• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
২১ নহয় ১৮ বছৰ হ’লেই লিভ ইনত থাকিব পাৰিব পুৰুষ!  লিভ ইন ৰিলেছনচিপ ভাৰতত অপৰাধ নহয়, নিষিদ্ধও নহয়, ৰায় উচ্চ ন্যায়ালয়ৰ

4 weeks ago
কাইলৈৰ ৰাশিফলঃ বছৰৰ প্রথম ৰবিপুষ্য যোগ, সকলোকে হৰুৱাই সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

7 hours ago
আজি সন্ধিয়াৰ আকাশত ২০২৬ বৰ্ষৰ প্ৰথম ছুপাৰমুন, আপুনি দেখা পালেনে?

ধনিষ্ঠা নক্ষত্ৰত গোচৰ হ’ব শুক্ৰৰ, প্ৰেম, সম্পদ বাঢ়িব এই ৫ৰাশিৰ জাতক-জাতিকাৰ

8 hours ago
অকাৰণে মন বেয়া হৈ থাকে, মূৰত দুশ্চিন্তাৰ পাহাৰ! আপোনাৰ দৈনন্দিন জীৱনৰ এই ৫অভ্যাস আজিয়েই ত্যাগ কৰক

২০২৬ চনত নিজ ঘৰত গ্ৰেণ্ড এন্ট্ৰী ৰাহুৰ, হঠাৎ এই ৩ ৰাশিৰ কেৰিয়াৰত বৃহৎ সালসলনি

9 hours ago
অক্সিজেনৰ অভাৱত ভুগিব পৃথিৱী, নেপথ্যত কি কি কাৰণ?

10 hours ago
মাত্ৰ ৩০দিনতেই সৌন্দৰ্যৰে আপুনি উজলি উঠিব, এই তিনি ভিটামিনতেই পাব অবিশ্বাস্য ফলাফল

ভেনিজুৱেলাৰ মাদুৰো চৰকাৰ ওফৰাই পেলাব পাৰে আমেৰিকাই, কি প্লেন ট্ৰাম্প চৰকাৰৰ?

11 hours ago
জুবিন গাৰ্গৰ সৈতে এনে কাম কৰিও তেওঁলোকৰ মুখত মই কোনো অনুশোচনা দেখা নাই, অসুৰ বধ হ’বই লাগিবঃ গৰিমা শইকীয়া গাৰ্গ

12 hours ago
শনিদেৱৰ কৃপাত ৫ৰাশিৰ অৰ্থসুখ বাঢ়িব, বছৰৰ প্ৰথম শনিবাৰৰ পৰাই সুখৰ মুখ দেখিব কোন কোন ৰাশিৰ জাতকে?

বাংলাদেশী ক্ৰিকেটাৰ মুস্তাফিজুৰ ৰহমানক KKRয়ে দলত ৰাখিব নোৱাৰিব! শ্বাহৰুখ খানৰ KKRক কাঢ়া নিৰ্দেশ BCCIৰ

13 hours ago
বুধাদিত্য ৰাজযোগত বছৰৰ আৰম্ভণিতেই ঘূৰিব ভাগ্যৰ চকা, আগন্তুক সপ্তাহ কাৰ কাৰ বাবে শুভ হ’ব?

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, January 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

২১ নহয় ১৮ বছৰ হ’লেই লিভ ইনত থাকিব পাৰিব পুৰুষ! লিভ ইন ৰিলেছনচিপ ভাৰতত অপৰাধ নহয়, নিষিদ্ধও নহয়, ৰায় উচ্চ ন্যায়ালয়ৰ

২১ নহয় ১৮ বছৰ হ’লেই লিভ ইনত থাকিব পাৰিব পুৰুষ! লিভ ইন ৰিলেছনচিপ ভাৰতত অপৰাধ নহয়, নিষিদ্ধও নহয়, ৰায় উচ্চ ন্যায়ালয়ৰ

editor by editor
December 5, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
২১ নহয় ১৮ বছৰ হ’লেই লিভ ইনত থাকিব পাৰিব পুৰুষ!  লিভ ইন ৰিলেছনচিপ ভাৰতত অপৰাধ নহয়, নিষিদ্ধও নহয়, ৰায় উচ্চ ন্যায়ালয়ৰ
0
SHARES
608
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দুজন প্ৰাপ্তবয়স্কই একেলগে বিচাৰিলে একত্ৰবাস কৰিব পাৰে৷ বিবাহৰ আইনী বয়স নহলেও একেলগে থাকিব পাৰে তেওঁলোক৷ তেওঁলোকৰ সাংবিধানিক অধিকাৰক বয়সৰ সীমা দেখুৱাই খৰ্ব কৰিব নোৱাৰিব৷ এই কথা জনাইছে ৰাজস্থান হাইকৰ্টে৷ দেশত ১৮ বছৰ বয়স হলেও ২১ বছৰৰ পূৰ্বে পুৰুষৰ বিবাহ বৈধ নহয়৷ বিবাহৰ বয়স হোৱাৰ পূৰ্বে তেওঁলোকে এতিয়াৰে পৰা লিভ ইনত থাকিব পাৰিব৷ এই পৰ্যবেক্ষণ ৰাজস্থান হাইকৰ্টৰ৷

১৮ বছৰৰ এগৰাকী তৰুণী আৰু ১৯ বছৰৰ এজন তৰুণে সুৰক্ষা বিচাৰি ৰাজস্থান হাইকৰ্টত আবেদন কৰিছিল৷ তেওঁলোক দুজনেই কোটাৰ বাসিন্দা৷ আবেদনকাৰীয়ে কৰ্টত জনাই, স্বেচ্ছাই একত্ৰবাস কৰিব খুজিলে তেওঁলোক একেলগে থাকিব পাৰিব৷ একেলগে থাকিব বুলি ২০২৫ চনৰ ২৭ অক্টোবৰত তেওঁলোক চুক্তিবদ্ধ হৈছে৷ অভিযোগ যে তাৰপিছৰে পৰাই তৰুণীৰ পৰিয়ালে এই প্ৰেমিক যুগলক প্ৰাণে মাৰি পেলোৱাৰ ভাবুকিও দিছিল৷ তেওঁলোকৰ এই সম্পৰ্কৰ বিৰোধীতা কৰিছিল৷ এই বিষয়ক লৈ কোটা আৰক্ষীৰ কাষ চাপিও লাভ হোৱা নাছিল বুলি অভিযোগকাৰীয়ে কৰ্টত জনাইছে৷

যুগলক এই পিটিছনৰ কোৰ্টত বিৰোধিতা কৰিছে আইনজীৱী বিবেক চৌধুৰীয়ে৷ তেওঁ জনাই যে তৰুণৰ বয়স এতিয়াও ২১ বছৰ হোৱা নাই৷ সেয়ে তেওঁলোকক একেলগে থকাৰ অনুমতি দিব নালাগে৷ উল্লেখ্য যে আমাৰ দেশৰ পুৰুষৰ বিবাহৰ আইনী বয়স হৈছে ২১ বছৰ৷ মহিলাৰ ১৮ বছৰ৷ কিন্তু লিভ ইনৰ ক্ষেত্ৰত এই কথা মানি লোৱা নাই ৰাজস্থান হাইকৰ্টে৷ তেওঁলোকৰ পৰ্যবেক্ষণ যে সংবিধানৰ ২১ ধাৰা অনুসৰি জীয়াই থকা আৰু ব্যক্তিস্বাধীনতাৰ অধিকাৰ সকলোৰে আছে৷

আবেদনকাৰীৰ বিবাহৰ আইনী বয়স হোৱা নাই বুলি সেই অধিকাৰৰ পৰা তেওঁলোকৰ বঞ্চিত কৰিব নোৱাৰিব৷ ন্যায়াধীশ অনুপ ধান্দেৰ পৰ্যবেক্ষণ যে, ‘প্ৰত্যেক মানুহৰ জীৱন আৰু স্বাধীনতা ৰক্ষা কৰাৰ দায়িত্ব আছে ৰাষ্ট্ৰৰ৷’ ভাৰতৰ আইনত লিভ ইন টুগেদাৰ নিষিদ্ধ নহয়৷ এয়া কোনো অপৰাধো নহয়৷ যোধপুৰ আৰু ভিলোৱাৰা আৰক্ষীৰ ছুপাৰক যুগলৰ অভিযোগ গ্ৰহণ কৰি তেওঁলোকক সুৰক্ষা দিবলৈকো উপদেশ দিছে ন্যায়াধীশ ধান্দে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈৰ ৰাশিফলঃ বছৰৰ প্রথম ৰবিপুষ্য যোগ, সকলোকে হৰুৱাই সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি
জীৱনশৈলী

January 3, 2026
আজি সন্ধিয়াৰ আকাশত ২০২৬ বৰ্ষৰ প্ৰথম ছুপাৰমুন, আপুনি দেখা পালেনে?
জীৱনশৈলী

আজি সন্ধিয়াৰ আকাশত ২০২৬ বৰ্ষৰ প্ৰথম ছুপাৰমুন, আপুনি দেখা পালেনে?

January 3, 2026
ধনিষ্ঠা নক্ষত্ৰত গোচৰ হ’ব শুক্ৰৰ, প্ৰেম, সম্পদ বাঢ়িব এই ৫ৰাশিৰ জাতক-জাতিকাৰ
জীৱনশৈলী

ধনিষ্ঠা নক্ষত্ৰত গোচৰ হ’ব শুক্ৰৰ, প্ৰেম, সম্পদ বাঢ়িব এই ৫ৰাশিৰ জাতক-জাতিকাৰ

January 3, 2026
অকাৰণে মন বেয়া হৈ থাকে, মূৰত দুশ্চিন্তাৰ পাহাৰ! আপোনাৰ দৈনন্দিন জীৱনৰ এই ৫অভ্যাস আজিয়েই ত্যাগ কৰক
জীৱনশৈলী

অকাৰণে মন বেয়া হৈ থাকে, মূৰত দুশ্চিন্তাৰ পাহাৰ! আপোনাৰ দৈনন্দিন জীৱনৰ এই ৫অভ্যাস আজিয়েই ত্যাগ কৰক

January 3, 2026
Next Post
Indigo সংকটৰ মাজতেই পাইলটৰ ছুটীৰ নিয়মৰ সলনি, আপুনিও Indigo ফ্লাইটৰ টিকট কেনচেল কৰিব খুজিছে নেকি? টিকটৰ দাম কেনেকৈ উভতাই পাব?

বছৰৰ শেষত ৩ ৰাশিত শুভ সূচনা, মঙ্গল-আদিত্য যোগত ৪৫ দিন সুখেই সুখ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন