আৰম্ভ হ’ল ৰমজানৰ ৰোজা। ভাৰতত ৰমজান আৰম্ভ ১৪ এপ্ৰিলৰ পৰা। ডুবাইত ৰোজা পালন নকৰা লোকসকললৈ সতর্কবাণী। ৰমজানৰ সময়ত ডুবাইত বন্ধ নাথাকে দোকান-পোহাৰ।