• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অপেনাৰ হিচাপে ১০ বছৰ সম্পূৰ্ণ কৰিলে ৰোহিত শৰ্মাই! ৰোহিতৰ ১০ বছৰীয়া যাত্ৰাক লৈ কি ক’লে প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ে?

অপেনাৰ হিচাপে ১০ বছৰ সম্পূৰ্ণ কৰিলে ৰোহিত শৰ্মাই! ৰোহিতৰ ১০ বছৰীয়া যাত্ৰাক লৈ কি ক’লে প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ে?

4 years ago
৪ ঘণ্টাতে পাব চিলিণ্ডাৰ, ইণ্ডিয়ান অইলে আৰম্ভ কৰিছে নতুন চাৰ্ভিচ

৪ ঘণ্টাতে পাব চিলিণ্ডাৰ, ইণ্ডিয়ান অইলে আৰম্ভ কৰিছে নতুন চাৰ্ভিচ

11 minutes ago
মন্ত্ৰীৰ পাৰ্টিত যুৱতী বিচাৰি ৮০০০০ টকাৰ প্ৰলোভন! Asomlive24 ৰ কেমেৰাত বিস্ফোৰক মন্তব্য মডেলৰ

মন্ত্ৰীৰ পাৰ্টিত যুৱতী বিচাৰি ৮০০০০ টকাৰ প্ৰলোভন! Asomlive24 ৰ কেমেৰাত বিস্ফোৰক মন্তব্য মডেলৰ

40 minutes ago
জীৱনৰ পৰা আঁতৰিব বিপদ, মাত্ৰ মঙলবাৰে এইদৰে কৰক হনুমানৰ পূজা

মঙলবাৰে হনুমান মন্দিৰেলৈ গৈ জপ কৰক এইকেইটা মন্ত্ৰ, দূৰ হ’ব সকলো বিপদ!

2 hours ago
ভয়ংকৰ দুৰ্ঘটনা, ‘অমৰনাথ যাত্ৰা’ৰ তীৰ্থযাত্ৰী কঢ়িওৱা এখন বাছ পৰে দ খাৱৈত

ভয়ংকৰ দুৰ্ঘটনা, ‘অমৰনাথ যাত্ৰা’ৰ তীৰ্থযাত্ৰী কঢ়িওৱা এখন বাছ পৰে দ খাৱৈত

3 hours ago
বেংকত ওলাইছে চাকৰি, অন্তিম তাৰিখৰ পূৰ্বে কৰক আবেদন

IBPS ত চাকৰি কৰাৰ সুযোগ, শীঘ্ৰে কৰক আবেদন

3 hours ago
বলীউডৰ পৰা ডুৰাণ্ড কাপলৈ… পেছাদাৰী ফুটবলাৰ হিচাপে আত্মপ্ৰকাশ কৰিবলৈ সাজু টাইগাৰ শ্ৰফ

বলীউডৰ পৰা ডুৰাণ্ড কাপলৈ… পেছাদাৰী ফুটবলাৰ হিচাপে আত্মপ্ৰকাশ কৰিবলৈ সাজু টাইগাৰ শ্ৰফ

4 hours ago
হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়: হাতলৈ আহিব ধন, হ’ব উন্নতি…

সপোনত হনুমানক দেখাটো কিহৰ সংকেত? জানি লওক

5 hours ago
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!

আজি কাৰ কাৰ খোল খাব ভাগ্যৰ দুৱাৰ? জানক দৈনিক ৰাশিফল

6 hours ago
দীঘলীয়া অনশনৰ পিছত কিয় কেৱল নাৰিকলৰ পানী বা ফলৰ ৰস দিয়া হয়?

দীঘলীয়া অনশনৰ পিছত কিয় কেৱল নাৰিকলৰ পানী বা ফলৰ ৰস দিয়া হয়?

13 hours ago
বাথৰুমত ৰাখক এইটো বস্তু, ধনেৰে ভৰি পৰিব ঘৰ! আহিব সমৃদ্ধি

বাথৰুমত ৰাখক এইটো বস্তু, ধনেৰে ভৰি পৰিব ঘৰ! আহিব সমৃদ্ধি

14 hours ago
‘অসমৰ বানৰ স্থায়ী সমাধান আজিলৈ নোলাল কিয়?’

‘অসমৰ বানৰ স্থায়ী সমাধান আজিলৈ নোলাল কিয়?’

15 hours ago
ত্ৰিগ্ৰহী যোগ! এই ৪টা ৰাশিৰ লোকৰ বাবে মুকলি হ’ব সৌভাগ্যৰ দুৱাৰ

ত্ৰিগ্ৰহী যোগ! এই ৪টা ৰাশিৰ লোকৰ বাবে মুকলি হ’ব সৌভাগ্যৰ দুৱাৰ

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, July 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

অপেনাৰ হিচাপে ১০ বছৰ সম্পূৰ্ণ কৰিলে ৰোহিত শৰ্মাই! ৰোহিতৰ ১০ বছৰীয়া যাত্ৰাক লৈ কি ক’লে প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ে?

editor by editor
January 24, 2023
in ক্ৰীড়া, ভাৰত
0
অপেনাৰ হিচাপে ১০ বছৰ সম্পূৰ্ণ কৰিলে ৰোহিত শৰ্মাই! ৰোহিতৰ ১০ বছৰীয়া যাত্ৰাক লৈ কি ক’লে প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ে?
0
SHARES
4.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ৰোহিত শৰ্মাই ভাৰতীয় ক্ৰিকেট দলত স্থান লাভ কৰাটো একদম সহজো নাছিল। মসৃণ নাছিল ৰোহিতৰ যাত্ৰা। ২০১১ চনত পোনতে অপেনাৰ হিচাপে খেলপথাৰত নমাৰ সুযোগ পাইছিল ৰোহিত শৰ্মাই। মঙলবাৰে ভাৰতীয় ক্ৰিকেট দলৰ অপেনাৰ হিচাপে ৰোহিতে ১০ বছৰ সম্পূৰ্ণ কৰিছে। কিন্তু ৰোহিতে অপেনাৰ হিচাপে ক্ৰিকেটত কেৰিয়াৰ আৰম্ভ কৰা নাছিল। ৰোহিতৰ এই যাত্ৰাৰ সমূহ কথা তুলি ধৰিছে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ে। ৰোহিতৰ বিষয়ে জনাবলৈ গৈ ৰাহুল দ্ৰাবিড়ে পোনতেই ৰোহিতক এগৰাকী ক্ৰিকেটৰ মহান সেৱক হিচাপে অভিহিত কৰিছে।

২০১১ চনৰ জানুৱাৰীত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলি কেৰিয়াৰ আৰম্ভ কৰিছিল ৰোহিতে। ২০১৩ চনত ইংলেণ্ডৰ বিৰুদ্ধে এগৰাকী শ্ৰেষ্ট অপেনাৰ হিচাপে ধৰা দিছিল। ৰোহিতক লৈ ৰাহুল দ্ৰাবিড়ে কৈছে, ‘ৰোহিত এজন অসাধাৰণ ক্ৰিকেটাৰ। মই ৰোহিতক প্ৰথম লগ পাওঁতে তেওঁ এজন কণমানি যুৱক আছিল। খুব সম্ভৱ তেতিয়া তেওঁৰ বয়স আছিল ১৭ ৰ পৰা ১৮ বছৰ। তেতিয়া তেওঁ ১৯ অনুৰ্ধ্বৰ দলৰ পৰা ইণ্ডিয়া টীমলৈ আহিছিলহে। ৰোহিতক দেখি তেতিয়াই ব্যতিক্ৰম বুলি ধাৰণা হৈছিল। ১৫ বছৰে মই ৰোহিতৰ সৈতে একেলগে খেলপথাৰত আছো। তেওঁৰ প্ৰতিভা সঁচাকৈয়ে বিশেষ।’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভয়ংকৰ দুৰ্ঘটনা, ‘অমৰনাথ যাত্ৰা’ৰ তীৰ্থযাত্ৰী কঢ়িওৱা এখন বাছ পৰে দ খাৱৈত
ভাৰত

ভয়ংকৰ দুৰ্ঘটনা, ‘অমৰনাথ যাত্ৰা’ৰ তীৰ্থযাত্ৰী কঢ়িওৱা এখন বাছ পৰে দ খাৱৈত

July 28, 2026
বলীউডৰ পৰা ডুৰাণ্ড কাপলৈ… পেছাদাৰী ফুটবলাৰ হিচাপে আত্মপ্ৰকাশ কৰিবলৈ সাজু টাইগাৰ শ্ৰফ
বিনোদন

বলীউডৰ পৰা ডুৰাণ্ড কাপলৈ… পেছাদাৰী ফুটবলাৰ হিচাপে আত্মপ্ৰকাশ কৰিবলৈ সাজু টাইগাৰ শ্ৰফ

July 28, 2026
দীঘলীয়া অনশনৰ পিছত কিয় কেৱল নাৰিকলৰ পানী বা ফলৰ ৰস দিয়া হয়?
জীৱনশৈলী

দীঘলীয়া অনশনৰ পিছত কিয় কেৱল নাৰিকলৰ পানী বা ফলৰ ৰস দিয়া হয়?

July 27, 2026
সুখবৰ! এতিয়াৰ পৰা ৪ ঘণ্টাৰ ভিতৰত ঘৰতে পাব চিলিণ্ডাৰ
বাণিজ্য

সুখবৰ! এতিয়াৰ পৰা ৪ ঘণ্টাৰ ভিতৰত ঘৰতে পাব চিলিণ্ডাৰ

July 27, 2026
Next Post
পাঠানত বিশেষ ধামাকা লৈ আহি আছে ছলমান খান! শ্বাহৰুখৰ পাছতেই আহি আছে ভাইজান…

পাঠানত বিশেষ ধামাকা লৈ আহি আছে ছলমান খান! শ্বাহৰুখৰ পাছতেই আহি আছে ভাইজান...

উচ্চতা বঢ়া নাই! শৰীৰত এইকেইটা ভিটামিনৰ অভাৱ ঘটিছে…

উচ্চতা বঢ়া নাই! শৰীৰত এইকেইটা ভিটামিনৰ অভাৱ ঘটিছে...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.