• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
একাউণ্ট খুলিবলৈ ধন নালাগে, কেৱল লিখক ৰামনাম, ৫ লাখ বাৰ ৰাম নাম লিখিলেই লাভ কৰিব পাছবুক, পাব লাখ লাখ টকাৰ ঋণ, কেনেকৈ একাউণ্ট খুলিব জানি থওক সবিশেষ

একাউণ্ট খুলিবলৈ ধন নালাগে, কেৱল লিখক ৰামনাম, ৫ লাখ বাৰ ৰাম নাম লিখিলেই লাভ কৰিব পাছবুক, পাব লাখ লাখ টকাৰ ঋণ, কেনেকৈ একাউণ্ট খুলিব জানি থওক সবিশেষ

2 years ago
মহানগৰীত একাংশ নিচামুক্তি কেন্দ্ৰত চলে কি?

মহানগৰীত একাংশ নিচামুক্তি কেন্দ্ৰত চলে কি?

45 minutes ago
২০ কোটি ডিগ্ৰী উত্তাপৰ প্লাজমা! সূৰ্যৰ দৰে শক্তি তৈয়াৰ কৰাৰ দৌৰত ভাৰত!

২০ কোটি ডিগ্ৰী উত্তাপৰ প্লাজমা! সূৰ্যৰ দৰে শক্তি তৈয়াৰ কৰাৰ দৌৰত ভাৰত!

2 hours ago
আজি এই দুই ৰাশি লোকে পাব বাম্পাৰ লাভ

আজি এই দুই ৰাশি লোকে পাব বাম্পাৰ লাভ

2 hours ago
আজি ভাগ্যৰ দুৱাৰ মুকলি হ’ব এই ৰাশিৰ জাতক-জাতিকাৰ, পাব অপৰিসীম সুখ!

আজি ভাগ্যৰ দুৱাৰ মুকলি হ’ব এই ৰাশিৰ জাতক-জাতিকাৰ, পাব অপৰিসীম সুখ!

7 hours ago
দৈনিক ৰাশিফল- কেনে যাব আজি ৯ ছেপ্টেম্বৰৰ দিনটো, সাৱধান হ’ব পৰিয়ালত মতানৈক্যৰ সম্ভাৱনা

আজি কোন ৰাশিৰ কেনে যাব দিনটো? ভাগ্যই দেখুৱাব নতুন ৰূপ!

8 hours ago
১০ কেজি সোণ লৈ উধাও চোৰ, লগতে নিলে ১৫ লাখ টকা

১০ কেজি সোণ লৈ উধাও চোৰ, লগতে নিলে ১৫ লাখ টকা

16 hours ago
‘নিজৰ ভুলৰ মূল্য ভৰিছোঁ’-যান-জঁটত আৱদ্ধ নীতিন গাডকাৰীৰ অকপট স্বীকাৰোক্তি

‘নিজৰ ভুলৰ মূল্য ভৰিছোঁ’-যান-জঁটত আৱদ্ধ নীতিন গাডকাৰীৰ অকপট স্বীকাৰোক্তি

17 hours ago
এইকেইটা ৰাশিৰ লোকৰ বাঢ়িব আত্মবিশ্বাস

এইকেইটা ৰাশিৰ লোকৰ বাঢ়িব আত্মবিশ্বাস

17 hours ago
৬৬ কেজিৰ সোণ-৩৩৫কেজি ৰূপেৰে নিৰ্মিত গণেশৰ মূৰ্তি

৬৬ কেজিৰ সোণ-৩৩৫কেজি ৰূপেৰে নিৰ্মিত গণেশৰ মূৰ্তি

17 hours ago
ভাৰতো আছিল লাডেনৰ টাৰ্গেটত! CIAৰ নথিত চাঞ্চল্যকৰ তথ্য

ভাৰতো আছিল লাডেনৰ টাৰ্গেটত! CIAৰ নথিত চাঞ্চল্যকৰ তথ্য

18 hours ago
ৰাজনৈতিক নেতাৰ বাকযুদ্ধত গৰম ৰাজ্যৰ ৰাজনীতি

ৰাজনৈতিক নেতাৰ বাকযুদ্ধত গৰম ৰাজ্যৰ ৰাজনীতি

18 hours ago
মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাক ভেঙুচালি কৰা মকবুলৰ মৰসাহ

মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাক ভেঙুচালি কৰা মকবুলৰ মৰসাহ

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

একাউণ্ট খুলিবলৈ ধন নালাগে, কেৱল লিখক ৰামনাম, ৫ লাখ বাৰ ৰাম নাম লিখিলেই লাভ কৰিব পাছবুক, পাব লাখ লাখ টকাৰ ঋণ, কেনেকৈ একাউণ্ট খুলিব জানি থওক সবিশেষ

একাউণ্ট খুলিবলৈ ধন নালাগে, কেৱল লিখক ৰামনাম, ৫ লাখ বাৰ ৰাম নাম লিখিলেই লাভ কৰিব পাছবুক, পাব লাখ লাখ টকাৰ ঋণ, কেনেকৈ একাউণ্ট খুলিব জানি থওক সবিশেষ

editor by editor
April 18, 2024
in জীৱনশৈলী, ভাৰত, লেখা
0
একাউণ্ট খুলিবলৈ ধন নালাগে, কেৱল লিখক ৰামনাম, ৫ লাখ বাৰ ৰাম নাম লিখিলেই লাভ কৰিব পাছবুক, পাব লাখ লাখ টকাৰ ঋণ, কেনেকৈ একাউণ্ট খুলিব জানি থওক সবিশেষ
0
SHARES
155
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ৰাম নৱমী দেশজুৰি ধুমধামেৰে পালন কৰে ৰাম ভক্তই। ৰাম নৱমী উপলক্ষ্যে অযোধ্যাক সজাই পৰাই তোলা হৈছিল। ৰাম মন্দিৰ উদ্বোধনৰ পাছত এইয়াই প্ৰথম ৰামনৱমী। ৰামনৱমী উপলক্ষ্যে সূৰ্যৰ ৰশ্মিৰে তিলকো দিয়া হৈছিল ৰামলালাৰ মূৰত। সমগ্ৰ দেশে যেতিয়া ৰাম নৱমীক লৈ ব্যস্ত তেনে সময়তে ভাইৰেল হৈ এটা বেংকৰ কাহিনী। একাউণ্ট খুলিবলৈ এই বেংকত ধন বা অন্য তথ্য দাঙি ধৰিব নালাগে। বেংকত একাউণ্ট খুলিবলৈ লিখিব লাগে ৫লাখ বাৰ ‘সীতাৰাম’।

এই বেংক আছে উত্তৰপ্ৰদেশত। ১৯৭০ চনত এই বেংক প্ৰতিষ্ঠা কৰা হৈছিল। এই বেংকত একাউণ্ট খুলিলে ৰামৰ ভক্তসকলে লোনৰ সুবিধাও লাভ কৰিব। অৱশ্যে ঋণ লাভ কৰিবলৈ বেংকত একাউণ্ট থকাটো বাধ্যতামূলক। আৰু এই একাউণ্ট খুলিবলৈ কোনোধৰণৰ আগধন দিব নালাগে। তাৰ সলনি দিব লাগিব গ্ৰাহকে ৫লাখ বাৰ সীতাৰাম বুলি লিখিব লাগিব।

এই আজৱ বেংকত এতিয়ালৈকে প্ৰায় ৩৫০০০ লোকে একাউণ্ট খুলিছে। ভাৰতৰ ওপৰিও আমেৰিকা, ব্ৰিটেইন, কানাডা, নেপাল, সংযুক্ত আৰৱ আমিৰশাহীতো এই বেংকৰ গ্ৰাহক আছে। বেংকে দাঙি ধৰা তথ্যমতে অযোধ্যাৰ ৰাম মন্দিৰ প্ৰতিষ্ঠাৰ পাছৰে পৰা এই বেংক চাবলৈকে বহু লোক আহে। এই বেংকত একাউণ্ট খোলা গ্ৰাহকক বেংকৰ তৰফৰ পৰা বিনামূলীয়াকৈয়ে এখন বহী আৰু ৰঙা কলম উপহাৰ দিয়া হয়। সেই বিশেষ কলমেৰে বহীখনত ৫ লাখ বাৰ সীতাৰাম লিখাৰ পাছতহে গ্ৰাহকজনে বেংকৰ পাছবুক লাভ কৰে। এই বেংকৰ জনপ্ৰিয়তা ৰাম মন্দিৰ নিৰ্মাণৰ পাছৰে পৰা আৰু বৃদ্ধি হৈছে। বৰ্তমানলৈকে সমগ্ৰ বিশ্বজুৰি এই বেংকৰ মুঠ ১৩৬টা শাখা আছে।

এই বেংকৰ পৰা কেনেকৈ ঋণ ল’ব?

এই বেংকত ঋণ লোৱাৰ বাবেও আছে কিছু বিশেষ নীতি-নিয়ম। এই বেংকত ঋণ লোৱাৰ বাবে তিনিটা বিশেষ উপায় আছে। ঋণ পৰিশোধৰ বাবেও আছে নিৰ্দিষ্ট সময়। বেংকৰ পৰা তিনিজন ঈশ্বৰৰ নামত ঋণ ল’ব পাৰি। প্ৰথম ঋণ লোৱাৰ উপায় হৈছে ৰাম নাম জপ কৰা, দ্বিতীয়টো পাঠ আৰু তৃতীয়টো লেখাৰ বাবে। লিখিত ঋণ পৰিশোধৰ বাবে গ্ৰাহকক ৪মাহ ১০ দিনৰ সময় দিয়া হয়। এই লিখিত ঋণ লাভৰ বাবে এজন গ্ৰাহকে ১লাখ ২৫ হাজাৰ বাৰ ৰাম নাম লিখিব পাৰে। এই বেংকৰ প্ৰধান লেন দেনেই হৈছে ধৰ্ম, অন্তৰৰ শান্তি আৰু বিশ্বাসৰ ভেটি। এই বেংকতেই এনে কিছু একাউণ্ট হোল্ডাৰ আছে যিয়ে ২৫ লাখৰো অধিক ৰাম নাম লিখিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মহানগৰীত একাংশ নিচামুক্তি কেন্দ্ৰত চলে কি?
অসম

মহানগৰীত একাংশ নিচামুক্তি কেন্দ্ৰত চলে কি?

September 15, 2026
২০ কোটি ডিগ্ৰী উত্তাপৰ প্লাজমা! সূৰ্যৰ দৰে শক্তি তৈয়াৰ কৰাৰ দৌৰত ভাৰত!
ভাৰত

২০ কোটি ডিগ্ৰী উত্তাপৰ প্লাজমা! সূৰ্যৰ দৰে শক্তি তৈয়াৰ কৰাৰ দৌৰত ভাৰত!

September 15, 2026
আজি এই দুই ৰাশি লোকে পাব বাম্পাৰ লাভ
জীৱনশৈলী

আজি এই দুই ৰাশি লোকে পাব বাম্পাৰ লাভ

September 15, 2026
আজি ভাগ্যৰ দুৱাৰ মুকলি হ’ব এই ৰাশিৰ জাতক-জাতিকাৰ, পাব অপৰিসীম সুখ!
জীৱনশৈলী

আজি ভাগ্যৰ দুৱাৰ মুকলি হ’ব এই ৰাশিৰ জাতক-জাতিকাৰ, পাব অপৰিসীম সুখ!

September 15, 2026
Next Post
বৃহস্পতিবাৰে ভুলতো নকৰিব এই ৮কাম, ৰুষ্ট হ’ব বিষ্ণু, বাঢ়িব বৃহস্পতিৰ অশুভ প্ৰভাৱ

বৃহস্পতিবাৰে ভুলতো নকৰিব এই ৮কাম, ৰুষ্ট হ’ব বিষ্ণু, বাঢ়িব বৃহস্পতিৰ অশুভ প্ৰভাৱ

ৰাজ্যত আকৌ বৰ্বৰ ঘটনা! চিকিৎসালয়ৰ ভিতৰতেই চিকিৎসকৰ সৈতে ভয়ংকৰ ঘটনা

ৰাজ্যত আকৌ বৰ্বৰ ঘটনা! চিকিৎসালয়ৰ ভিতৰতেই চিকিৎসকৰ সৈতে ভয়ংকৰ ঘটনা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.