• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰাম মন্দিৰ নিৰ্মাণত খৰচ ১৮০০ কোটি! উদ্বোধনৰ বাবে কিমান কোটি খৰচ হ’ল?

ৰাম মন্দিৰ নিৰ্মাণত খৰচ ১৮০০ কোটি! উদ্বোধনৰ বাবে কিমান কোটি খৰচ হ’ল?

2 years ago
মঙ্গলৰ প্ৰিয় এই ৪ৰাশি, জীৱনত তেওঁলোকৰ ধন-সম্পদৰ অভাৱ কোনোদিনো নহয়

মঙ্গলৰ প্ৰিয় এই ৪ৰাশি, জীৱনত তেওঁলোকৰ ধন-সম্পদৰ অভাৱ কোনোদিনো নহয়

22 minutes ago
স্তনৰ কৰ্কটত প্ৰথম পৰ্যায়ত দেখা দিয়ে এই ৫লক্ষণে, ভুলতো আওকান নকৰিব এইকেইটা লক্ষণ

স্তনৰ কৰ্কটত প্ৰথম পৰ্যায়ত দেখা দিয়ে এই ৫লক্ষণে, ভুলতো আওকান নকৰিব এইকেইটা লক্ষণ

44 minutes ago
প্ৰেমৰ গ্ৰহৰ সৈতে শক্তিৰ গ্ৰহৰ মিলন, অন্ধকাৰ ভেদি সূৰ্যৰ দৰে উজলি উঠিব ৪ৰাশিৰ জাতক

প্ৰেমৰ গ্ৰহৰ সৈতে শক্তিৰ গ্ৰহৰ মিলন, অন্ধকাৰ ভেদি সূৰ্যৰ দৰে উজলি উঠিব ৪ৰাশিৰ জাতক

57 minutes ago
আশা ভোঁছলেতকৈ পূৰ্বেই পৃথিৱীৰ পৰা বিদায় মাগিছে তেওঁৰ দুই সন্তানে, কোটি কোটি টকা সম্পত্তিৰ উত্তৰাধিকাৰী কোন?

আশা ভোঁছলেতকৈ পূৰ্বেই পৃথিৱীৰ পৰা বিদায় মাগিছে তেওঁৰ দুই সন্তানে, কোটি কোটি টকা সম্পত্তিৰ উত্তৰাধিকাৰী কোন?

2 hours ago
ফৰমানৰ বিৰুদ্ধে গোচৰ ৰুজু হোৱাৰ পাছতেই নিখোঁজ মনালিছা, স্বামী ফৰমানৰ গ্ৰেপ্তাৰীতো স্থগিতাদেশ, ক’ত হে’ৰাল মনালিছা ভোঁছলে?

ফৰমানৰ বিৰুদ্ধে গোচৰ ৰুজু হোৱাৰ পাছতেই নিখোঁজ মনালিছা, স্বামী ফৰমানৰ গ্ৰেপ্তাৰীতো স্থগিতাদেশ, ক’ত হে’ৰাল মনালিছা ভোঁছলে?

2 hours ago
বুকুৰ সংক্ৰমণেই কাল হ’ল আশা ভোঁছলেৰ, প্ৰবীণসকলৰ বাবে এই ৰোগ কিমান মাৰাত্মক?

বুকুৰ সংক্ৰমণেই কাল হ’ল আশা ভোঁছলেৰ, প্ৰবীণসকলৰ বাবে এই ৰোগ কিমান মাৰাত্মক?

3 hours ago
অক্টোবৰ পৰ্যন্ত ৰাজ কৰিব ৪ৰাশিয়ে, চাকৰি, ব্যৱসায়ত উন্নতি, কৰ্কট ৰাশিত গুৰুৰ গোচৰে লাভ দিব কোন কোন ৰাশিক?

অক্টোবৰ পৰ্যন্ত ৰাজ কৰিব ৪ৰাশিয়ে, চাকৰি, ব্যৱসায়ত উন্নতি, কৰ্কট ৰাশিত গুৰুৰ গোচৰে লাভ দিব কোন কোন ৰাশিক?

3 hours ago
১৪ এপ্ৰিলৰ পৰা ভাগ্য সলনি হ’ব এইকেইটা ৰাশিৰ! সূৰ্যৰ কৃপাত ৩ৰাশিয়ে কৰ্মক্ষেত্ৰত কৰিব উন্নতি

১৪ এপ্ৰিলৰ পৰা ভাগ্য সলনি হ’ব এইকেইটা ৰাশিৰ! সূৰ্যৰ কৃপাত ৩ৰাশিয়ে কৰ্মক্ষেত্ৰত কৰিব উন্নতি

4 hours ago
১৬ বছৰ বয়সত বিবাহ, আশাৰ প্ৰথম স্বামী আছিল ভগ্নী লতাৰ মেনেজাৰ, ভগ্নী লতাৰ সৈতে সম্পৰ্ক কিয় বেয়া হৈছিল আশাৰ?

১৬ বছৰ বয়সত বিবাহ, আশাৰ প্ৰথম স্বামী আছিল ভগ্নী লতাৰ মেনেজাৰ, ভগ্নী লতাৰ সৈতে সম্পৰ্ক কিয় বেয়া হৈছিল আশাৰ?

4 hours ago
গীনিজ বুক অৱ ৰেকৰ্ডছতো অন্তৰ্ভুক্ত তেওঁৰ নাম, আশাৰ কি ৰেকৰ্ড আজিও কোনেও ভাঙিব পৰা নাই?

গীনিজ বুক অৱ ৰেকৰ্ডছতো অন্তৰ্ভুক্ত তেওঁৰ নাম, আশাৰ কি ৰেকৰ্ড আজিও কোনেও ভাঙিব পৰা নাই?

5 hours ago
8th Pay Commission ত ওলাইছে চাকৰি, মাহত ১২ দিন কাম কৰি উপাৰ্জন কৰক ৯০ হাজাৰ টকা

8th Pay Commission ত ওলাইছে চাকৰি, মাহত ১২ দিন কাম কৰি উপাৰ্জন কৰক ৯০ হাজাৰ টকা

6 hours ago
ভুলতো ভৰি নলগাব এইবোৰ বস্তুত, বিপদ অনিবাৰ্য!

হাঁহিমুখীয়া সকলো আপোনাৰ বন্ধু নহয়, আচাৰ্য চাণক্যই দিলে ৰক্ষা পৰাৰ উপায়!

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, April 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ৰাম মন্দিৰ নিৰ্মাণত খৰচ ১৮০০ কোটি! উদ্বোধনৰ বাবে কিমান কোটি খৰচ হ’ল?

editor by editor
January 22, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
ৰাম মন্দিৰ নিৰ্মাণত খৰচ ১৮০০ কোটি! উদ্বোধনৰ বাবে কিমান কোটি খৰচ হ’ল?
0
SHARES
2.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ অতীত খুচৰিলে দেখা যায় যে, ৰাম মন্দিৰ এই দেশৰ সকলোতকৈ দামী মন্দিৰসমূহৰ তালিকাত প্ৰথম স্থানত। এই মন্দিৰ নিৰ্মাণৰ বাবে মোদী চৰকাৰে খৰচ কৰিছে ১৮০০ কোটি টকা। ৰাম মন্দিৰৰ পাছতেই দ্বিতীয় স্থানত আছে গুজৰাটৰ বিষ্ণু উমিয় ধামৰ মন্দিৰ। বিষ্ণু উমিয় মন্দিৰ নিৰ্মাণত খৰচ হৈছে প্ৰায় ১ হাজাৰ কোটি টকা। বহু প্ৰতীক্ষিত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা ইতিমধ্যে সম্পন্ন হৈছে। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৮৪ ছেকেণ্ডৰ ভিতৰত ৰামৰ মূৰ্তিত প্ৰাণ প্ৰতিষ্ঠা কৰে। প্ৰধান যজমানৰ ভূমিকাৰে ৰাম মন্দিৰৰ গৰ্ভগৃহত সমস্ত নীতি-নিয়ম পালন কৰে মোদীয়ে। ৭০ দিন ধৰি চলি থকা ৰামোৎসৱৰ বাবে মুঠ কিমান কোটি ব্যয় কৰিছে মোদী চৰকাৰে?

ৰাম মন্দিৰৰ নিৰ্মাণত কিমান খৰচ হৈছে?
অযোধ্যাৰ ৰাম মন্দিৰ নিৰ্মাণৰ যাৱতীয় কাম চোৱাৰ দায়িত্ব হৈছে শ্ৰী ৰাম জন্মভূমি তীৰ্থক্ষেত্ৰ ট্ৰাষ্টে। ২০২০ চনৰ ফেব্ৰুৱাৰী মাহত এই ট্ৰাষ্টে নিৰ্মাণৰ সমস্ত দায়িত্ব কান্ধত লৈছিল। এই ট্ৰাষ্টতেই ভগৱান ৰামৰ নামত মুঠ ৩ হাজাৰ কোটি টকা অনুদান জমাও হৈছে। কেৱলমাত্ৰ ৰাম মন্দিৰ নিৰ্মাণৰ বাবেই খৰচ হৈছে ১৮০০ কোটি টকা।

ৰাম মন্দিৰ টাইম কেপছুল
ৰাম মন্দিৰৰ নামত জমা হোৱা মুঠ অনুদানৰ পৰাই তৈয়াৰ কৰা হৈছে এটা টাইম কেপছুল। এই কেপছুল প্ৰতিস্থাপন কৰা হৈছে ৰাম মন্দিৰৰ ২ হাজাৰ ফুট তলত।এই টাইম কেপছুলৰ ভিতৰত ৰখা হৈছে ৰাম মন্দিৰ সম্পৰ্কীয় যাৱতীয় তথ্য। ভগৱান ৰাম, অযোধ্যা আৰু এই মন্দিৰৰ সকলো তথ্য ভৱিষ্যত প্ৰজন্মৰ বাবে সংৰক্ষিত হৈ থাকিব এই কেপছুলত।

ৰামোৎসৱত খৰচ হৈছে ১০০ কোটি
নৱেম্বৰত সংযোজিত বাজেটত কেন্দ্ৰৰ তৰফৰ পৰা অযোধ্যাৰ এই ৰামোৎসৱৰ বাবে ১০০ কোটি টকা খৰচ কৰা হৈছে। ৭০দিনৰ মহোৎসৱৰ বাবে এই ধন খৰচ কৰা হৈছে। ১৪ জানুৱাৰীৰ পৰা অযোধ্যাত এই উৎসৱ আৰম্ভ হৈছে। এই উৎসৱ চলিব আগন্তুক ২৪ মাৰ্চ পৰ্যন্ত। অযোধ্যাক সজাই তোলা আৰু ভক্তৰ আৱেগক গুৰুত্ব দি একাধিক অনুষ্ঠানৰ আয়োজন কৰিছে শ্ৰী ৰাম জন্মভূমি তীৰ্থক্ষেত্ৰ ট্ৰাষ্টে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মঙ্গলৰ প্ৰিয় এই ৪ৰাশি, জীৱনত তেওঁলোকৰ ধন-সম্পদৰ অভাৱ কোনোদিনো নহয়
জীৱনশৈলী

মঙ্গলৰ প্ৰিয় এই ৪ৰাশি, জীৱনত তেওঁলোকৰ ধন-সম্পদৰ অভাৱ কোনোদিনো নহয়

April 13, 2026
স্তনৰ কৰ্কটত প্ৰথম পৰ্যায়ত দেখা দিয়ে এই ৫লক্ষণে, ভুলতো আওকান নকৰিব এইকেইটা লক্ষণ
খাদ্য

স্তনৰ কৰ্কটত প্ৰথম পৰ্যায়ত দেখা দিয়ে এই ৫লক্ষণে, ভুলতো আওকান নকৰিব এইকেইটা লক্ষণ

April 13, 2026
প্ৰেমৰ গ্ৰহৰ সৈতে শক্তিৰ গ্ৰহৰ মিলন, অন্ধকাৰ ভেদি সূৰ্যৰ দৰে উজলি উঠিব ৪ৰাশিৰ জাতক
জীৱনশৈলী

প্ৰেমৰ গ্ৰহৰ সৈতে শক্তিৰ গ্ৰহৰ মিলন, অন্ধকাৰ ভেদি সূৰ্যৰ দৰে উজলি উঠিব ৪ৰাশিৰ জাতক

April 13, 2026
আশা ভোঁছলেতকৈ পূৰ্বেই পৃথিৱীৰ পৰা বিদায় মাগিছে তেওঁৰ দুই সন্তানে, কোটি কোটি টকা সম্পত্তিৰ উত্তৰাধিকাৰী কোন?
জীৱনশৈলী

আশা ভোঁছলেতকৈ পূৰ্বেই পৃথিৱীৰ পৰা বিদায় মাগিছে তেওঁৰ দুই সন্তানে, কোটি কোটি টকা সম্পত্তিৰ উত্তৰাধিকাৰী কোন?

April 13, 2026
Next Post
ৰাম মন্দিৰ নিৰ্মাণৰ বাবে তাৰকাসকলে দিছে মোটা অংকৰ ধন, কিমান কোটিকৈ দিলে অক্ষয়-হেমা-অনুপম খেৰে?

ৰাম মন্দিৰ নিৰ্মাণৰ বাবে তাৰকাসকলে দিছে মোটা অংকৰ ধন, কিমান কোটিকৈ দিলে অক্ষয়-হেমা-অনুপম খেৰে?

ধৰ্মনিৰপেক্ষতাৰ নজিৰ! ৪৫ বছৰ ধৰি ৰামচৰিতমানস পাঠ কৰি আহিছে মহম্মদ ইছলামে

ধৰ্মনিৰপেক্ষতাৰ নজিৰ! ৪৫ বছৰ ধৰি ৰামচৰিতমানস পাঠ কৰি আহিছে মহম্মদ ইছলামে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.