• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
একেলগে প্ৰাণ হেৰুৱালে পতি-পত্নীয়ে, পুত্ৰ সংকটজনক, মুঠ ৪ নিহত

1 year ago
পেৰাচিটামলৰ দাম বাঢ়িব পাৰে, আৰু কি কি আছে এই তালিকাত? যুদ্ধৰ প্ৰভাৱ ঔষধৰ বজাৰতো

1 hour ago
জনগোষ্ঠীয় সশস্ত্ৰ সংগঠনক আধুনিক যুদ্ধ কৌশল শিকাবলৈ অনুমতি অবিহনে উত্তৰ পূৱত প্ৰৱেশ আমেৰিকাৰ মেথিউ এৰন ভেনডাইকৰ, ৰাছিয়াই ভাৰতক দিলে কেইবাটাও ডাঙৰ তথ্য, গ্ৰেপ্তাৰ মেথিউ

2 hours ago
প্ৰতি মাহে SIPত ৩০,০০০ টকাকৈ বিনিয়োগ কৰিছে? ৫ বছৰ পাছত কিমান টকা পাব?

3 hours ago
মঘা নক্ষত্ৰলৈ আহিব কেতু, আগন্তুক ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ

হৃদয়ে হৃদয়ে আজি ফুলিছে পদুম, অসমজুৰি এতিয়া পদুমৰ সুবাস, সামাজিক মাধ্যমত শ্বেয়াৰ হিমন্ত বিশ্ব শৰ্মাৰ কেইবাখনো আলোকচিত্ৰ

ছবিয়ে কৈছে ৰাজনৈতিক দৃশ্যপটৰ কথা! অতুল বৰাক গামোছাৰে সম্ভাষণ দিছপুৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী মীৰা বৰঠাকুৰৰ

4 hours ago
পত্নী আইমী আৰু দুই সন্তানক লৈ মনোনয়ন দাখিলৰ বাবে আগবাঢ়িছে পীয়ুষ হাজৰিকা

বৰষুণেও ম্লান কৰিব পৰা নাই ৰাইজৰ মৰম-উৎসাহ! জনতাৰ ওচৰত কৃতজ্ঞ হৈ কি কৈছে হিমন্ত বিশ্ব শৰ্মাই

শনিক খং উঠালেই সৰ্বনাশ…! ভুলতো এই সামগ্ৰী নিবেদন নকৰিব শনিদেৱক

5 hours ago
মাহিলী ১২,৫০০ টকাকৈ বিনিয়োগ কৰি ১৫ বছৰত পাব মুঠ ৪০লাখ টকা, ক’ত কেনেকৈ বিনিয়োগ কৰিব লাগিব?

6 hours ago
গুৰুৰ ৰাশিলৈ আহিছে মঙ্গল, এপ্ৰিলৰ আৰম্ভণিতে আয়ৰ নতুন পথ খুলিছে ৪ৰাশিৰ

৩১মাৰ্চত খুলিব ভাগ্য, ব্যতিপত যোগত ৪ ৰাশিৰ জীৱনত হ’ব ধনৰ বৰষুণ

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, March 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

একেলগে প্ৰাণ হেৰুৱালে পতি-পত্নীয়ে, পুত্ৰ সংকটজনক, মুঠ ৪ নিহত

editor by editor
October 10, 2024
in বিবিধ, বিশ্ব, ভাৰত
0
একেলগে প্ৰাণ হেৰুৱালে পতি-পত্নীয়ে, পুত্ৰ সংকটজনক, মুঠ ৪ নিহত
0
SHARES
730
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

একেলগে প্ৰাণ হেৰুৱালে পতি-পত্নীয়ে, পুত্ৰ সংকটজনক, মুঠ ৪ নিহত

উত্তৰ প্ৰদেশৰ বাৰাণসীত সংঘটিত ভয়ংকৰ পথ দুৰ্ঘটনাত স্বামী-স্ত্ৰীসহ ৪ জন লোকৰ মৃত্যু। আনহাতে তেওঁলোকৰ ১২ বছৰীয়া পুত্ৰ গুৰুতৰভাৱে আহত হোৱাৰ বিপৰীতে বৰ্তমান চিকিৎসাধীন হৈ আছে। তথ্য অনুসৰি গাড়ীখনৰ গতি ইমানেই বেছি আছিল যে বাহনৰ সমুখভাগ একেবাৰে থেতেলা খাই পৰে।

দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে আৰক্ষীয়ে সেই স্থানত উপস্থিত হৈ বাহনৰ দুৱাৰ কাটিহে মৃতদেহবোৰ উলিয়াই আনে। তাৰ পিছত মৰণোত্তৰ পৰীক্ষাৰ বাবে পঠিওৱা হয়। ৰাজ্যখনৰ মিৰ্জামুৰাদ থানা এলেকাৰ বিহাদা গাঁৱৰ সমীপত সংঘটিত হৈছে এই দুৰ্ঘটনা।

আৰক্ষীৰ পৰা পোৱা তথ্য অনুসৰি বিন্ধ্যাচলৰ পৰা গাড়ীৰে ঘৰলৈ উভতি আহি আছিল মান্দুৱাদিহৰ বজৰং নগৰ কলনী নিবাসী দীপক পাণ্ডে। বৃহস্পতিবাৰে পুৱা প্ৰায় ৫ বজাত গাড়ীখন ৰাষ্ট্ৰীয় ঘাইপথ- ১৯ৰ ওচৰত ঘাইপথৰ কাষত ৰখাই থোৱা ডাম্পাৰত খুন্দা মাৰে।

প্ৰত্যক্ষদৰ্শীৰ মতে গাড়ীখনৰ গতি ইমানেই বেছি আছিল যে দুৰ্ঘটনাৰ পিছত ডাম্পাৰখন প্ৰায় ১০০ মিটাৰ আগুৱাই গৈছিল। দুৰ্ঘটনাত মৃত্যু হয় দীপক কুমাৰ পাণ্ডে (৩৫), উৰ্মিলা পাণ্ডে (৩২), উৰ্মিলা পাণ্ডেৰ মাতৃ কেশৰী দেৱী (৫৫) আৰু চান্দপুৰ লাহৰতৰাৰ অৰ্পিতা গুপ্তাৰ। লগতে দীপক পাণ্ডেৰ পুত্ৰ শিৱংশ পাণ্ডেৰ অৱস্থা বেয়া। চিকিৎসাৰ বাবে তেওঁক BHUত ভৰ্তি কৰা হৈছে।

বিষয়টোত আৰক্ষীয়ে কয় যে আমি পুৱা ৫ বজাত দুৰ্ঘটনাটোৰ বিষয়ে তথ্য লাভ কৰিছিলো। ইয়াৰ পিছত সেই স্থানত উপস্থিত হোৱাৰ পিছত গাড়ীখনত আবদ্ধ হৈ থকা লোকসকলক উদ্ধাৰ কৰি বিএইচইউৰ ট্ৰমা চেণ্টাৰলৈ লৈ যায়। ইতিমধ্যে তিনিজন লোকৰ মৃত্যু হৈছিল। আনহাতে চিকিৎসাৰ সময়ত এগৰাকী মহিলাৰ মৃত্যু হয়। মৰণোত্তৰ পৰীক্ষাৰ অন্তত আটাইকেইটা মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে ৰখা হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: accidentBaranashiroad accidentuttar pradeshuttar pradesh road accident
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জনগোষ্ঠীয় সশস্ত্ৰ সংগঠনক আধুনিক যুদ্ধ কৌশল শিকাবলৈ অনুমতি অবিহনে উত্তৰ পূৱত প্ৰৱেশ আমেৰিকাৰ মেথিউ এৰন ভেনডাইকৰ, ৰাছিয়াই ভাৰতক দিলে কেইবাটাও ডাঙৰ তথ্য, গ্ৰেপ্তাৰ মেথিউ
জীৱনশৈলী

March 20, 2026
প্ৰতি মাহে SIPত ৩০,০০০ টকাকৈ বিনিয়োগ কৰিছে? ৫ বছৰ পাছত কিমান টকা পাব?
জীৱনশৈলী

প্ৰতি মাহে SIPত ৩০,০০০ টকাকৈ বিনিয়োগ কৰিছে? ৫ বছৰ পাছত কিমান টকা পাব?

March 20, 2026
মাহিলী ১২,৫০০ টকাকৈ বিনিয়োগ কৰি ১৫ বছৰত পাব মুঠ ৪০লাখ টকা, ক’ত কেনেকৈ বিনিয়োগ কৰিব লাগিব?
জীৱনশৈলী

মাহিলী ১২,৫০০ টকাকৈ বিনিয়োগ কৰি ১৫ বছৰত পাব মুঠ ৪০লাখ টকা, ক’ত কেনেকৈ বিনিয়োগ কৰিব লাগিব?

March 20, 2026
৪৩ লাখ সূৰ্যক গিলি খাব পাৰে এটা মাত্ৰ ব্লেক হোলে! পৃথিৱীৰ কাষতে আছে বিশেষ এটা ব্লেক হোল

Next Post
দেৱী দুৰ্গাৰ সমান্তৰালকৈ কিয় পূজা কৰা হয় মহিষাসুৰকো? জানক পুৰাণত বৰ্ণিত কাহিনী

দৈনিক ৰাশিফল- পুৱাই অষ্টমী-নৱমীৰ মহা সংযোগৰ ফলত সৰ্বাৰ্থ সিদ্ধি যোগ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন