• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰতন টাটাৰ নতুন উইলত ৰান্ধনীলৈ ১ কোটি, কুকুৰৰ বাবেও বহু লাখ

ৰতন টাটাৰ নতুন উইলত ৰান্ধনীলৈ ১ কোটি, কুকুৰৰ বাবেও বহু লাখ

1 year ago
গাখীৰ বিশুদ্ধ নে ভেজাল, এতিয়াৰে পৰা ঘৰতেই পৰীক্ষা কৰিব পাৰিব

গাখীৰ বিশুদ্ধ নে ভেজাল, এতিয়াৰে পৰা ঘৰতেই পৰীক্ষা কৰিব পাৰিব

46 minutes ago
পাকিস্তানত ভাঙি পেলোৱা হ’ল ১০০ বছৰ পুৰণি মন্দিৰ!

পাকিস্তানত ভাঙি পেলোৱা হ’ল ১০০ বছৰ পুৰণি মন্দিৰ!

2 hours ago
দেশৰ হৈ ৪বাৰকৈ স্বৰ্ণ জয় কৰা খেলুৱৈয়ে এতিয়া ফুটপাথত বিক্ৰী কৰিছে পাচলি

দেশৰ হৈ ৪বাৰকৈ স্বৰ্ণ জয় কৰা খেলুৱৈয়ে এতিয়া ফুটপাথত বিক্ৰী কৰিছে পাচলি

2 hours ago
ভাৰতীয় ডাক বিভাগত বৃহৎ নিযুক্তি, অসম চাৰ্কোলতো আছে বহুকেইটা খালী পদ

ভাৰতীয় ডাক বিভাগত বৃহৎ নিযুক্তি, অসম চাৰ্কোলতো আছে বহুকেইটা খালী পদ

3 hours ago
মৃত্যুৰ পিছৰ পৃথিৱী! সঁচাকৈয়ে আছে নেকি স্বৰ্গ আৰু নৰক?

মৃত্যুৰ পিছৰ পৃথিৱী! সঁচাকৈয়ে আছে নেকি স্বৰ্গ আৰু নৰক?

3 hours ago
কন্যা ৰাশিৰ বুধত প্ৰৱেশ, এইকেইটা ৰাশিৰ লোকৰ জীৱনত পৰিব বিশেষ প্ৰভাৱ

কন্যা ৰাশিৰ বুধত প্ৰৱেশ, এইকেইটা ৰাশিৰ লোকৰ জীৱনত পৰিব বিশেষ প্ৰভাৱ

4 hours ago
‘ক্ৰাইম পেট্ৰল ২০২৬’ত অজয় দেৱগনৰ পাৰিশ্ৰমিক জানিলে চকু কপালত উঠিব আপোনাৰো

‘ক্ৰাইম পেট্ৰল ২০২৬’ত অজয় দেৱগনৰ পাৰিশ্ৰমিক জানিলে চকু কপালত উঠিব আপোনাৰো

5 hours ago
অচিন ৰোগে ১০ দিনৰ ভিতৰতে একেটা পৰিয়ালৰে প্ৰাণ কাঢ়িলে ৪টা শিশুৰ

অচিন ৰোগে ১০ দিনৰ ভিতৰতে একেটা পৰিয়ালৰে প্ৰাণ কাঢ়িলে ৪টা শিশুৰ

6 hours ago
ঘৰে ঘৰে বাতৰি কাকত বিতৰণৰ পৰা ৰেষ্টুৰেণ্টত কাম কৰালৈ…

ঘৰে ঘৰে বাতৰি কাকত বিতৰণৰ পৰা ৰেষ্টুৰেণ্টত কাম কৰালৈ…

6 hours ago
আৰক্ষীক হাৰাশাস্তি কৰা ‘নিগনি’ক ধৰিব পাৰিলেই ৫ হাজাৰ টকাৰ পুৰস্কাৰ

আৰক্ষীক হাৰাশাস্তি কৰা ‘নিগনি’ক ধৰিব পাৰিলেই ৫ হাজাৰ টকাৰ পুৰস্কাৰ

7 hours ago
অসম গ্ৰামীণ বিকাশ বেংকত ওলাইছে চাকৰি!

অসম গ্ৰামীণ বিকাশ বেংকত ওলাইছে চাকৰি!

7 hours ago
‘পুৰুষৰ সকলো ভুল মাফ, কিন্তু নাৰীৰ এটা ভুলেই সৰ্বনাশ!’ কিয় গৰজি উঠিল তাপসী পন্নু

‘পুৰুষৰ সকলো ভুল মাফ, কিন্তু নাৰীৰ এটা ভুলেই সৰ্বনাশ!’ কিয় গৰজি উঠিল তাপসী পন্নু

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 2, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

ৰতন টাটাৰ নতুন উইলত ৰান্ধনীলৈ ১ কোটি, কুকুৰৰ বাবেও বহু লাখ

editor by editor
April 2, 2025
in বিবিধ, বিশ্ব, ভাৰত
0
ৰতন টাটাৰ নতুন উইলত ৰান্ধনীলৈ ১ কোটি, কুকুৰৰ বাবেও বহু লাখ
0
SHARES
932
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰতন টাটাৰ নতুন উইলত ৰান্ধনীলৈ ১ কোটি, কুকুৰৰ বাবেও বহু লাখ

বিগত বৰ্ষৰ অক্টোবৰ মাহত ৰতন টাটাৰ দেহাৱসান ঘটে। কিন্তু বৰ্তমানেও তেখেতৰ উদাৰতাৰ কাহিনী বিশেষভাৱে চৰ্চিত হৈয়েই আছে। এতিয়া তেওঁৰ উইল তথা শেষ ইচ্ছাৰ পৰা ইটোৰ পিছত সিটোকৈ নতুন তথ্য প্ৰকাশ হৈ আছে।

ৰতন টাটাৰ উইল ২০২২ চনৰ ২৩ ফেব্ৰুৱাৰীত লিখা হৈছিল। সেই উইলত টাটাই ঘৰুৱা কৰ্মচাৰী, কাৰ্যালয়ৰ কৰ্মচাৰী, বন্ধু-বান্ধৱী আনকি পোহনীয়া কুকুৰৰ বাবেও সম্পত্তি এৰি থৈ গৈছে।

টাটাই কেৱল নিজৰ ঘনিষ্ঠসকলক আৰ্থিক সহায় দিয়াই নহয়, তেওঁলোকে টাটাৰ পৰা লোৱা সকলো ঋণ ৰেহাই দিবলৈও নিৰ্দেশ দিছে।

ৰতন টাটাই নিজৰ ঘৰ আৰু কাৰ্যালয়ৰ কৰ্মচাৰীৰ বাবে প্ৰায় ৩.৫ কোটি টকা এৰি থৈ গৈছে। ইয়াৰ ভিতৰত তেওঁৰ দীৰ্ঘদিনীয়া ৰান্ধনী ৰাজন শ্ব’ক ১ কোটি টকাৰ লগতে ৰাজনে লোৱা ৫১ লাখ টকাৰ ঋণ ৰেহাই দিছে।

বাটলাৰ চুববাইয়া ক’নাৰক ৬৬ লাখ টকা, ৩৬ লাখ টকাৰ ঋণ ৰেহাই সহ আৰু চালক ৰাজু লিয়নক ১৯.৫ লাখ টকা, ১৮ লাখ টকাৰ ঋণ ৰেহাইসহ দি থৈ গৈছে।

ইয়াৰ উপৰিও তেওঁৰ সম্পাদক ডেলনাজ গিল্ডাৰক ১০ লাখ টকা, টাটা ট্ৰাষ্টৰ পৰামৰ্শদাতা হোছি ডি মালেছাৰাক ৫ লাখ টকা, আলিবাউগ বাংলোৰ কেয়াৰটেকাৰ দেৱেন্দ্ৰ কাটমোল্লুক ২ লাখ টকা, ব্যক্তিগত সহায়ক দীপ্তি দিবাকৰনক ১.৫ লাখ টকা দি থৈ গৈছে।

এই সকলোবোৰৰ উপৰি পোহনীয়া কুকুৰ টিটোৰ বাবেও টাটাই নিজৰ নামৰ সম্পত্তি দি থৈ গৈছে। উইলত লিখা অনুসৰি ৰতন টাটাৰ জাৰ্মান শ্বেফাৰ্ড কুকুৰ টিটোৰ নামত টাটাই ১২ লাখ টকা দি থৈ গৈছে। এই ধনৰ পৰা প্ৰতি ত্ৰিমাসিকত ৩০ হাজাৰ টকাৰ ব্যৱস্থা কৰা হৈছে আৰু টিটোৰ যত্ন লোৱাৰ দায়িত্ব ৰান্ধনী ৰাজন শ্ব’ক দিয়া হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: ratan tataRatan Tata Will
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গাখীৰ বিশুদ্ধ নে ভেজাল, এতিয়াৰে পৰা ঘৰতেই পৰীক্ষা কৰিব পাৰিব
প্ৰযুক্তি

গাখীৰ বিশুদ্ধ নে ভেজাল, এতিয়াৰে পৰা ঘৰতেই পৰীক্ষা কৰিব পাৰিব

September 2, 2026
পাকিস্তানত ভাঙি পেলোৱা হ’ল ১০০ বছৰ পুৰণি মন্দিৰ!
ভাৰত

পাকিস্তানত ভাঙি পেলোৱা হ’ল ১০০ বছৰ পুৰণি মন্দিৰ!

September 2, 2026
দেশৰ হৈ ৪বাৰকৈ স্বৰ্ণ জয় কৰা খেলুৱৈয়ে এতিয়া ফুটপাথত বিক্ৰী কৰিছে পাচলি
বিনোদন

দেশৰ হৈ ৪বাৰকৈ স্বৰ্ণ জয় কৰা খেলুৱৈয়ে এতিয়া ফুটপাথত বিক্ৰী কৰিছে পাচলি

September 2, 2026
ভাৰতীয় ডাক বিভাগত বৃহৎ নিযুক্তি, অসম চাৰ্কোলতো আছে বহুকেইটা খালী পদ
নিয়োগ

ভাৰতীয় ডাক বিভাগত বৃহৎ নিযুক্তি, অসম চাৰ্কোলতো আছে বহুকেইটা খালী পদ

September 2, 2026
Next Post
ঐতিহাসিক মুহূৰ্ত- লোকসভাত দাখিল ৱাকফ সংশোধনী বিধেয়ক, গৌৰৱ গগৈৰ মোডী চৰকাৰক প্ৰশ্ন

ঐতিহাসিক মুহূৰ্ত- লোকসভাত দাখিল ৱাকফ সংশোধনী বিধেয়ক, গৌৰৱ গগৈৰ মোডী চৰকাৰক প্ৰশ্ন

বাবা ভংগাৰ ভৱিষ্যদ্বাণী- ম্যানমাৰৰ ভূমিকম্প সঁচা প্ৰমাণিত, আৰু কি কি

বাবা ভংগাৰ ভৱিষ্যদ্বাণী- ম্যানমাৰৰ ভূমিকম্প সঁচা প্ৰমাণিত, আৰু কি কি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.