• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হাস্পতালত মাত্ৰ দুসপ্তাহ! কেতিয়াৰে পৰা অনুশীলত নামিব ঋষভ পণ্ট জনালে ঘনিষ্ঠ মহলে…

হাস্পতালত মাত্ৰ দুসপ্তাহ! কেতিয়াৰে পৰা অনুশীলত নামিব ঋষভ পণ্ট জনালে ঘনিষ্ঠ মহলে…

3 years ago
মাত্ৰ ৫০০০ কৈ বিনিয়োগ কৰিলেই পাব ৩,৫৬,৮৩০ টকা৷ পোষ্ট অফিচৰ এই আশ্চৰ্যজনক স্কিম সম্পৰ্কে জানি থওক

মাত্ৰ ৫০০০ কৈ বিনিয়োগ কৰিলেই পাব ৩,৫৬,৮৩০ টকা৷ পোষ্ট অফিচৰ এই আশ্চৰ্যজনক স্কিম সম্পৰ্কে জানি থওক

16 minutes ago
১ এপ্ৰিলত নক্ষত্ৰ সলনি কৰিব বুধে, ৪ ৰাশিৰ অৰ্থলাভৰ পূৰ্ণ সম্ভাৱনা

১ এপ্ৰিলত নক্ষত্ৰ সলনি কৰিব বুধে, ৪ ৰাশিৰ অৰ্থলাভৰ পূৰ্ণ সম্ভাৱনা

40 minutes ago
পেট্ৰল পাম্প, ৰেছনৰ দোকানতো কেৰোচিন পাব জনতাই, নিৰ্দেশনা কেন্দ্ৰৰ

পেট্ৰল পাম্প, ৰেছনৰ দোকানতো কেৰোচিন পাব জনতাই, নিৰ্দেশনা কেন্দ্ৰৰ

58 minutes ago
সদ্যোজাত সন্তানক লৈ ঘৰত আছে পত্নী, প্ৰেমিকাক ঘৰলৈ মাতি জীৱন শেষ কৰিলে নেভি অফিচাৰ প্ৰেমিকে, ফ্ৰিজত উদ্ধাৰ দেহ

সদ্যোজাত সন্তানক লৈ ঘৰত আছে পত্নী, প্ৰেমিকাক ঘৰলৈ মাতি জীৱন শেষ কৰিলে নেভি অফিচাৰ প্ৰেমিকে, ফ্ৰিজত উদ্ধাৰ দেহ

1 hour ago
ঘনে ঘনে নখ কামুৰি থকাৰ অভ্যাস আছে? ভয়ংকৰ বিপদ হ’ব পাৰে, শৰীৰত হ’ব পাৰে এই ৰোগ

ঘনে ঘনে নখ কামুৰি থকাৰ অভ্যাস আছে? ভয়ংকৰ বিপদ হ’ব পাৰে, শৰীৰত হ’ব পাৰে এই ৰোগ

2 hours ago
২৮ দিন নহয়, ১২ মাহত ১৩ টা ৰিচাৰ্চ আৰু নালাগিব! কেতিয়া আৰম্ভ হ’ব ৩০ দিনৰ ৰিচাৰ্জ প্লেন?

২৮ দিন নহয়, ১২ মাহত ১৩ টা ৰিচাৰ্চ আৰু নালাগিব! কেতিয়া আৰম্ভ হ’ব ৩০ দিনৰ ৰিচাৰ্জ প্লেন?

2 hours ago
কঠোৰ হৈছে গৃহবিভাগ, প্ৰায় ৮৪ হাজাৰ হোৱাটছএপ একাউণ্ট বন্ধ কৰিলে কেন্দ্ৰই, তালিকাত আছে মোবাইল নম্বৰো, কিন্তু অপৰাধ কি?

কঠোৰ হৈছে গৃহবিভাগ, প্ৰায় ৮৪ হাজাৰ হোৱাটছএপ একাউণ্ট বন্ধ কৰিলে কেন্দ্ৰই, তালিকাত আছে মোবাইল নম্বৰো, কিন্তু অপৰাধ কি?

3 hours ago
মীন ৰাশিত ৪ গ্ৰহৰ মেলা, ইয়াৰ সৈতে বুধাদিত্য যোগো, চকুত লগা উন্নতি ৫ৰাশিৰ, বাঢ়িব অৰ্থ-সম্পদ

মীন ৰাশিত ৪ গ্ৰহৰ মেলা, ইয়াৰ সৈতে বুধাদিত্য যোগো, চকুত লগা উন্নতি ৫ৰাশিৰ, বাঢ়িব অৰ্থ-সম্পদ

4 hours ago
নেপালত ছাত্ৰ ৰাজনীতি নিষিদ্ধ, কলেজ, বিশ্ববিদ্যালয় কেম্পাছত নচলিব ছাত্ৰ ৰাজনীতি, ক্ষমতা পায়েই আৰু কি কি সিদ্ধান্ত বালেন্দ্ৰ শ্বাহৰ?

নেপালত ছাত্ৰ ৰাজনীতি নিষিদ্ধ, কলেজ, বিশ্ববিদ্যালয় কেম্পাছত নচলিব ছাত্ৰ ৰাজনীতি, ক্ষমতা পায়েই আৰু কি কি সিদ্ধান্ত বালেন্দ্ৰ শ্বাহৰ?

4 hours ago
বালি সোমাই হাওঁফাওঁ ফুলি দ্বিগুণ, বহুসময় পানীত ডুবি থকাৰ সন্দেহ, কেনেকৈ কি ঘটিছিল অভিনেতা ৰাহুলৰ সৈতে? প্ৰকাশ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপৰ্টৰ A-Z তথ্য

বালি সোমাই হাওঁফাওঁ ফুলি দ্বিগুণ, বহুসময় পানীত ডুবি থকাৰ সন্দেহ, কেনেকৈ কি ঘটিছিল অভিনেতা ৰাহুলৰ সৈতে? প্ৰকাশ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপৰ্টৰ A-Z তথ্য

4 hours ago
দীপিকাৰ গৰ্ভাৱস্থাত ‘ধুৰন্ধৰ’ৰ শ্বুটিঙস্থলীত কি কাণ্ড কৰিছিল ৰণবীৰে? তথ্য ফাদিল

দীপিকাৰ গৰ্ভাৱস্থাত ‘ধুৰন্ধৰ’ৰ শ্বুটিঙস্থলীত কি কাণ্ড কৰিছিল ৰণবীৰে? তথ্য ফাদিল

6 hours ago
গাড়ীত তেল ভৰোৱাৰ সময়ত মনত ৰাখিব ৫ টা কথা, কেতিয়াও নাখায় ঠগ!

গাড়ীত তেল ভৰোৱাৰ সময়ত মনত ৰাখিব ৫ টা কথা, কেতিয়াও নাখায় ঠগ!

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, March 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

হাস্পতালত মাত্ৰ দুসপ্তাহ! কেতিয়াৰে পৰা অনুশীলত নামিব ঋষভ পণ্ট জনালে ঘনিষ্ঠ মহলে…

editor by editor
January 20, 2023
in ক্ৰীড়া, জীৱনশৈলী, ভাৰত, স্বাস্থ্য
0
হাস্পতালত মাত্ৰ দুসপ্তাহ! কেতিয়াৰে পৰা অনুশীলত নামিব ঋষভ পণ্ট জনালে ঘনিষ্ঠ মহলে…
0
SHARES
8.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ঋষভ পণ্টৰ স্বাস্থ্য এতিয়া কেনে আছে? ঋষভে দুদিন পূৰ্বে দিয়া এটা টুইট এতিয়া দেশজুৰি ভাইৰেল৷ ঋষভে তেওঁৰ স্বাস্থ্যসম্পৰ্কীয় কথাকেই টুইটৰ জৰিয়তে দাঙি ধৰিছে৷ পণ্টে টুইটত উল্লেখ কৰা অনুযায়ী তেওঁৰ ভৰিৰ যি চাৰ্জাৰী হৈছিল সেয়া সফল হৈছে৷ শৰীৰ বৰ্তমান পূৰ্বতকৈ সুস্থ৷ লগতে দুৰ্ঘটনাৰ পাছত যিসকল লোকে তেওঁক সহায় সহযোগিতা আগবঢ়াইছে সকলোকে ধন্যবাদো জ্ঞাপন কৰিছে ভাৰতীয় দলৰ ক্ৰিকেটাৰগৰাকীয়ে৷

ঋষভৰ এই টুইটৰ পাছতেই আন এটা বিশেষ আপডেটো অহিছে, যি ভাৰতীয় ক্ৰিকেট দলটোৰ লগতে ঋষভৰ বাবেও এটা ভাল খবৰ৷ আৰু ২ সপ্তাহৰ পাছতেই ঋষভ সম্পূৰ্ণ সুস্থ হৈ উঠিব বুলি চিকিৎকে প্ৰতিবেদনত প্ৰকাশ কৰিছে৷ বৰ্তমান ঋষভ মুম্বাইৰ কোকিলাবেন হাস্পতালত চিকিৎসাধীন হৈ আছে৷ আঁঠুৰ লিগামেণ্টৰ জোৰাও প্ৰায় লাগিছে বুলি চিকিৎসকে তেওঁলোকৰ প্ৰতিবেদনত উল্লেখ কৰিছে৷ অচিৰেই ঋষভক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হ’ব বুলিও এক সূত্ৰই প্ৰকাশ কৰিছে৷ ভাৰতৰ এখন আগশাৰীৰ সংবাদপত্ৰত উল্লেখ থকামতে আৰু ২সপ্তাহৰ পাছতেই ঋষভক ঘৰলৈ যাবলৈ দিয়া হ’ব৷

এই সময়ত বহুতেই জানিবলৈ আগ্ৰহী হৈ উঠিছে যে কেতিয়া আকৌ ফিল্ডত দেখা যাব ঋষভক? এক সূত্ৰই প্ৰকাশ কৰামতে দুমাহ পাছতেই অনুশীলনত নামিব পাৰিব ঋষভ৷ ২০২৩ বৰ্ষত অনুষ্ঠিত হ’বলগীয়া বন্দে বিশ্বকাপো হয়তো খেলিব ঋষভে৷ এই বৰ্ষৰে অক্টোবৰ নাইবা নৱেম্বৰত বন্দে বিশ্বকাপ অনুষ্ঠিত হ’ব৷ চিকিৎসকৰ এক সূত্ৰই প্ৰকাশ কৰামতে ঋষভ সম্পূৰ্ণ সুস্থ হৈ উঠিবলৈ কমেও ৬ মাহ সময় লাগিবই৷ তাৰ পাছত তেওঁ পূৰ্বৰ দৰেই ফিল্ডত নামিব পাৰিব৷ চিকিৎসকে প্ৰতিসময়তে তেওঁৰ স্বাস্থ্যৰ প্ৰতি নজৰ ৰাখিব বুলিও চিকিৎসকমহলে প্ৰকাশ কৰিছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাত্ৰ ৫০০০ কৈ বিনিয়োগ কৰিলেই পাব ৩,৫৬,৮৩০ টকা৷ পোষ্ট অফিচৰ এই আশ্চৰ্যজনক স্কিম সম্পৰ্কে জানি থওক
জীৱনশৈলী

মাত্ৰ ৫০০০ কৈ বিনিয়োগ কৰিলেই পাব ৩,৫৬,৮৩০ টকা৷ পোষ্ট অফিচৰ এই আশ্চৰ্যজনক স্কিম সম্পৰ্কে জানি থওক

March 30, 2026
১ এপ্ৰিলত নক্ষত্ৰ সলনি কৰিব বুধে, ৪ ৰাশিৰ অৰ্থলাভৰ পূৰ্ণ সম্ভাৱনা
জীৱনশৈলী

১ এপ্ৰিলত নক্ষত্ৰ সলনি কৰিব বুধে, ৪ ৰাশিৰ অৰ্থলাভৰ পূৰ্ণ সম্ভাৱনা

March 30, 2026
পেট্ৰল পাম্প, ৰেছনৰ দোকানতো কেৰোচিন পাব জনতাই, নিৰ্দেশনা কেন্দ্ৰৰ
জীৱনশৈলী

পেট্ৰল পাম্প, ৰেছনৰ দোকানতো কেৰোচিন পাব জনতাই, নিৰ্দেশনা কেন্দ্ৰৰ

March 30, 2026
সদ্যোজাত সন্তানক লৈ ঘৰত আছে পত্নী, প্ৰেমিকাক ঘৰলৈ মাতি জীৱন শেষ কৰিলে নেভি অফিচাৰ প্ৰেমিকে, ফ্ৰিজত উদ্ধাৰ দেহ
জীৱনশৈলী

সদ্যোজাত সন্তানক লৈ ঘৰত আছে পত্নী, প্ৰেমিকাক ঘৰলৈ মাতি জীৱন শেষ কৰিলে নেভি অফিচাৰ প্ৰেমিকে, ফ্ৰিজত উদ্ধাৰ দেহ

March 30, 2026
Next Post
ধনৰ সুখে সুখী কৰিব নোৱাৰিলে কন্যাক! কোটিপতি হীৰা ব্যৱসায়ীৰ কন্যা সন্ন্যাসী হোৱাৰ আঁৰৰ কাৰণ কি?

ধনৰ সুখে সুখী কৰিব নোৱাৰিলে কন্যাক! কোটিপতি হীৰা ব্যৱসায়ীৰ কন্যা সন্ন্যাসী হোৱাৰ আঁৰৰ কাৰণ কি?

সুৰাপায়ীলৈ ভালখৱৰ! মুখ্যমন্ত্ৰীয়ে কৈছে মুকলিকৈ খাব পাৰিব সাজ, ৰহি…

সুৰাপায়ীলৈ ভালখৱৰ! মুখ্যমন্ত্ৰীয়ে কৈছে মুকলিকৈ খাব পাৰিব সাজ, ৰহি...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.