• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জুলাইত এই ৫ ৰাশিক বৃহৎ লোকচান কৰাব শনিয়ে, হাতৰ পৰা পানীৰ দৰে যাব ধন, আগতীয়াকৈয়ে জানি থওক এই ৫ৰাশি কি কি?

9 months ago
সদ্যোজাত সন্তানক লৈ ঘৰত আছে পত্নী, প্ৰেমিকাক ঘৰলৈ মাতি জীৱন শেষ কৰিলে নেভি অফিচাৰ প্ৰেমিকে, ফ্ৰিজত উদ্ধাৰ দেহ

6 minutes ago
ঘনে ঘনে নখ কামুৰি থকাৰ অভ্যাস আছে? ভয়ংকৰ বিপদ হ’ব পাৰে, শৰীৰত হ’ব পাৰে এই ৰোগ

54 minutes ago
২৮ দিন নহয়, ১২ মাহত ১৩ টা ৰিচাৰ্চ আৰু নালাগিব! কেতিয়া আৰম্ভ হ’ব ৩০ দিনৰ ৰিচাৰ্জ প্লেন?

1 hour ago
কঠোৰ হৈছে গৃহবিভাগ, প্ৰায় ৮৪ হাজাৰ হোৱাটছএপ একাউণ্ট বন্ধ কৰিলে কেন্দ্ৰই, তালিকাত আছে মোবাইল নম্বৰো, কিন্তু অপৰাধ কি?

2 hours ago
মীন ৰাশিত ৪ গ্ৰহৰ মেলা, ইয়াৰ সৈতে বুধাদিত্য যোগো, চকুত লগা উন্নতি ৫ৰাশিৰ, বাঢ়িব অৰ্থ-সম্পদ

নেপালত ছাত্ৰ ৰাজনীতি নিষিদ্ধ, কলেজ, বিশ্ববিদ্যালয় কেম্পাছত নচলিব ছাত্ৰ ৰাজনীতি, ক্ষমতা পায়েই আৰু কি কি সিদ্ধান্ত বালেন্দ্ৰ শ্বাহৰ?

3 hours ago
বালি সোমাই হাওঁফাওঁ ফুলি দ্বিগুণ, বহুসময় পানীত ডুবি থকাৰ সন্দেহ, কেনেকৈ কি ঘটিছিল অভিনেতা ৰাহুলৰ সৈতে? প্ৰকাশ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপৰ্টৰ A-Z তথ্য

দীপিকাৰ গৰ্ভাৱস্থাত ‘ধুৰন্ধৰ’ৰ শ্বুটিঙস্থলীত কি কাণ্ড কৰিছিল ৰণবীৰে? তথ্য ফাদিল

5 hours ago
গাড়ীত তেল ভৰোৱাৰ সময়ত মনত ৰাখিব ৫ টা কথা, কেতিয়াও নাখায় ঠগ!

হাতলৈ আহিব ধন, শীঘ্ৰে কপাল ফুলিব ৫ ৰাশিৰ লোকৰ!

6 hours ago
শৰীৰৰ বাবে আশীৰ্বাদ স্বৰূপ পাণ, মূৰৰ বিষৰ পৰা কোষ্ঠকাঠিন্য লৈ পাব আৰাম

অনলাইন পেমেণ্টৰ ক্ষেত্ৰত RBI ৰ তীক্ষ্ণ দৃষ্টি, পূৰ্বতকৈ সুৰক্ষিত হ’ব আপোনাৰ ধন!

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, March 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

জুলাইত এই ৫ ৰাশিক বৃহৎ লোকচান কৰাব শনিয়ে, হাতৰ পৰা পানীৰ দৰে যাব ধন, আগতীয়াকৈয়ে জানি থওক এই ৫ৰাশি কি কি?

জুলাইত এই ৫ ৰাশিক বৃহৎ লোকচান কৰাব শনিয়ে, হাতৰ পৰা পানীৰ দৰে যাব ধন, আগতীয়াকৈয়ে জানি থওক এই ৫ৰাশি কি কি?

editor by editor
June 24, 2025
in জীৱনশৈলী
0
জুলাইত এই ৫ ৰাশিক বৃহৎ লোকচান কৰাব শনিয়ে, হাতৰ পৰা পানীৰ দৰে যাব ধন, আগতীয়াকৈয়ে জানি থওক এই ৫ৰাশি কি কি?
0
SHARES
5.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জ্যোতিষ অনুসৰি শনিয়ে এটা এটা ৰাশিত আঢ়ৈ বছৰ অৱস্থান কৰে৷ চলিত বছৰতেই শনিয়ে কুম্ভ এৰি মীন ৰাশিত প্ৰৱেশ কৰিছে৷ শনিৰ গোচৰৰ পাছত এইবাৰ শনিৰ মাৰ্গীৰ পৰা বক্ৰী চলনলৈ আহিব৷ শনিৰ বক্ৰীদশা, অৰ্থাৎ উল্টাপথত ঘূৰিবলৈ আৰম্ভ কৰিব শনিয়ে৷ আগন্তুক ১৩ জুলাইৰ পৰা আৰম্ভ হব শনিৰ বক্ৰী চলন৷ ২৮ নৱেম্বৰ পৰ্যন্ত শনিৰ বিপৰীতমুখী চলন জাৰি থাকিব৷ এই ১২৮ দিন অত্যন্ত দুঃসময় হব পাৰে এই ৫ৰাশিৰ জাতকৰ বাবে৷ জানি থওক কোন কোন ৰাশিৰ জীৱনত দুঃসময় আহিব পাৰে?

মেষ ৰাশিত বক্ৰী শনিৰ প্ৰভাৱ

শনিৰ বক্ৰী চলনৰ প্ৰভাৱ পৰিব মেষ ৰাশিত৷ ইয়াৰ ফলত গা বেয়া হব পাৰে আপোনাৰ৷ এই ৰাশিৰ জাতকে স্বাস্থ্যৰ যত্ন ৰাখিব লাগিব৷ কৰ্মক্ষেত্ৰতো এই সময়ত প্ৰতিকূল পৰিস্থিতিৰ মুখত পৰিব পাৰে৷ বাৰে বাৰে চেষ্টা কৰিলেও ব্যৰ্থতা থাকিব৷ হঠাৎ খৰচ বাঢ়ি যাব৷ মেষ ৰাশিৰ ব্যৱসায়ীয়েও আৰ্থিক ক্ষতিৰ সন্মুখীন হব পাৰে৷

মিথুন ৰাশিত বক্ৰী শনিৰ প্ৰভাৱ

মিথুন ৰাশিৰ জাতকে বক্ৰী শনিৰ প্ৰভাৱত বৃহৎ ক্ষতিৰ সন্মুখীন হব পাৰে৷ ১৩ জুলাইৰ পৰা ২৮ নৱেম্বৰ পৰ্যন্ত এটাৰ পাছত আনটো বিপদৰ মুখত পৰিব মিথুন ৰাশিৰ জাতক৷ চাকৰি আৰু ব্যৱসায়, উভয় ক্ষেত্ৰতেই আপুনি নানান সমস্যাৰ সন্মুখীন হব পাৰে৷ ভায়েক ভনীয়েকৰ সৈতে সম্পৰ্কৰ অৱনতি হব৷ নানান কাৰণত টেনছনত থাকিব৷ কোনো কামতেই সাহায্য নাপায় মিথুন ৰাশিৰ জাতকে৷

কন্যা ৰাশিত বক্ৰী শনিৰ প্ৰভাৱ

কন্যা ৰাশিৰ জাতকে বক্ৰী শনিৰ প্ৰভাৱত সাংসৰিক অশান্তিত ভুগিব৷ শনিৰ বক্ৰী চলনৰ ফলত দাম্পত্য জীৱনত অশান্তি বাঢ়িব৷ স্বামী স্ত্ৰীৰ মাজত নানান কাৰণত মতানৈক্য হব৷ যিসকলৰ বিবাহৰ কথা চলি আছে তেওঁলোকৰ বিবাহত বাধা আহিব পাৰে৷ বিয়া পিছুৱাইয়ো যাব পাৰে৷ আনকি বিয়া ভাঙিবও পাৰে৷ অংশীদাৰিত্বৰ ব্যৱসায় যিসকলে কৰি আছে তেওঁলোক ক্ষতিৰ মুখত পৰিব৷

বৃশ্চিক ৰাশিত বক্ৰী শনিৰ প্ৰভাৱ

শনিৰ বক্ৰী চলনৰ প্ৰভাৱত বৃশ্চিক ৰাশিৰ জাতক আৰ্থিক সংকটৰ মুখত পৰিব৷ হঠাৎ কোনো ডাঙৰ খৰচ ওলাব৷ অকাৰণত ধন খৰচ নকৰিব৷ অন্যথা ঋণ লব লগা হব পাৰে৷ এই পৰিস্থিতিত কাকোৱেই ভুলতো ধন ধাৰলৈ নিদিব৷ এই সময়ত কাৰোবাক ধন ধাৰলৈ দিলে সেই ধন উভতাই পোৱাৰ আশা ক্ষীণ৷ কৰ্মক্ষেত্ৰত অৱহেলাই আপোনাৰ ক্ষতি কৰিব পাৰে৷

ধনু ৰাশিত বক্ৰী শনিৰ প্ৰভাৱ

শনিৰ ওলোটা দিশৰ যাত্ৰা ক্ষতিকৰ হব ধনু ৰাশিৰ জাতকৰ বাবে৷ ১৩ জুলাইৰ পৰা ১২৮ দিন নানান কাৰণত এটাৰ পাছত আনটো খৰচৰ ৰাস্তা খুল খাব৷ আপোনাৰ শৰীৰ বেয়া হব পাৰে৷ পৰিয়ালৰ কোনো লোক অসুস্থ হৈ পৰিব৷ ইয়াৰ ফলত প্ৰচুৰ খৰচ হব৷ মানসিক শান্তি নাপায় ধনু ৰাশিৰ জাতকে৷ সংসাৰত অশান্তি চলিব৷ কোনো বেয়া খবৰ পাব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সদ্যোজাত সন্তানক লৈ ঘৰত আছে পত্নী, প্ৰেমিকাক ঘৰলৈ মাতি জীৱন শেষ কৰিলে নেভি অফিচাৰ প্ৰেমিকে, ফ্ৰিজত উদ্ধাৰ দেহ
জীৱনশৈলী

March 30, 2026
ঘনে ঘনে নখ কামুৰি থকাৰ অভ্যাস আছে? ভয়ংকৰ বিপদ হ’ব পাৰে, শৰীৰত হ’ব পাৰে এই ৰোগ
জীৱনশৈলী

ঘনে ঘনে নখ কামুৰি থকাৰ অভ্যাস আছে? ভয়ংকৰ বিপদ হ’ব পাৰে, শৰীৰত হ’ব পাৰে এই ৰোগ

March 30, 2026
২৮ দিন নহয়, ১২ মাহত ১৩ টা ৰিচাৰ্চ আৰু নালাগিব! কেতিয়া আৰম্ভ হ’ব ৩০ দিনৰ ৰিচাৰ্জ প্লেন?
জীৱনশৈলী

২৮ দিন নহয়, ১২ মাহত ১৩ টা ৰিচাৰ্চ আৰু নালাগিব! কেতিয়া আৰম্ভ হ’ব ৩০ দিনৰ ৰিচাৰ্জ প্লেন?

March 30, 2026
কঠোৰ হৈছে গৃহবিভাগ, প্ৰায় ৮৪ হাজাৰ হোৱাটছএপ একাউণ্ট বন্ধ কৰিলে কেন্দ্ৰই, তালিকাত আছে মোবাইল নম্বৰো, কিন্তু অপৰাধ কি?
জীৱনশৈলী

কঠোৰ হৈছে গৃহবিভাগ, প্ৰায় ৮৪ হাজাৰ হোৱাটছএপ একাউণ্ট বন্ধ কৰিলে কেন্দ্ৰই, তালিকাত আছে মোবাইল নম্বৰো, কিন্তু অপৰাধ কি?

March 30, 2026
Next Post
৩৫ হাজাৰ ফুট উচ্চতাত হঠাৎ অসুস্থ যাত্ৰী, কি হৈছে লণ্ডনৰ পৰা মুম্বাইগামী এয়াৰ ইণ্ডিয়াৰ বিমানত?

ছলমান খানে ব্ৰেইন এনিউৰিজমত ভুগিছে, কিমান ভয়ানক এই ৰোগ? ইয়াৰ উপসৰ্গ কি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন