৰিলে সোনকালেই উপশম হ’ব এই সমস্যাৰ পৰা

আমলখি খোৱাৰ পিছত পানী খালে মিঠা কিয় লাগে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

3 hours ago
জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু, ৫ দিন পিছত উদ্ধাৰ গলি যোৱা শৰীৰ!

জনপ্ৰিয় অভিনেত্ৰীৰ মৃত্যু, বিনোদন জগতৰ পৰা আহিছে দুঃখবৰ!

4 hours ago
ধেমাজিত ঘনকান্ত গগৈৰ পত্নী

প্ৰাণৰ শংকাত ভূগিছে ঘনকান্তৰ পত্নী, ধেমাজিৰ পৰা গুৱাহাটী আহিবলৈ বিচাৰিছে আৰক্ষীৰ নিৰাপত্তা

5 hours ago
ONGC ত ওলাইছে চাকৰি, কোনে কোনে কৰিব পাৰিব আবেদন?

ONGC ত ওলাইছে চাকৰি, কোনে কোনে কৰিব পাৰিব আবেদন?

5 hours ago
ধনতেৰছৰ পূৰ্বে কৰক এই কাম, মা লক্ষ্মী কৰিব কৃপা, দূৰ হ’ব আৰ্থিক সংকট?

ধনতেৰছৰ পূৰ্বে কৰক এই কাম, মা লক্ষ্মী কৰিব কৃপা, দূৰ হ’ব আৰ্থিক সংকট?

6 hours ago
৩০ জুনৰ দিনটো আপোনাৰ কেনে যাব?

দেওবাৰৰ দিনটো কেনে যাব আপোনাৰ? ৪ ৰাশিৰ খুলিব ভাগ্যৰ তলা!

6 hours ago
শীঘ্ৰে বজাৰলৈ আহিব প্লাষ্টিক নোট, RBI য়ে দিছে আপডেট

শীঘ্ৰে বজাৰলৈ আহিব প্লাষ্টিক নোট, RBI য়ে দিছে আপডেট

7 hours ago
কিশোৰীৰে ২ মুছলমান যুৱকৰ ভয়ংকৰ কাণ্ড

কিশোৰীৰে ২ মুছলমান যুৱকৰ ভয়ংকৰ কাণ্ড

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 31, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

‘গাধ সদায় গাধই, জেব্ৰা হ’ব নোৱাৰে’, নিজকে এইদৰে কিয় এইদৰে ক’লে ইমৰাণ খানে?

editor by editor
May 7, 2022
in বিশ্ব, ৰাজনীতি
0
‘গাধ সদায় গাধই, জেব্ৰা হ’ব নোৱাৰে’, নিজকে এইদৰে কিয় এইদৰে ক’লে ইমৰাণ খানে?
0
SHARES
110
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কিছুদিনৰ পূৰ্বে গাদী হেৰুওৱাই মাজে মাজে উদ্ভট মন্তব্য কৰি অহা দেখা গৈছে পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানক৷

আনহাতে, পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ ভৱিষ্যৎ জীৱন সম্পৰ্কেও পাকিস্তানত ব্যাপক চৰ্চা লাভ কৰা দেখা গৈছে৷

ইয়াৰ মাজতে নাও বুৰিলেও টিঙৰ পৰা ননমা প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ এটা বিশেষ ভিডিঅ’ ক্লীপ ভাইৰেল হৈছে৷

 

লগতে পঢ়ক উৰন্ত বিমানৰ জৰুৰীকালীন দুৱাৰ খুলি পাংখাত উঠিল যাত্ৰী, তাৰ পিছত কি ঘটিল?

ভিডিঅ’টোত পাকিস্তানৰ ক্ৰিকেটাৰ জুনেইদ আক্ৰামৰ সৈতে এক কথোপথন দেখা গৈছে৷ ভিডিঅ’টোৰ উক্ত অংশত প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খানে এক উত্তৰত কয়, ‘‘ব্ৰিটেইনে মোক আন্তৰিকতাৰে নিমন্ত্ৰণ কৰিছিল৷ কিন্তু কেতিয়াও মই নিজৰ দেশ এৰি যোৱাৰ কথা ভাবিব নোৱাৰো৷’’

অক্সফোৰ্ড বিশ্ববিদ্যালয়ৰ প্ৰাক্তন শিক্ষাৰ্থী ইমৰাণ খানে লগতে আৰু কয়, ‘‘মই প্ৰথমে পাকিস্তানী৷ আচলতে এটা গাধৰ শৰীৰত কে’বাটাও চিহ্ণ থাকিলেও ই কেতিয়াও জেব্ৰা হ’ব নোৱাৰে৷ গাধ সদায় গাধই৷’’

উল্লেখ্য যে যোৱা ১০ এপ্ৰিলত পাকিস্তানৰ নেচনেল এছেম্বিলৰ অনাস্থা প্ৰস্তাৱত পৰাস্ত হৈ ইমৰাণ খানে পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ পদ হেৰুওৱাইছিল৷ ইয়াৰ পিছতে প্ৰাক্তন প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফৰ ভাতৃ তথা পঞ্জাৱ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী শ্বেহবাজ শ্বৰীফে পাকিস্তানৰ প্ৰধানমন্ত্ৰী হয়৷

 

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamEx Pak PM Imran khanimran khan
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মৰমৰ কুকুৰটো সন্ধানহীন! কুকুৰটোৰ সন্ধান দিওতাক ৬.৭২ লাখ টকাৰ পুৰস্কাৰ!
বিবিধ

মৰমৰ কুকুৰটো সন্ধানহীন! কুকুৰটোৰ সন্ধান দিওতাক ৬.৭২ লাখ টকাৰ পুৰস্কাৰ!

October 31, 2026
১৩ নৱেম্বৰত ধ্বংস হ’ব নেকি পৃথিৱী? বিজ্ঞানীৰ ভৱিষ্যদ্বাণীক লৈ বিশ্বজুৰি চৰ্চা
বিশ্ব

১৩ নৱেম্বৰত ধ্বংস হ’ব নেকি পৃথিৱী? বিজ্ঞানীৰ ভৱিষ্যদ্বাণীক লৈ বিশ্বজুৰি চৰ্চা

October 31, 2026
দৰিদ্ৰমুক্ত হ’ল প্ৰায় ৫০ কোটি ভাৰতীয়, তথাপিও উদ্বেগজনক ধনী-দুখীয়াৰ আয়ৰ ব্যৱধান
ভাৰত

দৰিদ্ৰমুক্ত হ’ল প্ৰায় ৫০ কোটি ভাৰতীয়, তথাপিও উদ্বেগজনক ধনী-দুখীয়াৰ আয়ৰ ব্যৱধান

October 31, 2026
৬০ কোটিটকীয়া Bugatti Chiron চুৰি, তাৰ পিছত চোৰৰ সৈতে Bugattiৰ CEOই কৰিলে কি?
বিবিধ

৬০ কোটিটকীয়া Bugatti Chiron চুৰি, তাৰ পিছত চোৰৰ সৈতে Bugattiৰ CEOই কৰিলে কি?

October 30, 2026
Next Post
সংকটত ইমৰাণ! আয় বহিৰ্ভূত সম্পত্তিৰ তদন্তৰ নিৰ্দেশ প্ৰধানমন্ত্ৰী শ্বৰীফৰ

সংকটত ইমৰাণ! আয় বহিৰ্ভূত সম্পত্তিৰ তদন্তৰ নিৰ্দেশ প্ৰধানমন্ত্ৰী শ্বৰীফৰ

অচিনাকি যুৱতী চোৰাংচোৱা লৈ প্ৰেমিকৰ বিৰুদ্ধে গুপ্তচৰগিৰি প্ৰেমিকাৰ

অচিনাকি যুৱতী চোৰাংচোৱা লৈ প্ৰেমিকৰ বিৰুদ্ধে গুপ্তচৰগিৰি প্ৰেমিকাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.