• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিশ্বজুৰি তোলপাৰ, দেশ এৰি পলায়নৰ সময়তে বিমান দুৰ্ঘটনা চিৰিয়াৰ ৰাষ্ট্ৰপতিৰ !

বিশ্বজুৰি তোলপাৰ, দেশ এৰি পলায়নৰ সময়তে বিমান দুৰ্ঘটনা চিৰিয়াৰ ৰাষ্ট্ৰপতিৰ !

2 years ago
কেনে যাব আপোনাৰ আজিৰ দিনটো?

কেনে যাব আপোনাৰ আজিৰ দিনটো?

5 hours ago
নিশাৰ যোৰহাটত উত্তপ্ত পৰিস্থিতি

নিশাৰ যোৰহাটত উত্তপ্ত পৰিস্থিতি

5 hours ago
‘মহিলাসকলেও স্বৰ্গত ৭২ জন পুৰুষ পাব…’

‘মহিলাসকলেও স্বৰ্গত ৭২ জন পুৰুষ পাব…’

5 hours ago
ছ’চিয়েল মিডিয়াত কৰা এটা পোষ্টৰ বাবে মৃত্যুদণ্ডৰ শাস্তি!

ছ’চিয়েল মিডিয়াত কৰা এটা পোষ্টৰ বাবে মৃত্যুদণ্ডৰ শাস্তি!

6 hours ago
‘পৰিচালকে দুপৰ নিশা নিজৰ ৰূমলৈ মাতি নিলে আৰু…’

‘পৰিচালকে দুপৰ নিশা নিজৰ ৰূমলৈ মাতি নিলে আৰু…’

6 hours ago
গুৱাহাটীৰ গ্ৰীন বাছত যুৱতীৰ শ্লীলতা হানি!

গুৱাহাটীৰ গ্ৰীন বাছত যুৱতীৰ শ্লীলতা হানি!

7 hours ago
শীঘ্ৰেই ৰাহুল গান্ধীৰ আহি আছে ভাল দিন!

শীঘ্ৰেই ৰাহুল গান্ধীৰ আহি আছে ভাল দিন!

8 hours ago
চীনত নতুনকৈ আৱিষ্কাৰ ১১,৭০০ প্ৰকাৰৰ ভাইৰাছ

চীনত নতুনকৈ আৱিষ্কাৰ ১১,৭০০ প্ৰকাৰৰ ভাইৰাছ

9 hours ago
সুখবৰ! দুৰ্গা পূজাৰ পূৰ্বে এইসকল কৰ্মচাৰীয়ে পাব মোটা অংকৰ বোনাছ

সুখবৰ! দুৰ্গা পূজাৰ পূৰ্বে এইসকল কৰ্মচাৰীয়ে পাব মোটা অংকৰ বোনাছ

9 hours ago
হৃদয়বিদাৰক! ৰাজ্যত কেতিয়াও নঘটা ঘটনা

হৃদয়বিদাৰক! ৰাজ্যত কেতিয়াও নঘটা ঘটনা

10 hours ago
চৰম শাস্তিৰ ৰায়ৰ পিছতে আদালতত কাতৰ আহ্বান মুস্কানৰ

চৰম শাস্তিৰ ৰায়ৰ পিছতে আদালতত কাতৰ আহ্বান মুস্কানৰ

11 hours ago
‘আমেৰিকাৰ পৰা ধন লাভ কৰে CJP-এ’ মাৰ্কিন কণ্ঠশিল্পীৰ বিস্ফোৰক মন্তব্য

‘আমেৰিকাৰ পৰা ধন লাভ কৰে CJP-এ’ মাৰ্কিন কণ্ঠশিল্পীৰ বিস্ফোৰক মন্তব্য

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

বিশ্বজুৰি তোলপাৰ, দেশ এৰি পলায়নৰ সময়তে বিমান দুৰ্ঘটনা চিৰিয়াৰ ৰাষ্ট্ৰপতিৰ !

editor by editor
December 8, 2024
in বিবিধ, বিশ্ব
0
বিশ্বজুৰি তোলপাৰ, দেশ এৰি পলায়নৰ সময়তে বিমান দুৰ্ঘটনা চিৰিয়াৰ ৰাষ্ট্ৰপতিৰ !
0
SHARES
1.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিশ্বজুৰি তোলপাৰ, দেশ এৰি পলায়নৰ সময়তে বিমান দুৰ্ঘটনা চিৰিয়াৰ ৰাষ্ট্ৰপতিৰ !

ছিৰিয়াৰ গভীৰ ৰাজনৈতিক সংকটৰ মাজতে ডাঙৰ খবৰ পোহৰলৈ আহিছে। দাবী কৰা হৈছে যে ছিৰিয়াৰ ৰাষ্ট্ৰপতি বাছাৰ আল আছাদে দেশ এৰি পয়ালন কৰাৰ সময়তে বিমান দুৰ্ঘটনাগ্ৰস্ত হৈছে। সূত্ৰ অনুসৰি তেওঁৰ বিমানখন আকাশত ৫০০ মিটাৰ উচ্চতাত দুৰ্ঘটনাগ্ৰস্ত হয়, যাৰ ধ্বংসাৱশেষো ইতিমধ্যে উদ্ধাৰ কৰা হৈছে।

সামাজিক মাধ্যমত বৰ্তমানে ভাইৰেল হৈ পৰা মতে, পৰিয়ালসহ দেশ এৰি পলায়নৰ সময়তে বাটতে বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয় বাছাৰ আল আছাদৰ। উল্লেখ্য যে, বৰ্তমানে ছিৰিয়াত গৃহযুদ্ধ চলি আছে। ছিৰিয়াৰ ৰাষ্ট্ৰপতি বাছাৰ আল আছাদে বিদ্ৰোহীৰ আক্ৰমণৰ পিছতে পৰিয়ালসহ ৰাজধানী ডামাস্কাছৰ পৰা পলায়ন কৰে। বিমানেৰে পলায়ন বাছাৰ আছাদৰ। কিন্তু বিমানখন উৰণৰ সময়তে বিদ্ৰোহীয়ে বিমানখনক লক্ষ্য কৰি গুলি কৰা বুলি দাবী কৰা হৈছে।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ছিৰিয়াত বিগত ১২ বছৰ ধৰি গৃহযুদ্ধ চলি আছে। এতিয়া ছিৰিয়াৰ বিদ্ৰোহীৰ আক্ৰমণ তীব্ৰতৰ হৈ পৰিছে। আলেপ্পো আৰু হোমছৰ দৰে ডাঙৰ চহৰ দখল কৰাৰ পিছত বিদ্ৰোহীসকলে ৰাজধানী দামাস্কাছতো দখল কৰাৰ উদ্দেশ্যে আক্ৰমণ কৰে। বিদ্ৰোহীয়ে দামাস্কাছত প্ৰৱেশ কৰাৰ লগে লগে ৰাষ্ট্ৰপতিয়ে বাধ্য হৈ ৰাজধানী এৰিবলগীয়া হয়

আৰু তেতিয়াই ৰাষ্ট্ৰপতিৰ বিমান দুৰ্ঘটনাত পতিত হয়। পাছে বৰ্তমানলৈ ইয়াৰ সত্যতা সম্পূৰ্ণ জানিব পৰা হোৱা নাই। এতিয়ালৈকে কোনেও ঠাৱৰ কৰিব পৰা হোৱা নাই সঁচাকৈ দুৰ্ঘটনাত পতিত হোৱা বিমান খন ৰাষ্ট্ৰপতি বাছাৰ আল আছাদৰ হয় নে নহয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কেনে যাব আপোনাৰ আজিৰ দিনটো?
জীৱনশৈলী

কেনে যাব আপোনাৰ আজিৰ দিনটো?

October 15, 2026
ছ’চিয়েল মিডিয়াত কৰা এটা পোষ্টৰ বাবে মৃত্যুদণ্ডৰ শাস্তি!
বিশ্ব

ছ’চিয়েল মিডিয়াত কৰা এটা পোষ্টৰ বাবে মৃত্যুদণ্ডৰ শাস্তি!

October 14, 2026
গুৱাহাটীৰ গ্ৰীন বাছত যুৱতীৰ শ্লীলতা হানি!
অসম

গুৱাহাটীৰ গ্ৰীন বাছত যুৱতীৰ শ্লীলতা হানি!

October 14, 2026
চীনত নতুনকৈ আৱিষ্কাৰ ১১,৭০০ প্ৰকাৰৰ ভাইৰাছ
বিজ্ঞান

চীনত নতুনকৈ আৱিষ্কাৰ ১১,৭০০ প্ৰকাৰৰ ভাইৰাছ

October 14, 2026
Next Post
৫ টাকৈ দুৰ্লভ সংযোগৰ ফলত ১১ ডিচেম্বৰত কপাল ফুলিব ৩ ৰাশিৰ লোকৰ, পূৰ হ’ব মনৰ ইচ্ছা

৫ টাকৈ দুৰ্লভ সংযোগৰ ফলত ১১ ডিচেম্বৰত কপাল ফুলিব ৩ ৰাশিৰ লোকৰ, পূৰ হ'ব মনৰ ইচ্ছা

পুৰুষৰ পাছত অষ্ট্ৰেলিয়াৰ হাতত মহিলাৰো পৰাজয়, একেদিনাই দুখন খেলত পৰাস্ত ভাৰত

পুৰুষৰ পাছত অষ্ট্ৰেলিয়াৰ হাতত মহিলাৰো পৰাজয়, একেদিনাই দুখন খেলত পৰাস্ত ভাৰত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.