• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অচিনাকি যুৱতী চোৰাংচোৱা লৈ প্ৰেমিকৰ বিৰুদ্ধে গুপ্তচৰগিৰি প্ৰেমিকাৰ

অচিনাকি যুৱতী চোৰাংচোৱা লৈ প্ৰেমিকৰ বিৰুদ্ধে গুপ্তচৰগিৰি প্ৰেমিকাৰ

4 years ago
নিশা টোপনিত নকৰিব এইবোৰ ভুল, ডাঙৰ সমস্যাত পৰিব আপুনি!

টোপনিত হঠাৎ শৰীৰ কঁপি উঠা, আওকাণ নকৰিব এই লক্ষণ!

1 minute ago
নেমুৰ গুটি পেটলৈ গ’লে সঁচাকৈ গছ গজে নেকি? কোনো সমস্যাৰ কাৰণ নেকি জানক

নেমুৰ গুটি পেটলৈ গ’লে সঁচাকৈ গছ গজে নেকি? কোনো সমস্যাৰ কাৰণ নেকি জানক

25 minutes ago
কেটৰিনালৈ মৰম চলমানৰ! বডি শ্বেমিং কৰাৰ বিৰুদ্ধে দিলে মাত

কেটৰিনালৈ মৰম চলমানৰ! বডি শ্বেমিং কৰাৰ বিৰুদ্ধে দিলে মাত

41 minutes ago
একেহাৰে বন্ধ থাকিব বেংক, আজিয়েই পৰীক্ষা কৰক বন্ধৰ তালিকা

Bank Strike: একেৰাহে ৫ দিন বন্ধ থাকিব দেশৰ সকলো বেংক! কিদৰে কৰিব গুৰুত্বপূৰ্ণ কাম

2 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

কাইলৈ কোন ৰাশিৰ ভাগ্যত কি আছে? কোনে কোন হ’ব সাৱধান?

3 hours ago
গ্ৰেপ্তাৰ কৰিব লাগে বিজেপি বিধায়ক বিজয় গুপ্তাক, দাবী শৃংখল চলিহাৰ

গ্ৰেপ্তাৰ কৰিব লাগে বিজেপি বিধায়ক বিজয় গুপ্তাক, দাবী শৃংখল চলিহাৰ

3 hours ago
আজি সৌভাগ্যৰ আগমণ ঘটিব আপোনাৰ জীৱনত, জানক দৈনিক ৰাশিফল

২১ ছেপ্টেম্বৰত ৫ ৰাশিৰ ফুলিব কপাল! ধন-সম্পদৰ পৰা কেৰিয়াৰলৈ আহিব পাৰে ভাল খবৰ

4 hours ago
সপোনত হেৰুওৱা ধন বিচাৰি পোৱাটো শুভ নে অশুভ? জানক কি কয় সপোন বিজ্ঞানে

সপোনত হেৰুওৱা ধন বিচাৰি পোৱাটো শুভ নে অশুভ? জানক কি কয় সপোন বিজ্ঞানে

4 hours ago
ৰে’ল লাইনত কিয় শিল দিয়া হয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

TTE বিচাৰিলে টিকট, কিন্তু যুৱতীয়ে TTE ৰ লগতে কৰিলে ভয়ংকৰ কাণ্ড!

5 hours ago
Jayanta Hazarika: ৰাণাদাক সশ্ৰদ্ধ স্মৰণ, আজি চিৰসেউজ শিল্পী জয়ন্ত হাজৰিকাৰ জন্মবাৰ্ষিকী

Jayanta Hazarika: ৰাণাদাক সশ্ৰদ্ধ স্মৰণ, আজি চিৰসেউজ শিল্পী জয়ন্ত হাজৰিকাৰ জন্মবাৰ্ষিকী

6 hours ago
বিশিষ্ট সমাজকৰ্মী অনিল মহন্তৰ দেহাৱসান, শোকৰ ছাঁ নলবাৰীৰ মৰোৱাত

বিশিষ্ট সমাজকৰ্মী অনিল মহন্তৰ দেহাৱসান, শোকৰ ছাঁ নলবাৰীৰ মৰোৱাত

7 hours ago
কাইলৈ ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৫ ৰাশিৰ! লাভ, চাকৰি-ব্যৱসায় আৰু সফলতাৰ যোগ

কাইলৈ ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৫ ৰাশিৰ! লাভ, চাকৰি-ব্যৱসায় আৰু সফলতাৰ যোগ

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, September 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

অচিনাকি যুৱতী চোৰাংচোৱা লৈ প্ৰেমিকৰ বিৰুদ্ধে গুপ্তচৰগিৰি প্ৰেমিকাৰ

editor by editor
May 7, 2022
in বিবিধ
0
অচিনাকি যুৱতী চোৰাংচোৱা লৈ প্ৰেমিকৰ বিৰুদ্ধে গুপ্তচৰগিৰি প্ৰেমিকাৰ
0
SHARES
83
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কি যে আজৱ কাণ্ডবোৰ ঘটি নাথাকে এই পৃথিৱীৰ মানৱ সমাজত! এইবাৰ এগৰাকী প্ৰেমিকাই প্ৰেমিকৰ বিৰুদ্ধে নিয়োগ কৰিলে এগৰাকী যুৱতী চোৰাংচোৱা৷

প্ৰেমিকাগৰাকীয়ে নিজ প্ৰেমিকে তেওঁক প্ৰতাৰণা কৰিছে নেকি তাৰ পৰীক্ষা কৰিবলৈ প্ৰেমিকৰ বিৰুদ্ধে যুৱতী গুপ্তচৰ নিয়োগ কৰিছিল৷ কিন্তু আশ্বৰ্যকৰ কথাটো হৈছে যিগৰাকী যুৱতীক নিয়োগ কৰা হৈছিল সেইগৰাকী প্ৰেমিকা আৰু প্ৰেমিকৰ দুয়োৰ অপৰিচিত আছিল৷

প্ৰেমিকাগৰাকীৰ প্ৰেমিকেৰে তিনিবছৰীয়া প্ৰেমৰ সম্পৰ্ক আছিল৷ কিন্তু প্ৰেমিকে নিজকে চিংগল বুলি কৈ তিনিগৰাকী যুৱতীৰে ৰাতি ৰাতি বাৰ্তালাপ কৰি আহিছিল৷

লগতে পঢ়ক ‘গাধ সদায় গাধই, জেব্ৰা হ’ব নোৱাৰে’, নিজকে এইদৰে কিয় এইদৰে ক’লে ইমৰাণ খানে?

ইনষ্টাগ্ৰামত প্ৰেমিকে বহু যুৱতী আৰু মহিলাক ফ’লো আৰু ৰিয়েক্ট কৰাত প্ৰেমিকাৰ মনত সন্দেহৰ বীজ অংকুৰিত হয়৷

ট্ৰিনিটি নামৰ প্ৰেমিকাগৰাকীৰ বিবাহৰ পূৰ্বে প্ৰেমিকৰ প্ৰতি সৃষ্টি হোৱা এই সন্দেহৰ সত্যতা প্ৰমাণৰ বাবে এই উপায় অৱলম্বন কৰে৷ সেই অনুসৰি প্ৰেমিকাই এগৰাকী অচিনাকি যুৱতীক ইনষ্টাগ্ৰামত প্ৰেমিকৰ সৈতে কথা পাতিবলৈ অনুৰোধ কৰে৷

লগতে পঢ়ক কৰ্মচাৰীৰ প্ৰতি দৰদ প্ৰতিষ্ঠানৰ! ডিউটিৰ মাজতে টোপনি মাৰিবলৈ সময় দিব ৩০ মিনিট

অপৰিচিত যুৱতীগৰাকীয়ে প্ৰেমিকজনৰ সৈতে ঘণিষ্ঠভাৱে বাৰ্তালাপ কৰিবলৈ আৰম্ভ কৰে৷ ইয়াৰ পিছতে প্ৰেমিকজনে উক্ত যুৱতীগৰাকীক মিয়ামিলৈ নিয়াৰো প্ৰস্তাৱ দিয়ে৷ এইদৰে ট্ৰিনিটিৰে সম্পৰ্কত থাকোতে প্ৰেমিকজনে বিভিন্ন যুৱতীৰে প্ৰেমৰ সম্পৰ্কলৈ অহাৰ প্ৰমাণ ফাদিল হয়৷

ইয়াৰ পিছতে ট্ৰিনিটিয়ে সমস্ত ঘটনাটো সামাজিক মাধ্যমত শ্বেয়াৰ কৰে৷ ঘটনাটো শুনাৰ পিছত সামাজিক মাধ্যমত ট্ৰিনিটিক অসংখ্য লোকে সমবেদনা জনাইছে৷ কোনো কোনোৱে ট্ৰিনিটিক কৈছে, যিগৰাকী আঁতৰি যোৱাৰ সংশয় থাকে তেওঁৰ সৈতে সম্পৰ্কৰ ৰক্ষা কৰাৰ প্ৰয়োজন নাই৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assamrelationship
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিশা টোপনিত নকৰিব এইবোৰ ভুল, ডাঙৰ সমস্যাত পৰিব আপুনি!
জীৱনশৈলী

টোপনিত হঠাৎ শৰীৰ কঁপি উঠা, আওকাণ নকৰিব এই লক্ষণ!

September 20, 2026
নেমুৰ গুটি পেটলৈ গ’লে সঁচাকৈ গছ গজে নেকি? কোনো সমস্যাৰ কাৰণ নেকি জানক
জীৱনশৈলী

নেমুৰ গুটি পেটলৈ গ’লে সঁচাকৈ গছ গজে নেকি? কোনো সমস্যাৰ কাৰণ নেকি জানক

September 20, 2026
কেটৰিনালৈ মৰম চলমানৰ! বডি শ্বেমিং কৰাৰ বিৰুদ্ধে দিলে মাত
বিনোদন

কেটৰিনালৈ মৰম চলমানৰ! বডি শ্বেমিং কৰাৰ বিৰুদ্ধে দিলে মাত

September 20, 2026
একেহাৰে বন্ধ থাকিব বেংক, আজিয়েই পৰীক্ষা কৰক বন্ধৰ তালিকা
বাণিজ্য

Bank Strike: একেৰাহে ৫ দিন বন্ধ থাকিব দেশৰ সকলো বেংক! কিদৰে কৰিব গুৰুত্বপূৰ্ণ কাম

September 20, 2026
Next Post
horoscope

আজিৰ দিনটো আপোনাৰ কেনেকৈ যাব?

শ্বেয়াৰ বজাৰত প্ৰ’ফিট বুক এপ্ৰিল মাহত খহনীয়া কিয়?

শ্বেয়াৰ বজাৰত প্ৰ'ফিট বুক এপ্ৰিল মাহত খহনীয়া কিয়?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.