• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এগৰাকী কবি তথা শিক্ষকৰ বিৰুদ্ধে নিজৰ ৭ মহীয়া সন্তানৰ মাতৃ তথা পত্নীক হত্যাৰ গুৰুতৰ অভিযোগ!

এগৰাকী কবি তথা শিক্ষকৰ বিৰুদ্ধে নিজৰ ৭ মহীয়া সন্তানৰ মাতৃ তথা পত্নীক হত্যাৰ গুৰুতৰ অভিযোগ!

4 years ago
কেতিয়াৰ পৰা Income Tax Return প্ৰক্ৰিয়া আৰম্ভ হ’ব?

কেতিয়াৰ পৰা Income Tax Return প্ৰক্ৰিয়া আৰম্ভ হ’ব?

6 minutes ago
কিমান সম্পত্তি আছে ৰাঘৱ চাদ্দাৰ? নেটৱৰ্থ জানি হ’ব আচৰিত!

কিমান সম্পত্তি আছে ৰাঘৱ চাদ্দাৰ? নেটৱৰ্থ জানি হ’ব আচৰিত!

31 minutes ago
ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

1 hour ago
বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ

বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ

2 hours ago
Post Office Saving Account কি? মাত্ৰ ৫০০ টকাৰে একাউণ্ট খুলি হওক ধনী!

Post Office Saving Account কি? মাত্ৰ ৫০০ টকাৰে একাউণ্ট খুলি হওক ধনী!

3 hours ago
শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!

শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!

4 hours ago
বিপদৰ আগমণ ৩ ৰাশিৰ জীৱনলৈ, ১১ মে’ৰ পূৰ্বে হওক সজাগ!

বিপদৰ আগমণ ৩ ৰাশিৰ জীৱনলৈ, ১১ মে’ৰ পূৰ্বে হওক সজাগ!

4 hours ago
আইচক্ৰীম নিষিদ্ধ এখন গাওঁ, ধৰা পৰিলেই ৫ হাজাৰ টকাৰ জৰিমনা

আইচক্ৰীম নিষিদ্ধ এখন গাওঁ, ধৰা পৰিলেই ৫ হাজাৰ টকাৰ জৰিমনা

4 hours ago
ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !

ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !

5 hours ago
প্ৰস্ৰাৱৰ সৈতে তেজ ওলাই নেকি? আওকাণ নকৰিব এনে সমস্যাক

প্ৰস্ৰাৱৰ সৈতে তেজ ওলাই নেকি? আওকাণ নকৰিব এনে সমস্যাক

6 hours ago
ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক নাকী লগাবলৈ সাজু! DoE ই দিছে কঠোৰ নিৰ্দেশনা

ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক নাকী লগাবলৈ সাজু! DoE ই দিছে কঠোৰ নিৰ্দেশনা

6 hours ago
শীঘ্ৰে বাঢ়িব হোটেলৰ খাদ্যৰ মূল্য, আঁৰত আছে ডাঙৰ কাৰণ

শীঘ্ৰে বাঢ়িব হোটেলৰ খাদ্যৰ মূল্য, আঁৰত আছে ডাঙৰ কাৰণ

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

এগৰাকী কবি তথা শিক্ষকৰ বিৰুদ্ধে নিজৰ ৭ মহীয়া সন্তানৰ মাতৃ তথা পত্নীক হত্যাৰ গুৰুতৰ অভিযোগ!

editor by editor
September 19, 2022
in অপৰাধ, অসম
0
এগৰাকী কবি তথা শিক্ষকৰ বিৰুদ্ধে নিজৰ ৭ মহীয়া সন্তানৰ মাতৃ তথা পত্নীক হত্যাৰ গুৰুতৰ অভিযোগ!
0
SHARES
9.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এগৰাকীৰ উদীয়মান কবি তথা শিক্ষকৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ উত্থাপন হৈছে৷ অৰূপ কুমাৰ দাস নামৰ তৰুণ কবিগৰাকীয়ে পত্নীক হত্যা কৰি এই সমগ্ৰ ঘটনাটোক আত্মহত্যাৰ ৰূপ দিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷

অভিযোগ অনুসৰি পৰকীয়া প্ৰেমৰ বাবেই স্বামী অৰূপ কুমাৰ দাসে কিছুদিনৰ পৰা পত্নীৰ ওপৰত মানসিক আৰু শাৰীৰিক অত্যাচাৰ চলাই আহিছিল৷

উল্লেখ্য যে বাক্সা জিলাৰ বাবাপাটাৰ দক্ষিণ গণকগাড়ী গাঁৱৰ অৰূপ কুমাৰ দাসে পল্লৱী দাসৰ সৈতে প্ৰেমৰ সম্পৰ্কত অহাৰ পাছতে ২০১৯ বৰ্ষত সামাজিকভাৱে বিবাহপাশত আৱদ্ধ হৈছিল৷ তেওঁলোকৰ প্ৰায় তিনিবছৰীয়া বৈবাহিক জীৱন সুখেৰে চলি আছিল৷ আজিৰ পৰা সাত মাহৰ পূৰ্বে পত্নী পল্লৱীয়ে এটি পুত্ৰ সন্তানো জন্ম দিয়ে৷

লগতে পঢ়ক মহিলাৰ ডিম্বাশয়ত সৃষ্টি হোৱা চিষ্ট বা PCOD কি? এই বিষয়ে জানো আহক…

অভিযোগ অনুসৰি তেতিয়ালৈকে তেওঁলোকৰ বৈবাহিক জীৱন সুখেৰে চলি আছিল যদিও কবি স্বামীৰ পৰকীয়া প্ৰেমে তেওঁলোকৰ সংসাৰত জুই লগোৱাৰ অভিযোগ উত্থাপন হৈছে৷ পত্নী পল্লৱীয়ে স্বামী অৰূপ কুমাৰ দাসৰ অবৈধ প্ৰেমৰ সম্পৰ্কে জানিব পাৰি সেই বিষয়ে স্বামী আৰু স্বামীৰ পৰিয়ালক জনোৱাৰ পাছৰে পৰা স্বামী অৰূপে পল্লৱীক মানসিক আৰু শাৰীৰিক অত্যাচাৰ চলাবলৈ আৰম্ভ কৰে বুলি অভিযোগ উঠিছে৷

এই অত্যাচাৰৰ সীমা অতিক্ৰম কৰি যোৱা ১৩ ছেপ্টেম্বৰত স্বামী অৰূপ কুমাৰ দাসে পত্নী পল্লৱীক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ ভয়ংকৰ অভিযোগ উত্থাপন হৈছে৷ পল্লৱীৰ ভাতৃয়ে সামাজিক মাধ্যমত অভিযোগ কৰা মতে যোৱা ১৩ ছেপ্টেম্বৰৰ পুৱা প্ৰায় ৩.৩০ বজাত স্বামী অৰূপ কুমাৰ দাসে পল্লৱীৰ ভাতৃক ফোন কৰি জনাই যে পল্লৱীয়ে আত্মহত্যা কৰে৷

ইফালে মৃত পল্লৱীৰ শৰীৰত আঘাতৰ চিহ্ণ স্পষ্ট হৈ থকা দেখা গৈছে৷ ডিঙিৰ লগতে পল্লৱীৰ বাওঁ গালত আঘাতৰ চিহ্ণ স্পষ্ট হোৱাৰ লগতে উক্ত স্থানৰ পৰা তেজো নিগৰি অহা স্পষ্ট হৈ আছে৷ আনহাতে মজিয়াতো তেজৰ চেকুৰা স্পষ্ট হৈ থকাৰ অভিযোগ কৰি পল্লৱীৰ পৰিয়ালে চিপলৈ আত্মহত্যা কৰা পল্লৱীৰ শৰীৰত আঘাতৰ চিহ্ন আৰু মজিয়াত তেজৰ চেকুৰা ক’ৰ পৰা আহিল বুলিও প্ৰশ্ন কৰিছে৷ ভাতৃয়ে লগতে দাবী কৰিছে যে মৃত পল্লৱীৰ চকুত চকুপানীও ওলাই থকাও স্পষ্ট হৈ আছিল৷

লগতে পঢ়ক  চণ্ডীগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ গা ধুই থকা ভিডিঅ’ ভাইৰেল! কোনে কৰিছিল ভাইৰেল? গ্ৰেপ্তাৰ হ’ল কোন কোন?

আনহাতে, পল্লৱীয়ে স্বামী অৰূপৰ অবৈধ প্ৰেমৰ সম্পৰ্কে স্বামীক প্ৰশ্ন কৰা আৰু স্বামী পৰিয়ালক জনোৱাৰ পাছতে স্বামীয়ে শাৰীৰিক আৰু মানসিক অত্যাচাৰ চলাই অহাৰ কথা নিজৰ বান্ধৱীক হোৱাটছএপৰ যোগে অৱগত কৰা বুলিও জানিব পৰা গৈছে৷

যোৱা ফেব্ৰুৱাৰিত এটা পুত্ৰ সন্তানৰ জন্ম দিয়া পল্লৱীয়ে সাতমহীয়া সন্তানক এৰি কোনো কাৰণতে আত্মহত্যা কৰিব নোৱাৰে বুলি দাবী কৰি পল্লৱীৰ পৰিয়ালে ঘটনাৰ সন্দৰ্ভত লাভদাংগুৰি আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে যদিও আৰক্ষীয়েও কোনো পদক্ষেপ নোলোৱাৰ অভিযোগ উত্থাপন কৰিছে৷ পল্লৱীৰ পৰিয়ালে আৰক্ষীক ঘটনাটো সঠিক তদন্ত কৰি দোষীক কঠোৰ শাস্তি দিবলৈ দাবী জনাইছে৷

উল্লেখ্য যে অৰূপ কুমাৰ দাস এগৰাকী শিক্ষক হোৱাৰ লগতে তৰুণ প্ৰজন্মৰ এজন পৰিচিত কবি৷ ইতিমধ্যে কবি অৰূপ কুমাৰ দাসৰ ‘গছে যি কথা পাতকো নক’লে’ শীৰ্ষক এখন কাব্যগন্থও প্ৰকাশ পাইছে৷

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ধনী প্ৰাৰ্থীৰ শীৰ্ষ স্থানত আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, প্ৰথম স্থানত কোন প্ৰাৰ্থী? ADR ৰিপৰ্টে কি কৈছে?
অসম

ধনী প্ৰাৰ্থীৰ শীৰ্ষ স্থানত আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, প্ৰথম স্থানত কোন প্ৰাৰ্থী? ADR ৰিপৰ্টে কি কৈছে?

March 31, 2026
বিজেপিৰ সংকল্প পত্ৰৰ ৩১টা সংকল্প, মুকলি কৰিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে
অসম

বিজেপিৰ সংকল্প পত্ৰৰ ৩১টা সংকল্প, মুকলি কৰিলে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে

March 31, 2026
অসমত বলবৎ হ’ব UCC! অমিত শ্বাহে কৰিলে ডাঙৰ ঘোষণা
অসম

অসমত বলবৎ হ’ব UCC! অমিত শ্বাহে কৰিলে ডাঙৰ ঘোষণা

March 29, 2026
ডঃ হিমন্ত বিশ্ব শৰ্মাক কিয় চুমা খাই মহিলাই? চুমা খোৱাৰ কাৰণ বাখ্যা কৰি কি কৈছে ডঃ শৰ্মাই?
অসম

ডঃ হিমন্ত বিশ্ব শৰ্মাক কিয় চুমা খাই মহিলাই? চুমা খোৱাৰ কাৰণ বাখ্যা কৰি কি কৈছে ডঃ শৰ্মাই?

March 29, 2026
Next Post
৪০ বছৰৰ পাছত মহিলাসকলে শৰীৰত কিয় ভিটামিন অভাৱ হ’বলৈ দিব নালাগে?

৪০ বছৰৰ পাছত মহিলাসকলে শৰীৰত কিয় ভিটামিন অভাৱ হ’বলৈ দিব নালাগে?

পাকিস্তানৰ জোঁৱাই হ’ব নেকি কিং খানৰ পুত্ৰ আৰিয়ান খান? এয়া কিহৰ ইংগিত অভিনেত্ৰীৰ?

পাকিস্তানৰ জোঁৱাই হ’ব নেকি কিং খানৰ পুত্ৰ আৰিয়ান খান? এয়া কিহৰ ইংগিত অভিনেত্ৰীৰ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.