• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভাৰতৰ ইতিহাসৰ সৰ্ববৃহৎ তালাচী অভিযান! জব্দ ২৫৭ কোটি টকা, ২৭৫ কেজি সোণ-ৰূপ বহু মূল্যৱান সা-সামগ্ৰী 

4 years ago
১০ নৱেম্বৰত গজকেশৰী ৰাজযোগ, যিয়ে এই ৪ৰাশিৰ ভাগ্য খুলিব

9 hours ago
এই ৫ সহজ টেকনিকেই বঢ়ায় বেংক বেলেন্স, আপুনিও ধনী হ’ব পাৰিব

10 hours ago
বেটিং এপৰ মাধ্যমেৰে ধন ঘটিছিল! ভাৰতৰ দুই প্ৰাক্তন ক্ৰিকেটাৰৰ ১১.৪২ কোটি টকাৰ সম্পত্তি বাজেয়াপ্ত ইডিৰ

11 hours ago
হেৰুৱাবলৈ আৰু কিমান বাকী? হাৰ্টথ্ৰ’ব হে’ৰাল, আহমেদাবাদত প্লেন দুৰ্ঘটনা, ভাৰত-পাক যুদ্ধ! বাকী থকা সময়খিনি কেনে যাব? কি কৈছে জ্যোতিষশাস্ত্ৰই?

Credit Cardৰ পৰা বেংক একাউণ্টলৈ ধন ট্ৰেন্সফাৰ কৰিব? জানি থওক সহজ উপায়

12 hours ago
পিয়ন, কেৰানিৰ পৰা অফিচাৰ, অষ্টম দৰমহা কমিছনত দৰমহা কাৰ কিমান বাঢ়িব?

13 hours ago
ঘৰত থাকিয়েই পাওক আঢ়ৈ লাখ টকা! বয়স্কসকলৰ বাবে প’ষ্ট অফিচৰ বেষ্ট স্কিম কি কি?

14 hours ago
কেইটামান দিনৰ পাছতেই বক্ৰী হ’ব বৃহস্পতি, গুৰুগ্ৰহৰ ওলোটা চলনত শুভ সময় আৰম্ভ এই ৪ৰাশিৰ

15 hours ago
জুবিন গাৰ্গ মোৰ বৰ মৰমৰ, শ্যামকানুৰ সন্দৰ্ভত একো নকওঁ, ৰাইজৰ যাতে সন্দেহ নহয় তাৰবাবে পদত্যাগ কৰিছোঃ প্ৰাক্তন DGP ভাস্কৰ জ্যোতি মহন্ত

২০ নৱেম্বৰত ৩ ৰাশিৰ অগ্ৰগতি-সাফল্যত বাধা, বুধ আৰু শনিৰ সংযোগত মালামাল হ’ব কোন কোন?

1 day ago
২০২৬ত পদে পদে পৰীক্ষা, এই চৰ্ততেই পাছ কৰাই নিব শনিয়ে, এই তিনি ৰাশিৰ ধৈৰ্য্যই অস্ত্ৰ

এজন নিৰ্ভেজাল কমিউনিষ্টেই হ’ল নিউয়ৰ্কৰ মেয়ৰ! ট্ৰাম্পে হাৰিব বুলি দাবী কৰা মেয়ৰ জোহৰান মামদানিৰ আছে ভাৰতৰ সৈতে বিশেষ সম্পৰ্ক

2 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, November 7, 2025
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

ভাৰতৰ ইতিহাসৰ সৰ্ববৃহৎ তালাচী অভিযান! জব্দ ২৫৭ কোটি টকা, ২৭৫ কেজি সোণ-ৰূপ বহু মূল্যৱান সা-সামগ্ৰী 

editor by editor
December 27, 2021
in অপৰাধ, গুৱাহাটী, ভাৰত
0
ভাৰতৰ ইতিহাসৰ সৰ্ববৃহৎ তালাচী অভিযান! জব্দ ২৫৭ কোটি টকা, ২৭৫ কেজি সোণ-ৰূপ বহু মূল্যৱান সা-সামগ্ৰী 
0
SHARES
2.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ ১৫০ কোটি নহয়, প্ৰকৃততে কামপুৰৰ ব্যৱসায়ী পীয়ুষ জৈনৰ ঘৰৰ পৰা আয়কৰ বিভাগে উদ্ধাৰ কৰে ২৫৭ কোটি টকা৷ ১৯ টা টকা গণনা কৰা মেছিনেৰে ৪০ ঘণ্টাজোৰা টকা গণনাৰ অন্তত অৱশেষত আয়কৰ বিভাগে জব্দ কৰে এই বৃহৎ পৰিমানৰ টকাখিনি৷ Director General of GST Intelligence(DGGI) ৰ এই অভিযানত জব্দ হৈছে ২৫৭ কোটি টকা, ২৫ কেজি সোণ, ২৫০ কেজি ৰূপ আৰু ৩০০ পাত ছাবি আৰু বহু মূল্যৱান সা-সামগ্ৰী আৰু ৯ ড্ৰাম চন্দন তেল৷ শনিবাৰৰ পৰা DGGIয়ে তালাচী চলাইছিল তথাকথিত আতৰ ব্যৱসায়ী পীয়ুষ জৈনৰ বাসগৃহত৷ পীয়ুষৰ কানপুৰৰ ঘৰ, কনৌজৰ ঘৰ আৰু আহমেদাবাদৰ ফেক্টৰীৰ পৰা উদ্ধাৰ কৰা হয় এই টকাখিনি৷ কিন্তু ৫ কোটি টকাৰ কোম্পানীৰ মালিক পীয়ুষ জৈনৰ ঘৰত কিদৰে উদ্ধাৰ হৈছে এই বৃহৎ পৰিমাণৰ ধনৰাশি তাকে লৈ এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে চৌদিশে৷ এক বিশেষ সূত্ৰৰ খবৰ অনুসৰি, পীয়ুষ জৈনৰ ৪০ টা কোম্পানী আছে আৰু ইয়াৰ দুটা মধ্য প্ৰাচ্যত আছে৷ আনহাতে IANSৰ নিউজ অনুসৰি, বহু বছৰ পূৰ্বৰে পৰা সোণ বিক্ৰী কৰি জমা কৰিছিল এই বৃহৎ পৰিমানৰ ধনৰাশি৷ তেওঁৰ পূৰ্বপুৰুষে ৪০০ কেজি সোণ এৰি থৈ যোৱাৰ কথাও উল্লেখ কৰিছে IANSৰ নিউজত৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24Best Assamese News Channelpiyush jain kanpur raid
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

১০ নৱেম্বৰত গজকেশৰী ৰাজযোগ, যিয়ে এই ৪ৰাশিৰ ভাগ্য খুলিব
জীৱনশৈলী

November 6, 2025
কেইটামান দিনৰ পাছতেই বক্ৰী হ’ব বৃহস্পতি, গুৰুগ্ৰহৰ ওলোটা চলনত শুভ সময় আৰম্ভ এই ৪ৰাশিৰ
জীৱনশৈলী

কেইটামান দিনৰ পাছতেই বক্ৰী হ’ব বৃহস্পতি, গুৰুগ্ৰহৰ ওলোটা চলনত শুভ সময় আৰম্ভ এই ৪ৰাশিৰ

November 6, 2025
জুবিন গাৰ্গ মোৰ বৰ মৰমৰ, শ্যামকানুৰ সন্দৰ্ভত একো নকওঁ, ৰাইজৰ যাতে সন্দেহ নহয় তাৰবাবে পদত্যাগ কৰিছোঃ প্ৰাক্তন DGP ভাস্কৰ জ্যোতি মহন্ত
অসম

জুবিন গাৰ্গ মোৰ বৰ মৰমৰ, শ্যামকানুৰ সন্দৰ্ভত একো নকওঁ, ৰাইজৰ যাতে সন্দেহ নহয় তাৰবাবে পদত্যাগ কৰিছোঃ প্ৰাক্তন DGP ভাস্কৰ জ্যোতি মহন্ত

November 6, 2025
২০ নৱেম্বৰত ৩ ৰাশিৰ অগ্ৰগতি-সাফল্যত বাধা, বুধ আৰু শনিৰ সংযোগত মালামাল হ’ব কোন কোন?
জীৱনশৈলী

২০ নৱেম্বৰত ৩ ৰাশিৰ অগ্ৰগতি-সাফল্যত বাধা, বুধ আৰু শনিৰ সংযোগত মালামাল হ’ব কোন কোন?

November 5, 2025
Next Post
শত্ৰু নহয়, সাপটোৰ সৈতে বন্ধুত্ব গঢ়িছে ছলমান খানে, পানৱেল ফাৰ্ম হাউচলৈ বিশেষ আদৰণি

১ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব শিশুৰ ভেকচিনৰ পঞ্জীয়ন প্ৰক্ৰিয়া, কি দৰে আৰু ক’ত কৰিব পঞ্জীয়ন?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন