• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘যোধা-আকবৰৰ কাহানিও বিবাহ হোৱা নাছিল, ব্ৰিটিছৰ প্ৰভাৱতেই এই ভুল বাখ্যা ইতিহাসত লিপিবদ্ধ হৈছে’, ৰাজ্যপালৰ মন্তব্যক লৈ দেশজুৰি চৰ্চা

‘যোধা-আকবৰৰ কাহানিও বিবাহ হোৱা নাছিল, ব্ৰিটিছৰ প্ৰভাৱতেই এই ভুল বাখ্যা ইতিহাসত লিপিবদ্ধ হৈছে’, ৰাজ্যপালৰ মন্তব্যক লৈ দেশজুৰি চৰ্চা

1 year ago
ৰাজহাড় ভাঙিল নুছৰতৰ, কেনেকৈ সংঘটিত হ’ল ভয়ংকৰ দুৰ্ঘটনা?

ৰাজহাড় ভাঙিল নুছৰতৰ, কেনেকৈ সংঘটিত হ’ল ভয়ংকৰ দুৰ্ঘটনা?

7 minutes ago
নাৰীৰ ৫টা গুণে সুখী কৰে স্বামীক, বিবাহৰ পূৰ্বে জানি লওক!

ভাল নাৰীক চিনাক্ত কৰাত নকৰিব ভুল, আচাৰ্য চাণক্যই ক’লে এইদৰে…

39 minutes ago
কেনে যাব আপোনাৰ আগন্তুক সপ্তাহ?

কেনে যাব আপোনাৰ আগন্তুক সপ্তাহ?

3 hours ago
এইবাৰ সাংবাদিক হ’ল অভিনেত্ৰী পৰিনীতি চোপ্ৰা

এইবাৰ সাংবাদিক হ’ল অভিনেত্ৰী পৰিনীতি চোপ্ৰা

3 hours ago
পুৰুষ অবিহনেই মহিলাই জন্ম দিব পাৰিব সন্তান?

পুৰুষ অবিহনেই মহিলাই জন্ম দিব পাৰিব সন্তান?

4 hours ago
গ্ৰেপ্তাৰ হ’ব নেকি বদৰুদ্দিন আজমল?

গ্ৰেপ্তাৰ হ’ব নেকি বদৰুদ্দিন আজমল?

5 hours ago
এছিয়ান গেমছত প্ৰতিপক্ষক কামুৰি বাহিৰ হ’ল চীনা খেলুৱৈ

এছিয়ান গেমছত প্ৰতিপক্ষক কামুৰি বাহিৰ হ’ল চীনা খেলুৱৈ

5 hours ago
কেপ্টেইন স্মিটক আক্ৰমণ কৰা ওমানী সহ-পাইলটৰ পৰিচয় প্ৰকাশ

কেপ্টেইন স্মিটক আক্ৰমণ কৰা ওমানী সহ-পাইলটৰ পৰিচয় প্ৰকাশ

6 hours ago
শীতৰ আগমনৰ আগেয়ে ঘৰলৈ আনক এই ৬ বিধ Indoor Plants

শীতৰ আগমনৰ আগেয়ে ঘৰলৈ আনক এই ৬ বিধ Indoor Plants

7 hours ago
চুবুৰীয়াৰ বিৰুদ্ধে শত্ৰুতাৰ পোতক তুলিবলৈ নিজ মাতৃকে হ*ত্যা

চুবুৰীয়াৰ বিৰুদ্ধে শত্ৰুতাৰ পোতক তুলিবলৈ নিজ মাতৃকে হ*ত্যা

7 hours ago
প্ৰসংগঃ প্ৰেমানন্দ মহাৰাজৰ শিষ্য মৃ*ত্যু, ঘটনাৰ শেষৰ ১১ মিনিটত কি হৈছিল?

এটাৰ পিছত আনটো বিতৰ্কত প্ৰেমানন্দ মহাৰাজৰ আশ্ৰম

8 hours ago
চিটৰ তলত লুকাই থকা সৰ্পৰ দংশনত যুৱকৰ অৱস্থা সংকটজনক

চিটৰ তলত লুকাই থকা সৰ্পৰ দংশনত যুৱকৰ অৱস্থা সংকটজনক

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

‘যোধা-আকবৰৰ কাহানিও বিবাহ হোৱা নাছিল, ব্ৰিটিছৰ প্ৰভাৱতেই এই ভুল বাখ্যা ইতিহাসত লিপিবদ্ধ হৈছে’, ৰাজ্যপালৰ মন্তব্যক লৈ দেশজুৰি চৰ্চা

'যোধা-আকবৰৰ কাহানিও বিবাহ হোৱা নাছিল, ব্ৰিটিছৰ প্ৰভাৱতেই এই ভুল বাখ্যা ইতিহাসত লিপিবদ্ধ হৈছে', ৰাজ্যপালৰ মন্তব্যক লৈ দেশজুৰি চৰ্চা

editor by editor
May 30, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত
0
‘যোধা-আকবৰৰ কাহানিও বিবাহ হোৱা নাছিল, ব্ৰিটিছৰ প্ৰভাৱতেই এই ভুল বাখ্যা ইতিহাসত লিপিবদ্ধ হৈছে’, ৰাজ্যপালৰ মন্তব্যক লৈ দেশজুৰি চৰ্চা
0
SHARES
231
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ইতিহাসে মানুহক বছৰৰ পাছত বছৰ ধৰি ভুল শিক্ষা দি আহিছে। আৰু এই ভুল শিক্ষা দি অহাত বিশেষ ভূমিকা আছে ব্ৰিটিছ ইতিহাসবীদসকলৰ। ইতিহাসে দি অহা ভুল শিক্ষাৰ মাজত অন্যতম হৈছে যোধা আকবৰৰ বিবাহ সম্পৰ্কে দি অহা ভুল বাখ্যা। যোধা-আকৰৰ বিবাহ কাহানিও হোৱা নাছিল এয়া সম্পূৰ্ণ ভুল বাখ্যা। এই মন্তব্য আমাৰ নহয় এই মন্তব্য কৰিছে ৰাজস্থানৰ ৰাজ্যপালে।

সৰ্বভাৰতীয় সংবাদ মাধ্য়ম সূত্ৰৰ খবৰ অনুসৰি ৰাজস্থানৰ ৰাজ্যপাল হৰিভাউ বাগাড়ে দাবী কৰিছে যে, ব্ৰিটিছ ইতিহাসবিদসকলৰ প্ৰাথমিক প্ৰভাৱৰ কাৰণে ভাৰতীয় ইতিহাসত কেইবাটাও ভুল তথ্য লিপিবদ্ধ হৈছে। যাৰ মাজত যোধা আকবৰৰ বিবাহৰ প্ৰসংগ অন্যতম।

বুধবাৰে উদয়পুৰৰ এক অনুষ্ঠানত এই বক্তব্য় ৰাখিবলৈ গৈ ৰাজস্থানৰ ৰাজ্যপালে দাবী কৰিছে যে আকবৰনামাত যোধা আৰু আকৰৰ বিবাহৰ কোনো উল্লেখ নাই। তেওঁ কয়- কথিত আছে যে যোধা আৰু আকৰে বিয়া কৰাইছিল আৰু এই গল্পৰ ওপৰতেই এখন চলচ্চিত্ৰ নিৰ্মাণো কৰা হৈছিল। ইতিহাসৰ কিছু পৃষ্ঠাই এই কথা দাবী কৰিলেও এয়া একেবাৰে মিছা। তেওঁৰ দাবী ভাৰমন নামৰ এজন ৰজা আচুল আৰু তেওঁ এগৰাকী পৰিচালকৰ কন্যাক হে আকবৰৰ সৈতে বিয়া দিছিল।

বাগাড়ৰ দাবী, ঘৰৰ ইতিহাসত ভুল তথ্য লিপিবদ্ধ আছে। তেওঁ কয়, ব্ৰিটিছে আমাৰ বীৰসকলৰ ইতিহাস সলাই দিছে। তেওঁলোকে এয়া সঠিকভাৱে লিখা নাই আৰু তেওঁলোকৰ এই ভুল তথ্যই ইতিহাসৰ সংস্কৰণত লিপিবদ্ধ হৈ থাকি গল। পিছলৈ কিছু ভাৰতীয়ই ইতিহাস লিখিছিল যদিও সেয়া ব্ৰিটিছৰ দ্বাৰাই প্ৰভাৱিত।

মহাৰাণা প্ৰতাপ আৰু ছত্ৰপতি শিৱাজি যদি সমসময়ৰ হল হেতেন তেন্তে পৰিস্থিতি অন্যধৰণৰ হলহেতেন বুলিও বক্তব্যত দাবী কৰিছে বাগাড়ে। তেওঁ আকৌ কয়, বৰ্তমানৰ শিক্ষানীতিত পৰিস্থিতি বহুতেই উন্নত। নতুন জাতীয় শিক্ষানীতিত আমাৰ সংস্কৃতি আৰু গৌৰৱময় ইতিহাস সংৰক্ষণৰ ওপৰিও নতুন প্ৰজন্মক সঠিক বিষয়ৰ সঠিক তথ্য দিয়া হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰাজহাড় ভাঙিল নুছৰতৰ, কেনেকৈ সংঘটিত হ’ল ভয়ংকৰ দুৰ্ঘটনা?
বিনোদন

ৰাজহাড় ভাঙিল নুছৰতৰ, কেনেকৈ সংঘটিত হ’ল ভয়ংকৰ দুৰ্ঘটনা?

October 3, 2026
নাৰীৰ ৫টা গুণে সুখী কৰে স্বামীক, বিবাহৰ পূৰ্বে জানি লওক!
জীৱনশৈলী

ভাল নাৰীক চিনাক্ত কৰাত নকৰিব ভুল, আচাৰ্য চাণক্যই ক’লে এইদৰে…

October 3, 2026
কেনে যাব আপোনাৰ আগন্তুক সপ্তাহ?
জীৱনশৈলী

কেনে যাব আপোনাৰ আগন্তুক সপ্তাহ?

October 3, 2026
পুৰুষ অবিহনেই মহিলাই জন্ম দিব পাৰিব সন্তান?
বিজ্ঞান

পুৰুষ অবিহনেই মহিলাই জন্ম দিব পাৰিব সন্তান?

October 3, 2026
Next Post
আজি এই ৪ মুল্যাংকৰ লোকৰ ভাগ্য জিলিকিব তৰাৰ দৰে, পাব শুভ সংবাদ

আজি এই ৪ মুল্যাংকৰ লোকৰ ভাগ্য জিলিকিব তৰাৰ দৰে, পাব শুভ সংবাদ

বৰষুণ-বান-ধুমুহাৰ তাণ্ডৱ, অসমসহ উত্তৰপূৱৰ ৪ ৰাজ্যত প্ৰাণ হেৰুৱালে ৩০ লোকে

বৰষুণ-বান-ধুমুহাৰ তাণ্ডৱ, অসমসহ উত্তৰপূৱৰ ৪ ৰাজ্যত প্ৰাণ হেৰুৱালে ৩০ লোকে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.