• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মহিলাৰ বাবে বাম্পাৰ অফাৰ! ১০ সন্তান জন্ম দিয়া মহিলাই লাভ কৰিব ১১ লাখ টকা!

মহিলাৰ বাবে বাম্পাৰ অফাৰ! ১০ সন্তান জন্ম দিয়া মহিলাই লাভ কৰিব ১১ লাখ টকা!

4 years ago
দাঁতৰ সমস্যাৰ বাবে নহয়, ভিটামিন ডেফিচিয়েন্সিৰ কাৰণেও মুখত দুৰ্গন্ধ ওলায়, কোনবিধ পুষ্টিৰ অভাৱত বাঢ়ে এই সমস্যা?

দাঁতৰ সমস্যাৰ বাবে নহয়, ভিটামিন ডেফিচিয়েন্সিৰ কাৰণেও মুখত দুৰ্গন্ধ ওলায়, কোনবিধ পুষ্টিৰ অভাৱত বাঢ়ে এই সমস্যা?

4 hours ago
অৱসৰত ৯ কোটি টকা পাবলৈ মাহিলী কিমান ধন বিনিয়োগ কৰিব লাগিব? জানি থওক হিচাপ

অৱসৰত ৯ কোটি টকা পাবলৈ মাহিলী কিমান ধন বিনিয়োগ কৰিব লাগিব? জানি থওক হিচাপ

5 hours ago
মাৰণ ৰোগে বাঁহ বান্ধে, নিচা, অসৎ সংগই শেষ কৰে জীৱন, এই ৫ৰাশিৰ বাবে ভয়ংকৰ ৰাহু-কেতু

মাৰণ ৰোগে বাঁহ বান্ধে, নিচা, অসৎ সংগই শেষ কৰে জীৱন, এই ৫ৰাশিৰ বাবে ভয়ংকৰ ৰাহু-কেতু

5 hours ago
ভাৱিব নোৱৰা আৰ্থিক সংকটত ৰাজ্য, ৬মাহৰ বাবে কটা হ’ব মুখ্যমন্ত্ৰী, মন্ত্ৰী আমোলাসকলৰ দৰমহাৰ একাংশ

ভাৱিব নোৱৰা আৰ্থিক সংকটত ৰাজ্য, ৬মাহৰ বাবে কটা হ’ব মুখ্যমন্ত্ৰী, মন্ত্ৰী আমোলাসকলৰ দৰমহাৰ একাংশ

5 hours ago
৩৫ৰ পাছত সন্তানধাৰণৰ পৰিকল্পনা? জানক হ’বলগীয়া মাতৃসকলে কোন কোন বিষয়ক গুৰুত্ব দিয়া জৰুৰী?

৩৫ৰ পাছত সন্তানধাৰণৰ পৰিকল্পনা? জানক হ’বলগীয়া মাতৃসকলে কোন কোন বিষয়ক গুৰুত্ব দিয়া জৰুৰী?

6 hours ago
কাইলৈৰ ৰাশিফলঃ মঙ্গলবাৰে হনুমানৰ লগতে মা কাত্যায়নীৰ কৃপা, সৌভাগ্য লাভ কৰিব ৫ৰাশিৰ জাতকে

কাইলৈৰ ৰাশিফলঃ মঙ্গলবাৰে হনুমানৰ লগতে মা কাত্যায়নীৰ কৃপা, সৌভাগ্য লাভ কৰিব ৫ৰাশিৰ জাতকে

6 hours ago
কিমান বছৰ বয়সত নিজৰ ঘৰ তৈয়াৰ কৰিব? কি কয় জ্যোতিষশাস্ত্ৰই?

কিমান বছৰ বয়সত নিজৰ ঘৰ তৈয়াৰ কৰিব? কি কয় জ্যোতিষশাস্ত্ৰই?

7 hours ago
ৰাইজক সেৱা কৰাৰ মন নে ক্ষমতাৰ প্ৰয়োজন? কোন হেভিয়েট নেতাই কোন দলত কৰিলে যোগদান?

ৰাইজক সেৱা কৰাৰ মন নে ক্ষমতাৰ প্ৰয়োজন? কোন হেভিয়েট নেতাই কোন দলত কৰিলে যোগদান?

7 hours ago
মঙ্গলৰ ৰাশিত সূৰ্যৰ গোচৰ, ৰবিগ্ৰহৰ প্ৰভাৱত আমূল সাল-সলনি হ’ব ৪ৰাশিৰ জাতকৰ জীৱনত

মঙ্গলৰ ৰাশিত সূৰ্যৰ গোচৰ, ৰবিগ্ৰহৰ প্ৰভাৱত আমূল সাল-সলনি হ’ব ৪ৰাশিৰ জাতকৰ জীৱনত

8 hours ago
কোন কোন বেংকত কম সুদত পাব ৭৫ লাখতকৈ বেছি হোম লোন? জানি থওক হিচাপ

কোন কোন বেংকত কম সুদত পাব ৭৫ লাখতকৈ বেছি হোম লোন? জানি থওক হিচাপ

8 hours ago
২০ মাহৰ বকেয়া ধন পাব একেলগেই! হাতলৈ আহিব ৩ৰ পৰা ১৫ লাখ টকা, অষ্টম দৰমহা কমিছনৰ বাস্তবায়ন কেতিয়া হ’ব?

২০ মাহৰ বকেয়া ধন পাব একেলগেই! হাতলৈ আহিব ৩ৰ পৰা ১৫ লাখ টকা, অষ্টম দৰমহা কমিছনৰ বাস্তবায়ন কেতিয়া হ’ব?

9 hours ago
প্ৰমোছন বিচাৰে? এতিয়াও দৰমহা বৃদ্ধিৰ খবৰ নাই? চ’ত নৱৰাত্ৰি চলি থাকোতেই কৰক এই কাম

প্ৰমোছন বিচাৰে? এতিয়াও দৰমহা বৃদ্ধিৰ খবৰ নাই? চ’ত নৱৰাত্ৰি চলি থাকোতেই কৰক এই কাম

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, March 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

মহিলাৰ বাবে বাম্পাৰ অফাৰ! ১০ সন্তান জন্ম দিয়া মহিলাই লাভ কৰিব ১১ লাখ টকা!

editor by editor
August 18, 2022
in বিশ্ব, ৰাজনীতি
0
মহিলাৰ বাবে বাম্পাৰ অফাৰ! ১০ সন্তান জন্ম দিয়া মহিলাই লাভ কৰিব ১১ লাখ টকা!

প্ৰতিনিধিত্বমূলক ফ’টো

0
SHARES
672
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰাছিয়াৰ ৰাজনীতি আৰু নিৰাপত্তা বিশেষজ্ঞ ডাঃ জেনী মেথাৰ্ছে টাইমছ ৰেডিঅ’ত সম্প্ৰচাৰক হেনৰী বনছুৰ সৈতে হোৱা এক সাক্ষাৎকাৰত মাদাৰ হিৰোইন নামেৰে ৰাছিয়াৰ এক নতুন পুৰস্কাৰ আঁচনিৰ বিষয়ে প্ৰকাশ কৰিছে৷

এই আঁচনিৰ দ্বাৰা মহামাৰী আৰু ইউক্ৰেইন যুদ্ধত ফলত হ্ৰাস পোৱা জনসংখ্যাক পূৰণ কৰা হ’ব। ডাঃ মেথাৰ্ছৰ মতে, যিসকল লোকৰ বৃহৎ পৰিয়াল আছে তেওঁলোকৰ ‘অধিক দেশপ্ৰেমিক’ আৰু তেওঁলোকে ‘মাতৃ ৰাছিয়া’ৰ সৈতে অধিক সংযোগ অনুভৱ কৰিব পাৰে বুলি ৰুছ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে বিশ্বাস কৰে।

উল্লেখ্য যে চলিত বৰ্ষৰ মাৰ্চ মাহৰ পিছত ৰাছিয়াত দৈনিক কৰ’না ভাইৰাছত আক্ৰান্তৰ হৈ  আৰু ইউক্ৰেইন যুদ্ধত মৃত্যু হোৱা সৈন্যৰ লগাই ৰাছিয়াৰ মুঠ জনসংখ্যাৰ পৰা অতি ক’মেও ৫০ হাজাৰ সংখ্যা হ্ৰাস ঘটিছে।

লগতে পঢ়ক বিফল প্ৰেমৰ কৰুণ পৰিণতি! প্ৰেমত ব্যৰ্থ হৈ চলন্ত ৰে’লত জঁপিয়াই আত্মহত্যা প্ৰেমিকৰ, প্ৰেমিকক বচাবলৈ গৈ বন্ধুৰো মৃত্যু

ইফালে মিষ্টাৰ বনছুৱে কয় যে দহ বা তাতকৈ অধিক সন্তান থকা মহিলাৰ বাবে ছোভিয়েট যুগৰ বঁটা(A soviet era award) প্ৰদান কৰা হ’ব, যাক মাদাৰ হিৰোইন বুলি কোৱা হৈছে। তেওঁৰ মতে ইউক্ৰেইনৰ যুদ্ধৰ ফলত গভীৰ হৈ পৰা ৰাছিয়াৰ জনগাঁথনিগত সংকট পুনৰুদ্ধাৰৰ প্ৰয়াস কৰা হৈছে।

পুটিনৰ এই মাদাৰ হিৰোইন অনুসৰি ১০ সন্তানৰ মাতৃ হোৱা মহিলাসকলে ১ মিলিয়ন ৰুবুল অৰ্থাৎ ১৩,৫০০  ইউৰোকৈ আৰ্থিক পুৰস্কাৰ লাভ কৰিব, যিটো ভাৰতীয় মূল্যত প্ৰায় ১০.৯ লাখ টকা৷ অৱশ্যে এই ক্ষেত্ৰত মাতৃগৰাকীৰ পূৰ্ব নটা সন্তান জীৱিত থাকিব লাগিব৷

See more

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of AssamrussiaRussian President Vladimir Putin
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰাইজক সেৱা কৰাৰ মন নে ক্ষমতাৰ প্ৰয়োজন? কোন হেভিয়েট নেতাই কোন দলত কৰিলে যোগদান?
জীৱনশৈলী

ৰাইজক সেৱা কৰাৰ মন নে ক্ষমতাৰ প্ৰয়োজন? কোন হেভিয়েট নেতাই কোন দলত কৰিলে যোগদান?

March 23, 2026
কোন কোন বেংকত কম সুদত পাব ৭৫ লাখতকৈ বেছি হোম লোন? জানি থওক হিচাপ
জীৱনশৈলী

কোন কোন বেংকত কম সুদত পাব ৭৫ লাখতকৈ বেছি হোম লোন? জানি থওক হিচাপ

March 23, 2026
কঠিন সময় আহিছে, সতৰ্কবাণী প্ৰধানমন্ত্ৰী মোদীৰ, কৰ’নাৰ সংকটৰ কথা দেশবাসীক সোঁৱৰাই কি ক’লে প্ৰধানমন্ত্ৰীয়ে?
জীৱনশৈলী

কঠিন সময় আহিছে, সতৰ্কবাণী প্ৰধানমন্ত্ৰী মোদীৰ, কৰ’নাৰ সংকটৰ কথা দেশবাসীক সোঁৱৰাই কি ক’লে প্ৰধানমন্ত্ৰীয়ে?

March 23, 2026
‘১০০দিনত ন্যায় পাব জুবিন গাৰ্গে !’,  ঘোষণা অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈৰ
অসম

‘১০০দিনত ন্যায় পাব জুবিন গাৰ্গে !’, ঘোষণা অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈৰ

March 23, 2026
Next Post
আকৌ দলিত ছাত্ৰক হত্যা উচ্চ বৰ্ণৰ শিক্ষকৰ, ২৫০ টকা মাচুলৰ বাবে ১৩ বছৰীয়া ছাত্ৰক মৰিয়াই হত্যা

আকৌ দলিত ছাত্ৰক হত্যা উচ্চ বৰ্ণৰ শিক্ষকৰ, ২৫০ টকা মাচুলৰ বাবে ১৩ বছৰীয়া ছাত্ৰক মৰিয়াই হত্যা

ভিনিয়েকে মোবাইল চুৰি কৰি বিক্ৰী কৰে খুলশালীয়েকক! ইয়াৰ পিছত হ’ল কি?

ভিনিয়েকে মোবাইল চুৰি কৰি বিক্ৰী কৰে খুলশালীয়েকক! ইয়াৰ পিছত হ’ল কি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.