• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জন্মাষ্টমীত ৩ গ্ৰহৰ বিৰল মহাসংযোগ, শ্ৰীকৃষ্ণৰ কৃপাত উন্নতি কৰিব এই ৩ৰাশিৰ জাতকে

জন্মাষ্টমীত ৩ গ্ৰহৰ বিৰল মহাসংযোগ, শ্ৰীকৃষ্ণৰ কৃপাত উন্নতি কৰিব এই ৩ৰাশিৰ জাতকে

10 months ago
চূৰ্ণ-বিচূৰ্ণ পাক সেনাৰ হেলিকপ্টাৰ, ২১ জনৰ প্ৰাণহা*নি

চূৰ্ণ-বিচূৰ্ণ পাক সেনাৰ হেলিকপ্টাৰ, ২১ জনৰ প্ৰাণহা*নি

4 minutes ago
গৃহিনী কেৱল house wife-এ নহয় ‘ৰাষ্ট্ৰ নিৰ্মাতা’ও, গৃহিনীৰ মাহিলী সেৱাৰ ন্যূনতম মূল্য ৩০ হাজাৰ টকা

গৃহিনী কেৱল house wife-এ নহয় ‘ৰাষ্ট্ৰ নিৰ্মাতা’ও, গৃহিনীৰ মাহিলী সেৱাৰ ন্যূনতম মূল্য ৩০ হাজাৰ টকা

34 minutes ago
সফলতাৰে সম্পন্ন হ’ল অস্ত্ৰোপচাৰ, অচিৰেই খেলপথাৰত পুনৰ দেখা যাব ৰিয়ান পৰাগক

সফলতাৰে সম্পন্ন হ’ল অস্ত্ৰোপচাৰ, অচিৰেই খেলপথাৰত পুনৰ দেখা যাব ৰিয়ান পৰাগক

1 hour ago
এইটো কাৰণত মহিলাসকলৰ বাঢ়িব পাৰে মেদবহুলতা

এইটো কাৰণত মহিলাসকলৰ বাঢ়িব পাৰে মেদবহুলতা

3 hours ago
ধ্বংসস্তুপত পৰিণত তিনিখনকৈ ভাৰতীয় জাহাজ, কেইবাগৰাকীও ভাৰতীয়ৰ প্ৰাণহানি

ধ্বংসস্তুপত পৰিণত তিনিখনকৈ ভাৰতীয় জাহাজ, কেইবাগৰাকীও ভাৰতীয়ৰ প্ৰাণহানি

4 hours ago
বিশ্বকাপ আৰম্ভ হোৱাৰ পূৰ্বেই বিতৰ্কত আমেৰিকা, খেলুৱৈক অপৰাধীৰ দৰে ব্যৱহাৰৰ অভিযোগ

বিশ্বকাপ আৰম্ভ হোৱাৰ পূৰ্বেই বিতৰ্কত আমেৰিকা, খেলুৱৈক অপৰাধীৰ দৰে ব্যৱহাৰৰ অভিযোগ

4 hours ago
খাদ্য কিনিবলৈও Loan ল’বলগীয়াৰ দৰে পৰিস্থিতি হৈছে এইখন দেশৰ নাগৰিকৰ

খাদ্য কিনিবলৈও Loan ল’বলগীয়াৰ দৰে পৰিস্থিতি হৈছে এইখন দেশৰ নাগৰিকৰ

18 hours ago
ফুটবল বিশ্বকাপৰ অন্তিম স্থানৰ দলটোৱেও পাব T20 WCৰ চেম্পিয়নতকৈ ৯গুণ বেছি ধন

ফুটবল বিশ্বকাপৰ অন্তিম স্থানৰ দলটোৱেও পাব T20 WCৰ চেম্পিয়নতকৈ ৯গুণ বেছি ধন

18 hours ago
ভাৰত-বাংলা সীমান্তত উত্তেজনা, PUSHBACK কৰা লোকক নলয় বাংলাদেশে

ভাৰত-বাংলা সীমান্তত উত্তেজনা, PUSHBACK কৰা লোকক নলয় বাংলাদেশে

19 hours ago
প্ৰেমিকক নাপাই মোবাইল টাৱাৰত উঠি ২৪ ঘণ্টা ধৰি বহি থাকিল মহিলা

প্ৰেমিকক নাপাই মোবাইল টাৱাৰত উঠি ২৪ ঘণ্টা ধৰি বহি থাকিল মহিলা

19 hours ago
মাজত মাথোঁ এটা দিন, ১২ জুনত চিত্ৰগৃহলৈ আহিব ‘চুপা-চুপি’

মাজত মাথোঁ এটা দিন, ১২ জুনত চিত্ৰগৃহলৈ আহিব ‘চুপা-চুপি’

20 hours ago
ভুৱা লাইচেন্সেৰে ১৭ বছৰ ধৰি বিমান উৰুৱাইছিল এইজন পাইলটে

ভুৱা লাইচেন্সেৰে ১৭ বছৰ ধৰি বিমান উৰুৱাইছিল এইজন পাইলটে

22 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, June 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

জন্মাষ্টমীত ৩ গ্ৰহৰ বিৰল মহাসংযোগ, শ্ৰীকৃষ্ণৰ কৃপাত উন্নতি কৰিব এই ৩ৰাশিৰ জাতকে

জন্মাষ্টমীত ৩ গ্ৰহৰ বিৰল মহাসংযোগ, শ্ৰীকৃষ্ণৰ কৃপাত উন্নতি কৰিব এই ৩ৰাশিৰ জাতকে

editor by editor
August 14, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
জন্মাষ্টমীত ৩ গ্ৰহৰ বিৰল মহাসংযোগ, শ্ৰীকৃষ্ণৰ কৃপাত উন্নতি কৰিব এই ৩ৰাশিৰ জাতকে
0
SHARES
2.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

১৬ আগষ্ট ২০২৫ শনিবাৰে পালিত হ’ব কৃষ্ণ জন্মাষ্টমী৷ ভাদ মাহৰ কৃষ্ণপক্ষৰ অষ্টমী তিথিত পালিত হয় জন্মাষ্টমী৷ পুৰাণ অনুসৰি মথুৰাত কংসৰ কাৰাগাৰত এই দিনত জন্মগ্ৰহণ কৰে বিষ্ণুৰ অষ্টম অৱতাৰ শ্ৰীকৃষ্ণই৷ জ্যোতিষ গণনা অনুসৰি এই বছৰ জন্মাষ্টমী তিথি বিষে৷ গুৰুত্বপূৰ্ণ হব৷ কাৰণ জন্মাষ্টমীত তিনি গ্ৰহৰ বিৰল সংযোগ হব৷

জন্মাষ্টমীত গ্ৰহৰ মহাসংযোগ

জন্মাষ্টমীত বক্ৰি চলন এৰি মাৰ্গী দশাত আহিব বুধ৷ এই দিনটোত কৰ্কট এৰি সিংহ ৰাশিত প্ৰৱেশ কৰিব সূৰ্যই৷ ইয়াৰ ফলত সিংহ ৰাশিত সূৰ্য আৰু বুধৰ যুঁটিত গঠিত হব বুধাদিত্য ৰাজযোগ৷ ইয়াৰোপৰি বক্ৰী চলন আৰম্ভ হব শনিৰ৷ বৃহস্পতি আৰু শুক্ৰই মীন ৰাশিত শুভ যোগ গঠন কৰিব৷ আকৌ ১৬ আগষ্টত ভৰণী, কৃত্তিকা আৰু ৰোহিনী নক্ষত্ৰৰ শুভ সংযোগ ঘটিব৷ ইয়াৰোপৰি জন্মাষ্টমীত বৃদ্ধি যোগ, সৰ্বাৰ্থ সিদ্ধি যোগ, অমৃত সিদ্ধি যোগ আৰু জ্বালামুখী যোগৰ দৰে একাধিক শুভ যোগ গঠিত হব৷ গ্ৰহ নক্ষত্ৰৰ এই বিশেষ অৱস্থানৰ প্ৰভাৱত জন্মাষ্টমীত বিশেষভাৱে লাভৱান হব তিনি ৰাশিৰ জাতক৷

বৃষ ৰাশি

বৃষ ৰাশিৰ জাতকৰ বাবে জন্মাষ্টমী তিথি অত্যন্ত লাভজনক হব৷ এই সময়ত গ্ৰহ নক্ষত্ৰৰ শুভ অৱস্থানৰ প্ৰভাৱত ৰৈ থকা সমস্ত কাম আপুনি সম্পন্ন কৰিব পাৰিব৷ নিজৰ কঠোৰ পৰিশ্ৰমৰ সম্পূৰ্ণ সুফল লাভ কৰিব৷ বৃহৎ সাফল্যই আপোনাৰ বাবে অপেক্ষা কৰিছে৷ বিবাহৰ কথা পাক্কা হব পাৰে৷ অতিৰিক্ত কিছু অৰ্থ লাভ কৰিব৷

মিথুন ৰাশি

জন্মাষ্টমীত তিনি গ্ৰহৰ বিৰল মহাসংযোগৰ ফলত চকুত লগা উন্নতি কৰাৰ সুযোগ পাব মিথুন ৰাশিৰ জাতক৷ এই সময়ত আপুনি কেৰিয়াৰত ভাল সাফল্য পাব৷ অংশীদাৰীৰ ব্যৱসায়ত লাভজনক চুক্তি স্বাক্ষৰ কৰিব পাৰে৷ ব্যৱসায়ত বৃহৎ মুনাফা লাভ কৰিব মিথুন ৰাশিৰ জাতকে৷

সিংহ ৰাশি

জন্মাষ্টমীত তিনি গ্ৰহৰ শুভ যোগ লাভজনক হব সিংহ ৰাশিৰ জাতকৰ বাবে৷ এই সময়ত হঠাৎ প্ৰচুৰ অৰ্থ আপোনাৰ হাতলৈ আহিব পাৰে৷ এই সময়ত আপুনি যি কামতেই হাত দিব তাতেই সাফল্য পাব৷ অফিচত আপোনাৰ অৱস্থান মজবুত হব৷ ব্যৱসায়ত লাভ পাব৷ প্ৰেম জীৱন ভালে থাকিব৷ সন্তান লাভৰ ইচ্ছা পূৰণ হব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চূৰ্ণ-বিচূৰ্ণ পাক সেনাৰ হেলিকপ্টাৰ, ২১ জনৰ প্ৰাণহা*নি
বিশ্ব

চূৰ্ণ-বিচূৰ্ণ পাক সেনাৰ হেলিকপ্টাৰ, ২১ জনৰ প্ৰাণহা*নি

June 11, 2026
গৃহিনী কেৱল house wife-এ নহয় ‘ৰাষ্ট্ৰ নিৰ্মাতা’ও, গৃহিনীৰ মাহিলী সেৱাৰ ন্যূনতম মূল্য ৩০ হাজাৰ টকা
ভাৰত

গৃহিনী কেৱল house wife-এ নহয় ‘ৰাষ্ট্ৰ নিৰ্মাতা’ও, গৃহিনীৰ মাহিলী সেৱাৰ ন্যূনতম মূল্য ৩০ হাজাৰ টকা

June 11, 2026
সফলতাৰে সম্পন্ন হ’ল অস্ত্ৰোপচাৰ, অচিৰেই খেলপথাৰত পুনৰ দেখা যাব ৰিয়ান পৰাগক
ক্ৰীড়া

সফলতাৰে সম্পন্ন হ’ল অস্ত্ৰোপচাৰ, অচিৰেই খেলপথাৰত পুনৰ দেখা যাব ৰিয়ান পৰাগক

June 11, 2026
এইটো কাৰণত মহিলাসকলৰ বাঢ়িব পাৰে মেদবহুলতা
স্বাস্থ্য

এইটো কাৰণত মহিলাসকলৰ বাঢ়িব পাৰে মেদবহুলতা

June 11, 2026
Next Post
এটকাও খৰচ কৰিব নালাগে! ১৫আগষ্টত সকলো কনটেণ্ট বিনামূলীয়াকৈ চাব পাৰিব, বৃহৎ অফাৰ দিছে এই অটিটি প্লেটফৰ্মে

এটকাও খৰচ কৰিব নালাগে! ১৫আগষ্টত সকলো কনটেণ্ট বিনামূলীয়াকৈ চাব পাৰিব, বৃহৎ অফাৰ দিছে এই অটিটি প্লেটফৰ্মে

শত শত বিপদেও আপোনাক ভাঙিব নোৱাৰে, শনিদেৱৰ আশীৰ্বাদ আপোনাৰ ওপৰত আছে, কাৰ কাৰ উন্নতিৰ পথ প্ৰশস্ত কৰিছে শনিদেৱে?

শত শত বিপদেও আপোনাক ভাঙিব নোৱাৰে, শনিদেৱৰ আশীৰ্বাদ আপোনাৰ ওপৰত আছে, কাৰ কাৰ উন্নতিৰ পথ প্ৰশস্ত কৰিছে শনিদেৱে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.