• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কেৱল এগৰাকী খেলুৱৈৰ এটা ফোনক’ল, সিদ্ধান্ত সলনি কৰি পুনৰ ভাৰতীয় দলৰ প্ৰশিক্ষক হ’বলৈ মান্তি হৈছিল দ্ৰাৱিড়

কেৱল এগৰাকী খেলুৱৈৰ এটা ফোনক’ল, সিদ্ধান্ত সলনি কৰি পুনৰ ভাৰতীয় দলৰ প্ৰশিক্ষক হ’বলৈ মান্তি হৈছিল দ্ৰাৱিড়

2 years ago
জুলাই মাহত সপোন পূৰণ হ’ব এইকেইটা ৰাশিৰ! আপুনিও নেকি সৌভাগ্যবান?

জুলাই মাহত সপোন পূৰণ হ’ব এইকেইটা ৰাশিৰ! আপুনিও নেকি সৌভাগ্যবান?

10 hours ago
Red Bull বা Sting আপোনাৰ প্ৰিয় নেকি? তেন্তে সাৱধান হওক!

Red Bull বা Sting আপোনাৰ প্ৰিয় নেকি? তেন্তে সাৱধান হওক!

10 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

কাইলৈ ​​বৃষৰ লগতে তুলা ৰাশিৰ লোক হ’ব মালামাল, কাৰ কাৰ জীৱনত আহিব পৰিৱৰ্তন?

10 hours ago
হাঁহৰ আঁৰৰ সত্যঃ ‘চুপা-চুপি’ আৰু অসমীয়া চলচ্চিত্ৰৰ নতুন আত্মবিশ্বাস

হাঁহৰ আঁৰৰ সত্যঃ ‘চুপা-চুপি’ আৰু অসমীয়া চলচ্চিত্ৰৰ নতুন আত্মবিশ্বাস

11 hours ago
প্ৰেম এনেকুৱাই! বৰষুণৰ মাজতো মুম্বাইত বিবাহৰ প্ৰস্তুতি চলিছে আমিৰ খানৰ

প্ৰেম এনেকুৱাই! বৰষুণৰ মাজতো মুম্বাইত বিবাহৰ প্ৰস্তুতি চলিছে আমিৰ খানৰ

12 hours ago
সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?

সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?

12 hours ago
জীৱনত কিছুমান লোকৰ পৰা থাকক আঁতৰি, ধ্বংস হ’ব আপুনি!

জীৱনত কিছুমান লোকৰ পৰা থাকক আঁতৰি, ধ্বংস হ’ব আপুনি!

13 hours ago

ভৰিৰ অসহ্যকৰ বিষ? এয়া কেলচিয়ামৰ অভাৱ নে অন্য কিবা জানক

13 hours ago
কাপোৰে সলাব আপোনাৰ ভাগ্য! কোনটো বাৰত কি ৰঙৰ কাপোৰ পিন্ধিব জানক

কাপোৰে সলাব আপোনাৰ ভাগ্য! কোনটো বাৰত কি ৰঙৰ কাপোৰ পিন্ধিব জানক

15 hours ago
কালসৰ্প দোষ থাকিলে সাৱধান হওক, এটা ভুলে মাতিব বিপদ!

কালসৰ্প দোষ থাকিলে সাৱধান হওক, এটা ভুলে মাতিব বিপদ!

15 hours ago
খামেইনীৰ কাষৰ সৰু কফিনত ৰখা ১৪ মহীয়া শিশুটো কোন? শোকবিহ্বল ইৰাণ

খামেইনীৰ কাষৰ সৰু কফিনত ৰখা ১৪ মহীয়া শিশুটো কোন? শোকবিহ্বল ইৰাণ

16 hours ago
বিৱাহপাশত আৱদ্ধ পপ তাৰকা টেইলৰ ছুইফট, কোন সেই ভাগ্যৱান ফুটবলাৰ?

বিৱাহপাশত আৱদ্ধ পপ তাৰকা টেইলৰ ছুইফট, কোন সেই ভাগ্যৱান ফুটবলাৰ?

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, July 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

কেৱল এগৰাকী খেলুৱৈৰ এটা ফোনক’ল, সিদ্ধান্ত সলনি কৰি পুনৰ ভাৰতীয় দলৰ প্ৰশিক্ষক হ’বলৈ মান্তি হৈছিল দ্ৰাৱিড়

editor by editor
July 2, 2024
in ক্ৰীড়া, বিশ্ব, ভাৰত
0
কেৱল এগৰাকী খেলুৱৈৰ এটা ফোনক’ল, সিদ্ধান্ত সলনি কৰি পুনৰ ভাৰতীয় দলৰ প্ৰশিক্ষক হ’বলৈ মান্তি হৈছিল দ্ৰাৱিড়
0
SHARES
49
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কেৱল এগৰাকী খেলুৱৈৰ এটা ফোনক’ল, সিদ্ধান্ত সলনি কৰি পুনৰ ভাৰতীয় দলৰ প্ৰশিক্ষক হ’বলৈ মান্তি হৈছিল দ্ৰাৱিড়

ভাৰতীয় ক্ৰিকেট দলৰ প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ে প্ৰশিক্ষক হিচাপে নিজৰ দায়িত্ব সম্পূৰ্ণ কৰিলে। টিম ইণ্ডিয়াক বিশ্ব চেম্পিয়ন কৰাৰ উদ্দেশ্যেৰে  এই দায়িত্ব গ্ৰহণ কৰিছিল। দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি টি-২০ বিশ্বকাপৰ খিতাপ দখল কৰে টিম ইণ্ডিয়াই।

মুখ্য প্ৰশিক্ষকৰ দায়িত্ব গ্ৰহণ কৰা মিষ্টাৰ ৱাল খ্যাত দ্ৰাবিড়ে ২০২৩ চনৰ এদিনীয়া বিশ্বকাপৰ ফাইনেলত দলটোৰ পৰাজয়ৰ পিছতে চুক্তি শেষ হোৱাৰ পিছতো পুনৰ এই দায়িত্ব গ্ৰহণ কৰাৰ সিদ্ধান্ত লয়।

মনোবল একেবাৰে ভাঙি যোৱাৰ পাছত প্ৰশিক্ষকৰ দায়িত্ব এৰাৰ সিদ্ধান্ত লৈছিল। কিন্তু শেষ মূহুৰ্তত আহিছিল এটা ফোন। দ্ৰাবিড়ক প্ৰশিক্ষকৰ পদত থাকিবলৈ ফোন কৰি অনুৰোধ জনাইছিল ৰোহিত শৰ্মাই।

ৰোহিতৰ সেই এটা ফোনৰ পাছতে নিজৰ কাৰ্যকাল বঢ়াই পুনৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব লৈছিল। আৰু তাৰ পাছতে ভাৰতীয় দলে ২০২৪ৰ টি ২০ বিশ্বকাপৰ চূড়ান্ত বিজয়ী হয়।

২০০৭ চনত আইচিচিৰ উদ্যোগত আয়োজিত প্ৰথম আইচিচি টি-২০ বিশ্বকাপৰ খিতাপ দখল কৰিছিল ভাৰতে। মহেন্দ্ৰ সিং ধোনিৰ অধিনায়কত্বত ট্ৰফী জয় কৰাৰ পিছৰে পৰা ১৭ বছৰে ধৰি এই মুহূৰ্তৰ বাবে অপেক্ষা কৰি আছিল ভাৰতীয় অনুৰাগী।

১৭ বছৰৰ পাছত ৰোহিত শৰ্মাৰ অধিনায়কত্বত এই সফলতা আজুৰি আনিলে ভাৰতীয় দলে।

বিচিচিআইয়ে আইচিচি এদিনীয়া বিশ্বকাপ ২০২৩ লৈকে ৰাহুল দ্ৰাবিড়ক দলৰ মুখ্য প্ৰশিক্ষক হিচাপে নিযুক্তি দিছিল। ফাইনেলত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে পৰাজয়ৰ পিছত তেওঁৰ চুক্তিৰ অন্ত পৰে। টি-২০ বিশ্বকাপ জয়ৰ পিছত ড্ৰেছিং ৰুমত দ্ৰাবিড়ে কয় যে ৰোহিত শৰ্মাই ফোন কৰিছিল আৰু তেওঁ মোক প্ৰশিক্ষকৰ দায়িত্ব অব্যাহত ৰাখিবলৈ অনুৰোধ জনাইছিল।

এইবাৰৰ বিশ্বকাপ জয়ৰ পাছতে দ্ৰাবিড়ে কয়, ৰোহিত, ধন্যবাদ সেই এটা ফোন কৰাৰ বাবে। নৱেম্বৰ মাহত তুমি মোক ফোন কৰি  ভাৰতীয় দলৰ প্ৰশিক্ষকৰ দায়িত্ব পালন কৰাৰ বাবে কৈছিল আৰু যাৰ বাবেই আজি এই সফলতা দেখা পাও।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Asom Liveasom live 24Asom Live 24 Digital Assam Newsassam liveassam live 24Assamliveaxom liveaxom live 24Indian Cricket TeamRahul DravidTeam Coach
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

খামেইনীৰ কাষৰ সৰু কফিনত ৰখা ১৪ মহীয়া শিশুটো কোন? শোকবিহ্বল ইৰাণ
বিশ্ব

খামেইনীৰ কাষৰ সৰু কফিনত ৰখা ১৪ মহীয়া শিশুটো কোন? শোকবিহ্বল ইৰাণ

July 4, 2026
বিৱাহপাশত আৱদ্ধ পপ তাৰকা টেইলৰ ছুইফট, কোন সেই ভাগ্যৱান ফুটবলাৰ?
বিনোদন

বিৱাহপাশত আৱদ্ধ পপ তাৰকা টেইলৰ ছুইফট, কোন সেই ভাগ্যৱান ফুটবলাৰ?

July 4, 2026
নৱবিবাহিত পত্নীক স্পৰ্শ কৰিলেই স্বামীক হ*ত্যাৰ ভাবুকি, প্ৰাণৰ মমতাত স্বামীয়ে কৰিলে এই কাম
ভাৰত

নৱবিবাহিত পত্নীক স্পৰ্শ কৰিলেই স্বামীক হ*ত্যাৰ ভাবুকি, প্ৰাণৰ মমতাত স্বামীয়ে কৰিলে এই কাম

July 4, 2026
নিকৃষ্ট কাণ্ড! ১২০ জন পুৰুষৰ সৈতে স্বামীয়ে শা*ৰীৰিক সম্পৰ্কৰ বাবে বাধ্য কৰোৱালে পত্নীক
অপৰাধ

নিকৃষ্ট কাণ্ড! ১২০ জন পুৰুষৰ সৈতে স্বামীয়ে শা*ৰীৰিক সম্পৰ্কৰ বাবে বাধ্য কৰোৱালে পত্নীক

July 4, 2026
Next Post
বিৰাট কোহলীৰ মুখেৰে পৰ্দাৰ আঁৰৰ নায়কৰ কাহিনী, শ্মশান-বাছ ষ্টেণ্ডত শুই জীৱন কটোৱাই লাভ কৰিলে বিশ্বকাপৰ ট্ৰফী!

বিৰাট কোহলীৰ মুখেৰে পৰ্দাৰ আঁৰৰ নায়কৰ কাহিনী, শ্মশান-বাছ ষ্টেণ্ডত শুই জীৱন কটোৱাই লাভ কৰিলে বিশ্বকাপৰ ট্ৰফী!

বানৰ সংহাৰী ৰূপ, বৰ্তমানলৈ ১৭ পশুধন আৰু ৪৬ গৰাকী লোকে হেৰুৱালে প্ৰাণ, এতিয়াও ২৯ জিলা পানীৰ তলত

বানৰ সংহাৰী ৰূপ, বৰ্তমানলৈ ১৭ পশুধন আৰু ৪৬ গৰাকী লোকে হেৰুৱালে প্ৰাণ, এতিয়াও ২৯ জিলা পানীৰ তলত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.