• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
SBI ৰ পৰা ৫০ লাখৰ home Loan ল’লে দৰমহা কিমান হোৱা উচিত? লোন লোৱাৰ আগতেই জানি থওক সবিশেষ

SBI ৰ পৰা ৫০ লাখৰ home Loan ল’লে দৰমহা কিমান হোৱা উচিত? লোন লোৱাৰ আগতেই জানি থওক সবিশেষ

2 years ago
ফিটমেণ্ট ফেক্টৰ কমিলেও কেনেকৈ বাঢ়িব আপোনাৰ দৰমহা?

ফিটমেণ্ট ফেক্টৰ কমিলেও কেনেকৈ বাঢ়িব আপোনাৰ দৰমহা?

4 hours ago
নাইটি পিন্ধা চোৰে লুটিলে SBIৰ ATM

নাইটি পিন্ধা চোৰে লুটিলে SBIৰ ATM

4 hours ago
দলবদ্ধ অপকৰ্মৰ ভুৱা কাহিনীৰে কন্যাক হ*ত্যাৰ অভিযোগ! গ্ৰেপ্তাৰ কন্যাৰ পিতৃ

দলবদ্ধ অপকৰ্মৰ ভুৱা কাহিনীৰে কন্যাক হ*ত্যাৰ অভিযোগ! গ্ৰেপ্তাৰ কন্যাৰ পিতৃ

6 hours ago
৫ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি!

৫ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি!

6 hours ago
ভাতৃ-ভগ্নীৰ মাজত প্ৰেমৰ সম্পৰ্কৰ কৰুণ পৰিণতি

ভাতৃ-ভগ্নীৰ মাজত প্ৰেমৰ সম্পৰ্কৰ কৰুণ পৰিণতি

6 hours ago
বিজ্ঞানীসকলৰ বৃহৎ আৱিষ্কাৰ, সৌৰজগতৰ বাহিৰত আছে পৃথিৱীৰ দৰে গ্ৰহ!

বিজ্ঞানীসকলৰ বৃহৎ আৱিষ্কাৰ, সৌৰজগতৰ বাহিৰত আছে পৃথিৱীৰ দৰে গ্ৰহ!

7 hours ago
আৰক্ষীৰ কি ভুলৰ বাবে জামিন পালে অমৃতপ্ৰভাই?

আৰক্ষীৰ কি ভুলৰ বাবে জামিন পালে অমৃতপ্ৰভাই?

7 hours ago
জিবুতিত ১৫ টি শিশুসহ ১০৯ গৰাকী লোকৰ মৃত্যু

জিবুতিত ১৫ টি শিশুসহ ১০৯ গৰাকী লোকৰ মৃত্যু

8 hours ago
‘অমিতাভ বচ্চন সহজে সম্পৰ্কত অহা প্ৰেমিক নাছিল’

‘অমিতাভ বচ্চন সহজে সম্পৰ্কত অহা প্ৰেমিক নাছিল’

9 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, এই ৫ ৰাশিৰ লোক হওক সাৱধান

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, এই ৫ ৰাশিৰ লোক হওক সাৱধান

9 hours ago
‘অমৃতপ্ৰভাই কেনেকৈ জামিন পালে?’ হাজাৰটা প্ৰশ্ন বুকুত লৈ ‘জুবিনক্ষেত্ৰ’ত গৰিমা শইকীয়া গাৰ্গৰ প্ৰতিবাদ

‘অমৃতপ্ৰভাই কেনেকৈ জামিন পালে?’ হাজাৰটা প্ৰশ্ন বুকুত লৈ ‘জুবিনক্ষেত্ৰ’ত গৰিমা শইকীয়া গাৰ্গৰ প্ৰতিবাদ

10 hours ago
১৭ বছৰে ভুৱা MBBS ডিগ্ৰীৰে চৰকাৰী চাকৰি!

১৭ বছৰে ভুৱা MBBS ডিগ্ৰীৰে চৰকাৰী চাকৰি!

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, October 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

SBI ৰ পৰা ৫০ লাখৰ home Loan ল’লে দৰমহা কিমান হোৱা উচিত? লোন লোৱাৰ আগতেই জানি থওক সবিশেষ

SBI ৰ পৰা ৫০ লাখৰ home Loan ল’লে দৰমহা কিমান হোৱা উচিত? লোন লোৱাৰ আগতেই জানি থওক সবিশেষ

editor by editor
February 26, 2025
in জীৱনশৈলী, বাণিজ্য, বিবিধ, ভাৰত
0
SBI ৰ পৰা ৫০ লাখৰ home Loan ল’লে দৰমহা কিমান হোৱা উচিত? লোন লোৱাৰ আগতেই জানি থওক সবিশেষ
0
SHARES
2.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এখন সুন্দৰ ঘৰ নিৰ্মাণৰ সপোন কোনে নেদেখে? কভিডৰ পৰবৰ্তী সময়ৰ পৰাই নিজা এখন ঘৰ নিৰ্মাণৰ কথা প্ৰায়সকলেই ভাৱিবলৈ লৈছে৷ কিন্তু ঘৰ নিৰ্মাণৰ সপোন দেখিলেই এখন ঘৰ নিৰ্মাণ কৰাটোও সহজ কথা নহয়৷ এখন সাধাৰণ ঘৰ নিৰ্মাণ বুলি ক’লেই আহে কেইবালাখ টকাৰ কথা৷ কিন্তু এই সপোন সাকাৰ কৰাৰ বাবে আপোনাক সহায় কৰিব পাৰে বেংকে৷ অৰ্থাৎ হোম লোন লৈ আপুনি ঘৰ নিৰ্মাণৰ সপোন পূৰ্ণ কৰিব পাৰে৷ এই লোন EMIৰ মাধ্যমেৰে শোধ কৰিব পাৰে৷

হোম লোনৰ মাহিলী EMI দৰমহাৰ ৩০শতাংশতকৈ বেছি হোৱা উচিত নহয়৷ কোনোৱে যদি SBIৰ পৰা ৫০ লাখ টকাৰ হোম লোন লয় তেতিয়া মাহিলী দৰমহা কিমান হোৱা উচিত?

বহুতেই হোম লোন লয় কিন্তু এই লোন পৰিশোধ সময়ত কৰিব নোৱাৰে৷ এই কাৰণতেই হোম লোন লোৱাৰ সময়ত ব্যক্তিয়ে নিজৰ দৰমহাৰ কথাটোও ভাৱিব লাগে৷ নিজৰ দৰমহাৰ কথা মূৰত ৰাখিহে হোম লোন গ্ৰহণ কৰিব৷ হোম লোনৰ মাহিলী EMI দৰমহাৰ ৩০শতাংশতকৈ বেছি হোৱা উচিত নহয়৷

SBI হোম লোন

যদি আমি ভাৰতৰ বৃহত্তম চৰকাৰী বেংক অৰ্থাৎ SBI ৰ হোম লোনৰ সুদৰ হাৰ সম্পৰ্কে চাওঁ তেন্তে ৰেপো ৰেট কমোৱাৰ পাছত এয়া ৮.২৫ শতাংশৰ পৰা আৰম্ভ হয়৷ কোনোৱে যদি SBIৰ পৰা ৫০ লাখ টকাৰ হোম লোন ল’ব খোজে তেন্তে মাহিলী EMI হ’ব  ৩৮,০০০ টকা৷ ৩০ বছৰ ধৰি আপুনি এই ধন পৰিশোধ কৰিব লাগিব৷ এই পৰিস্থিতিত আপোনাৰ মাহিলী দৰমহা হ’ব লাগিব প্ৰায় ৭৬,০০০ টকা৷ যদি দৰমহা ইয়াতকৈ কম হয় তেতিয়া লোনৰ EMI পৰিশোধ কৰা আপোনাৰ পক্ষে কঠিন হ’ব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ফিটমেণ্ট ফেক্টৰ কমিলেও কেনেকৈ বাঢ়িব আপোনাৰ দৰমহা?
জীৱনশৈলী

ফিটমেণ্ট ফেক্টৰ কমিলেও কেনেকৈ বাঢ়িব আপোনাৰ দৰমহা?

October 12, 2026
নাইটি পিন্ধা চোৰে লুটিলে SBIৰ ATM
অপৰাধ

নাইটি পিন্ধা চোৰে লুটিলে SBIৰ ATM

October 12, 2026
দলবদ্ধ অপকৰ্মৰ ভুৱা কাহিনীৰে কন্যাক হ*ত্যাৰ অভিযোগ! গ্ৰেপ্তাৰ কন্যাৰ পিতৃ
অপৰাধ

দলবদ্ধ অপকৰ্মৰ ভুৱা কাহিনীৰে কন্যাক হ*ত্যাৰ অভিযোগ! গ্ৰেপ্তাৰ কন্যাৰ পিতৃ

October 12, 2026
৫ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি!
জীৱনশৈলী

৫ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি!

October 12, 2026
Next Post
মাহিলী ১০০০ টকাকৈ জমা কৰিলে কিমান বছৰত কোটিপতি হ’ব? জানি থওক সবিশেষ

মাহিলী ১০০০ টকাকৈ জমা কৰিলে কিমান বছৰত কোটিপতি হ’ব? জানি থওক সবিশেষ

ৰঙীন গোবিন্দ, সুনীতাক বিয়া কৰাই নীলমৰ সৈতে প্ৰেম, দিব্যাক দেখিলেও নিজক ৰখাব নোৱাৰা গোবিন্দৰ পৰকীয়াৰ লিষ্ট কিমান দীঘল জানেনে?

ৰঙীন গোবিন্দ, সুনীতাক বিয়া কৰাই নীলমৰ সৈতে প্ৰেম, দিব্যাক দেখিলেও নিজক ৰখাব নোৱাৰা গোবিন্দৰ পৰকীয়াৰ লিষ্ট কিমান দীঘল জানেনে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.