• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
wife swapping

নিশা তোমাৰ পত্নী মোৰ লগত আৰু মোৰ পত্নী তোমাৰ লগত (WIFE SWAPPING)…

5 years ago
গ্ৰীষ্মকালত গ্ৰীণ টি খোৱাটো উচিতনে? বিশেষজ্ঞৰ পৰা জানক

গ্ৰীষ্মকালত গ্ৰীণ টি খোৱাটো উচিতনে? বিশেষজ্ঞৰ পৰা জানক

1 hour ago
ঘৰৰ শোৱনি কোঠা আৰু বাথৰুম কোন দিশত থকা উচিত?

বিচনাৰ তলত নাৰাখিব এইবোৰ বস্তু, ধ্বংস হ’ব ঘৰৰ শান্তি আৰু সুখ!

2 hours ago
হোৰাহোৰে হ্ৰাস সোণৰ মূল্য, ৰূপৰো ৪৪০০ টকাতকৈ অধিক হ্ৰাস!

সোণে দেখুৱাইছে যাদু, গহণা ক্ৰয়ৰ এয়াই উচিত সময় নেকি?

2 hours ago
ATM মেছিনৰ বুটামকেইটা প্লাষ্টিকৰ নে ধাতুৰ? ৯৯% মানুহে নাজানে প্ৰকৃত কাৰণ

ATM মেছিনৰ বুটামকেইটা প্লাষ্টিকৰ নে ধাতুৰ? ৯৯% মানুহে নাজানে প্ৰকৃত কাৰণ

3 hours ago
LPG গ্ৰাহকৰ বাবে সুখবৰ! হ্ৰাস পালে চিলিণ্ডাৰ বুকিঙৰ সময়

LPG গ্ৰাহকৰ বাবে সুখবৰ! হ্ৰাস পালে চিলিণ্ডাৰ বুকিঙৰ সময়

3 hours ago
ফেচবুকৰ চিনাকি, বিয়া আৰু শেষত ফ্ৰীজৰ ভিতৰত ওলাল পত্নীৰ শৰীৰৰ অংশ!

ফেচবুকৰ চিনাকি, বিয়া আৰু শেষত ফ্ৰীজৰ ভিতৰত ওলাল পত্নীৰ শৰীৰৰ অংশ!

3 hours ago
‘মই বিয়া কেৱল টকাৰ বাবে হৈছিলোঁ!’ বিস্ফোৰক স্বীকাৰোক্তি ৰাখী সাৱন্তৰ

‘মই বিয়া কেৱল টকাৰ বাবে হৈছিলোঁ!’ বিস্ফোৰক স্বীকাৰোক্তি ৰাখী সাৱন্তৰ

5 hours ago
আজি মেষ, বৃষকে আদি কৰি ৪ ৰাশিৰ ফুলিব কপাল, জীৱনে ল’ব নতুন গতি!

ভাগ্যৰ পাকচক্ৰত পৰিব আপুনি, সলনি হ’ব জীৱন!

6 hours ago
নিশা মহিলাসকলে পিন্ধি ভাল পায় ‘নাইটি’, কিন্তু ক’ৰ পৰা আহিছে এই শব্দ?

নিশা মহিলাসকলে পিন্ধি ভাল পায় ‘নাইটি’, কিন্তু ক’ৰ পৰা আহিছে এই শব্দ?

6 hours ago
জ্বৰ হ’লে গা ধুব লাগে নে নালাগে? কি কয় বিশেষজ্ঞই

জ্বৰ হ’লে গা ধুব লাগে নে নালাগে? কি কয় বিশেষজ্ঞই

6 hours ago
গণেশ চতুৰ্থী ২৬ নে ২৭ আগষ্টত পালিত হ’ব? জানি থওক গণেশ পূজাৰ শুভ সময় কেতিয়া?

Ganesh Chaturthi 2026: ১৪ নে ১৫ ছেপ্টেম্বৰ? জানক কেতিয়া পালন কৰিব গণেশ চতুৰ্থী

7 hours ago
NPSত ১ কোটি টকাৰ ফাণ্ড, কিমান পাব আপুনি মাহিলী পেঞ্চন?

NPSত ১ কোটি টকাৰ ফাণ্ড, কিমান পাব আপুনি মাহিলী পেঞ্চন?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

নিশা তোমাৰ পত্নী মোৰ লগত আৰু মোৰ পত্নী তোমাৰ লগত (WIFE SWAPPING)…

দেশত যৌন বেহাৰ অন্য ৰূপ

editor by editor
January 15, 2022 - Updated on January 16, 2022
in অপৰাধ, বিবিধ, বিশ্ব, ভাৰত
0
wife swapping

real-situation-of-wife-swapping-in-india

0
SHARES
15.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ Wife swapping বা নিজৰ পত্নীক পৰ পুৰুষৰ সৈতে সাল-সলনি কৰা এনেবোৰ যৌনতাৰ ঘৃননীয় অপৰাধ পূৰ্বতে সংঘটিত হৈছিল পশ্চিমীয়া দেশসমূহৰ দিশে। কিন্তু লাহে লাহে এনে যৌন অপৰাধসমূহ আমাৰ দেশটো সংঘতিত হোৱাৰ আৰাম্ভ কৰিছে।

আচলতে যৌনতাৰ এনে ঘৃননীয় কৰ্মসমূহ পশ্চিমীয়া দেশসমূহে ব্যতিক্ৰমী যৌন সুখ বা ব্যতিক্ৰমী যৌন সুখেৰে ধন আহৰণৰ পথ বাছি লৈছিল। কিন্তু এনে ঘটনা এতিয়া তেনেই সাধাৰণ যেন হৈ পৰিছে ভাৰততো। কিয়নো ৯ জানুৱাৰী তাৰিখে কেৰালা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে এনে পত্নী সাল-সলনি কৰি যৌনতাৰ বেপাৰ চলাই থকা ৬ জনকৈ অপৰাধীক।

আচলতে এই সমগ্ৰ ঘটনা পোহৰলৈ আহে এগৰাকী ভুক্তভোগী মহিলাৰ গোচৰৰ ভিত্তিত। গোচৰ দিয়া মহিলাগৰাকীৰ স্বামীয়ে প্ৰায় চাৰি বছৰ আগৰে পৰা একাংশ ব্যক্তিৰ সৈতে নিজ পত্নীক বলপূৰ্বক ভাৱে Group Sex কৰাই ধন আহৰণ কৰি আহিছিল। আৰু এই সমগ্ৰ ঘটনা বিৱৰি মহিলা গৰাকীয়ে গোচৰ দিছিল আৰক্ষীৰ সন্মুখত।

আৰু মহিলাগৰাকীৰ এই গোচৰৰ ভিত্তিত কেৰালা আৰক্ষীয়ে চলোৱা অনুসন্ধানত ধৰা পৰে কেতবোৰ বহু গুৰুত্বপূৰ্ণ তথ্য। আৰক্ষীৰ অনুসন্ধানত পোহৰলৈ আহে যে অনলাইনৰ জড়িয়তে wife swapping কৰা এই ব্যৱসায়ৰ সৈতে প্ৰায় এহেজাৰৰ অধিক লোক জড়িত হৈ আছিল।

এই একাংশ ব্যক্তি ডাঙৰ ডাঙৰ উদ্যোপতি হোৱাৰ লগতে আন একাংশ চৰকাৰী আমোলা বিষয়া। আৰু এনে wife swappe একাংশ এপৰ নাম কেৰালত ‘মিট আপ কেৰালা’, ‘ৰিয়েল মিট’, ‘কাপল মিট’ নামেৰে উপলব্ধ।

আৰু এপ সমূহ ছ’চিয়েল মিডিয়াত প’ষ্ট কৰি নতুন নতুন গ্ৰাহকৰ সন্ধানত জাল পেলোৱা হৈছিল। ইতিমধ্যে এই ঘটনাৰ পিছত কেৰালা আৰক্ষীয়ে সমগ্ৰ ৰাজ্যজুৰি আৰাম্ভ কৰিছে ব্যাপক অভিযান।

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24Best Assamese News Channelbest assamese news portal in assambest assamese news portal of assamgroup sex scandalkerela wife swapping caseromantic love storyromantic storysex scandalwife swapwife swappingwife swapping case
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গ্ৰীষ্মকালত গ্ৰীণ টি খোৱাটো উচিতনে? বিশেষজ্ঞৰ পৰা জানক
স্বাস্থ্য

গ্ৰীষ্মকালত গ্ৰীণ টি খোৱাটো উচিতনে? বিশেষজ্ঞৰ পৰা জানক

September 7, 2026
ঘৰৰ শোৱনি কোঠা আৰু বাথৰুম কোন দিশত থকা উচিত?
জীৱনশৈলী

বিচনাৰ তলত নাৰাখিব এইবোৰ বস্তু, ধ্বংস হ’ব ঘৰৰ শান্তি আৰু সুখ!

September 7, 2026
হোৰাহোৰে হ্ৰাস সোণৰ মূল্য, ৰূপৰো ৪৪০০ টকাতকৈ অধিক হ্ৰাস!
বাণিজ্য

সোণে দেখুৱাইছে যাদু, গহণা ক্ৰয়ৰ এয়াই উচিত সময় নেকি?

September 7, 2026
ATM মেছিনৰ বুটামকেইটা প্লাষ্টিকৰ নে ধাতুৰ? ৯৯% মানুহে নাজানে প্ৰকৃত কাৰণ
জীৱনশৈলী

ATM মেছিনৰ বুটামকেইটা প্লাষ্টিকৰ নে ধাতুৰ? ৯৯% মানুহে নাজানে প্ৰকৃত কাৰণ

September 7, 2026
Next Post
আগ্নেয়গিৰিৰ উদগীৰণৰ ফলত টংগাত চুনামি…

আগ্নেয়গিৰিৰ উদগীৰণৰ ফলত টংগাত চুনামি...

ৰাজ্যত পুনৰ অসম আৰক্ষীৰ দালালবিৰোধী অভিযান। ২১০ৰো অধিক আৰক্ষী থানাত গ্রেপ্তাৰ কৰা হৈছে দালাল…

ৰাজ্যত পুনৰ অসম আৰক্ষীৰ দালালবিৰোধী অভিযান। ২১০ৰো অধিক আৰক্ষী থানাত গ্রেপ্তাৰ কৰা হৈছে দালাল...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.