• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
২দিন পাছতেই বৃহস্পতিৰ ঘৰলৈ আহিব শনি, নতুন বছৰৰ আৰম্ভণিতে সৌভাগ্য উদয় হ’ব ৩ৰাশিৰ জাতকৰ

২দিন পাছতেই বৃহস্পতিৰ ঘৰলৈ আহিব শনি, নতুন বছৰৰ আৰম্ভণিতে সৌভাগ্য উদয় হ’ব ৩ৰাশিৰ জাতকৰ

1 year ago
টেষ্টোষ্টেৰণ কম আছিল, একাধিক যৌনৰোগত আক্ৰান্ত হৈছিল! এপষ্টিনৰ মেডিকেল ৰিপৰ্টত আৰু কি কি ভয়ংকৰ তথ্য?

টেষ্টোষ্টেৰণ কম আছিল, একাধিক যৌনৰোগত আক্ৰান্ত হৈছিল! এপষ্টিনৰ মেডিকেল ৰিপৰ্টত আৰু কি কি ভয়ংকৰ তথ্য?

18 minutes ago
নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন

নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন

22 hours ago
সূৰ্য, মঙ্গলৰ কৃপাত গঠিত হ’ব মঙ্গল আদিত্য ৰাজযোগ! ৪ৰাশিৰ সুখ, স্বাচ্ছন্দ্য উপচি পৰিব

সূৰ্য, মঙ্গলৰ কৃপাত গঠিত হ’ব মঙ্গল আদিত্য ৰাজযোগ! ৪ৰাশিৰ সুখ, স্বাচ্ছন্দ্য উপচি পৰিব

23 hours ago
৮০শতাংশ ভাৰতীয়ৰে কলষ্টেৰল অস্বাভাৱিক, ইয়াৰ ফলতেই বাঢ়িছে হাৰ্ট এটেকত মৃত্যুৰ হাৰ?

৮০শতাংশ ভাৰতীয়ৰে কলষ্টেৰল অস্বাভাৱিক, ইয়াৰ ফলতেই বাঢ়িছে হাৰ্ট এটেকত মৃত্যুৰ হাৰ?

1 day ago
SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?

SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?

1 day ago
সোণৰ দাম ৭০ হাজাৰলৈ নামিব নেকি? বজাৰ বিশেষজ্ঞই কি কৈছে? জানি থওক সবিশেষ

সোণৰ দাম ৭০ হাজাৰলৈ নামিব নেকি? বজাৰ বিশেষজ্ঞই কি কৈছে? জানি থওক সবিশেষ

1 day ago
৬ ফেব্ৰুৱাৰীৰ পৰা উপাৰ্জন বাঢ়িব ৩ৰাশিৰ, শুক্ৰৰ গোচৰত মালামাল হ’ব কোন কোন?

৬ ফেব্ৰুৱাৰীৰ পৰা উপাৰ্জন বাঢ়িব ৩ৰাশিৰ, শুক্ৰৰ গোচৰত মালামাল হ’ব কোন কোন?

1 day ago
লিফ্টত হাইড্ৰজেন বেলুন ফাটি বিস্ফোৰণ, কথমপি প্ৰাণৰক্ষা ৩জনৰ, চাওক ঘটনাৰ ভিডিঅ’

লিফ্টত হাইড্ৰজেন বেলুন ফাটি বিস্ফোৰণ, কথমপি প্ৰাণৰক্ষা ৩জনৰ, চাওক ঘটনাৰ ভিডিঅ’

1 day ago
সপোনত ধন দেখাটো শুভ নে অশুভ? জানক সপোনত ধন দেখাৰ অৰ্থ কি?

সপোনত ধন দেখাটো শুভ নে অশুভ? জানক সপোনত ধন দেখাৰ অৰ্থ কি?

2 days ago
গুৰুবাৰে গজকেশৰী যোগ, লক্ষ্মী-নাৰায়ণৰ সহায় থাকিব এই ৫ৰাশিত

গুৰুবাৰে গজকেশৰী যোগ, লক্ষ্মী-নাৰায়ণৰ সহায় থাকিব এই ৫ৰাশিত

2 days ago
মহাশিৱৰাত্ৰিৰ পাছতেই সূৰ্যগ্ৰহণ, আৰ্থিক লাভৰ যোগ আছে এই ৫ৰাশিৰ ভাগ্যত

মহাশিৱৰাত্ৰিৰ পাছতেই সূৰ্যগ্ৰহণ, আৰ্থিক লাভৰ যোগ আছে এই ৫ৰাশিৰ ভাগ্যত

2 days ago
মাজ আকাশত বিমানত জুই! কলকাতাত ২৩৬ যাত্ৰী কঢ়িওৱা বিমানৰ জৰুৰী অৱতৰণ

মাজ আকাশত বিমানত জুই! কলকাতাত ২৩৬ যাত্ৰী কঢ়িওৱা বিমানৰ জৰুৰী অৱতৰণ

2 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, February 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

২দিন পাছতেই বৃহস্পতিৰ ঘৰলৈ আহিব শনি, নতুন বছৰৰ আৰম্ভণিতে সৌভাগ্য উদয় হ’ব ৩ৰাশিৰ জাতকৰ

২দিন পাছতেই বৃহস্পতিৰ ঘৰলৈ আহিছে শনি, নতুন বছৰৰ আৰম্ভণিতে সৌভাগ্য উদয় হ’ব ৩ৰাশিৰ জাতকৰ

editor by editor
December 25, 2024
in জীৱনশৈলী, ভাৰত
0
২দিন পাছতেই বৃহস্পতিৰ ঘৰলৈ আহিব শনি, নতুন বছৰৰ আৰম্ভণিতে সৌভাগ্য উদয় হ’ব ৩ৰাশিৰ জাতকৰ
0
SHARES
3.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আৰু মাত্ৰ ২দিন বাকী৷ তাৰপাছতেই বৃহস্পতিৰ নক্ষত্ৰ পূৰ্বভাদ্ৰপদত গোচৰ কৰিব শনিয়ে৷ আগন্তুক ২৭ ডিচেম্বৰ ২০২৪ত নিশা ১০ বাজি ৪২ মিনিটত নিজৰ অৱস্থান সলনি কৰিব শনিয়ে৷ বৰ্তমান ৰাহুৰ নক্ষত্ৰ শতভিষাত আছে শনি মহাৰাজ৷ তাৰ পৰা বৃহস্পতিৰ নক্ষত্ৰ পূৰ্বভাদ্ৰপদত গোচৰ কৰিব শনিয়ে৷ জানি থওক ২০২৫ৰ আৰম্ভণিৰ ঠিক পূৰ্বে শনিৰ অৱস্থান পৰিবৰ্তনৰ প্ৰভাৱত সৌভাগ্য উপচি পৰিব কোন কোন ৰাশিৰ জাতকৰ জীৱনত৷

কুম্ভ ৰাশি

শনিৰ নক্ষত্ৰ পৰিবৰ্তনৰ শুভ প্ৰভাৱ লক্ষ্য কৰা যাব কুম্ভ ৰাশিৰ জাতকৰ জীৱনত৷ বৰ্তমান কুম্ভ ৰাশিতেই অৱস্থান কৰিছে শনিয়ে৷ তাৰ সৈতে পূৰ্বভাদ্ৰপদত শনিৰ গোচৰৰ ফলত দুদিন পাছৰে পৰাই কুম্ভ ৰাশিৰ জাতকৰ জীৱনত দুৰ্দান্ত কিছু পৰিবৰ্তম লক্ষ্য কৰা যাব৷ এই সময়ত আপুনি নিজৰ ৰৈ থকা ধন লাভ কৰিব৷ ৰৈ থকা কামো এই সময়ত সম্পন্ন হ’ব৷ উপাৰ্জনৰ নতুন পথ খুলিব আপোনাৰ সন্মুখত৷ নতুন বছৰৰ আৰম্ভণিতে আৰ্থিকভাৱে উন্নতি কৰিব৷ এই সময়ত আপুনি কিছু সঞ্চয় কৰিব পাৰিব৷

কন্যা ৰাশি

কন্যা ৰাশিৰ জাতকেও শনিৰ নক্ষত্ৰ পৰিবৰ্তনৰ শুভ ফল লাভ কৰিব৷ পিতৃ মাতৃৰ আশীৰ্বাদ আপোনাৰ ওপৰত থাকিব৷ মানসিক অশান্তি আৰু চাপৰ পৰা মুক্তি পাব কন্যা ৰাশিৰ জাতকে৷ পাৰ্টনাৰৰ সৈতে খুব ভাল সময় কটাব৷ নতুন বছৰৰ আৰম্ভণিৰ পূৰ্বেই শনিৰ প্ৰভাৱত কেৰিয়াৰ সংক্ৰান্তিয় কোনো সুখবৰ পাব পাৰে৷ আপোনাৰ ভাল পাৰ্ফৰমেন্স চাই অফিচৰ জ্যেষ্ঠজনো আপোনাক লৈ সন্তুষ্ট থাকিব৷

বৃষ ৰাশি

২৭ ডিচেম্বৰত শনিয়ে পূৰ্বভাদ্ৰপদত গোচৰ কৰিব৷ পূৰ্বভাদ্ৰপদ হৈছে বৃহস্পতিৰ নক্ষত্ৰ৷ আৰু বৃষ ৰাশিৰ অধিপতি গ্ৰহ হৈছে বৃহস্পতি৷ শনিৰ গোচৰৰ শুভ ফল লাভ কৰিব বৃষ ৰাশিৰ জাতকে৷ শনি আৰু বৃহস্পতি এই দুই গ্ৰহৰেই কৃপা থাকিব বৃষ জাতকৰ ওপৰত৷ আপোনাৰ পৰিয়ালৰ কোনো সমস্যা থাকিলে এই সময়ত দূৰ হ’ব৷ স্বাস্থ্য পূৰ্বতকৈ উন্নত হ’ব৷ নতুন বছৰৰ আৰম্ভণিতে পৰিয়ালৰ সৈতে ভাল সময় উপভোগ কৰিব পাৰিব৷ অৰ্থলাভ কৰিব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

টেষ্টোষ্টেৰণ কম আছিল, একাধিক যৌনৰোগত আক্ৰান্ত হৈছিল! এপষ্টিনৰ মেডিকেল ৰিপৰ্টত আৰু কি কি ভয়ংকৰ তথ্য?
জীৱনশৈলী

টেষ্টোষ্টেৰণ কম আছিল, একাধিক যৌনৰোগত আক্ৰান্ত হৈছিল! এপষ্টিনৰ মেডিকেল ৰিপৰ্টত আৰু কি কি ভয়ংকৰ তথ্য?

February 6, 2026
নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন
জীৱনশৈলী

নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন

February 5, 2026
সূৰ্য, মঙ্গলৰ কৃপাত গঠিত হ’ব মঙ্গল আদিত্য ৰাজযোগ! ৪ৰাশিৰ সুখ, স্বাচ্ছন্দ্য উপচি পৰিব
জীৱনশৈলী

সূৰ্য, মঙ্গলৰ কৃপাত গঠিত হ’ব মঙ্গল আদিত্য ৰাজযোগ! ৪ৰাশিৰ সুখ, স্বাচ্ছন্দ্য উপচি পৰিব

February 5, 2026
৮০শতাংশ ভাৰতীয়ৰে কলষ্টেৰল অস্বাভাৱিক, ইয়াৰ ফলতেই বাঢ়িছে হাৰ্ট এটেকত মৃত্যুৰ হাৰ?
জীৱনশৈলী

৮০শতাংশ ভাৰতীয়ৰে কলষ্টেৰল অস্বাভাৱিক, ইয়াৰ ফলতেই বাঢ়িছে হাৰ্ট এটেকত মৃত্যুৰ হাৰ?

February 5, 2026
Next Post
পুত্ৰৰ বিয়াত নাচিব লাগিব! ২০গৰাকী ৰাছিয়ান তৰুণীক লৈ আহিল পিতৃয়ে, চাওক ভাইৰেল ভিডিঅ’

পুত্ৰৰ বিয়াত নাচিব লাগিব! ২০গৰাকী ৰাছিয়ান তৰুণীক লৈ আহিল পিতৃয়ে, চাওক ভাইৰেল ভিডিঅ’

বিয়া কৰোৱাত অনীহা? দক্ষিণ কোৰিয়া চৰকাৰৰ এই সিদ্ধান্তত অবাক সমগ্ৰ বিশ্ব

বিয়া কৰোৱাত অনীহা? দক্ষিণ কোৰিয়া চৰকাৰৰ এই সিদ্ধান্তত অবাক সমগ্ৰ বিশ্ব

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.