• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আজি জম্মুত দ্বিতীয় দফাৰ ভোটগ্ৰহণঃ ২৬বিধানসভা কেন্দ্ৰত ভোটগ্ৰহণ

আজি জম্মুত দ্বিতীয় দফাৰ ভোটগ্ৰহণঃ ২৬বিধানসভা কেন্দ্ৰত ভোটগ্ৰহণ

1 year ago
স্বামী-স্ত্ৰীয়ে পুৱা কৰক এই কাম, সুখী হ’ব দাম্পত্য জীৱন!

স্বামী-স্ত্ৰীয়ে পুৱা কৰক এই কাম, সুখী হ’ব দাম্পত্য জীৱন!

43 minutes ago
মূল্যবৃদ্ধি হ’ব নেকি পেট্ৰ’ল-ডিজেলৰ? কেন্দ্ৰই দিলে ইংগিত

মূল্যবৃদ্ধি হ’ব নেকি পেট্ৰ’ল-ডিজেলৰ? কেন্দ্ৰই দিলে ইংগিত

1 hour ago
মোদীৰ পৰিয়ালত বিয়া হ’ব শ্ৰদ্ধা কাপুৰ! ঘনিষ্ঠ লোকে প্ৰকাশ কৰিছে তথ্য

মোদীৰ পৰিয়ালত বিয়া হ’ব শ্ৰদ্ধা কাপুৰ! ঘনিষ্ঠ লোকে প্ৰকাশ কৰিছে তথ্য

2 hours ago
PCOD ৰ সমস্যাই মাতৃ হোৱাৰ সপোন নিঃশেষ কৰে নেকি? জানক বিশেষজ্ঞৰ পৰা

PCOD ৰ সমস্যাই মাতৃ হোৱাৰ সপোন নিঃশেষ কৰে নেকি? জানক বিশেষজ্ঞৰ পৰা

2 hours ago
চেফটি পিনত কিয় সৰু বৃত্তটো থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

চেফটি পিনত কিয় সৰু বৃত্তটো থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

3 hours ago
পুৱাই এইসমূহ কাম কৰাৰ অভ্যাস আছে? এইকেইটা অভ্যাসৰ কাৰণেই বাঢ়ে বেয়া কলষ্টেৰল, হৃদৰোগৰ আশংকা কমাবলৈ এৰক এইসমূহ অভ্যাস

পুৱাই এইসমূহ কাম কৰাৰ অভ্যাস আছে? এইকেইটা অভ্যাসৰ কাৰণেই বাঢ়ে বেয়া কলষ্টেৰল, হৃদৰোগৰ আশংকা কমাবলৈ এৰক এইসমূহ অভ্যাস

5 hours ago
মীন ৰাশিলৈ আহি খেল দেখুৱাব মঙ্গলে, ভাগ্য চমকি উঠিব এই ৪ৰাশিৰ

মীন ৰাশিলৈ আহি খেল দেখুৱাব মঙ্গলে, ভাগ্য চমকি উঠিব এই ৪ৰাশিৰ

6 hours ago
ল’ৰাৰজাৰ দৰে ব্যৱহাৰ গৌৰৱৰ, বাৰে বাৰে অপমান সহ্য কৰিব নোৱাৰি দুখেৰে কংগ্ৰেছ এৰিছোঃ প্ৰদ্যুৎ বৰদলৈ

ল’ৰাৰজাৰ দৰে ব্যৱহাৰ গৌৰৱৰ, বাৰে বাৰে অপমান সহ্য কৰিব নোৱাৰি দুখেৰে কংগ্ৰেছ এৰিছোঃ প্ৰদ্যুৎ বৰদলৈ

7 hours ago
এই ৫ সহজ টেকনিকেই বঢ়ায় বেংক বেলেন্স, আপুনিও ধনী হ’ব পাৰিব

এই ৫ সহজ টেকনিকেই বঢ়ায় বেংক বেলেন্স, আপুনিও ধনী হ’ব পাৰিব

7 hours ago
প্লেনত পছন্দৰ ছিট পাবলৈ দিব নালাগে এক্সট্ৰা চাৰ্জ, ডাঙৰ সিদ্ধান্ত কেন্দ্ৰৰ

প্লেনত পছন্দৰ ছিট পাবলৈ দিব নালাগে এক্সট্ৰা চাৰ্জ, ডাঙৰ সিদ্ধান্ত কেন্দ্ৰৰ

8 hours ago
লিখিত লাগিব আপুনি যে সনাতনী, হিন্দুত্বত বিশ্বাসী’, কেদাৰনাথত অগ্নিপৰীক্ষা ছাৰা আলি খানৰ

লিখিত লাগিব আপুনি যে সনাতনী, হিন্দুত্বত বিশ্বাসী’, কেদাৰনাথত অগ্নিপৰীক্ষা ছাৰা আলি খানৰ

8 hours ago
তেজ পৰীক্ষাতেই ধৰা পৰিব ব্ৰেইন কেন্সাৰ, টিউমাৰ! কেনেকৈ কৰা হ’ব পৰীক্ষা? জানক বিশেষজ্ঞই কি কৈছে?

তেজ পৰীক্ষাতেই ধৰা পৰিব ব্ৰেইন কেন্সাৰ, টিউমাৰ! কেনেকৈ কৰা হ’ব পৰীক্ষা? জানক বিশেষজ্ঞই কি কৈছে?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, March 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আজি জম্মুত দ্বিতীয় দফাৰ ভোটগ্ৰহণঃ ২৬বিধানসভা কেন্দ্ৰত ভোটগ্ৰহণ

আজি জম্মুত দ্বিতীয় দফাৰ ভোটগ্ৰহণঃ ২৬বিধানসভা কেন্দ্ৰত ভোটগ্ৰহণ

editor by editor
September 25, 2024
in জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি
0
আজি জম্মুত দ্বিতীয় দফাৰ ভোটগ্ৰহণঃ ২৬বিধানসভা কেন্দ্ৰত ভোটগ্ৰহণ
0
SHARES
41
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জম্মু-কাশ্মীৰৰ আজি দ্বিতীয় দফাৰ ভোটগ্ৰহণ আৰম্ভ হৈছে পুৱা ৭বজাৰ পৰা৷ বুধবাৰে দ্বিতীয় দফাত জম্মু-কাশ্মীৰৰ ২৬টা বিধানসভা সমষ্টিৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত হ’ব৷ এই ভোটগ্ৰহণক কেন্দ্ৰ কৰি কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে জম্মু-কাশ্মীৰত৷ জম্মু আৰু কাশ্মীৰ আৰক্ষীৰ ওপৰিও নিৰাপত্তাৰ দায়িত্বত মোতায়েন কৰা হৈছে সেনা৷ বিভিন্ন কেন্দ্ৰত সেনাই টহল দি আছে৷ শান্তিপূৰ্ণ ভোটগ্ৰহণ নিশ্চিত কৰিবলৈকে এই নিৰাপত্তাবেষ্টনী গঢ়ি তোলা হৈছে৷

বুধবাৰে জম্মুৰ তিনিখন আৰু কাশ্মীৰৰ তিনিখন জিলাৰ ভোটগ্ৰহণ৷ ইয়াৰ মাজতেই কাশ্মীৰৰ তিনি জিলা হৈছে বদগাম, গাণ্ডেৰবাল আৰু শ্ৰীনগৰ৷ জম্মুৰ তিনি জিলা হৈছে ৰইছি, ৰাজৌৰি আৰু পুঞ্চ৷ এইসমূহৰ মাজত শ্ৰীনগৰৰ ৮খন, বদগাম জিলাৰ ৫খন, ৰাজৌৰিত ৫খন, পুঞ্চত ৩খন, গাণ্ডেৰবালত ২টা আৰু ৰইছিত ৩খন বিধানসভা আসন আছে৷ উল্লেখ্য যে ৰইছি, ৰাজৌৰি আৰু পুঞ্চত চূড়ান্ত সতৰ্কত জাৰি কৰা হৈছে৷ কাৰণ বিগত কেইবামাহ ধৰি এই অঞ্চলত জংগী কাৰ্যকলাপৰ নানান ঘটনা ঘটিছে৷ বুধবাৰে যাতে কোনো অপ্ৰীতিকৰ ঘটনা নহয় তাৰবাবে সষ্টম হৈ আছে প্ৰশাসন৷

জম্মু কাশ্মীৰৰ দ্বিতীয় দফাৰ ভোটগ্ৰহণত আছে একাধিক হেভিৱেট প্ৰাৰ্থী৷ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা নেশ্ব্যনেল কনফাৰেন্সৰ নেতা ওমৰ আব্দুল্লাসহ মুঠ ২৩৯ জন প্ৰাৰ্থীয়ে বুধবাৰে নিৰ্বাচনী যুঁজত নামিছে৷ ওমৰে এইবাৰ যুঁজ দিছে দুটাকৈ কেন্দ্ৰৰ পৰা৷ এটা বদগাম আৰু এটা আব্দুল্লা পৰিয়ালৰ পুৰণি গড় গাণ্ডেৰৱাল৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

স্বামী-স্ত্ৰীয়ে পুৱা কৰক এই কাম, সুখী হ’ব দাম্পত্য জীৱন!
জীৱনশৈলী

স্বামী-স্ত্ৰীয়ে পুৱা কৰক এই কাম, সুখী হ’ব দাম্পত্য জীৱন!

March 18, 2026
মূল্যবৃদ্ধি হ’ব নেকি পেট্ৰ’ল-ডিজেলৰ? কেন্দ্ৰই দিলে ইংগিত
বাণিজ্য

মূল্যবৃদ্ধি হ’ব নেকি পেট্ৰ’ল-ডিজেলৰ? কেন্দ্ৰই দিলে ইংগিত

March 18, 2026
PCOD ৰ সমস্যাই মাতৃ হোৱাৰ সপোন নিঃশেষ কৰে নেকি? জানক বিশেষজ্ঞৰ পৰা
স্বাস্থ্য

PCOD ৰ সমস্যাই মাতৃ হোৱাৰ সপোন নিঃশেষ কৰে নেকি? জানক বিশেষজ্ঞৰ পৰা

March 18, 2026
চেফটি পিনত কিয় সৰু বৃত্তটো থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ
বিজ্ঞান

চেফটি পিনত কিয় সৰু বৃত্তটো থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

March 18, 2026
Next Post
নীতি শিক্ষা প্ৰয়োজনীয় হৈ পৰিছেঃ আকৌ পঢ়িব লাগিব ‘চৰিত্ৰ পাঠ’

নীতি শিক্ষা প্ৰয়োজনীয় হৈ পৰিছেঃ আকৌ পঢ়িব লাগিব ‘চৰিত্ৰ পাঠ’

আজি কৃষ্ণা অষ্টমীত সিদ্ধিদাতাৰ কৃপা ৫ৰাশিত, পূৰণ হ’ব মনৰ সকলো ইচ্ছা

আজি কৃষ্ণা অষ্টমীত সিদ্ধিদাতাৰ কৃপা ৫ৰাশিত, পূৰণ হ’ব মনৰ সকলো ইচ্ছা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.