• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পিতৃ-মাতৃক অৱহেলা কৰিলেই কটা যাব ১০ শতাংশ দৰমহা! চৰকাৰী কৰ্মচাৰীৰ বাবে আহিছে নতুন নিয়ম, কংগ্ৰেছ শাসিত এই ৰাজ্যই কিয় লৈছে এনে সিদ্ধান্ত?

পিতৃ-মাতৃক অৱহেলা কৰিলেই কটা যাব ১০ শতাংশ দৰমহা! চৰকাৰী কৰ্মচাৰীৰ বাবে আহিছে নতুন নিয়ম, কংগ্ৰেছ শাসিত এই ৰাজ্যই কিয় লৈছে এনে সিদ্ধান্ত?

1 month ago
মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

5 days ago
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

5 days ago
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

5 days ago
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

5 days ago
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

5 days ago
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

5 days ago
আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

5 days ago
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

5 days ago
শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

5 days ago
মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

6 days ago
শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

6 days ago
হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

6 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, February 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

পিতৃ-মাতৃক অৱহেলা কৰিলেই কটা যাব ১০ শতাংশ দৰমহা! চৰকাৰী কৰ্মচাৰীৰ বাবে আহিছে নতুন নিয়ম, কংগ্ৰেছ শাসিত এই ৰাজ্যই কিয় লৈছে এনে সিদ্ধান্ত?

পিতৃ-মাতৃক অৱহেলা কৰিলেই কটা যাব ১০ শতাংশ দৰমহা! চৰকাৰী কৰ্মচাৰীৰ বাবে আহিছে নতুন নিয়ম, কংগ্ৰেছ শাসিত এই ৰাজ্যই কিয় লৈছে এনে সিদ্ধান্ত?

editor by editor
January 13, 2026
in জীৱনশৈলী, বিবিধ, ভাৰত
0
পিতৃ-মাতৃক অৱহেলা কৰিলেই কটা যাব ১০ শতাংশ দৰমহা! চৰকাৰী কৰ্মচাৰীৰ বাবে আহিছে নতুন নিয়ম, কংগ্ৰেছ শাসিত এই ৰাজ্যই কিয় লৈছে এনে সিদ্ধান্ত?
0
SHARES
80
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
বৃদ্ধ পিতৃ-মাতৃক অৱহেলা কৰিছে সন্তানে৷ এই অভিযোগত বহু সময়ত আদালতৰ দ্বাৰস্থও হৈছে বহু প্ৰবীণ নাগৰিক৷ ৰাজ্য চৰকাৰৰ যিসকল চৰকাৰী কৰ্মচাৰীয়ে নিজৰ পিতৃ-মাতৃৰ দায়িত্ব পালন নাই কৰা বা অবহেলা কৰিছে সেই কৰ্মীসকলৰ বিৰুদ্ধে এইবাৰ কাঢ়া পদক্ষেপ লৈছে তেলেংগানা চৰকাৰে৷ মঙ্গলবাৰে এই কথা জনাইছে তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেভান্থ ৰেড্ডিয়ে৷
এক চৰকাৰী অনুষ্ঠানত তেলেঙ্গানাৰ মুখ্যমন্ত্ৰীয়ে জনাইছে যে সচেতনতামূলক প্ৰচাৰৰ পাছতো প্ৰবীণ পিতৃ-মাতৃক অৱহেলা কৰাৰ অভিযোগ উঠিছে৷ এইবাৰৰ পৰা এই ধৰণৰ অভিযোগ উঠিলে ৰাজ্য চৰকাৰে আৰু চকুমুদি নাথাকে বুলিও হুঁশিয়াৰি দিছে তেলেংগানাৰ মুখ্যমন্ত্ৰীয়ে৷ তেওঁ জনাইছে যে প্ৰবীণ নাগৰিকসকলে যাতে সন্মানৰ সৈতে জীয়াই থাকিব পাৰে সেয়া নিশ্চিত কৰিবলৈকে কঠোৰ পদক্ষেপৰ পথত আগুৱাইছে তেলেংগানা চৰকাৰ৷

উল্লেখ কৰা প্ৰয়োজন যে এই নিয়ম অসমতো আৰম্ভ কৰিছিল বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ ২০১৭ চনত অসম চৰকাৰৰ তৰফৰ পৰা এই ঘোষণা কৰিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ এই বিষয়ক লৈয়েই অসম এমপ্লয়িজ পেৰেণ্টছ ৰেছপনছিবিলিটি এণ্ড নৰ্মছ ফৰ একাউণ্টেবিলিটি এণ্ড মনিটৰিং বিল আনিছিল৷ এই বিলৰ আন এক নাম হৈছে অসম এমপ্লয়িজ প্ৰণাম বিল৷ সেই সময়ত ৰাজ্যৰ বিত্তমন্ত্ৰীৰ দায়িত্বত থকা হিমন্ত বিশ্ব শৰ্মাই জনাইছিল, ‘কোনো চৰকাৰী কৰ্মীয়ে যদি পিতৃ মাতৃ বা পঙ্গু ভায়েক ভনীয়েকক চোৱাচিতাৰ দায়িত্ব অস্বীকাৰ কৰে তেতিয়া সেই সংশ্লিষ্ট কৰ্মীয়ে যি বিভাগত কাম কৰে তাত অভিযোগ জনাব পাৰিব তেওঁৰ পৰিয়ালে৷

তেতিয়াই বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ফেছবুকত লিখিছিল, ‘পি এছ ইউ বা বেচৰকাৰী সংস্থাৰ ক্ষেত্ৰতো একেই বিল আনিব লাগিব৷’ বিৰোধী কংগ্ৰেছে অৱশ্যে এই বিল অসমীয় সমাজক কৰা অপমান বুলি আখ্যা দিছিল৷ তেওঁলোকে তেতিয়া ইয়াৰ যোগেদি চৰকাৰী কৰ্মচাৰীৰ ব্যক্তিগত জীৱনত হস্তক্ষেপৰ চেষ্টা কৰিছে চৰকাৰে বুলিও ব্যাখ্যা দিছিল৷ তেতিয়া অসমত বিৰোধীতা কৰা সেই বিলেই এতিয়া টেলেঙ্গানা কংগ্ৰেছে আদৰি লৈছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট
জীৱনশৈলী

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

February 22, 2026
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য
জীৱনশৈলী

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

February 22, 2026
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?
জীৱনশৈলী

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

February 22, 2026
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ
জীৱনশৈলী

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

February 22, 2026
Next Post
ঘৰুৱা কথাবোৰ এতিয়া সামাজিক মাধ্যমত! ৬বাৰৰ বিশ্বচেম্পিয়ন মেৰিকমৰ বিৰুদ্ধে পৰকীয়াত যুক্ত হোৱাৰ অভিযোগ প্ৰাক্তন স্বামীৰ

ঘৰুৱা কথাবোৰ এতিয়া সামাজিক মাধ্যমত! ৬বাৰৰ বিশ্বচেম্পিয়ন মেৰিকমৰ বিৰুদ্ধে পৰকীয়াত যুক্ত হোৱাৰ অভিযোগ প্ৰাক্তন স্বামীৰ

ক্ৰেন ভাঙি লাইনচ্যুত ট্ৰেইন, অগ্নিকাণ্ডৰো সূত্ৰপাত, বাঢ়িয়েই আছে মৃতকৰ সংখ্যা, ক’ত এই ঘটনা?

ক্ৰেন ভাঙি লাইনচ্যুত ট্ৰেইন, অগ্নিকাণ্ডৰো সূত্ৰপাত, বাঢ়িয়েই আছে মৃতকৰ সংখ্যা, ক’ত এই ঘটনা?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.