• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১০০ বছৰৰ পাছত শিৱৰাত্ৰিত বিৰল ৰাজযোগ, ৪ৰাশিৰ ভাগ্যলৈ সুখ আহিব, ধন সুখ আহিব কাৰ কাৰ জীৱনলৈ?

১০০ বছৰৰ পাছত শিৱৰাত্ৰিত বিৰল ৰাজযোগ, ৪ৰাশিৰ ভাগ্যলৈ সুখ আহিব, ধন সুখ আহিব কাৰ কাৰ জীৱনলৈ?

2 years ago
Indian Railways: ১ ​​নৱেম্বৰৰ পৰা সম্পূৰ্ণ বিনামূলীয়া ৰে’ল যাত্ৰা! কোনে কোনে পাব এই সুবিধা?

Indian Railways: ১ ​​নৱেম্বৰৰ পৰা সম্পূৰ্ণ বিনামূলীয়া ৰে’ল যাত্ৰা! কোনে কোনে পাব এই সুবিধা?

1 hour ago
মাত্ৰ ৫৫৫ দিনৰ FD ৫ লাখ টকা, দেশৰ ৭ টা ডাঙৰ বেংকৰ ডাঙৰ অফাৰ!

মাত্ৰ ৫৫৫ দিনৰ FD ৫ লাখ টকা, দেশৰ ৭ টা ডাঙৰ বেংকৰ ডাঙৰ অফাৰ!

2 hours ago
সোণে আচৰিত কৰিব আপোনাক, আজি ১ গ্ৰাম সোণৰ শেহতীয়া মূল্য জানক

সোণে আচৰিত কৰিব আপোনাক, আজি ১ গ্ৰাম সোণৰ শেহতীয়া মূল্য জানক

2 hours ago
বজাৰত দেখিলেই আওকাণ নকৰিব এইবিধ বস্তুক, পাব বহু ৰোগৰ পৰা নিৰাময়!

বজাৰত দেখিলেই আওকাণ নকৰিব এইবিধ বস্তুক, পাব বহু ৰোগৰ পৰা নিৰাময়!

2 hours ago
একাধিক নাৰীৰসংগ, বিয়াৰ পিছত পৰকীয়া প্ৰেম! বলীউডৰ কোন এইজন পুৰুষ?

একাধিক নাৰীৰসংগ, বিয়াৰ পিছত পৰকীয়া প্ৰেম! বলীউডৰ কোন এইজন পুৰুষ?

3 hours ago
সংসদ ভৱনৰ বাসগৃহত উদ্ধাৰ সাংসদ পত্নীৰ মৃতদেহ, কিন্তু কেনেকৈ?

সংসদ ভৱনৰ বাসগৃহত উদ্ধাৰ সাংসদ পত্নীৰ মৃতদেহ, কিন্তু কেনেকৈ?

3 hours ago
বিবাহৰ প্ৰতিশ্ৰুতিৰে আৰু শাৰীৰিক সম্পৰ্ক! গ্ৰেপ্তাৰ ‘মহাভাৰত’ ধাৰাবাহিকৰ ভীম

বিবাহৰ প্ৰতিশ্ৰুতিৰে আৰু শাৰীৰিক সম্পৰ্ক! গ্ৰেপ্তাৰ ‘মহাভাৰত’ ধাৰাবাহিকৰ ভীম

4 hours ago
বেছিকৈ AC ত থাকিলে বৃক্কৰ সমস্যা হয় নেকি?

বেছিকৈ AC ত থাকিলে বৃক্কৰ সমস্যা হয় নেকি?

4 hours ago
শুই থকাৰ সময়ত নাক বাজে নেকি? সহজ উপায়েৰে কৰক দূৰ

শুই থকাৰ সময়ত নাক বাজে নেকি? সহজ উপায়েৰে কৰক দূৰ

5 hours ago
Laxmi Narayan Yoga 2026: ২৬ ছেপ্টেম্বৰত গঠন হ’ব ‘লক্ষ্মী নাৰায়ণ যোগ’, কেৰিয়াৰত হ’ব উন্নতি!

Laxmi Narayan Yoga 2026: ২৬ ছেপ্টেম্বৰত গঠন হ’ব ‘লক্ষ্মী নাৰায়ণ যোগ’, কেৰিয়াৰত হ’ব উন্নতি!

6 hours ago
ভাগ্যই দেখুৱাব যাদু, ৫ ৰাশিৰ ধন-সম্পদ আৰু কেৰিয়াৰত লাভৰ সম্ভাৱনা

ভাগ্যই দেখুৱাব যাদু, ৫ ৰাশিৰ ধন-সম্পদ আৰু কেৰিয়াৰত লাভৰ সম্ভাৱনা

7 hours ago
আজি মেষ, বৃষকে আদি কৰি ৪ ৰাশিৰ ফুলিব কপাল, জীৱনে ল’ব নতুন গতি!

কেনে যাব আজি আপোনাৰ দিনটো? ভাগ্যৰ সকলো কথা জানক ৰাশিফলত

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, September 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

১০০ বছৰৰ পাছত শিৱৰাত্ৰিত বিৰল ৰাজযোগ, ৪ৰাশিৰ ভাগ্যলৈ সুখ আহিব, ধন সুখ আহিব কাৰ কাৰ জীৱনলৈ?

১০০ বছৰৰ পাছত শিৱৰাত্ৰিত বিৰল ৰাজযোগ, ৪ৰাশিৰ ভাগ্যলৈ সুখ আহিব, টকাৰ সুখ আহিব কাৰ কাৰ জীৱনলৈ

editor by editor
February 26, 2025
in জীৱনশৈলী, বিবিধ
0
১০০ বছৰৰ পাছত শিৱৰাত্ৰিত বিৰল ৰাজযোগ, ৪ৰাশিৰ ভাগ্যলৈ সুখ আহিব, ধন সুখ আহিব কাৰ কাৰ জীৱনলৈ?
0
SHARES
3.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আজি ২৬ ফেব্ৰুৱাৰী মহাশিৱৰাত্ৰি৷ হিন্দু ধৰ্মমতে শিৱৰাত্ৰি মহাদেৱৰ আৰাধনাৰ শ্ৰেষ্ঠ দিন৷ মাঘ মাহৰ কৃষ্ণপক্ষৰ চতুৰ্দশী তিথিত শিৱৰাত্ৰি পালন কৰা হয়৷ কথিত আছে যে এইদিনটোত ভক্তি মনেৰে পূজা কৰিলে মনোবাঞ্ছা পূৰণ হয়৷ এইবাৰৰ শিৱপূজাত একাধিক বিৰল যোগ তৈয়াৰ হোৱাৰ বাবে এইবাৰৰ শিৱৰাত্ৰি বিশেষ বুলি কৈছে বিশেষজ্ঞই৷

মহাশিৱৰাত্ৰিৰ দিনা সূৰ্য, চন্দ্ৰ আৰু শনিয়ে এটা বিশেষ ত্ৰিগ্ৰহী যোগ গঠিত কৰিছে৷ ইয়াৰোপৰি এই দিনটোত শ্ৰাৱণ নক্ষত্ৰ আৰু পৰিঘ যোগৰ এক চমৎকাৰ সমন্বয় হ’ব৷ সম্পদৰ দাতা শুক্ৰই মীন ৰাশিত অৱস্থান কৰাত মালব্য ৰাজযোগ গঠিত হৈছে৷ শুক্ৰই মীন ৰাশিত ৰাহুৰ সৈতে সংযুক্ত হৈছে৷ কুম্ভ ৰাশিত সূৰ্য আৰু শনিৰ সংযোগ ঘটিছে৷ ইয়াৰোপৰি বুধ কুম্ভ ৰাশিত আছে৷ শনিয়ে তাৰ মূল ত্ৰিকোণ ৰাশিত থাকি শ শ ৰাজযোগ তৈয়াৰ কৰিছে৷ এই সমস্ত যোগৰ শুভ প্ৰভাৱ পৰিছে চাৰিটা ৰাশিৰ ওপৰত৷ জানি থওক কোন কোন ৰাশিৰ ভাগ্যৰ চকা ঘূৰিব?

মেষ ৰাশি

শিৱৰাত্ৰিৰ পাছৰে পৰাই মেষ ৰাশিৰ সুদিন উভতি আহিব৷ সমস্ত বাধা আঁতৰি কেৰিয়াৰত সাফল্যৰ সুযোগ আহিব৷ আৰ্থিক অৱস্থাৰ উন্নতি হ’ব৷ শিৱৰ কৃপাত সুসংবাদ পাব পাৰে৷ ব্যৱসায়ত লাভৰ মুখ দেখিব৷ দাম্পত্য জীৱনলৈ সুখ আহিব৷ দীৰ্ঘদিন কোনো বিষয়ক লৈ মানসিক সমস্যাত ভূগিলে এইবাৰ সেই সমস্যাৰ নিষ্পত্তি হ’ব৷

মিথুন ৰাশি

পৰিয়ালৰ সদস্যসকলৰ সৈতে সম্পৰ্ক মজবুত হ’ব৷ যি কোনো কামত ভাগ্য সদয় থাকিব৷ চাকৰিয়ালৰ পদোন্নতি হ’ব৷ ব্যৱসায়ত বৃহৎ বিনিয়োগ কৰিব পাৰে৷ আয়ৰ নতুন উৎস বিচাৰি পাব৷ স্বাস্থ্য ভালে থাকিব৷

সিংহ ৰাশি

মহাদেৱৰ আশীৰ্বাদত আৰ্থিক সমস্যাৰ অৱসান হ’ব৷ কৰ্মক্ষেত্ৰত নতুন দায়িত্ব পাব৷ আয় ব্যয়ৰ সামঞ্জস্য ঠিকে ৰাখিব পাৰিলে সঞ্চয় বাঢ়িব৷ পৈতৃক সম্পত্তিৰ অধিকাৰী হ’ব পাৰিব৷ সন্তানৰ শৰীৰ দিশত চকু ৰাখক৷

মকৰ ৰাশি

অৰ্থ সংক্ৰান্তীয় যাৱতীয় সমস্যাৰ অৱসান হ’ব৷ কৰ্মক্ষেত্ৰত কামত প্ৰশংসা পাব৷ কথাবাৰ্তাত নিয়ন্ত্ৰণ নানিলে নিজৰ ব্যৱহাৰৰ বাবেই উন্নতিৰ পথত বাধা আহিব পাৰে৷ পৰিয়ালৰ সৈতে কৰোবালৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Indian Railways: ১ ​​নৱেম্বৰৰ পৰা সম্পূৰ্ণ বিনামূলীয়া ৰে’ল যাত্ৰা! কোনে কোনে পাব এই সুবিধা?
ভাৰত

Indian Railways: ১ ​​নৱেম্বৰৰ পৰা সম্পূৰ্ণ বিনামূলীয়া ৰে’ল যাত্ৰা! কোনে কোনে পাব এই সুবিধা?

September 21, 2026
মাত্ৰ ৫৫৫ দিনৰ FD ৫ লাখ টকা, দেশৰ ৭ টা ডাঙৰ বেংকৰ ডাঙৰ অফাৰ!
বাণিজ্য

মাত্ৰ ৫৫৫ দিনৰ FD ৫ লাখ টকা, দেশৰ ৭ টা ডাঙৰ বেংকৰ ডাঙৰ অফাৰ!

September 21, 2026
সোণে আচৰিত কৰিব আপোনাক, আজি ১ গ্ৰাম সোণৰ শেহতীয়া মূল্য জানক
বাণিজ্য

সোণে আচৰিত কৰিব আপোনাক, আজি ১ গ্ৰাম সোণৰ শেহতীয়া মূল্য জানক

September 21, 2026
বজাৰত দেখিলেই আওকাণ নকৰিব এইবিধ বস্তুক, পাব বহু ৰোগৰ পৰা নিৰাময়!
জীৱনশৈলী

বজাৰত দেখিলেই আওকাণ নকৰিব এইবিধ বস্তুক, পাব বহু ৰোগৰ পৰা নিৰাময়!

September 21, 2026
Next Post
SBI ৰ পৰা ৫০ লাখৰ home Loan ল’লে দৰমহা কিমান হোৱা উচিত? লোন লোৱাৰ আগতেই জানি থওক সবিশেষ

SBI ৰ পৰা ৫০ লাখৰ home Loan ল’লে দৰমহা কিমান হোৱা উচিত? লোন লোৱাৰ আগতেই জানি থওক সবিশেষ

মাহিলী ১০০০ টকাকৈ জমা কৰিলে কিমান বছৰত কোটিপতি হ’ব? জানি থওক সবিশেষ

মাহিলী ১০০০ টকাকৈ জমা কৰিলে কিমান বছৰত কোটিপতি হ’ব? জানি থওক সবিশেষ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.