• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আজি মণিপুৰত ৰাহুল, কি কি কাৰ্যসূচী হাতত লৈ মনিপুৰলৈ ৰাহুল?

আজি মণিপুৰত ৰাহুল, কি কি কাৰ্যসূচী হাতত লৈ মনিপুৰলৈ ৰাহুল?

3 years ago
শাহুৱেক-শহুৰেকৰ ভৰণপোষণৰ দায়িত্ব ল’বলৈ বাধ্য কৰাব নোৱাৰিব বোৱাৰীয়েকক, ৰায় আদালতৰ

শাহুৱেক-শহুৰেকৰ ভৰণপোষণৰ দায়িত্ব ল’বলৈ বাধ্য কৰাব নোৱাৰিব বোৱাৰীয়েকক, ৰায় আদালতৰ

9 hours ago
SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব?

SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব?

9 hours ago
দেশৰ কোন বিমানবন্দৰত সস্তাত পোৱা যায় কফি, চিঙৰা? মাত্ৰ ১০ টকাত বিমান বন্দৰত চাহ খালে ৰাঘৱ চাড্ডাই

দেশৰ কোন বিমানবন্দৰত সস্তাত পোৱা যায় কফি, চিঙৰা? মাত্ৰ ১০ টকাত বিমান বন্দৰত চাহ খালে ৰাঘৱ চাড্ডাই

10 hours ago
মঙ্গলবাৰে পাব হনুমানৰ কৃপা, বজৰংবলীৰ প্ৰিয় ৪ৰাশিৰ কাহানিও বিপদ নহয়

মঙ্গলবাৰে পাব হনুমানৰ কৃপা, বজৰংবলীৰ প্ৰিয় ৪ৰাশিৰ কাহানিও বিপদ নহয়

10 hours ago
প্ৰাক্তন পত্নীক ৪ কোটিৰ বাহন উপহাৰ দিয়াৰ পাছত প্ৰেমিকাকো ১ কোটি ৭০ লাখৰ বাহন দিলে হাৰ্দিকে

প্ৰাক্তন পত্নীক ৪ কোটিৰ বাহন উপহাৰ দিয়াৰ পাছত প্ৰেমিকাকো ১ কোটি ৭০ লাখৰ বাহন দিলে হাৰ্দিকে

10 hours ago
মাত্ৰ ৫০০০ কৈ বিনিয়োগ কৰিলেই পাব ৩,৫৬,৮৩০ টকা৷ পোষ্ট অফিচৰ এই আশ্চৰ্যজনক স্কিম সম্পৰ্কে জানি থওক

মাত্ৰ ৫০০০ কৈ বিনিয়োগ কৰিলেই পাব ৩,৫৬,৮৩০ টকা৷ পোষ্ট অফিচৰ এই আশ্চৰ্যজনক স্কিম সম্পৰ্কে জানি থওক

11 hours ago
১ এপ্ৰিলত নক্ষত্ৰ সলনি কৰিব বুধে, ৪ ৰাশিৰ অৰ্থলাভৰ পূৰ্ণ সম্ভাৱনা

১ এপ্ৰিলত নক্ষত্ৰ সলনি কৰিব বুধে, ৪ ৰাশিৰ অৰ্থলাভৰ পূৰ্ণ সম্ভাৱনা

11 hours ago
পেট্ৰল পাম্প, ৰেছনৰ দোকানতো কেৰোচিন পাব জনতাই, নিৰ্দেশনা কেন্দ্ৰৰ

পেট্ৰল পাম্প, ৰেছনৰ দোকানতো কেৰোচিন পাব জনতাই, নিৰ্দেশনা কেন্দ্ৰৰ

12 hours ago
সদ্যোজাত সন্তানক লৈ ঘৰত আছে পত্নী, প্ৰেমিকাক ঘৰলৈ মাতি জীৱন শেষ কৰিলে নেভি অফিচাৰ প্ৰেমিকে, ফ্ৰিজত উদ্ধাৰ দেহ

সদ্যোজাত সন্তানক লৈ ঘৰত আছে পত্নী, প্ৰেমিকাক ঘৰলৈ মাতি জীৱন শেষ কৰিলে নেভি অফিচাৰ প্ৰেমিকে, ফ্ৰিজত উদ্ধাৰ দেহ

12 hours ago
ঘনে ঘনে নখ কামুৰি থকাৰ অভ্যাস আছে? ভয়ংকৰ বিপদ হ’ব পাৰে, শৰীৰত হ’ব পাৰে এই ৰোগ

ঘনে ঘনে নখ কামুৰি থকাৰ অভ্যাস আছে? ভয়ংকৰ বিপদ হ’ব পাৰে, শৰীৰত হ’ব পাৰে এই ৰোগ

13 hours ago
২৮ দিন নহয়, ১২ মাহত ১৩ টা ৰিচাৰ্চ আৰু নালাগিব! কেতিয়া আৰম্ভ হ’ব ৩০ দিনৰ ৰিচাৰ্জ প্লেন?

২৮ দিন নহয়, ১২ মাহত ১৩ টা ৰিচাৰ্চ আৰু নালাগিব! কেতিয়া আৰম্ভ হ’ব ৩০ দিনৰ ৰিচাৰ্জ প্লেন?

13 hours ago
কঠোৰ হৈছে গৃহবিভাগ, প্ৰায় ৮৪ হাজাৰ হোৱাটছএপ একাউণ্ট বন্ধ কৰিলে কেন্দ্ৰই, তালিকাত আছে মোবাইল নম্বৰো, কিন্তু অপৰাধ কি?

কঠোৰ হৈছে গৃহবিভাগ, প্ৰায় ৮৪ হাজাৰ হোৱাটছএপ একাউণ্ট বন্ধ কৰিলে কেন্দ্ৰই, তালিকাত আছে মোবাইল নম্বৰো, কিন্তু অপৰাধ কি?

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, March 31, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home উত্তৰ-পূব

আজি মণিপুৰত ৰাহুল, কি কি কাৰ্যসূচী হাতত লৈ মনিপুৰলৈ ৰাহুল?

editor by editor
June 29, 2023
in উত্তৰ-পূব, ৰাজনীতি
0
আজি মণিপুৰত ৰাহুল, কি কি কাৰ্যসূচী হাতত লৈ মনিপুৰলৈ ৰাহুল?
0
SHARES
4.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ দুদিনীয়া ভ্ৰমণসূচীৰে আজি মণিপুৰলৈ কংগ্ৰছ নেতা ৰাহুল গান্ধী। পুৱা ১১ বজাত মণিপুৰৰ লামকাত থকা কেইবাটাও শৰণাৰ্থী শিবিৰলৈ যাব ৰাহুল। শিবিৰত আশ্ৰয় লৈ থকা লোকৰ সৈতে পোনপটীয়াকৈ আলোচনাত মিলিত হ’ব ৰাহুল। তাৰপিছতেই বিষ্ণুপুৰৰ শৰণাৰ্থী শিবিৰলৈ যাব ৰাহুল। বৃহস্পতিবাৰে নিশা কটাব মৈৰাঙত। শুকুৰবাৰে তেওঁ ইম্ফলৰ বিভিন্ন শৰনাৰ্থী শিবিৰত যাব। ইম্ফলৰে এখন হোটেলত তেওঁ মেইতেই, কুকি আৰু নগাসকলৰ সৈতে বৈঠকত মিলিত মিলিত হ’ব ৰাহুল।

দিল্লীলৈ ওভতি যোৱাৰ পূৰ্বে সাংবাদিকৰ সৈতেও মিলিত হ’ব ৰাহুল। কিন্তু ৰাহুলৰ এই ভ্ৰমণৰ বিৰোধিতা কৰিছে মণিপুৰ পেট্ৰিয়াটিক পাৰ্টীয়ে। তেওঁলোকে বিৰোধিতা কৰা কাৰণো প্ৰকাশ কৰিছে। পেট্ৰিয়াটিক পাৰ্টীৰ সদস্যই কয়, ‘কংগ্ৰেছৰ দিনতেই মণিপুৰত সমস্যা আৰম্ভ হৈছে। ৰাহুলে এতিয়া সেই ঘোলা পানীত মাছ ধৰিবলৈ আহিছে। কংগ্ৰেছ চৰকাৰে ১৯৪৯ চনত স্বাধীন মণিপুৰক জোৰ কৰি ভাৰতৰ অংশীদাৰ কৰাইছিল। মণিপুৰবাসীয়ে কেতিয়াও সেই একত্ৰিকৰণ মানিব পৰা নাই। জোৰকৈ ধৰি ৰাখিব খোজাৰ বাবেই ৰাজ্যত সশস্ত্ৰ সংগ্ৰামৰ দীৰ্ঘ ইতিহাসৰ সূচনা হয়।’ ইয়াৰোপৰি সংগঠনটোৰ দাবী, ‘কংগ্ৰেছে কুকিসকলক ভোট বেংকৰ স্বাৰ্থত ব্যৱহাৰ কৰিছে। সেয়েই কুকিসকলে কুকিলেণ্ডৰ সপোন দেখিবলৈ আৰম্ভ কৰিছে। যদি কংগ্ৰেছে ভোট বেংক হিচাপে সিহঁতক ব্যৱহাৰ কৰি উচটনি নিদিলে হেতেন তেন্তে আজি কুকিয়ে মেইতেইসকলক বহিষ্কাৰ কৰি পৃথক ৰাজ্যৰ দাবী তুলিব সাহস নকৰিলেহেতেন। কংগ্ৰেছ চৰকাৰ আহিলে কুকি জঙ্গিসকলক দমন কৰি সংঘৰ্ষবিৰতিৰ চুক্তি কৰাৰ সলনি কংগ্ৰেছে তেওঁলোকক প্ৰশিক্ষণ দি আৰু জঙ্গি কৰিহে তুলিব।’

শেহতীয়াকৈ ইম্ফল আৰক্ষীৰ অস্ত্ৰাগাৰৰ পৰা অস্ত্ৰ উলিয়াই বিক্ৰিৰ চেষ্টা কৰাৰ সময়তে ৪জনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। গ্ৰেপ্তাৰ কৰা দুৰ্বৃত্তৰ পৰা ৭টা অস্ত্ৰৰ লগতে ২১৮ ৰাউণ্ড গুলীও উদ্ধাৰ কৰিছে। বৰ্তমান পৰ্যন্ত লুট কৰা অস্ত্ৰৰ মাজত ১১১০টা পিষ্টল, প্ৰায় ১৪হাজাৰ গুলী আৰু ২৫০টা বোম উদ্ধাৰ কৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নেপালত ছাত্ৰ ৰাজনীতি নিষিদ্ধ, কলেজ, বিশ্ববিদ্যালয় কেম্পাছত নচলিব ছাত্ৰ ৰাজনীতি, ক্ষমতা পায়েই আৰু কি কি সিদ্ধান্ত বালেন্দ্ৰ শ্বাহৰ?
জীৱনশৈলী

নেপালত ছাত্ৰ ৰাজনীতি নিষিদ্ধ, কলেজ, বিশ্ববিদ্যালয় কেম্পাছত নচলিব ছাত্ৰ ৰাজনীতি, ক্ষমতা পায়েই আৰু কি কি সিদ্ধান্ত বালেন্দ্ৰ শ্বাহৰ?

March 30, 2026
ডঃ হিমন্ত বিশ্ব শৰ্মাক কিয় চুমা খাই মহিলাই? চুমা খোৱাৰ কাৰণ বাখ্যা কৰি কি কৈছে ডঃ শৰ্মাই?
অসম

ডঃ হিমন্ত বিশ্ব শৰ্মাক কিয় চুমা খাই মহিলাই? চুমা খোৱাৰ কাৰণ বাখ্যা কৰি কি কৈছে ডঃ শৰ্মাই?

March 29, 2026
চিন্তা নাই, মুখ্যমন্ত্ৰীয়ে দিলে অভয়বাণী, পেট্ৰ’ল-ডিজেলৰ সংকট নাহে ৰাজ্যলৈ
অসম

চিন্তা নাই, মুখ্যমন্ত্ৰীয়ে দিলে অভয়বাণী, পেট্ৰ’ল-ডিজেলৰ সংকট নাহে ৰাজ্যলৈ

March 28, 2026
হাইঠা মাটিত পৰিল! মোদীৰ প্ৰশংসাত পঞ্চমুখ ট্ৰাম্প
বাণিজ্য

হাইঠা মাটিত পৰিল! মোদীৰ প্ৰশংসাত পঞ্চমুখ ট্ৰাম্প

March 27, 2026
Next Post
একেলগে থাকে, সন্তানো ৫টা, জৰ্জিনাৰ সৈতে কিয় বিবাহত মত নাই ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ?

একেলগে থাকে, সন্তানো ৫টা, জৰ্জিনাৰ সৈতে কিয় বিবাহত মত নাই ক্ৰিষ্টিয়ানো ৰোনাল্ডোৰ?

এটা গীত গালেই পায় ৫কোটি টকা! অৰিজিৎ, শ্ৰেয়াহঁততৈ বহু বেছি পাৰিশ্ৰমিক যদিও চৰ্চাত নাই এইগৰাকী গায়ক

এটা গীত গালেই পায় ৫কোটি টকা! অৰিজিৎ, শ্ৰেয়াহঁততৈ বহু বেছি পাৰিশ্ৰমিক যদিও চৰ্চাত নাই এইগৰাকী গায়ক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.