• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পৰ্দাৰ আঁৰত থকাসকলকো উলিয়াই উচিত জৱাব দিয়া হ’ব, পহেলগাম আক্ৰমণৰ প্ৰতুত্ত্যৰ কম সময়তেই দিমঃ ৰাজনাথ সিং

11 months ago
শৰীৰৰ এই অংশত তিল থকা মানেই কোটিপতি হোৱাৰ লক্ষণ!

26 minutes ago
বৰষুণত তিতিলে নেকি আপোনাৰ ফোনটো? নকৰিব এইবোৰ ভুল!

1 hour ago
কাইলৈৰ ৰাশিফলঃ দেওবাৰে সূৰ্যৰ গোচৰ, শুভ ফল পাব এই ৫ৰাশিৰ জাতকে

18 hours ago
পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

20 hours ago
মালব্য ৰাজযোগৰ সৈতে জোঁট বান্ধিব শুক্ৰাদিত্য ৰাজযোগে, নতুন সপ্তাহত ৰজাৰ আসনত বহিব ৫ৰাশি

এদিন পাছতেই তৈয়াৰ হ’ব পাৱাৰফুল ত্ৰিগ্ৰহী যোগ, ঘৰ, বাহন সকলো লাভ হ’ব ৩ৰাশিৰ

21 hours ago
মাৰ্চৰ শেষত অৰ্থযোগ, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

22 hours ago
পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ

23 hours ago
২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

24 hours ago
সোনম ৱাংচুকক মুক্তি দিলে কেন্দ্ৰই! ছমাহ পাছত মুক্তি লাভ লাডাখৰ পৰিবেশ কৰ্মী সোনম ৱাংছুকৰ

1 day ago
১৪ এপ্ৰিলৰ পৰা ৫ৰাশিৰ চমকিব ভাগ্য, সূৰ্যৰ গোচৰত ধনলাভ কৰিব এইকেইটা ৰাশিয়ে

মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

2 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, March 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

পৰ্দাৰ আঁৰত থকাসকলকো উলিয়াই উচিত জৱাব দিয়া হ’ব, পহেলগাম আক্ৰমণৰ প্ৰতুত্ত্যৰ কম সময়তেই দিমঃ ৰাজনাথ সিং

পৰ্দাৰ আঁৰত থকাসকলকো উলিয়াই উচিত জৱাব দিয়া হ’ব, পহেলগাম আক্ৰমণৰ প্ৰতুত্ত্যৰ কম সময়তেই দিমঃ ৰাজনাথ সিং

editor by editor
April 23, 2025
in জীৱনশৈলী, ভাৰত, ৰাজনীতি
0
পৰ্দাৰ আঁৰত থকাসকলকো উলিয়াই উচিত জৱাব দিয়া হ’ব, পহেলগাম আক্ৰমণৰ প্ৰতুত্ত্যৰ কম সময়তেই দিমঃ ৰাজনাথ সিং
0
SHARES
670
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
পহেলগামৰ ভয়াৱহ সন্ত্ৰাসবাদী আক্ৰমণৰ উপযুক্ত উত্তৰ খুব কম সময়ৰ ভিতৰতেই দিব ভাৰতে৷ বুধবাৰে বায়ুসেনাৰ এক অনুষ্ঠানলৈ গৈ এই দাবী কৰিছে প্ৰতিৰক্ষামন্ত্ৰী ৰাজনাথ সিঙে৷ তেওঁ আকৌ দাবী কৰিছে যে কেৱল আক্ৰমণকাৰী সন্ত্ৰাসবাদীয়েই নহয়, পহেলগামৰ আক্ৰমণৰ চক্ৰান্ত যিসকলে কৰিছে তেওঁলোকক উচিত প্ৰতুত্ত্যৰ দিয়া হ’ব৷
প্ৰতিৰক্ষামন্ত্ৰীয়ে কয়, সন্ত্ৰাসবাদীৰ কাপুৰোচিত আক্ৰমণত আমাৰ দেশৰ বহু নিৰ্দোষ নাগৰিকে প্ৰাণ হেৰুৱাইছে৷ এই চৰম অমানৱিকতাত আমাৰ প্ৰত্যেকেই শোক আৰু যন্ত্ৰণাত আছো৷ এতিয়াই সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ দৃঢ় সংকল্পৰ কথা আমি মনত পেলাই দিব খুজিছো৷ এই কাপুৰোচিত আক্ৰমণৰ বিৰুদ্ধে ভাৰতৰ প্ৰতিগৰাকী নাগৰিক একগোট হওক৷ দেশবাসীক জনাই দিছো, আমি ভাৰত চৰকাৰে উপযুক্ত সকলো পদক্ষেপেই লম৷ যিসকলে এই আক্ৰমণ কৰিছে তেওঁলোকক এৰি দিয়া নহ’ব৷ পৰ্দাৰ আঁৰত থাকি ভাৰতৰ মাটিত এই ধৰণৰ আক্ৰমণৰ চক্ৰান্ত কৰাসকলক আমি এৰি নিদিও৷ ভাৰতৰ দৰে ইমান প্ৰাচীন সভ্যতা আৰু ডাঙৰ দেশক একো কৰিব নোৱাৰে৷ যিসকল দায়ী তেওঁলোকক কিছু সময়ৰ ভিতৰতেই প্ৰতুত্ত্যৰ দিম৷’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈৰ ৰাশিফলঃ দেওবাৰে সূৰ্যৰ গোচৰ, শুভ ফল পাব এই ৫ৰাশিৰ জাতকে
জীৱনশৈলী

March 14, 2026
পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ
জীৱনশৈলী

পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

March 14, 2026
মালব্য ৰাজযোগৰ সৈতে জোঁট বান্ধিব শুক্ৰাদিত্য ৰাজযোগে, নতুন সপ্তাহত ৰজাৰ আসনত বহিব ৫ৰাশি
জীৱনশৈলী

মালব্য ৰাজযোগৰ সৈতে জোঁট বান্ধিব শুক্ৰাদিত্য ৰাজযোগে, নতুন সপ্তাহত ৰজাৰ আসনত বহিব ৫ৰাশি

March 14, 2026
এদিন পাছতেই তৈয়াৰ হ’ব পাৱাৰফুল ত্ৰিগ্ৰহী যোগ, ঘৰ, বাহন সকলো লাভ হ’ব ৩ৰাশিৰ
জীৱনশৈলী

এদিন পাছতেই তৈয়াৰ হ’ব পাৱাৰফুল ত্ৰিগ্ৰহী যোগ, ঘৰ, বাহন সকলো লাভ হ’ব ৩ৰাশিৰ

March 14, 2026
Next Post
একশ্ব্যন আৰম্ভ…! পহেলগামৰ পৰা ৬০ কিঃমিঃ দূৰৈত কুলগামত চলিছে অভিযান, গভীৰ জংঘলত চলিছে এনকাউণ্টাৰ

একশ্ব্যন আৰম্ভ...! পহেলগামৰ পৰা ৬০ কিঃমিঃ দূৰৈত কুলগামত চলিছে অভিযান, গভীৰ জংঘলত চলিছে এনকাউণ্টাৰ

শনি, ৰাহুৰ প্ৰভাৱত কৃপা বৰ্ষণ হ’ব ৩ ৰাশিৰ ওপৰত! কোন ৩ ৰাশিৰ লাভ হ’ব শনি, ৰাহুৰ কৃপাত?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন