• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
CSKৰ পৰৱৰ্তী মুখ্য প্ৰশিক্ষকৰ দৌৰত ৰাহুল দ্ৰাৱিড়

CSKৰ পৰৱৰ্তী মুখ্য প্ৰশিক্ষকৰ দৌৰত ৰাহুল দ্ৰাৱিড়

3 weeks ago
সাৱধান বিশ্ববাসী! ভয়ংকৰ পৰিস্থিতিৰ বাবে সাজু হোৱাৰ সময় এয়া

সাৱধান বিশ্ববাসী! ভয়ংকৰ পৰিস্থিতিৰ বাবে সাজু হোৱাৰ সময় এয়া

34 minutes ago
১০০০ টকা পৰ্যন্ত হ’ব পাৰে প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম

১০০০ টকা পৰ্যন্ত হ’ব পাৰে প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম

53 minutes ago
পিতৃ পক্ষৰ আগতে ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ বস্তু

পিতৃ পক্ষৰ আগতে ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ বস্তু

1 hour ago
নাবালিকাক শাৰীৰিক নি*ৰ্যাতন, জ্ব*লিছে বিহাৰ

নাবালিকাক শাৰীৰিক নি*ৰ্যাতন, জ্ব*লিছে বিহাৰ

1 hour ago
নিবনুৱাসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ

নিবনুৱাসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ

2 hours ago
CSKৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব কিয় দিয়া হ’ল জাহিৰ খানক?

CSKৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব কিয় দিয়া হ’ল জাহিৰ খানক?

3 hours ago
চামগুৰিত প্ৰাক্ নিৰ্বাচনী হিং*সা, গৌৰৱ গগৈৰ বাহনলৈ শিলগুটি নিক্ষেপ কাৰ?

চামগুৰিত প্ৰাক্ নিৰ্বাচনী হিং*সা, গৌৰৱ গগৈৰ বাহনলৈ শিলগুটি নিক্ষেপ কাৰ?

4 hours ago
খুচুৰা দিব নোৱাৰৰ বাবেই অটোৱালাক হ*ত্যা!

খুচুৰা দিব নোৱাৰৰ বাবেই অটোৱালাক হ*ত্যা!

5 hours ago
PGৰ ভিতৰত দেহ ব্যৱসায়! আৰক্ষীৰ জোৰদাৰ অভিযান

PGৰ ভিতৰত দেহ ব্যৱসায়! আৰক্ষীৰ জোৰদাৰ অভিযান

6 hours ago
সোৱণশিৰিত পূজা দিবলৈ গৈ অঘটন, সন্ধানহীন দুই ভাতৃ

সোৱণশিৰিত পূজা দিবলৈ গৈ অঘটন, সন্ধানহীন দুই ভাতৃ

7 hours ago
Indian Railways: ১ ​​নৱেম্বৰৰ পৰা সম্পূৰ্ণ বিনামূলীয়া ৰে’ল যাত্ৰা! কোনে কোনে পাব এই সুবিধা?

Indian Railways: ১ ​​নৱেম্বৰৰ পৰা সম্পূৰ্ণ বিনামূলীয়া ৰে’ল যাত্ৰা! কোনে কোনে পাব এই সুবিধা?

8 hours ago
মাত্ৰ ৫৫৫ দিনৰ FD ৫ লাখ টকা, দেশৰ ৭ টা ডাঙৰ বেংকৰ ডাঙৰ অফাৰ!

মাত্ৰ ৫৫৫ দিনৰ FD ৫ লাখ টকা, দেশৰ ৭ টা ডাঙৰ বেংকৰ ডাঙৰ অফাৰ!

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, September 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

CSKৰ পৰৱৰ্তী মুখ্য প্ৰশিক্ষকৰ দৌৰত ৰাহুল দ্ৰাৱিড়

'দ্য ৱাল'ৰ উপৰিও দৌৰত আছে IPLৰ এইজন কিংবদন্তি ক্ৰিকেটাৰ

editor by editor
September 1, 2026
in ক্ৰীড়া, বিনোদন, বিবিধ, ভাৰত
0
CSKৰ পৰৱৰ্তী মুখ্য প্ৰশিক্ষকৰ দৌৰত ৰাহুল দ্ৰাৱিড়
0
SHARES
75
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

চেন্নাই ছুপাৰ কিংছৰ অনুৰাগীসকলৰ বাবে আহিছে এক গুৰুত্বপূৰ্ণ খবৰ। IPLৰ দ্বিতীয়টো সংস্কৰণৰ পৰাই CSKৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্বত থকা ষ্টিফেন ফ্লেমিঙে CSKৰ দায়িত্ব এৰাৰ পিছত এতিয়া নতুন প্ৰশিক্ষকক লৈ চৰ্চা আৰম্ভ হৈছে। ফ্লেমিঙে ইংলেণ্ডৰ টেষ্ট দলৰ প্ৰশিক্ষকৰ দায়িত্ব লোৱাৰ পিছতে চেন্নাই ছুপাৰ কিংছে তেওঁৰ বিকল্প বিচাৰি আৰম্ভ কৰিছে প্ৰস্তুতি। ফ্লেমিং চেন্নাই ছুপাৰ কিংছৰ সৈতে দীৰ্ঘদিন ধৰি জড়িত হৈ আছিল। তেওঁৰ নেতৃত্বত দলটোৱে আই পি এলত যথেষ্ট সফলতা লাভ কৰিছে। সেয়েহে তেওঁৰ ঠাইত কোনে দলটোক আগুৱাই নিব, সেয়া এতিয়া CSKৰ বাবে এক ডাঙৰ প্ৰশ্ন হৈ পৰিছে। PTIৰ প্ৰতিবেদন অনুসৰি, নতুন মুখ্য প্ৰশিক্ষকৰ সন্ধানত চেন্নাই ছুপাৰ কিংছে দুগৰাকী প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰৰ সৈতে যোগাযোগ কৰিছে। এই ক্ৰিকেটাৰ দুগৰাকী হৈছে ৰাহুল দ্ৰাবিড় আৰু দীনেশ কাৰ্তিক। দুয়োজনেই ভাৰতীয় ক্ৰিকেটৰ পৰিচিত মুখ আৰু প্ৰশিক্ষক তথা মেণ্টৰ হিচাপে ইতিমধ্যে নিজৰ দক্ষতা প্ৰমাণ কৰিছে।

ৰাহুল দ্ৰাবিড়ক লৈ বিশেষ চৰ্চা

CSKৰ প্ৰাক্তন অ’পেনাৰ মেথিউ হেডেনে এই বিষয়ত গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। হেডেনৰ মতে, চেন্নাই ছুপাৰ কিংছৰ পৰিচালনা সমিতিয়ে ৰাহুল দ্ৰাবিড়ৰ সৈতে দলটোৰ মুখ্য প্ৰশিক্ষক হোৱাৰ সম্ভাৱনাক লৈ আলোচনা কৰিছে। ৰাহুল দ্ৰাবিড়ৰ প্ৰশিক্ষক হিচাপে যথেষ্ট অভিজ্ঞতা আছে। ভাৰতীয় দলৰ মুখ্য প্ৰশিক্ষক হিচাপে তেওঁ কাম কৰাৰ সময়ত টিম ইণ্ডিয়াই ২০২৪ চনৰ টি-২০ বিশ্বকাপ জয় কৰিছিল। ইয়াৰ উপৰি IPLতো দ্ৰাবিড়ৰ অভিজ্ঞতা আছে। তেওঁ ৰাজস্থান ৰয়েলছ আৰু দিল্লী কেপিটেলছৰ সৈতে বিভিন্ন ভূমিকাত কাম কৰিছে। সেয়েহে ফ্লেমিঙৰ পিছত CSKৰ দৰে সফল দলৰ দায়িত্ব লোৱাৰ ক্ষেত্ৰত দ্ৰাবিড়ক এগৰাকী শক্তিশালী প্ৰাৰ্থী হিচাপে দেখা হৈছে। অৱশ্যে এতিয়ালৈকে তেওঁক CSKৰ নতুন মুখ্য প্ৰশিক্ষক হিচাপে নিযুক্তি দিয়াৰ কোনো আনুষ্ঠানিক ঘোষণা হোৱা নাই।

দীনেশ কাৰ্তিকৰ নামো চৰ্চাত

আনহাতে, প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ দীনেশ কাৰ্তিকৰ নামো CSKৰ সম্ভাৱ্য প্ৰশিক্ষক হিচাপে চৰ্চালৈ আহিছে। কাৰ্তিকৰ আই পি এলৰ অভিজ্ঞতা যথেষ্ট দীঘলীয়া। খেলুৱৈ হিচাপে তেওঁ বিভিন্ন ফ্ৰেঞ্চাইজিৰ হৈ খেলাৰ লগতে মেণ্টৰ আৰু সম্প্ৰতি RCBৰ বেটিং প্ৰশিক্ষক হিচাপেও কাম কৰি আহিছে। বৰ্তমান তেওঁ ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ সৈতে মেণ্টৰ আৰু বেটিং প্ৰশিক্ষকৰ ভূমিকাত জড়িত। দলটোৰ সৈতে তেওঁৰ কামৰ অভিজ্ঞতাই তেওঁকো CSKৰ বাবে এটা সম্ভাৱ্য বিকল্প কৰি তুলিছে।

CSKৰ সিদ্ধান্তলৈ সকলোৰে দৃষ্টি

PTIৰ প্ৰতিবেদন আৰু মেথিউ হেডেনৰ মন্তব্যৰ প্ৰতি গুৰুত্ব দি দীনেশ কাৰ্তিক আৰু ৰাহুল দ্ৰাৱিড়ৰ সম্ভাৱনাক একেবাৰে নুই কৰিব নোৱাৰি। ষ্টিফেন ফ্লেমিঙৰ দৰে সফল প্ৰশিক্ষকৰ ঠাই পূৰণ কৰাটো চেন্নাই ছুপাৰ কিংছৰ বাবে সহজ নহ’ব। ফ্লেমিঙৰ অধীনত দলটোৱে এক বিশেষ কৌশল আৰু দলীয় সংস্কৃতি গঢ়ি তুলিছিল। সেয়েহে নতুন প্ৰশিক্ষকৰ পৰা কেৱল ক্ৰিকেটৰ জ্ঞানেই নহয়, খেলুৱৈসকলক একেলগে লৈ যোৱাৰ ক্ষমতাও আশা কৰা হ’ব। ৰাহুল দ্ৰাবিড়ৰ আন্তঃৰাষ্ট্ৰীয় প্ৰশিক্ষণৰ অভিজ্ঞতা আৰু দীনেশ কাৰ্তিকৰ আই পি এল তথা মেণ্টৰশ্বিপৰ অভিজ্ঞতা—দুয়োটা বিকল্পই CSKৰ বাবে আকৰ্ষণীয় হ’ব পাৰে। অৱশ্যে শেষত চেন্নাই ছুপাৰ কিংছৰ পৰিচালনা সমিতিয়ে কাক বাছনি কৰে, সেই কথাই এতিয়া ক্ৰিকেট অনুৰাগীৰ মাজত আটাইতকৈ বেছি কৌতূহল সৃষ্টি কৰিছে।

এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সাৱধান বিশ্ববাসী! ভয়ংকৰ পৰিস্থিতিৰ বাবে সাজু হোৱাৰ সময় এয়া
বিবিধ

সাৱধান বিশ্ববাসী! ভয়ংকৰ পৰিস্থিতিৰ বাবে সাজু হোৱাৰ সময় এয়া

September 21, 2026
পিতৃ পক্ষৰ আগতে ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ বস্তু
জীৱনশৈলী

পিতৃ পক্ষৰ আগতে ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ বস্তু

September 21, 2026
নাবালিকাক শাৰীৰিক নি*ৰ্যাতন, জ্ব*লিছে বিহাৰ
অপৰাধ

নাবালিকাক শাৰীৰিক নি*ৰ্যাতন, জ্ব*লিছে বিহাৰ

September 21, 2026
নিবনুৱাসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ
নিয়োগ

নিবনুৱাসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ

September 21, 2026
Next Post
জীৱন-মৃত্যুৰে খেলা কৰি বিদ্যালয়লৈ কণমানিৰ ছাত্ৰ-ছাত্ৰীৰ বিপদসংকুল যাত্ৰা

জীৱন-মৃত্যুৰে খেলা কৰি বিদ্যালয়লৈ কণমানিৰ ছাত্ৰ-ছাত্ৰীৰ বিপদসংকুল যাত্ৰা

MOSQUITO COIL অবিহনে ঘৰুৱা পদ্ধতিৰেই খেদিব পাৰিব মহ

MOSQUITO COIL অবিহনে ঘৰুৱা পদ্ধতিৰেই খেদিব পাৰিব মহ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.