• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৭৪ সংখ্যক জন্মদিন

আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৭৪ সংখ্যক জন্মদিন

2 years ago
ধনতেৰাছৰ দিনাই এই ৪ ৰাশিৰ উজলিব ভাগ্য

ধনতেৰাছৰ দিনাই এই ৪ ৰাশিৰ উজলিব ভাগ্য

18 minutes ago
মঙলদৈত মিঞাৰ ভয়ংকৰ কাণ্ড!

মঙলদৈত মিঞাৰ ভয়ংকৰ কাণ্ড!

12 hours ago
পিতৃতকৈ ডাঙৰ পুত্ৰ! ‘১০ বছৰৰ বৈৱাহিক জীৱনত ১২টা সন্তান কেনেকৈ সম্ভৱ?’

পিতৃতকৈ ডাঙৰ পুত্ৰ! ‘১০ বছৰৰ বৈৱাহিক জীৱনত ১২টা সন্তান কেনেকৈ সম্ভৱ?’

13 hours ago
এই ৩ ৰাশিত পৰিছে শনিৰ সদে সতীৰ প্ৰভাৱ!

এই ৩ ৰাশিত পৰিছে শনিৰ সদে সতীৰ প্ৰভাৱ!

13 hours ago
আহি আছে ক্ৰিকেটৰ নতুন ফৰ্মেট! পুৰুষ-মহিলাই একেলগে খেলিব ক্ৰিকেট

আহি আছে ক্ৰিকেটৰ নতুন ফৰ্মেট! পুৰুষ-মহিলাই একেলগে খেলিব ক্ৰিকেট

13 hours ago
একেজন শিল্পীৰ অভিনয়ত প্ৰাণ পাইছিল ৰাম আৰু সীতা

একেজন শিল্পীৰ অভিনয়ত প্ৰাণ পাইছিল ৰাম আৰু সীতা

14 hours ago
সুৰাপান কৰা চালকৰ বাতিল হ’ব পাৰে ড্ৰাইভিং লাইচেন্স!

সুৰাপান কৰা চালকৰ বাতিল হ’ব পাৰে ড্ৰাইভিং লাইচেন্স!

15 hours ago
প্ৰশাসনক ঘনকান্তৰ পৰিয়ালৰ DEADLINE

প্ৰশাসনক ঘনকান্তৰ পৰিয়ালৰ DEADLINE

16 hours ago
‘আমেৰিকাৰ দাতাৰ পৰা ধন লাভ কৰে অভিজিৎ দীপকেই’

‘আমেৰিকাৰ দাতাৰ পৰা ধন লাভ কৰে অভিজিৎ দীপকেই’

16 hours ago
মধ্যকালীন নিৰ্বাচনত ট্ৰাম্পৰ শোচনীয় পৰাজয়

মধ্যকালীন নিৰ্বাচনত ট্ৰাম্পৰ শোচনীয় পৰাজয়

17 hours ago
জন্মদিনৰ পাৰ্টীলৈ নি ২ ভগ্নীৰে দলবদ্ধ অপকৰ্ম!

জন্মদিনৰ পাৰ্টীলৈ নি ২ ভগ্নীৰে দলবদ্ধ অপকৰ্ম!

18 hours ago
‘শ্যামকানু-সিদ্ধাৰ্থই জামিন পালেই ভয়ংকৰ পৰিস্থিতি হ’ব অসমৰ’

‘শ্যামকানু-সিদ্ধাৰ্থই জামিন পালেই ভয়ংকৰ পৰিস্থিতি হ’ব অসমৰ’

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, November 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৭৪ সংখ্যক জন্মদিন

editor by editor
September 17, 2024
in বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি
0
আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৭৪ সংখ্যক জন্মদিন
0
SHARES
64
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৭৪ সংখ্যক জন্মদিন

আজি ১৭ ছেপ্টেম্বৰ তাৰিখ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন। ৭৪ সংখ্যক জন্মদিন প্ৰধানমন্ত্ৰীৰ। জন্মদিন উপলক্ষে বিজেপিকে ধৰি ৰাজনৈতিক দলৰ নেতা আৰু অন্যান্য বিখ্যাত বহু লোকে শুভেচ্ছা জ্ঞাপন কৰে দেশৰ প্ৰধানমন্ত্ৰীগৰাকীক। বিদেশৰ পৰাও প্ৰধানমন্ত্ৰী মোদীলৈ জন্মদিনৰ শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰিছে।

অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইয়ো সামাজিক মাধ্যমত যোগে শুভেচ্ছাবাণী জনাইছে প্ৰধানমন্ত্ৰী মোদীক। প্ৰধানমন্ত্ৰীৰ ওপৰত এটা ভিডিঅ’ শ্বেয়াৰ কৰি মুখ্যমন্ত্ৰী শৰ্মাই লিখিছে-

‘আমাৰ সকলোৰে বাবে প্ৰেৰণাদায়ক তথা বিশ্বৰ জনপ্ৰিয় নেতা, সন্মানীয় শ্ৰীযুত নৰেন্দ্ৰ মোদী জী ভাৰতৰ যশস্বী প্ৰধানমন্ত্ৰীলৈ জন্মদিনৰ শুভেচ্ছা জনালোঁ। কামাখ্যা মা আৰু শ্ৰীমন্ত শংকৰদেৱৰ ওচৰত তেওঁৰ দীৰ্ঘায়ু আৰু সুস্বাস্থ্যৰ বাবে প্ৰাৰ্থনা জনাইছো। ভগৱানে তেওঁক সদায় সুস্বাস্থ্যৰে আশীৰ্বাদ কৰক আৰু ভাৰতৰ সেৱাৰ সৌভাগ্য অব্যাহত ৰাখক তাৰেই প্ৰাৰ্থনা। তেওঁৰ নিৰ্দেশনাত আমি সদায় জনসাধাৰণৰ সেৱা কৰিবলৈ সাজু হৈ থাকিম। আজি তেখেতৰ শুভ জন্মদিন উপলক্ষে আমি পুনৰবাৰ জনসেৱাত নিজকে উৎসৰ্গা কৰিছো।’

https://x.com/knowthenation/status/1835754155547488506

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Birthday Narendra ModiHappy Birthday Modinarendra-modipmPm Moi
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ধনতেৰাছৰ দিনাই এই ৪ ৰাশিৰ উজলিব ভাগ্য
জীৱনশৈলী

ধনতেৰাছৰ দিনাই এই ৪ ৰাশিৰ উজলিব ভাগ্য

November 6, 2026
পিতৃতকৈ ডাঙৰ পুত্ৰ! ‘১০ বছৰৰ বৈৱাহিক জীৱনত ১২টা সন্তান কেনেকৈ সম্ভৱ?’
ৰাজনীতি

পিতৃতকৈ ডাঙৰ পুত্ৰ! ‘১০ বছৰৰ বৈৱাহিক জীৱনত ১২টা সন্তান কেনেকৈ সম্ভৱ?’

November 5, 2026
এই ৩ ৰাশিত পৰিছে শনিৰ সদে সতীৰ প্ৰভাৱ!
জীৱনশৈলী

এই ৩ ৰাশিত পৰিছে শনিৰ সদে সতীৰ প্ৰভাৱ!

November 5, 2026
আহি আছে ক্ৰিকেটৰ নতুন ফৰ্মেট! পুৰুষ-মহিলাই একেলগে খেলিব ক্ৰিকেট
বিনোদন

আহি আছে ক্ৰিকেটৰ নতুন ফৰ্মেট! পুৰুষ-মহিলাই একেলগে খেলিব ক্ৰিকেট

November 5, 2026
Next Post
আপোনাৰ ঘৰত ৰাখত এই ৫ বিধ সামগ্ৰী আৰু শনি দেৱৰ কঠোৰ দৃষ্টিৰ পৰা ৰক্ষা লাভ কৰক

আপোনাৰ ঘৰত ৰাখত এই ৫ বিধ সামগ্ৰী আৰু শনি দেৱৰ কঠোৰ দৃষ্টিৰ পৰা ৰক্ষা লাভ কৰক

কাইলৈ বছৰৰ শেষৰটো চন্দ্ৰগ্ৰহণ, দান কৰক এই সামগ্ৰী, দূৰ হ’ব কু প্ৰভাৱ

কাইলৈ বছৰৰ শেষৰটো চন্দ্ৰগ্ৰহণ, দান কৰক এই সামগ্ৰী, দূৰ হ'ব কু প্ৰভাৱ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.