• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
horoscope

আজিৰ দিনটো আপোনাৰ কেনেকৈ যাব?

4 years ago
নিশা টোপনিত নকৰিব এইবোৰ ভুল, ডাঙৰ সমস্যাত পৰিব আপুনি!

টোপনিত হঠাৎ শৰীৰ কঁপি উঠা, আওকাণ নকৰিব এই লক্ষণ!

49 minutes ago
নেমুৰ গুটি পেটলৈ গ’লে সঁচাকৈ গছ গজে নেকি? কোনো সমস্যাৰ কাৰণ নেকি জানক

নেমুৰ গুটি পেটলৈ গ’লে সঁচাকৈ গছ গজে নেকি? কোনো সমস্যাৰ কাৰণ নেকি জানক

1 hour ago
কেটৰিনালৈ মৰম চলমানৰ! বডি শ্বেমিং কৰাৰ বিৰুদ্ধে দিলে মাত

কেটৰিনালৈ মৰম চলমানৰ! বডি শ্বেমিং কৰাৰ বিৰুদ্ধে দিলে মাত

1 hour ago
একেহাৰে বন্ধ থাকিব বেংক, আজিয়েই পৰীক্ষা কৰক বন্ধৰ তালিকা

Bank Strike: একেৰাহে ৫ দিন বন্ধ থাকিব দেশৰ সকলো বেংক! কিদৰে কৰিব গুৰুত্বপূৰ্ণ কাম

3 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

কাইলৈ কোন ৰাশিৰ ভাগ্যত কি আছে? কোনে কোন হ’ব সাৱধান?

3 hours ago
গ্ৰেপ্তাৰ কৰিব লাগে বিজেপি বিধায়ক বিজয় গুপ্তাক, দাবী শৃংখল চলিহাৰ

গ্ৰেপ্তাৰ কৰিব লাগে বিজেপি বিধায়ক বিজয় গুপ্তাক, দাবী শৃংখল চলিহাৰ

4 hours ago
আজি সৌভাগ্যৰ আগমণ ঘটিব আপোনাৰ জীৱনত, জানক দৈনিক ৰাশিফল

২১ ছেপ্টেম্বৰত ৫ ৰাশিৰ ফুলিব কপাল! ধন-সম্পদৰ পৰা কেৰিয়াৰলৈ আহিব পাৰে ভাল খবৰ

5 hours ago
সপোনত হেৰুওৱা ধন বিচাৰি পোৱাটো শুভ নে অশুভ? জানক কি কয় সপোন বিজ্ঞানে

সপোনত হেৰুওৱা ধন বিচাৰি পোৱাটো শুভ নে অশুভ? জানক কি কয় সপোন বিজ্ঞানে

5 hours ago
ৰে’ল লাইনত কিয় শিল দিয়া হয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

TTE বিচাৰিলে টিকট, কিন্তু যুৱতীয়ে TTE ৰ লগতে কৰিলে ভয়ংকৰ কাণ্ড!

6 hours ago
Jayanta Hazarika: ৰাণাদাক সশ্ৰদ্ধ স্মৰণ, আজি চিৰসেউজ শিল্পী জয়ন্ত হাজৰিকাৰ জন্মবাৰ্ষিকী

Jayanta Hazarika: ৰাণাদাক সশ্ৰদ্ধ স্মৰণ, আজি চিৰসেউজ শিল্পী জয়ন্ত হাজৰিকাৰ জন্মবাৰ্ষিকী

7 hours ago
বিশিষ্ট সমাজকৰ্মী অনিল মহন্তৰ দেহাৱসান, শোকৰ ছাঁ নলবাৰীৰ মৰোৱাত

বিশিষ্ট সমাজকৰ্মী অনিল মহন্তৰ দেহাৱসান, শোকৰ ছাঁ নলবাৰীৰ মৰোৱাত

8 hours ago
কাইলৈ ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৫ ৰাশিৰ! লাভ, চাকৰি-ব্যৱসায় আৰু সফলতাৰ যোগ

কাইলৈ ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৫ ৰাশিৰ! লাভ, চাকৰি-ব্যৱসায় আৰু সফলতাৰ যোগ

22 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, September 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আজিৰ দিনটো আপোনাৰ কেনেকৈ যাব?

আজি আপোনাৰ ০৮ মে দিনটো...

editor by editor
May 8, 2022
in জীৱনশৈলী, বিবিধ
0
horoscope

horoscope-for-today-12-03-2022

0
SHARES
161
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মেষ- ঘৰুৱাত অস্থিৰতা কিছু পাতলিব। নতুন কোনো সংযোগত আহুকাল। শৰীৰ মধ্যম। আর্থিকত আবেদনকাৰীৰ সুযোগ। বিবাহৰ যোগ৷

বৃষ- পুৱা দহটাৰ পৰা গুভ কর্মাদিত আগ নবঢ়াই ভাল। আর্থিকত মজলীয়া ফল পাব। মাতৃৰ শৰীৰ বৰ ভালেৰে নাযাব। প্ৰেমত বাধা।

মিথুন- গধুৰ পৰিবেশ যেন অনুভৱ হ’ব। সন্তানৰ বাবে চিন্তা থাকিব। ভ্রমণত সমস্যা থাকিব। দাম্পত্যত মধ্যম। বিদ্যাত শুভ।

SEE MORE: অচিনাকি যুৱতী চোৰাংচোৱা লৈ প্ৰেমিকৰ বিৰুদ্ধে গুপ্তচৰগিৰি প্ৰেমিকাৰ

কর্কট- কর্মক্ষেত্ৰত দক্ষতা দেখুৱাব পাৰিব। ভ্ৰমণৰ ইচ্ছা কৰিলে সুযোগ পাব। মামলা-মোকদৰ্মাত জয়ী হোৱাৰ সম্ভাৱনা। নাৰীৰ শুভ দিন। বিদ্যাত যত্ন কৰক৷

সিংহ- অংশীদাৰী ব্যৱসায়ত উন্নতিৰ কাৰকতা। আর্থিকত মধ্যম ফল পাব। বিদ্যাত সফলতা পাব। প্ৰেমত আৱেগিকতা বর্জনীয়। পিতাৰ আৰোগ্য লাভ৷

কন্যা- শাৰীৰিক দুঃচিন্তাৰ কাৰণ নাই। চাকৰিয়ালৰ কৰ্মক্ষেত্ৰত সমস্যা আহিব পাৰে। বন্ধুবৰ্গৰ পৰা প্রতাৰিত হ’ব পাৰে। দিয়াই ধন আদায় হ’ব পাৰে

SEE MORE: সংকটত ইমৰাণ! আয় বহিৰ্ভূত সম্পত্তিৰ তদন্তৰ নিৰ্দেশ প্ৰধানমন্ত্ৰী শ্বৰীফৰ

তুলা- আর্থিক দিশত খৰচ বৃদ্ধি পাব যদিও ব্যৱসায়ত আয়ৰ মাত্রা বৃদ্ধি পাব। বিদ্যাত বাধা থাকিব৷ প্রেমত দুঃচিন্তা। ঘৰুৱাত মজলীয়া৷

বৃশ্চিক- কিছু পৰিমাণে মনটো ফৰকাল থাকিব। কর্মক্ষেত্ৰত দক্ষতাৰে আগুৱাব পাৰিব। বিদ্যাত মধ্যম। আর্থিকত মজলীয়া অগ্রগতি। নিবনুৱাৰ শুভ৷

ধনু- নাৰীৰ বাবে দিনটো শুভ। মাটি-বাৰীৰ সম্পর্কে সু-সংবাদ লাভ কৰিব। বিদ্যাত শুভ। ভ্ৰমণ কৰিব পাৰে। ঘৰুৱা শুভ। প্ৰেমত বাধা৷

মকৰ- ব্যৱসায়-বাণিজ্যত মজলীয়া ফল পাব। সৃষ্টিমূলক চুক্তি আদিত অনুকূলতা থাকিব। শৰীৰৰ প্ৰতি অবজ্ঞা নকৰিব। সন্তানৰ ভালেই।

কুম্ভ- কামত উৎসাহ পাব। ঘৰুৱা দিশত সহানুভূতি থাকিব। বিদ্যাৰ্থীৰ বাবে দিনটো বেয়া নহ’ব। প্রেম-প্রণয়ত শুভ। প্ৰাৰ্থীৰ বিবাহৰ যোগ।

মীন- কোনো সংবাদত মিশ্রিত প্রতিক্রিয়া হ’ব পাৰে। বিদ্যাত ভালে নাযাব। দাম্পত্যত ভবামতে সুখী নহ’ব৷ শৰীৰ মধ্যম।

ৰত্ন কুবেৰ, মণিপুৰীবস্তি, গুৱাহাটী-৭, ফোনঃ 99571 11171

SEE MORE

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka newsassam ka tazza khabarassam live 24astrologyastronomyaxom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamDAILY ASTROLOGYDAILY ASTRONOMYdaily horoscopedaily horoscope for today in assamesehoroscopehoroscope for todayhoroscope in assameseRATNA KUBER HOROSCOPE ADVICE
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিশা টোপনিত নকৰিব এইবোৰ ভুল, ডাঙৰ সমস্যাত পৰিব আপুনি!
জীৱনশৈলী

টোপনিত হঠাৎ শৰীৰ কঁপি উঠা, আওকাণ নকৰিব এই লক্ষণ!

September 20, 2026
নেমুৰ গুটি পেটলৈ গ’লে সঁচাকৈ গছ গজে নেকি? কোনো সমস্যাৰ কাৰণ নেকি জানক
জীৱনশৈলী

নেমুৰ গুটি পেটলৈ গ’লে সঁচাকৈ গছ গজে নেকি? কোনো সমস্যাৰ কাৰণ নেকি জানক

September 20, 2026
কেটৰিনালৈ মৰম চলমানৰ! বডি শ্বেমিং কৰাৰ বিৰুদ্ধে দিলে মাত
বিনোদন

কেটৰিনালৈ মৰম চলমানৰ! বডি শ্বেমিং কৰাৰ বিৰুদ্ধে দিলে মাত

September 20, 2026
একেহাৰে বন্ধ থাকিব বেংক, আজিয়েই পৰীক্ষা কৰক বন্ধৰ তালিকা
বাণিজ্য

Bank Strike: একেৰাহে ৫ দিন বন্ধ থাকিব দেশৰ সকলো বেংক! কিদৰে কৰিব গুৰুত্বপূৰ্ণ কাম

September 20, 2026
Next Post
শ্বেয়াৰ বজাৰত প্ৰ’ফিট বুক এপ্ৰিল মাহত খহনীয়া কিয়?

শ্বেয়াৰ বজাৰত প্ৰ'ফিট বুক এপ্ৰিল মাহত খহনীয়া কিয়?

ইনষ্টাগ্ৰামৰ ৰীল নিৰ্মাণ কৰিবলৈ গৈ উত্তৰ প্ৰদেশত গ্ৰেপ্তাৰ হ’ল চলমান খান!

ইনষ্টাগ্ৰামৰ ৰীল নিৰ্মাণ কৰিবলৈ গৈ উত্তৰ প্ৰদেশত গ্ৰেপ্তাৰ হ’ল চলমান খান!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.