• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অধিনায়ক হিচাপে খেলপথাৰত নামিয়ে অভিলেখ ৰিয়ানৰ, বিৰাট-স্মিথৰ সৈতে একে তালিকাত

12 months ago
চেফটি পিনত কিয় সৰু বৃত্তটো থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

23 minutes ago
পুৱাই এইসমূহ কাম কৰাৰ অভ্যাস আছে? এইকেইটা অভ্যাসৰ কাৰণেই বাঢ়ে বেয়া কলষ্টেৰল, হৃদৰোগৰ আশংকা কমাবলৈ এৰক এইসমূহ অভ্যাস

3 hours ago
মীন ৰাশিলৈ আহি খেল দেখুৱাব মঙ্গলে, ভাগ্য চমকি উঠিব এই ৪ৰাশিৰ

4 hours ago
ল’ৰাৰজাৰ দৰে ব্যৱহাৰ গৌৰৱৰ, বাৰে বাৰে অপমান সহ্য কৰিব নোৱাৰি দুখেৰে কংগ্ৰেছ এৰিছোঃ প্ৰদ্যুৎ বৰদলৈ

এই ৫ সহজ টেকনিকেই বঢ়ায় বেংক বেলেন্স, আপুনিও ধনী হ’ব পাৰিব

5 hours ago
প্লেনত পছন্দৰ ছিট পাবলৈ দিব নালাগে এক্সট্ৰা চাৰ্জ, ডাঙৰ সিদ্ধান্ত কেন্দ্ৰৰ

লিখিত লাগিব আপুনি যে সনাতনী, হিন্দুত্বত বিশ্বাসী’, কেদাৰনাথত অগ্নিপৰীক্ষা ছাৰা আলি খানৰ

6 hours ago
তেজ পৰীক্ষাতেই ধৰা পৰিব ব্ৰেইন কেন্সাৰ, টিউমাৰ! কেনেকৈ কৰা হ’ব পৰীক্ষা? জানক বিশেষজ্ঞই কি কৈছে?

7 hours ago
১৯ এপ্ৰিলৰ পৰা ধন-সম্পদ বাঢ়িব ৫ৰাশিৰ, তৈয়াৰ হৈছে মালব্য ৰাজযোগ

২৫ মাৰ্চৰ পৰা ভাগ্যৰ চকা ঘূৰিব ৫ৰাশিৰ, খুলিব অৰ্থাগমনৰ নতুন নতুন পথ, তালিকাত আছেনে আপুনি?

8 hours ago
প্ৰভাৱশালী নেতা আলি লাৰিজানিৰ মৃত্যুৰ খবৰ স্বীকাৰ ইৰানৰ, ইজৰায়েলৰ ভয়ংকৰ আক্ৰমণত প্ৰাণ হেৰুৱালে ইৰানৰ শীৰ্ষ নেতাই

9 hours ago
বুধবাৰে গণেশৰ কৃপা, সাফল্য কঢ়িয়াই আনিব ৩ৰাশিৰ জীৱনলৈ

  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, March 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

অধিনায়ক হিচাপে খেলপথাৰত নামিয়ে অভিলেখ ৰিয়ানৰ, বিৰাট-স্মিথৰ সৈতে একে তালিকাত

editor by editor
March 23, 2025
in ক্ৰীড়া, জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত
0
অধিনায়ক হিচাপে খেলপথাৰত নামিয়ে অভিলেখ ৰিয়ানৰ, বিৰাট-স্মিথৰ সৈতে একে তালিকাত
0
SHARES
6.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অধিনায়ক হিচাপে খেলপথাৰত নামিয়ে অভিলেখ ৰিয়ানৰ, বিৰাট-স্মিথৰ সৈতে একে তালিকাত

আজি ১৮ সংখ্যক আই পি এল ছিজনৰ দ্বিতীয়খন খেলত ছানৰাইজাৰ্ছ হায়দৰাবাদ আৰু ৰাজস্থান ৰয়েলছৰ মাজত অনুষ্ঠিত হৈ আছে। এই খেলখনত ৰাজস্থান দলে নতুন অধিনায়ক ৰিয়ান পৰাগৰ নেতৃত্বত খেলপথাৰত নামিছে।

ইয়াৰ লগে লগে তাৰকা বেটছমেনগৰাকীয়ে নিজৰ নামত এক ডাঙৰ অভিলেখ পঞ্জীয়ন কৰিছে। তেওঁ আই পি এলৰ যিকোনো দলৰ অধিনায়কত্ব কৰা চতুৰ্থজন কনিষ্ঠ অধিনায়ক হিচাপে পৰিগণিত হয় ৰিয়ান।

ৰাজস্থান ৰয়েলছৰ নিয়মীয়া অধিনায়ক সঞ্জু চেমছনৰ ঠাইত ৰিয়ান পৰাগক অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে। আচলতে ছিজন আৰম্ভ হোৱাৰ পূৰ্বে উইকেটকীপাৰ বেটছমেনগৰাকীৰ আঙুলিৰ অস্ত্ৰোপচাৰ হৈছিল। যাৰ বাবে সঞ্জুক সম্পূৰ্ণ ফিট হ’বলৈ সময় লাগিব। সেয়েহে প্ৰথম তিনিখন খেলৰ বাবে ৰিয়ান পৰাগক দলৰ কমাণ্ড দিয়া হৈছে।

২৩ বছৰীয়া ৰিয়ানে আজি খেলপথাৰত নামিয়ে নিজৰ নামত এক ডাঙৰ অভিলেখ পঞ্জীয়ন কৰিছে । তেওঁ আই পি এলৰ যিকোনো দলৰ নেতৃত্ব দিয়া চতুৰ্থজন কনিষ্ঠ অধিনায়ক হিচাপে পৰিগণিত হয়। ৰিয়ান পৰাগে ২৩ বছৰ ১৩৩ দিন বয়সত ৰাজস্থানদলক নেতৃত্ব দিছে।

এই ক্ষেত্ৰত ৰিয়ানে বিৰাট কোহলী, ষ্টিভ স্মিথ আদিৰ সৈতে একে তালিকাত স্থান পাইছে। এই তালিকাৰ শীৰ্ষত বিৰাট কোহলী। বিৰাটে ২০১১ চনত ২২ বছৰ ১৮৭ দিন বয়সত আৰচিবিৰ নেতৃত্ব দিছিল। দ্বিতীয় স্থানত ষ্টিভ স্মিথ থকাৰ বিপৰীতে তৃতীয় স্থানত আছে অধিনায়ক সুৰেশ ৰাইনা।

তালিকা-
বিৰাট কোহলী-২২ বছৰ ১৮৭ দিন-২০১১ চন
ষ্টিভ স্মিথ-২২ বছৰ ৩৪৪ দিন-২০১২ চন
সুৰেশ ৰাইনা-২৩ বছৰ ১১২ দিন-২০১০ চনত
ৰিয়ান পৰাগ-২৩ বছৰ ১৩৩ দিন-২০২৫*
শ্ৰেয়াছ আয়াৰ-২৩ বছৰ ১৪২ দিন-২০১৮ চনত

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: CaptaincricketRajasthan Royalsriyan paragYoungest Captain
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চেফটি পিনত কিয় সৰু বৃত্তটো থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ
বিজ্ঞান

চেফটি পিনত কিয় সৰু বৃত্তটো থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

March 18, 2026
পুৱাই এইসমূহ কাম কৰাৰ অভ্যাস আছে? এইকেইটা অভ্যাসৰ কাৰণেই বাঢ়ে বেয়া কলষ্টেৰল, হৃদৰোগৰ আশংকা কমাবলৈ এৰক এইসমূহ অভ্যাস
জীৱনশৈলী

পুৱাই এইসমূহ কাম কৰাৰ অভ্যাস আছে? এইকেইটা অভ্যাসৰ কাৰণেই বাঢ়ে বেয়া কলষ্টেৰল, হৃদৰোগৰ আশংকা কমাবলৈ এৰক এইসমূহ অভ্যাস

March 18, 2026
মীন ৰাশিলৈ আহি খেল দেখুৱাব মঙ্গলে, ভাগ্য চমকি উঠিব এই ৪ৰাশিৰ
জীৱনশৈলী

মীন ৰাশিলৈ আহি খেল দেখুৱাব মঙ্গলে, ভাগ্য চমকি উঠিব এই ৪ৰাশিৰ

March 18, 2026
ল’ৰাৰজাৰ দৰে ব্যৱহাৰ গৌৰৱৰ, বাৰে বাৰে অপমান সহ্য কৰিব নোৱাৰি দুখেৰে কংগ্ৰেছ এৰিছোঃ প্ৰদ্যুৎ বৰদলৈ
অসম

Next Post
ভাৰতীয় দলত পাবনে স্থান, মাত্ৰ ৪৫টা বলত শতক অৰ্জন ইশানৰ

দিনত শিক্ষয়িত্ৰী, নিশা হ’লেই এডাল্ট চাইটৰ অভিনেত্ৰী, শিক্ষয়িত্ৰীৰ ভিডিঅ’ লৈ স্কুলত অভিভাৱক, তাৰপিছত?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন