• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰিহানা

ভিভিআইপিৰে ভৰা অনন্তৰ প্ৰি ৱেডিঙত ৰিহানাই কিমান টকা ল’লে?

3 years ago
টোপনিত কেতিয়াবা শৰীৰত কঁপনি উঠে নেকি? ইয়াৰ কাৰণসমূহ কি কি? জানিবলৈ চাওক

জীৱন ধ্বংস হ’বলৈ বেছি পৰ নাই! ভুলতো নিশা গ্ৰহণ নকৰিব এইবোৰ বস্তু

6 hours ago
জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু, ৫ দিন পিছত উদ্ধাৰ গলি যোৱা শৰীৰ!

সাংস্কৃতিক জগততলৈ আহিছে দুখবৰ! সপ্তমীৰ দিনটোতে মৃত্যু বিশিষ্ট সংগীত পৰিচালকৰ

6 hours ago
দুৰ্গা পূজাত ভয়ংকৰ দুৰ্ঘটনা, পদপিষ্ট হৈ মৃত্যু প্ৰায় ২০ জন লোকৰ

দুৰ্গা পূজাত ভয়ংকৰ দুৰ্ঘটনা, পদপিষ্ট হৈ মৃত্যু প্ৰায় ২০ জন লোকৰ

6 hours ago
কাইলৈ মহালয়া, ধৰাৰ বুকুলৈ আগমণ কৰিব মা দুৰ্গাই

মা দুৰ্গাৰ কোনখন হাতত কি অস্ত্ৰ থাকে? অস্ত্ৰসমূহে কি শিক্ষা দিয়ে জানক

7 hours ago
প্ৰতিদিনে ৰাতি এটাকৈ খাওক ইলাচি, পুৰুষে দেখিব চমৎকাৰ!

প্ৰতিদিনে ৰাতি এটাকৈ খাওক ইলাচি, পুৰুষে দেখিব চমৎকাৰ!

7 hours ago
ICCক শেষ কৰি পেলোৱাৰ হুংকাৰ আমেৰিকাৰ

ভাৰতৰ ওপৰত ১০০% শুল্ক সলনি! ট্ৰাম্পে ভংগ কৰিলে নিজৰ নিয়ম

8 hours ago
উৎসৱ-পাৰ্বনত বুন্দিয়া সকলোৱে খায়, কিন্তু ইয়াক ইংৰাজীত কি কয় ৯৯% লোকে নাজানে!

উৎসৱ-পাৰ্বনত বুন্দিয়া সকলোৱে খায়, কিন্তু ইয়াক ইংৰাজীত কি কয় ৯৯% লোকে নাজানে!

8 hours ago
কেতিয়া দাখিল হ’ব অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন?

8th pay commission: ৬৯,০০০ টকা বেচিক পে আৰু ৫০% ডি এৰ একত্ৰীকৰণৰ দাবী, কেন্দ্ৰৰ কি ইংগিত?

9 hours ago
কৰীনা-ছেইফৰ বেডৰুমৰ গোপন ৰহস্য আহিছে পোহৰলৈ, তাৰ পিছত…

কৰীনা-ছেইফৰ বেডৰুমৰ গোপন ৰহস্য আহিছে পোহৰলৈ, তাৰ পিছত…

10 hours ago
ভাগ্যৰ খেল দেখি হ’ব আচৰিত, চাকৰিৰ পৰা অৰ্থ লাভত পাব সুযোগ!

ভাগ্যৰ খেল দেখি হ’ব আচৰিত, চাকৰিৰ পৰা অৰ্থ লাভত পাব সুযোগ!

10 hours ago
EPFO Rules: ১০ বাৰকৈ টকা উলিয়াব পাৰিব প্ৰভিডেণ্ট ফাণ্ডৰ পৰা! নতুন নিয়মবোৰ জানক

EPFO Rules: ১০ বাৰকৈ টকা উলিয়াব পাৰিব প্ৰভিডেণ্ট ফাণ্ডৰ পৰা! নতুন নিয়মবোৰ জানক

12 hours ago
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

দেওবাৰৰ দিনটোত ভাল খবৰ পাব ৪ ৰাশিৰ লোকে, আপুনিও নেকি ভাগ্যৱান!

13 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, October 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

ভিভিআইপিৰে ভৰা অনন্তৰ প্ৰি ৱেডিঙত ৰিহানাই কিমান টকা ল’লে?

editor by editor
March 2, 2024
in বিনোদন
0
ৰিহানা
0
SHARES
226
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এন ইভিনিং ইন এভাৰলেণ্ড। তিনিদিনীয়া প্ৰি ৱেডিং অনুষ্ঠান। ধনকুবেৰ মুকেশ আম্বানিৰ কনিষ্ঠ পুত্ৰ অনন্ত আম্বানি আৰু ৰাধিকা মাৰ্চেণ্টৰ প্ৰি ৱেডিং অনুষ্ঠান। জাকজমকীয়া জামনগৰত আড়ম্বৰপূৰ্ণ আয়োজন। বিল গেটছ, মাৰ্ক জাকাৰবাৰ্গ, ইভাংকা ট্ৰাম্পৰ দৰে ভিভিআইপি অতিথি। বলীউডৰ তাৰকাসকল আছেই। আছে ক্ৰীড়ানুৰাগীৰ নয়নৰ মণি মহেন্দ্ৰ সিং ধোনীও। প্ৰে ৱেডিঙৰ প্ৰথম দিনাৰ অনুষ্ঠানত সংগীত পৰিৱেশন কৰে পপ আইকন ৰিহানাই। ৰিহানাৰ ‘ডাইমণ্ড’ত নাচি উঠিল বলীউড তাৰকাসকল।

অনন্ত আম্বানি আৰু ৰাধিকা মাৰ্চেণ্টৰ প্ৰি ৱেডিং অনুষ্ঠানত ৰিহানাই কিমান টকা ল’লে তাকে লৈ উৎসুক হৈ আছে নেটিজেন। তথ্য অনুসৰি অনুষ্ঠান পৰিৱেশনৰ বাবে ৰিহানাই ৬৬ ৰ পৰা ৭৪ কোটি টকা লয়। অৱশ্যে এই বৃহৎ পৰিমাণৰ টকাৰ সৰহভাগ মঞ্চৰ সা-সৰঞ্জামৰ পৰিবহণ, ৰিহানাৰ সাজ-সজ্জা আৰু নেপথ্য শিল্পীসকলৰ বাবদ খৰচ হয়।

আম্বানি পৰিয়ালৰ বিবাহ অনুষ্ঠানত ৰিহানাই প্ৰথম আন্তঃৰাষ্ট্ৰীয় শিল্পী নহয়, ইয়াৰ পূৰ্বে মুকেশ আম্বানি আৰু নীতা আম্বানিৰ কন্যা ঈশা আম্বানি আৰু আনন্দ পৰিমলৰ বিবাহৰ সংগীত পৰ্বত অনুষ্ঠান পৰিৱেশন কৰিছিল বিয়ন্সে। প্ৰকাশিত তথ্য অনুসৰি উক্ত অনুষ্ঠানৰ বাবে বিয়ন্সে লৈছিল প্ৰায় ৩৩ কোটি টকা।

শ্বাহৰুখ খান, ৰণবীৰ সিং, দীপিকা পাডুকন, শ্বেইফ আলী খান, কৰীণা কাপুৰ খান, ৰণবীৰ কাপুৰ, আলিয়া ভাট আদিৰ দৰে বলীউড তাৰকা উপস্থিত আছিল অনন্ত আম্বানি আৰু ৰাধিকা মাৰ্চেণ্টৰ প্ৰি ৱেডিং অনুষ্ঠানত। অনুষ্ঠানৰ প্ৰথম দিনা জামনগৰৰ ৫১ হাজাৰ সাধাৰণ লোকক আপ্যয়ন কৰে আম্বানি পৰিয়ালে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: anant ambanianant radhika pre weddingradhika marchantrihanna
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু, ৫ দিন পিছত উদ্ধাৰ গলি যোৱা শৰীৰ!
বিনোদন

সাংস্কৃতিক জগততলৈ আহিছে দুখবৰ! সপ্তমীৰ দিনটোতে মৃত্যু বিশিষ্ট সংগীত পৰিচালকৰ

October 17, 2026
কৰীনা-ছেইফৰ বেডৰুমৰ গোপন ৰহস্য আহিছে পোহৰলৈ, তাৰ পিছত…
বিনোদন

কৰীনা-ছেইফৰ বেডৰুমৰ গোপন ৰহস্য আহিছে পোহৰলৈ, তাৰ পিছত…

October 17, 2026
বলীউডৰ ১০গৰাকী অভিনেতা-অভিনেত্ৰী যাৰ আছে বিদেশী নাগৰিকত্ব
বিনোদন

বলীউডৰ ১০গৰাকী অভিনেতা-অভিনেত্ৰী যাৰ আছে বিদেশী নাগৰিকত্ব

October 17, 2026
আনৰ বন্দুকেৰে দেশক গৌৰৱান্বিত কৰা নীৰু ধাণ্ডাৰ অনন্য কাহিনী
বিনোদন

আনৰ বন্দুকেৰে দেশক গৌৰৱান্বিত কৰা নীৰু ধাণ্ডাৰ অনন্য কাহিনী

October 17, 2026
Next Post
বিজেপি

ঘোষণা হ'ল বিজেপিৰ চূড়ান্ত তালিকা; আখৰে আখৰে মিলিল NB NEWSৰ সম্ভাব্য প্ৰাৰ্থী তালিকা

চুলি

পকা চুলিৰ পৰা পৰিত্ৰাণ পাবলৈ জেতুকাৰ লগত এইকেইবিধ বস্তু মিহলাই ব্যৱহাৰ কৰক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.